id
stringlengths 1
5
| input
stringlengths 537
2k
| target
stringlengths 21
203
| url
stringlengths 28
1.53k
|
---|---|---|---|
29601 | পাথাৰত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত জোঁৰ সমদল কাকপথাৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত সমগ্র ৰাজ্যতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে আজি জাতীধংসী এই বিধেয়কখনৰ তীব্ৰ সমালোচনাৰে কাকপথাৰত ৭০ টা সংগঠনে এক বৃহৎ জোঁৰ সমদলৰ জৰিয়তে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ প্ৰায় পাঁচ শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্লগানেৰে ৰাজপথ উত্তাল কৰি তোলে।নাগৰিকত্ব সংশোধনী বিধেয়ক আইন ( ২০১৬)ৰ জৰিয়তে হিন্দু বাংলাদেশীক অসমত সংস্থাপিত কৰিব বিচৰা কাৰ্যৰ বাবে প্ৰতিবাদকাৰীসকলে বি জে পি চৰকাৰৰ কাম নাই, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী হুচিয়াৰ আদি বিভিন্ন শ্লোগানেৰে কাকপাথাৰৰ আকাশ-বতাহ কঁপাঁই তোলে।পঞ্চায়ত নিৰ্বাচনলৈ মাজত কেইঘন্টামান বাকী থকাৰ সময়তে বিজেপি চৰকাৰৰ বিৰুদ্ধে হোৱা কাৰ্যসুচীয়ে বিজেপিৰ ভেটিত নিশ্চয় খলকনিৰ সৃষ্টি কৰিব ৷ উল্লেখযোগ্য যে, নাগৰিকত্ব বিধেয়ক ২০১৬ আইন খনৰ বিৰুদ্ধে ৭০ টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে ঐক্যবদ্ধ ভাবে সংগ্ৰাম কৰি অহাৰ লগতে বিজেপিক ভোট নিদিবলৈ মুকলিকৈ আহ্বান জনাইছে আৰু নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল নকৰিলে অনাগত দিনত ইয়াতকৈয়ো অধিক জংগী আন্দোলনৰ হুংকাৰ দিছে প্ৰতিবাদকাৰীসকলে ৷ তোলন গোহাঁই | বিজেপি মুৰ্দাবাদ ধ্বনিৰে উত্তাল কাকপথাৰ, ৭০ সংগঠনৰ উদ্যোগত জোঁৰ সমদল | https://www.newsnextone.com/print/17021 |
29602 | নামতিঃ দীপাৱলী গ'ল যদিও জুৱাৰ আদ্দা শেষ হোৱা নাই৷ মুকলিকৈ চলি আছে এই আড্ডা৷ শিৱসাগৰ জিলাৰ নাজিৰাৰ বিভিন্ন প্ৰান্তত দিপাৱলীৰ নামত অনুষ্ঠিত জুৱাৰ আড্ডা বৰ্তমানেও অব্যাহত আছে।গোপন কেমেৰাত বন্দী হৈছে নাজিৰাৰ লিগিৰীপুখুৰীত মুকলিকৈ চলি থকা জুৱা খেলৰ দৃশ্য।দীপাৱলীৰ উদ্দেশ্য কৰি একাংশই বিভিন্ন প্ৰান্তত জুৱাৰ আড্ডা চলিছিল যদিও ইতিমধ্যে সকলোবোৰ সামৰণি পৰিছে।কিন্তু নাজিৰাত দীপাৱলীৰ জুৱাৰ আড্ডা শেষ হোৱাই নাই৷ অব্যাহত আছে ডাৱল গুটি, ঝান্দি মুণ্ডা আদি বিভিন্ন জুৱা খেল।কোৱা বাহুল্য যে, নাজিৰা আদৰ্শ থানাৰ পৰা কিছু নিলগত চলি থকা এই জুৱাৰ আদ্দা উচ্চেদ কৰাত ব্যৰ্থ হৈছে প্ৰশাসন।ইফালে সাধাৰণ লটাৰী খেলৰ অনুমতি প্ৰদান নকৰা নাজিৰাৰ মহকুমাধিপতিগাৰীকীয়ে এইক্ষেত্ৰত চকু মুদা কুলিৰ ভাও ধৰাত সচেতন মহল ক্ষোভিত হৈ পৰিছে | জুৱা খেলিব নেকি তেন্তে আহক শিৱসাগৰৰ নামতিলৈ | https://www.newsnextone.com/print/7947 |
29603 | ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰক শপত নামা দাখিলৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ জেদ প্লাছ নিৰাপত্তা বাহাল থকাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।যোৱা ৯ জানুৱাৰীৰ নিশা প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীৰ পৰা জেদ প্লাছ নিৰাপত্তা কৰ্তন কৰাৰ পাছতেই ইয়াৰ বিৰোধিতাৰে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকী।বুধবাৰে উচ্চ ন্যায়ালয়ৰ মজিয়াত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীৰ নিৰাপত্তা সম্পৰ্কীয় গোচৰ উত্থাপিত হয় বুলি কংগ্ৰেছৰ এক উচ্চস্তৰীয় সূত্ৰই জানিবলৈ দিয়ে।সুত্ৰটোৱে জনোৱা অনুসৰি ন্যায়ালয়ে বিষয়টোৰ শুনানি নোহোৱা পৰ্যন্ত তৰুণ গগৈৰ জেদ প্লাছ নিৰাপত্তা বাহাল ৰাখিবৰ বাবে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছে।ইয়াৰোপৰি, অহা ১২ ফেব্ৰুৱাৰীৰ দিনা কেন্দ্ৰীয় চৰকাৰক উচ্চ ন্যায়ালয়ত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশনা দিয়া বুলি সদৰী কৰি সুত্ৰটোৱে আমাৰ সাংবাদিকৰ আগত কয়, 'কি কি কাৰণত জেদ প্লাছ কৰ্তন কৰিছে তাৰ কাৰণ অথবা তথ্য কেন্দ্ৰীয় চৰকাৰে উচ্চ ন্যায়ালয়ত জমা দিব লাগিব।' অৱশ্যে কাইলৈহে লিখিত নিৰ্দেশনা প্ৰকাশ পাব যদিও আজি ন্যায়ালয়ে মৌখিকভাৱে এই নিৰ্দেশ দিয়া বুলি সূত্ৰত প্ৰকাশ।উল্লেখযোগ্য যে, যোৱা ১০ জানুৱাৰিত সম্বোধন কৰা এক সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপক প্ৰতিশোধমূলক আখ্যা দিছিল।ইয়াৰ পূৰ্বে যোৱা ২২ ডিচেম্বৰৰ দিনা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পৰাও জেদ প্লাছ নিৰাপত্তা কৰ্তন কৰিছিল কেন্দ্ৰীয় চৰকাৰে।নিৰাপত্তাৰ ভাবুকিৰ মূল্যায়নৰ ভিত্তিত গৃহ মন্ত্ৰ্যালয়ে দেশৰ ভি ভি আই পিসকলৰ বাবে বিভিন্ন নিৰাপত্তা নিৰ্ধাৰণ কৰে।জেদ প্লাছ কেটেগৰিৰ নিৰাপত্তা ব্যৱস্থাৰ অধীনত থকা ব্যক্তিজনৰ সৈতে ৫৫ জন নিৰাপত্তাৰক্ষী থাকে, য'ত ১০জন এন এছ জি কমাণ্ডো | বাহাল থাকিব তৰুণ গগৈৰ জেদ প্লাছ নিৰাপত্তা, কেন্দ্ৰক নিৰ্দেশনা উচ্চ ন্যায়ালয়ৰ | https://assam.nenow.in/former-assam-chief-minister-tarun-gogois-z-security-may-not-be-suspended/ |
29604 | জ্যোতি প্ৰসাদ গগৈ, চেলেংহাট যোৰহাটৰ মৰিয়নী সমষ্টিৰ চেলেংহাটত আজি আদিবাসী ছাত্ৰ সংগঠন, চমুকৈ আছাই বিদ্যুত্ সংযোগৰ দাবীত ধোদৰ আলি অৱৰোধ কৰে।আছাৰ চেলেংহাট শাখাই বৈছাহাবি চাহ বাগিচাৰ অন্তৰ্গত পুৰণা গাঁৱত বিদ্যুত্ সংযোগৰ দাবীত চেলেং-কলিয়াপানীৰ ধোদৰ আলিত পথ অৱৰোধ কাৰ্যসূচী পালন কৰে।প্ৰায় তিনিঘণ্টা ধৰি পথ অৱৰোধৰ ফলত ধোদৰ আলিত অসম-নাগালেণ্ডৰ বহুসংখ্যক যানবাহন আবদ্ধ হৈ পৰে।উল্লেখযোগ্য যে সুদীৰ্ঘ বিছ বছৰে বিদ্যুতৰ পৰা বঞ্চিত হৈ থকা বৈছাহাবি চাহ বাগিচাৰ অন্তৰ্গত বৈছাহাবিৰ পুৰণা গাঁৱত বিদ্যুত্ সংযোগৰ দাবীত আছা তথা স্থানীয় ৰাইজে বিদ্যুত্ বিভাগৰ টীয়ক সংমণ্ডলক বহু আৱেদন-নিৱেদন কৰা সত্ত্বেও চাহ শ্ৰমিকসকলে কোনো সঁহাৰি লাভ নকৰিলে।এইক্ষেত্ৰত বৈছাহাবি চাহ বাগিচা কৰ্তৃপক্ষই এলেকাটোত বিদ্যুত্ যোগানৰ কোনো পদক্ষেপ গ্ৰহণ নকৰাত গাঁওবাসীয়ে বছৰ বছৰ ধৰি অন্ধকাৰৰ সৈতে সহাৱস্থান কৰিব লগা হয়।ইয়াৰ পৰিপ্ৰেক্ষিতত আজি বিদ্যুত্ বিভাগৰ বিৰুদ্ধে অতিষ্ঠ হৈ ধোদৰ আলি অৱৰোধ কৰিবলৈ বাধ্য হয় গাঁওবাসী।পাছত টীয়ক ৰাজহ চক্ৰ বিষয়া ভাস্কৰ ৰাজবংশীৰ হস্তক্ষেপত সাময়িকভাৱে ধোদৰ আলি অবৰোধ কাৰ্যসূচী বাতিল কৰে।ইপিনে আছাৰ চেলেংহাট শাখাৰ সভাপতি ৰিতেশ নায়ক আৰু সম্পাদক শংকৰ কয়াই এক বিবৃতিত এসপ্তাহৰ ভিতৰত বৈছাহাবি পুৰণা গাঁৱত বিদ্যু সংযোগ নিদিলে অধিক জংগী আন্দোলনৰ হুংকাৰ দিয়ে | ২০ বছৰে অন্ধকাৰত ৰাইজঃ চেলেংহাটত ধোদৰ আলি অৱৰোধ | https://janambhumi.in/VFdwSk1VNVVXVDA9/en/VFdwSk1VNVVXVDA9/%E0%A7%A8%E0%A7%A6-%E0%A6%AC%E0%A6%9B%E0%A7%B0%E0%A7%87-%E0%A6%85%E0%A6%A8%E0%A7%8D%E0%A6%A7%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A7%B0%E0%A6%BE%E0%A6%87%E0%A6%9C%E0%A6%83--%E0%A6%9A%E0%A7%87%E0%A6%B2%E0%A7%87%E0%A6%82%E0%A6%B9%E0%A6%BE%E0%A6%9F%E0%A6%A4-%E0%A6%A7%E0%A7%8B%E0%A6%A6%E0%A7%B0-%E0%A6%86%E0%A6%B2%E0%A6%BF-%E0%A6%85%E0%A7%B1%E0%A7%B0%E0%A7%8B%E0%A6%A7.html.html |
29605 | তেজপুৰঃ সাংবাদিক গৌৰি লংকেশ্বৰৰ হত্যকাণ্ডৰ প্ৰতিবাদত আজি শোনিতপুৰ জানেলিষ্ট ইউনিয়ন, তেজপুৰ সাংবাদিক সন্থা আৰু শোনিতপুৰ প্ৰেছ ক্লাৱৰ সদস্য সকলে তেজপুৰ চহৰত প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে।সাংবাদিক গৌৰি লংকেশ্বৰৰ হত্যাকাণ্ডৰ বিচাৰ চি বি আইৰ হাতত অৰ্পন কৰাৰ দাবী উত্থাপন কৰি সাংবাদিক সকলে এক সমদল উলিয়ায়৷ সমদলত অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ কেন্দ্ৰীয় সম্পাদক ৰাজিৱ দাস, সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথৰ লগতে বহু কেইটা সাংবাদিক সংগঠন, জাতীয় সংগঠনৰ নেতা কৰ্মী সকলে কলা বেজ পৰিধান কৰি বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে।সাংবাদিক সকলে এখন স্মাৰক পত্ৰ দেশৰ প্ৰধানমন্ত্ৰীলৈ জিলা উপাযুক্তৰ জৰিয়তে প্ৰেৰণ কৰে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | তেজপুৰত সাংবাদিকৰ প্ৰতিবাদ | https://www.newsnextone.com/protest-against-reporter-killed-rangia/#comments |
29606 | নলবাৰীঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত চেপ্তেম্বৰ মাহত তিনিদিনীয়াকৈ অনুষ্ঠিত হব নৱম বাৰ্ষিক সদৌ অসম ভবেন বৰুৱা শিশু নাট প্ৰতিযোগিতা।নলবাৰী নাট্য মন্দিৰত অনুষ্ঠিত হবলগীয়া ২, ৩, ৪, চেপ্তম্বৰত অসমৰ ভিন্ন প্ৰান্তৰ ২২ টা দলে অংশগ্ৰহণ কৰিব।অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়-ববীয়া সকলৰ উপস্থিতিত ভবেন বৰুৱা শিশু নাট প্ৰতিযোগিতা খনৰ উদ্বোধন কৰিব জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই৷ লগতে উপস্থিত থাকিব।ভবেন বৰুৱা শিশু নাট প্ৰতিযোগিতা খনৰ সমান্তৰালকৈ এইবাৰ নৱম বাৰ্ষিক ভবেন বৰুৱা বটা প্ৰদান কৰা পৰিচালক, নাট্যকাৰ তথা বিশিষ্ট অভিনেতা হেমন্ত দত্তক।এই শিশু নাট প্ৰতিযোগিতা খনত সকলোৰে সহায় সহয়োগিতা কামনা কৰিছে উদ্যোগতা সকলে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | নলবাৰীত সদৌ অসম ভবেন বৰুৱা শিশু নাট প্ৰতিযোগিতা | https://www.newsnextone.com/drama-competition-nalbari |
29607 | পলিমা চেতিয়া বসুমতাৰী, কাজিৰঙাঃ মধ্য কাজিৰঙা গাঁও পঞ্চায়তৰ অধীনত কাজিৰঙাৰ বছাগাঁও নিবাসী তথা বোকাখাত চিকিৎসালয়ৰ মহকুমা স্বাস্থ্য বিষয়া লক্ষী প্ৰসাদ বৰা (৫২) সোমবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়।জানিব পৰা মতে ১৩ এপ্ৰিলত উচ্চ ৰক্তচাপজনিত কাৰণত অসুস্থ হৈ গুৱাহাটীৰ নেম কেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল।আজি সন্ধিয়া প্ৰায় ৬-৩০ বজাত উক্ত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।মৃত্যুৰ সময়ত পিতৃ, মাতৃ, ভাতৃ, ভগ্নীক এৰি থৈ গৈছে।অতি অমায়িক স্বভাৱৰ, সকলোৰে মাজত বৰা ছাৰ হিচাবে পৰিচিত, সকলোকে সম দৃষ্টিৰে চিকিৎসা সেৱা আগবঢ়াই থকা এই সৰবৰাহী চিকিৎসকজনৰ অকাল বিয়োগৰ বাতৰি বিয়পি পৰাত সমগ্ৰ কাজিৰঙা অঞ্চলতেই শোকৰ ছাঁ পৰিছে।চিকিৎসকজনৰ মৃত্যুত কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থা, কহঁৰা ৰূপজ্যোতি সংঘ, কহঁৰা বাৰোৱাৰী শ্মশান পৰিচালনা সমিতি, কাজিৰঙা বেংগলী উন্নয়ন সমাজ, কাজিৰঙা কেন্দ্ৰীয় বিহু সমিতি, কহঁৰা বসন্ত উৎসৱ উদযাপন সমিতি, কাজিৰঙা কাক গোসাঁনী থান পৰিচালনা সমিতি, কহঁৰা বজাৰ সমিতি, কহঁৰা আদৰ্শ চিকিৎসায় পৰিচালনা সমিতি আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক পালন কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | কাজিৰঙাৰ চিকিৎসক লক্ষী প্ৰসাদ বৰাৰ অকাল মৃত্যু | https://www.newsnextone.com/kaziranga-lakhi-prashad-bara-dead/#comments |
29608 | বোকাজানঃ অৱশেষত মৰাণৰ পৰা অপহৰণ কৰা তুলসী প্ৰসাদ বেৰীয়াক উদ্ধাৰ কৰিবলৈ সক্ষম হয় অসম আৰক্ষী৷ অসম-নগালেণ্ড সীমান্তৰ কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত চিলনীজানত বৰপথাৰ আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে তুলসী প্ৰসাদ বেৰীয়াক।আৰক্ষীৰ এটা বৃহৎ দলে কেইবাঘণ্টা ধৰি চলোৱা অভিযানত তুলসী প্ৰসাদ বেৰীয়াক কাৰ্বি আংলং জিলাৰ অসম-নগালেণ্ড সীমান্তৰ চিলনীজানত এৰি পলায়ন কৰে অপহৰণকাৰীয়ে।সম্পূৰ্ণ সুস্থ অৱস্থাত উদ্ধাৰ হয় বেৰীয়া।নগা দুৰ্বৃত্তই অপহৰণ কৰাৰ সন্দেহ।অপহৰণকাৰীৰ সন্ধানত বৰপথাৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | অসম-নাগালেণ্ড সীমান্তৰ চিলনীজানত তুলসী প্ৰসাদ বেৰীয়াক উদ্ধাৰ | https://www.newsnextone.com/recovered-tulsi-prasad-beriya/#comments |
29609 | আজিৰ পৰা আৰম্ভ হোৱা ২৫ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় মহিলা ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী খেলত ৰে'লৱে মিজোৰামক ৪-০ গলৰ ব্যৱধানত পৰাস্ত কৰে।খেলৰ প্রথমাৰ্ধত ৰে'লৱেৰ য়ুমনাম কমলা দেৱীয়ে প্ৰথমটো গ'ল দিয়াৰ বিপৰীতে দ্বিতীয়াৰ্ধত তেওঁ আন তিনিটা গ'ল দিয়ে।অৰুণাচল প্ৰদেশৰ পাচিঘাট ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাখন অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডু, কেন্দ্ৰীয় খেল আৰু যুৱ কল্যাণ মন্ত্ৰী কিৰেণ ৰিজিজুৰ উপস্থিতিত উদ্বোধন কৰা হয়।উদ্বোধনী অনুষ্ঠানত ভাষণ দি পেমা খাণ্ডুই ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিব পৰাটো ৰাজ্যখনৰ বাবে গৌৰৱৰ বিষয় হিচাপে অভিহিত কৰে।প্ৰতিযোগিতাখনৰ আৰম্ভণি দিনটোত অসম, অন্ধ্ৰপ্ৰদেশ, হাৰিয়ানা, মধ্যপ্ৰদেশ, বিহাৰ, ৰে'লৱে আৰু কৰ্ণাটককে ধৰি মুঠ আঠটা দলে খেলত অংশগ্ৰহণ কৰে।অসমে আৰু অন্ধ্ৰপ্ৰদেশৰ মাজত অনুষ্ঠিত হোৱা খেলখনত অসমে অন্ধ্ৰপ্ৰদেশক ৯-০ গ'লৰ বিশাল ব্যৱধানত পৰাস্ত কৰে।অসমৰ উজ্জীৱিত খেলৰ সন্মুখত অন্ধ্ৰপ্ৰদেশৰ দলটোৱে কোনোধৰণৰ প্ৰতিৰোধ গঢ়িবলৈ সক্ষম নহ'ল।আনহাতে, মধ্যপ্ৰদেশে হাৰিয়ানাক ২-১ গ'লৰ ব্যৱধানত, বিহাৰে কৰ্ণাটকক ৩-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাখনত প্ৰত্যয়জনক আৰম্ভণি কৰে।প্ৰতিযোগিতাখনত ঘৰুৱা দল অৰুণাচল প্ৰদেশে ১২ ছেপ্টেম্বৰত অভিযানৰ আৰম্ভণি কৰিব।উল্লেখযোগ্য যে, সমগ্ৰ দেশৰ মুঠ ৩০ টা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখন ১৫ দিনৰ বাবে চলিব।১৫ দিনৰ বাবে চলিবলগীয়া প্ৰতিযোগিতাখনত আঠটা গ্ৰুপত বিভক্ত মুঠ ৩০ টা দলে খিতাপ দখলৰ বাবে চেষ্টা কৰিব | অসমৰ হাতত ৯-০ গ'লৰ বিশাল ব্যৱধানত পৰাস্ত অন্ধ্ৰপ্ৰদেশ | https://assam.nenow.in/assam-defeated-andhra-pradesh-in-25th-senior-national-womens-national-football-tournament/ |
29610 | অসম বিধানসভাৰ নিয়োগ পৰ্যালোচনা সমিতিয়ে সকলোবোৰ কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত ৮০ শতাংশ স্থানীয় যুৱক-যুৱতীক নিযুক্তি দিয়াৰ বাবে এক ৰাজ্যিক নীতি প্ৰস্তুত কৰাৰ পৰামৰ্শ আগবঢ়াইছে।উল্লেখযোগ্য যে যোৱা বছৰ সদন সমিতিখন গঠন কৰা হৈছিল।বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াই বিধানসভাৰ অধ্যক্ষৰ হাতত এখন আবেদন দাখিল কৰিছিল।আবেদনখনত শইকীয়াই অভিযোগ কৰিছিল যে তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ অসম সম্পদে বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে সংৰক্ষিত ২২ টা পদৰ নিযুক্তি প্ৰক্ৰিয়াৰ সময়ত স্থানীয় যোগ্য প্ৰাৰ্থীক নিযুক্তি দিবলৈ অস্বীকাৰ কৰিছে।বুধবাৰে সদনত দাখিল কৰা প্ৰতিবেদনত সমিতিয়ে প্ৰকাশ কৰিছে যে শইকীয়াৰ অভিযোগৰ এক গভীৰ আৰু চৰজমিন অনুসন্ধানৰ পিছত দেখা পোৱা গৈছে যে অ'এনজিচিৰ অসম সম্পদে নিযুক্তি প্ৰক্ৰিয়া নিয়োগ বিনিময় আইন, ১৯৫৯'ৰ (খালীপদৰ জাননী বাধ্যতামূলক) নিয়ম ৪ ৰ ব্যৱস্থা অনুসৰি গ্ৰহণ কৰা নাই।সমিতিয়ে পৰামৰ্শ আগবঢ়াইছে যে অ'এনজিচি আৰু আন কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহে গুজৰাট চৰকাৰৰ দৰে এক নীতি অনুসৰণ কৰা উচিত আৰু স্থানীয় নিবনুৱা যুবক-যুৱতীৰ বাবে ৮০ শতাংশ পদ সংৰক্ষণ কৰিব লাগে।অ'এনজিচিৰ এক সূত্ৰৰ মতে তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়াটো ৰাষ্ট্ৰীয় নিযুক্তি নীতিৰ দ্বাৰা পৰিচালিত।এইক্ষেত্ৰত বিশদ প্ৰতিবেদন লাভ কৰাৰ পিছত তেওঁলোকে বিষয়টো চালি জাৰি চাব।সুদীৰ্ঘ দিন ধৰি অসমৰ জাতীয় দল-সংগঠনসমূহে নিযুক্তিৰ ক্ষেত্ৰত থলুৱাৰ বাবে সংৰক্ষণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যদিও কোনো সুফল পোৱা নাই।এতিয়া সদন সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত সংৰক্ষণৰ বিষয়টো যদি নিষ্পত্তি হৈ যায় তেতিয়াহ'লে অসমৰ নিবনুৱা যুৱক-যুৱতীৰ বাবে এটা ভাল খবৰ হ'ব বুলি আশা কৰিব পাৰি | চাকৰিত ৮০ শতাংশ স্থানীয় যুৱক-যুৱতীক নিযুক্তিৰ পৰামৰ্শ সদন সমিতিৰ | https://assam.nenow.in/%e0%a6%85%e0%a6%b8%e0%a6%ae%e0%a6%a4-%e0%a7%b0%e0%a6%be%e0%a6%9c%e0%a6%b9%e0%a7%81%e0%a7%b1%e0%a6%be-%e0%a6%96%e0%a6%a3%e0%a7%8d%e0%a6%a1%e0%a7%b0-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%a4%e0%a6%bf/ |
29611 | জাজৰিঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ হাতীচোং আঞ্চলিক ছাত্র সন্থা আৰু নগাঁও সদৰ আঞ্চলিক কৰ্মচৰী পৰিষদে শুকুৰবাৰে জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত প্ৰেৰণাৰ দিন উদযাপন কৰে৷ জাতীয় শ্বহীদসকলৰ আত্মবলিদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ লগতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণত নিয়োজিত বিষয়া কৰ্মচাৰীৰ সু-স্বাস্থ্য, নিৰাপত্তা কামনাৰে উৎসাহ জনাই প্ৰেৰণাৰ দিন উদযাপন জৰিয়তে।জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ্বহীদ বেদীত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পন কৰে সদৌ নগাঁও জিলা ছাত্র সন্থাৰ সভাপতি অভিজিৎ দাস আৰু বিদ্যালয় খনৰ অধ্যক্ষ মঞ্জুল কটকীয়ে।অনুষ্ঠানত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্রী, কৰ্মচাৰী, ছাত্র-ছাত্রীসকলৰ লগতে প্ৰাক্তন ছাত্রনেতা ফনি বৰা, ৰাহুল দেৱ বৰদলৈ, মহকুমা ছাত্র সন্থাৰ শিক্ষা সম্পাদক হিৰণ্য জ্যোতি বৰা, নিপন শৰ্মা আদিয়ে উপস্থিত থাকে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | জাজৰিত হাতীচোং আছুৰ উদ্যোগত প্ৰেৰণাৰ দিন উদযাপন | https://www.newsnextone.com/preeronar-day-celebrate-hatisong-aasu/#comments |
29612 | গুৱাহাটীঃ মুখ্যমন্ত্ৰী সোণোৱালৰ লগতে কামাখ্যা মন্দিৰ দর্শন কৰিলে বটদ্ৰৱা সমষ্টিৰ বিধায়ীকা আঙুৰলতা ডেকা, ৰাজ্যপাল জগদীশ মুখী আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ যোৱা তিনিদিন ধৰি কামাখ্যাৰ মূল দ্বাৰ বন্ধ থকাৰ বাবে পুৱাই বিধায়িকা আৰু মন্ত্ৰী উপস্থিত হয় মন্দিৰত৷ মন্দিৰ দর্শন কৰি বিধায়িকা গৰাকীয়ে কামাখ্যাৰ সাধক বাবা কালিদাসক সান্নিধ্য লাভ কৰে।কামাখ্যা দেৱীৰ আশীষ বিচাৰি মন্দিৰত উপস্থিত হয় ৰাজ্যপাল জগদীশ মুখী।ৰাজ্যপাল গৰাকীয়ে কামাখ্যা দেৱীক সেৱা আগবঢ়াই কয় যে মা কামাখ্যাৰ আৰ্শীবাদেৰে দ্ৰুত গতিত অসমৰ বিকাশ হওঁক।ইফালে, ৰাজ্য বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কামাখ্যা দেৱীক সেৱা আগবঢ়াই শীঘ্ৰেই কামাখ্যা মন্দিৰলৈ যোৱা দ্বিতীয়তো বাট সম্পূৰ্ণ হ'ব বুলি ঘোষণা কৰে।লগতে অসমৰ ১০০০ টা এশবছৰীয়া পুৰণি আধ্যাত্মিক অনুষ্ঠানলৈ আগন্তক তিনি মাহত মুকলি কৰি দিয়া হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে৷ আনহাতে বিগত বছৰ সমূহৰ দৰে এইবাৰো অসম পৰ্যটন নিগমে অম্বুবাচীৰ সময়ছোৱাত ভক্ত সকলৰ বাবে গ্ৰহণ কৰিছিল বিশেষ ব্যৱস্থা।সেই অনুসৰি আজি ২৬ আৰু ২৭ জুনত ৫০১ টকা মূল্য বিশেষ টিকটৰ ব্যৱস্থা বন্ধ থাকিব।ইয়াৰ উপৰিও সেনাবাহিনী বাবে থকা ৫০ টকাৰ মূল্য টিকটৰ ব্যৱস্থা অহা ৩০ জুনলৈকে বন্ধ থাকিব।এই সময়ছোৱাত সকলো লোকে সাধাৰণ ব্যক্তিৰ দৰে মন্দিৰ দর্শনলৈ যাব লাগিব।পৰ্যটন বিত্ত নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই অম্বুবাচী শান্তিপূৰ্ণভাৱে সমাপ্ত কৰাত সকলো বিভাগৰ সহায় সহযোগিতাৰ বাবে ধন্যবাদ জনায়।লগতে স্কাউড গাইড সদস্য সকলেও শান্তি শৃংখলা বজাই ৰখাৰ পদক্ষেপৰ বাবে ধন্যবাদ জনাই অধ্যক্ষ বৰুৱাই।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | কামাখ্যা মন্দিৰ দৰ্শন কৰিলে বটদ্ৰৱাৰ বিধায়িকা, ৰাজ্যপাল তথা বিত্তমন্ত্ৰীয়ে | https://www.newsnextone.com/ghy-kamakhya-temple-visit-ministers |
29613 | পাথৰিঘাট: দেশৰে নহয়, বিশ্বৰে অন্যতম আগশাৰীৰ পৰমাণু গৱেষণা কেন্দ্ৰ ভাবা পৰমাণু গৱেষণা কেন্দ্ৰত গৱেষণাৰ সুযোগ লাভ কৰিছে মঙলদৈৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে।এই মেধাৱী ছাত্ৰীগৰাকী হ'ল মঙলদৈ চহৰৰ শান্তিপুৰৰ নিবাসী তথা গৰুগাড়ী আৰু ম'হৰ গাড়ীৰ চকা নিৰ্মাতা ব্যৱসায়ী শিৱ চন্দ্ৰ শমাৰ প্ৰথমা কন্যা দীপা শৰ্মা।দীপাই সম্প্ৰতি গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সহযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ত 'ৰেডিঅ'লজিকেল ফিজিক্স' বিষয়ত স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন কৰি আছে।অহা ১ জুলাইত মুম্বাইৰ ভাবা পৰমাণু গৱেষণা কেন্দ্ৰলৈ দুমাহৰ গৱেষণাৰ বাবে দীপাই উৰা মাৰিব।তাত তেওঁ নিউক্লিয়াৰ ডিটেক্টৰ বিষয়ত গৱেষণা কৰিব।ইয়াক লৈ মেধাৱী ছাত্ৰীগৰাকী দীপাৰ আথিক সংকটৰ সন্মুখীন হৈছে।সেয়েহে তেওঁ মঙলদৈৰ কেইবাগৰাকী ব্যক্তিৰ সৈতে যোগাযোগ কৰি ধন সংগ্ৰহত ব্ৰতী হৈছে।এই ক্ষেত্ৰত ছাত্ৰীগৰাকীলৈ ইতিবাচক সঁহাৰি আগবঢ়াইছে ক্ৰমে বিশিষ্ট চিকিৎসক তথা সাহিত্যিক ডাঃ ৰমাকান্ত বৰা, স্বেচ্ছাসেৱী অনুষ্ঠান ক্ৰিষ্টেল ভিজন, সমাজকৰ্মী শেখৰ মজুমদাৰ, নয়নমণি শমা আৰু ময়ূখ গোস্বামীয়ে।দীপা হৈছে ভাবা পৰমাণু কেন্দ্ৰৰ পৰা এনে আমন্ত্ৰণ লাভ কৰা উত্তৰ -পূবৰ প্ৰথম গৰাকী ছাত্ৰী।উল্লেখ্য যে দীপাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত চাৰিটা বিষয়ত লেটাৰ নম্বৰ সহ ৮০.২ শতাংশ , উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত তিনিটা বিষয়ত লেটাৰ সহ ৭০ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱাৰ পাছত মঙলদৈ মহাবিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞান বিষয়ত ৭০ শতাংশ নম্বৰসহ স্নাতক ডিগ্ৰী লাভ কৰে।আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | ভাবা পৰমাণু কেন্দ্ৰলৈ আমন্ত্ৰিত মঙলদৈৰ দীপা | https://www.newsnextone.com/deepa-gets-chance-for-research-at-BARC/#comments |
29614 | নগাঁওঃ নগাঁও চহৰত শুকুৰবাৰে ব্যতিক্ৰমীৰূপত অনুষ্ঠিত কৰা হয় এক বিশেষ কবিতাৰ অনুষ্ঠান৷ বিগত সময়ৰ দৰে এইবাৰো কবিতাৰ সম্ৰাট নৱকান্ত বৰুৱাৰ ওপজা দিনটো 'কবিতাৰ দিন' হিচাপে পালন কৰে অকণি সাহিত্য সভাই৷ প্ৰথিতযশা কবি নৱকান্ত বৰুৱাই ওমলি-জামলি সোণালী শৈশৱ পাৰ কৰা নগাঁও চহৰৰ বৰবজাৰস্থিত পুৰণি ভেটিৰ চোতালতে বহি বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হোৱা নবীন-প্ৰবীন কবিসকলে কবিতাৰ সম্ৰাট গৰাকীক স্মৰণ কৰে৷ শিল্পী আতিকুৰ ৰহমানৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই মনোগ্ৰাহী অনুষ্ঠানত কবিসকলে পাঠ কৰা কবিতাৰ ধ্বনিৰে মুখৰিত হৈ পৰে কবিতাৰ সম্ৰাটৰ চোতাল ৷ সাংবাদিক প্ৰাঞ্জল বৰদলৈ আৰু কবি ৰাকেশধীৰ মেধীয়ে আঁত ধৰা ব্যতিক্ৰমী অনুষ্ঠানটোত কুমকুম বৰা আৰু জিমনী শইকীয়াকে ধৰি কেইবাগৰাকী শিল্পীয়ে গীত পৰিবেশন কৰি অনুষ্ঠানৰ সৌষ্ঠব্য বৃদ্ধি কৰে৷ অনুষ্ঠানতে জগত সভালৈ যাব বিচৰা দহ গৰাকী কবিক 'কবিতাৰ দিন'ৰ সন্মান যাঁচে অকণি সাহিত্য সভাই৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | নগাঁৱত 'কবিতাৰ দিন' অনুষ্ঠানেৰে নৱকান্ত বৰুৱাক স্মৰণ | https://www.newsnextone.com/kobitar-din-nagaon |
29615 | ডিজিটেল ডেস্কঃ সমগ্ৰ দেশবাসীৰ দৃষ্টি এতিয়া কৰ্ণাটকৰ ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত৷ শনিবাৰৰ দিনটোত কোনে জয়ী হ'ব কোনে পৰাজয় বৰণ কৰিব সেই খবৰ লবলৈ দেশবাসীয়ে কৰ্ণাটকৰ দিশে দৃষ্টি নিক্ষেপ কৰা পৰিলক্ষিত হৈছে৷ সংবাদমাধ্যম, ছচিয়েল মিডিয়াত কৰ্ণাটকৰ আস্থা ভোটক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে৷ শনিবাৰে বিয়লি ৪ বজাত আস্থা ভোট অনুষ্ঠিত হ'ব কৰ্ণাটকত৷ তাৰ পুৰ্বে উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হয় বিধান সভাৰ অধ্যক্ষ নিযুক্তিক লৈ শুনানি৷ শুনানি অনুষ্ঠিত কৰি দেশৰ শীৰ্ষ আদালতে ঐতিহাসিক ৰায় প্ৰদান কৰে৷ শুনানিত কংগ্ৰেছৰ অধিবক্তা কপিল চিব্বালে দাবী কৰি কয় যে বিশ্বব্যাপী সাধাৰণতে প্ৰবীণ বিধায়কক প্ৰোটেম অধ্যক্ষ হিচাপে নিয়োগ কৰা হয়৷ কিন্তু কৰ্ণাটকৰ ৰাজ্যপালে এগৰাকী নতুন বিধায়কক অধ্যক্ষ হিচাপে নিয়োগ কৰি ভাল কাম কৰা নাই৷ কিন্তু আদালতে এই যুক্তি খাৰিজ কৰি নতুন বিধায়কক অধ্যক্ষ নিযুক্তি কৰাৰ উদাহৰণ থকা বুলি কয় আদালতে৷ আদালতে কয় যে আদালতে প্ৰটেম অধ্যক্ষ নিয়োগ কৰিব নোৱাৰে৷ এগৰাকী ৰাজ্যপালক আদালতে নিৰ্দেশ দিব নোৱাৰে বুলি কয়৷ এয়া বেআইনী হ'ব৷ আনহাতে আদালতত উপস্থিত থকা ৰাজ্যপালৰ দিশৰ অধিবক্তা তুষাৰ মেহতাই আস্থা ভোটৰ স্বচ্ছতা বৰ্তাই ৰাখিবলৈ লাইভ ভিডিঅ' ৰেকৰ্ডিং কৰা হ'ব বুলি কয় আদালতক৷ আদালতে প্ৰতিটো নিউজ চেনেলক আস্থা ভোটৰ লাইভ দেখুৱাৰ বাবে সুবিধা দিয়াৰ নিৰ্দেশ দিয়ে৷ ১১টাৰ পৰা বিধান সভাৰ অধিবেশন আৰম্ভ হ'য় আৰু নিউজ চেনেলে লাইভ দেখুৱাব পাৰিব৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | লাইভ ভোটদান ,উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায় | https://www.newsnextone.com/sc-order-live-streaming-of-karnataka-floor-test/#comments |
29616 | জ এ.এছ.এন. প্ৰতিনিধি / 2019 বাহাৰঘাটৰ পৰা নৰেন শৰ্মা: সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত বৰভাগ আঞ্চলিক ছাত্র সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত দেওবাৰে এটা চাইকেল ৰেলীৰ কাৰ্যসূচী ৰূপায়ণ কৰে।বৰভাগৰ ৰণাকুছিস্থিত শ্বহীদ ভৱনৰ পৰা আৰম্ভ কৰা চাইকেল সমদলত শতাধিক আছু কৰ্মীয়ে অংশ গ্ৰহণ কৰি 'কেব'ৰ বিৰুদ্ধে 'নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ মানি নলও', 'বিজেপি চৰকাৰ হায় হায়' আদি ভিন্ন শ্লোগানৰ প্লে'কাৰ্ড লৈ ৰাজপথ উত্তাল কৰে।সমদলৰ আৰম্ভণিতে নলবাৰী জিলা ছাত্র সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্তই তেওঁৰ বক্তব্যত 'কেব'ক অসাংবিধানিক আৰু খিলঞ্জীয়া বিৰোধী আখ্যা দিয়ে।কমাৰকুছিত অন্ত পৰা চাইকেল ৰেলীত বৰভাগ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি ব্ৰজেন কলিতাই 'কেব' বাতিল নোহোৱা পৰ্য্যন্ত এই সংগ্ৰাম চলি থাকিব বুলি বক্তব্য আগবঢ়ায় | বৰভাগত 'কেব' বাতিলৰ দাবীত 'আছু'ৰ চাইকেল ৰেলী | https://www.newsasn.com/node/10421 |
29617 | গুৱাহাটীঃ বুধবাৰে পুৱাই লাজত পৰিল মুখ্যমন্ত্ৰী সোণোৱাল।চৰকাৰৰ লগতে বি জে পিয়ে ৰাজ্যত উন্নয়ন হোৱা বুলি ছ'চিয়েল মিডিয়াকে ধৰি বিভিন্ন মাধ্যমত জয়ঢোল বজাই থকাৰ সময়তে উন্নয়নৰ ফোপোলা স্বৰূপ আজি প্ৰকট হৈ পৰিল।খোদ মুখ্যমন্ত্ৰীৰ সভাতে বিদ্যুৎ সৰবৰাহ বন্ধ হৈ গ'ল।গুৱাহাটীৰ গনেশগুৰিত নতুন উৰণীয়া সেঁতুৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণিৰ মাংগলিক অনুষ্ঠানৰ মাজতে লাগিল অথন্তৰ।তেতিয়া ভাষণ দি আছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।এনেতে মাইক বন্ধ, লাইট নুমাই গ'ল।সেই গ'ল যে গ'লেই।মাইক নোহোৱাকৈয়ে হিমন্ত বিশ্ব শৰ্মাই সামৰিলে ভাষণ।নাই, কাৰেণ্ট অহাৰ নাম-গোন্ধেই নাই।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভাষণো শেষ হ'ল।পিছে নাহিল কাৰেণ্ট।ৰাইজে বু বু-বা বা কৰা দেখা গ'ল, মুখ্যমন্ত্ৰীৰ সভাতেই যদি তপন গগৈৰ বিভাগটোৰ এই অৱস্থা হয়, বাকী থাকিলেই বা কি! আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | লাজত পৰিল মুখ্যমন্ত্ৰী সোণোৱাল... কেনেকৈ | https://www.newsnextone.com/cm-in%20shame-how/#comments |
29618 | মণিপুৰৰ যাতায়াত ব্যৱস্থাত এক নতুন সংযোজন।এয়াৰ ইণ্ডিয়া ই যোৱা ২ জানুৱাৰিৰ পৰা ইম্ফল-দিল্লীৰ মাজত আৰম্ভ কৰা বিমান সেৱাৰ পাছত জেট এয়াৱেজেও আৰম্ভ কৰিলে প্ৰত্যক্ষ বিমান সেৱা।যোৱা দেওবাৰৰ পৰা ইম্ফল আৰু দিল্লীৰ মাজত জেট এয়াৰৱেজে নতুন বিমান সেৱা আৰম্ভ কৰা বুলি সোমবাৰে বিমান কৰ্তৃপক্ষই আনুষ্ঠানিকভাবে সদৰী কৰে।'ইম্ফল আৰু দিল্লীৰ মাজত জেট এয়াৱেজৰ বিমান সেৱা সপ্তাহত চাৰিদিনকৈ চলিব।সপ্তাহটোৰ মঙলবাৰ, বৃহস্পতিবাৰ, শণিবাৰ আৰু দেওবাৰে এই বিমান সেৱা চলিব' বুলি এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰে বিমানবন্দৰ সঞ্চালক এছকে পানীগ্ৰাহীয়ে।উল্লেখ্য যে যাত্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখিয়েই যোৱা ২ জানুৱাৰিৰ পৰা এয়াৰ ইণ্ডিয়াই ধাৰাবাহিকভাবে সপ্তাহৰ মঙলবাৰ আৰু দেওবাৰে ইম্ফল আৰু দিল্লীৰ মাজত বিমান সেৱা চলাই আছে।এয়াৰ ইণ্ডিয়াৰ এই নতুন সংযোজনৰ ফলত মণিপুৰৰ যাত্ৰীসকল যথেষ্ট লাভান্বিত হোৱা বুলি জানিব পৰা গৈছে।কিয়নো ইয়াৰ আগতে ইম্ফলৰ পৰা দিল্লীলৈ ভ্ৰমণ কৰিবলৈ হ'লে প্ৰথমতে গুৱাহাটীত ৰব লগীয়া হৈছিল বা দিল্লীৰ পৰা আহিলে গুৱহাটীত বিমান ৰৈছিল।কিন্তু এতিয়া প্ৰত্যক্ষ সেৱা আগবঢ়োৱা বাবে এই অসুবিধাসমূহ দূৰ হোৱা পৰিলক্ষিত হৈছে।যাৰ বাবে যাত্ৰীসকলৰ প্ৰায় এঘণ্টা সময় ৰাহি হোৱা বুলি বিমান কৰ্তৃপক্ষই জানিবলৈ দিয়ে।মণিপুৰৰ পৰিবহন ব্যৱস্থাৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে সকলো প্ৰকাৰৰ চেষ্টা অব্যাহত ৰখাৰ উপৰি বিমান পৰিবহন ব্যৱস্থাৰ সম্প্ৰসাৰণৰ বাবেও এয়াৰ এছিয়াৰ লগতে ভাৰতীয় বিমান কৰ্তৃপক্ষৰ লগতো বিভিন্ন সময়ত আলোচনা সম্পন্ন কৰিছিল।আৰু ইয়াৰ পৰিণতিতে এয়াৰ এছিয়াই এপ্ৰিলৰ প্ৰথম সপ্তাহৰ পৰা ইম্ফল আৰু নতুন দিল্লীৰ মাজত বিমান সেৱা আৰম্ভ কৰাৰ পূৰ্ণ আশ্বাস প্ৰদান কৰিছে।মনকৰিবলগীয়া যে ইম্ফল আৰু দিল্লীৰ মাজত ইয়াৰ আগতে সপ্তাহত মাত্ৰ এখন বিমান চলিছিল যদিও এতিয়া এদিনত ৮ৰ পৰা ১০খন বিমান চলাচল কৰে | ইম্ফল আৰু দিল্লীৰ মাজত জেট এয়াৰৱেজে আৰম্ভ কৰিলে প্ৰত্যক্ষ বিমান সেৱা | https://assam.nenow.in/%e0%a6%87%e0%a6%ae%e0%a7%8d%e0%a6%ab%e0%a6%b2-%e0%a6%86%e0%a7%b0%e0%a7%81-%e0%a6%a6%e0%a6%bf%e0%a6%b2%e0%a7%8d%e0%a6%b2%e0%a7%80%e0%a7%b0-%e0%a6%ae%e0%a6%be%e0%a6%9c%e0%a6%a4-%e0%a6%9c%e0%a7%87/ |
29619 | গৌৰীসাগৰঃ পুৰাতত্ত্ব বিভাগৰ দুৰ্নীতিৰ তদন্ত কৰিব চৰকাৰে৷ দল-সংগঠনে শিৱসাগৰ জিলাত পুৰাতত্ত্ব বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে ব্যাপক দুৰ্নীতি সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰি থকাৰ মাজতে তদন্তকাৰী এটি দল শিৱসাগৰত উপস্থিত হয়৷ ৬০০ বছৰীয়া আহোম ৰাজত্বৰ সোণালী ইতিহাসৰ স্মৃতি ৰক্ষাৰ বাবে চৰকাৰে আৱন্টন দিয়া টকাৰ ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ থকাৰ মাজতে চৰকাৰে তদন্ত কৰিব দুৰ্নীতি সন্দৰ্ভত৷ ঐতিহাসিক নগৰী শিৱসাগৰত আজি কেন্দ্রীয় পুৰাতত্ত্ব বিভাগৰ চৰম অনিয়মৰ তদন্ত কাৰাৰ বাবে এটা দল উপস্থিত হয় শিৱসাগৰত৷ কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ চাৰিজনীয়া এটি দল আৰ চি চৌধুৰী নামৰ বিষয়াগৰাকীৰ নেতৃত্বত শিৱসাগৰত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷ ২০১৩-২০১৪ চনত চৰকাৰে আৱন্টন দিয়া পুঁজিৰে নিৰ্মিত আঁচনি সমূহ তন্ন-তন্নকৈ পৰীক্ষা কৰে৷ আহোম ৰাজত্ব কালৰ ৰাজধানী চহৰ খনৰ কৃতীচিহ্ন সমূহ ৰক্ষাৰ বাবে শ শ কোটি টকা চৰকাৰে আৱন্টন দিয়ে যদিও এই টকাৰে কাম নকৰি একাংশ বিষয়াই ৰাজভোগ কৰি অহাৰ অভিযোগ উত্থাপন কৰে৷ বিভিন্ন দল-সংগঠনে ইতিহাসৰ সোণালী স্মৃতি বিজড়িত সম্পদক লৈ হেতালি খেলা পুৰাতত্ত্ব বিভাগৰ বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ দাবী জনায়৷ যোৱা ২০ তাৰিখৰ পৰা বাহৰ পাতি থকা তদন্তকাৰী দলটোৱে আজি বিষ্ণু দল, পৰ্য্যটনৰ অন্যতম অকৰ্ষণৰ কেন্দ্রবিন্দু ৰংঘৰ, তলাতল ঘৰ, কাৰেংঘৰ, দ'ল দেৱালয় আদি পৰিদৰ্শন কৰি চৰকাৰে দিয়া টকাৰ সঠিক ব্যৱহাৰ হৈছে নে নাই তদন্ত আৰম্ভ কৰিছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ।সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক।আমাৰ বেংক একাউণ্ট নম্বৰঃ 50200046365374,।প্ৰযুক্তি সকাহ! এতিয়াই ফেচবুকৰ সৈতে আধাৰ নম্বৰ লিংক নকৰে কেন্দ্ৰই 06, 2020 এছএমএছ-ইণ্টাৰনেটৰ নামত ১ জানুৱাৰীৰ দিনটোতো কাশ্মীৰবাসীক প্ৰতাৰণা 01, 2020 14, 2019 ৰাজনীতি মিছন-১০০ৰ লক্ষ্য লোৱা বিজেপিক ভেটিব পাৰিবনে কাৰাবন্দী অখিল গগৈয়ে | শিৱসাগৰত দুৰ্নীতিৰ তদন্তৰ বাবে চাৰিজনীয়া দল | https://www.newsnextone.com/centrel-team-at-sivsagar |
29620 | বিষয় নির্বাচন কমিশন বাংলার নির্বাচন ২০১৬ : প্রথম দফার দ্বিতীয় পর্যায়ের ভোটগ্রহণ নিয়ে কিছু তথ্য 5, 2016, 13:22 ভোট অবাধ ও শান্তিপূর্ণ, বিরোধীদের অভিযোগ উড়িয়ে জানাল নির্বাচন কমিশন 4, 2016, 20:56 প্রথম দফার ভোট শেষে যা প্রতিক্রিয়া দিলেন রাজনৈতিক ব্যক্তিত্বরা 4, 2016, 19:51 বাংলার ১ম দফার ভোট : ১৩৩ ভোট প্রার্থীর সম্পত্তির হাল হকিকত 4, 2016, 11:50 প্রথম দফার প্রথম পর্যায় শেষ : তিন জেলায় গড়ে ভোট পড়ল ৮০% 4, 2016, 07:08 বিধানসভা নির্বাচন ২০১৬ : আজ সম্পূর্ণ প্রার্থী তালিকা প্রকাশ করবে বিজেপি 17, 2016, 11:29 বিধানসভা ভোট : বিরোধীদের অভিযোগ শুনে সব জেলার জন্য পর্যবেক্ষক নিয়োগ কমিশনের 17, 2016, 09:44 সরকারি পোস্টার-ব্যানার সরিয়ে নেওয়ার কড়া নির্দেশ কমিশনের 15, 2016, 09:36 নির্বাচন ২০১৬: একঝলকে বীরভূমে রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 19:34 নির্বাচন ২০১৬: একঝলকে বর্ধমান রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 18:57 নির্বাচন ২০১৬: একঝলকে বাঁকুড়ায় রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 18:17 নির্বাচন ২০১৬: একঝলকে পুরুলিয়ার রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 17:56 নির্বাচন ২০১৬: একঝলকে পশ্চিম মেদিনীপুরের রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 15:13 নির্বাচন ২০১৬: একঝলকে পূর্ব মেদিনীপুরে রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 14:39 নির্বাচন ২০১৬: একঝলকে হুগলিতে রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 13:16 নির্বাচন ২০১৬: একঝলকে হাওড়ায় রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 12:29 নির্বাচন ২০১৬: একঝলকে কলকাতায় রাজনৈতিক দলগুলির প্রার্থী তালিকা 11, 2016, 18:53 নির্বাচন ২০১৬: একঝলকে দক্ষিণ ২৪ পরগনায় রাজনৈতিক দলগুলির প্রার্থী তালিকা 11, 2016, 17:53 নির্বাচন ২০১৬: একঝলকে উত্তর ২৪ পরগনায় রাজনৈতিক দলগুলির প্রার্থী তালিকা | নির্বাচন কমিশন: Latest নির্বাচন কমিশন | https://bengali.oneindia.com/topic/%E0%A6%A8%E0%A6%BF%E0%A6%B0%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%9A%E0%A6%A8-%E0%A6%95%E0%A6%AE%E0%A6%BF%E0%A6%B6%E0%A6%A8/?page-no=29 |
29621 | লাহোরে আত্মঘাতী বিস্ফোরণ, মৃত ৪, আহত বেশ কয়েকজন 5, 2017, 12:08 পাকিস্তানের উত্তর-পশ্চিমে আত্মঘাতী বিস্ফোরণে হত ২২, আহত অন্তত ৫০ জন 31, 2017, 16:49 পাকিস্তানে আদালত চত্বরে পরপর আত্মঘাতী বিস্ফোরণ, নিহত ৪ , আহত ১২ 21, 2017, 13:54 পাকিস্তানে দরগায় আত্মঘাতী বিস্ফোরণ, হত অন্তত ১০০, দায় স্বীকার আইএসের 16, 2017, 22:38 পাকিস্তানের হাসপাতালে বিস্ফোরণে মৃত অন্তত ৬৫, আহত একশোরও বেশি 8, 2016, 11:22 কাবুলে বিক্ষোভ মিছিলে জোড়া বিস্ফোরণ, মৃত অন্তত ৮০, আহত ২৩১ জনের বেশি 23, 2016, 16:48 কাবুলে চলন্ত বাসে বিস্ফোরণ, হত ১৪, ঘটনার দায় স্বীকার তালিবান জঙ্গিদের 20, 2016, 10:30 জাকার্তায় রাষ্ট্রপুঞ্জের দফতরের সামনে আত্মঘাতী জঙ্গিহানায় মৃত ৭ 14, 2016, 11:23 সিরিয়ায় পুলিশ ট্রেনিং সেন্টারে আত্মঘাতী হামলায় মৃত অন্তত ৪০ | আত্মঘাতী হামলা: Latest আত্মঘাতী হামলা | https://bengali.oneindia.com/topic/%E0%A6%86%E0%A6%A4%E0%A7%8D%E0%A6%AE%E0%A6%98%E0%A6%BE%E0%A6%A4%E0%A7%80-%E0%A6%B9%E0%A6%BE%E0%A6%AE%E0%A6%B2%E0%A6%BE |
29622 | পুরো নাম পীযূষ গোয়েল জন্ম-তারিখ 13 1964 (বয়স 55) জন্মস্থান মুম্বই (মহারাষ্ট্র) রাজনৈতিক দলের নাম শিক্ষা পেশা চার্টার্ড অ্যাকাউটেন্ট এবং ম্যানেজমেন্ট কনসালটেন্ট পিতৃ পরিচয় প্রয়াত শ্রী বেদপ্রকাশ গোয়েল মাতৃ পরিচয় শ্রীমতী চন্দ্রকান্তা গোয়েল জীবনসঙ্গীর নাম শ্রীমতী সীমা গোয়েল জীবনসঙ্গীর পেশা বিনিয়োগকারী - গৃহবধূ পুত্র সন্তান 1 কন্যা সন্তান 1 যোগাযোগ স্থায়ী ঠিকানা ২৮, সোনমার্গ, লক্ষ্মীবাঈ জগমোহনদাস মার্গ, নিপিয়ান সি রোড, মুম্বই - ৪০০০০৬ বর্তমান ঠিকানা বাংলো নম্বর ৮, তিন মূর্তি মার্গ, নয়াদিল্লি - ১১০০১১ ইমেল আকর্ষণীয় তথ্য রাজনৈতিক পরিবারের সন্তান পীযূষ গোয়েল, তাঁর মা প্রয়াত শ্রীমতী চন্দ্রকান্তা গোয়েল ছিলেন মহারাষ্ট্রের তিনবারের বিধায়ক এবং বাবা প্রয়াত শ্রী বেদপ্রকাশ গোয়েল কেন্দ্রের অটল বিহারী বাজপেয়ীর মন্ত্রিসভায় জাহাজ মন্ত্রীর দায়িত্ব পালন করেছিলেন।রাজনৈতিিক টাইম-লাইন 2019 অর্থ এবং কর্পোরেট অ্যাফেয়ার্স মন্ত্রকের মন্ত্রী হিসাবে দায়িত্ব গ্রহণ।2018 অর্থ এবং কর্পোরেট অ্যাফেয়ার্স মন্ত্রকের মন্ত্রী নিযুক্ত হন।2017 রেল এবং কয়লা মন্ত্রকের দায়িত্ব গ্রহণ।2016 খনি মন্ত্রকের রাষ্ট্রমন্ত্রী (স্বাধীন দায়িত্বে)।2016 দ্বিতীয় মেয়াদের জন্য রাজ্যসভায় পুনরায় নির্বাচিত।2014 তিনি সংখ্যালঘু মন্ত্রকের মন্ত্রী হন এবং বিদ্যুৎ মন্ত্রকের রাষ্ট্রমন্ত্রী( স্বাধীন দায়িত্বে) হিসাবে দায়িত্ব গ্রহণ করেন।2014 কয়লা মন্ত্রকের রাষ্ট্রমন্ত্রী (স্বাধীন দায়িত্বে) এবং নতুন ও পুনর্নবীকরণযোগ্য শক্তি মন্ত্রকের রাষ্ট্রমন্ত্রী (স্বাধীন দায়িত্বে)।2010 ভারতীয় জনতা পার্টির জাতীয় কোষাধ্যক্ষ নিযুক্ত হন।2010 রাজ্যসভার সদস্য নির্বাচিত হন, পরবর্তী সময়ে অর্থ কমিটির সদস্য নির্বাচিত হয়েছিলেন।2010 প্রতিরক্ষা মন্ত্রকের পরামর্শদাতা কমিটির সদস্য।1991 তিনি বিজেপির বিভিন্ন প্রচার কার্যক্রমের সঙ্গে যুক্ত ছিলেন।মোট সম্পদ অন্যান্য নেতা-নেত্রী | পীযূষ গোয়েল: বয়স, জীবনী, শিক্ষা, স্ত্রী, জাত, মোট সম্পত্তি এবং আরও | https://bengali.oneindia.com/politicians/piyush-goyal-71668.html |
29623 | বিষয় তৃণমূল কংগ্রেস মোদী-মমতাকে তীব্র আক্রমণ করে বাম-কং জোটকে জেতানোর ডাক রাহুল গান্ধীর 2, 2016, 16:22 রাস্তা বন্ধ করে কেন উড়ালপুল তৈরির কাজ করল না প্রশাসন, প্রশ্ন স্থানীয়দের 1, 2016, 11:18 প্যারোলের আবেদন করলেন কামারহাটির তৃণমূল প্রার্থী মদন মিত্র 29, 2016, 09:29 আজ দক্ষিণ কলকাতায় ভোটের প্রচারে তৃণমূল নেত্রী মমতা বন্দ্যোপাধ্যায় 21, 2016, 10:45 বিধানসভা নির্বাচন ২০১৬ : আজ সম্পূর্ণ প্রার্থী তালিকা প্রকাশ করবে বিজেপি 17, 2016, 11:29 বিধানসভা ভোট : বিরোধীদের অভিযোগ শুনে সব জেলার জন্য পর্যবেক্ষক নিয়োগ কমিশনের 17, 2016, 09:44 সরকারি পোস্টার-ব্যানার সরিয়ে নেওয়ার কড়া নির্দেশ কমিশনের 15, 2016, 09:36 নির্বাচন ২০১৬: একঝলকে বীরভূমে রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 19:34 নির্বাচন ২০১৬: একঝলকে বর্ধমান রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 18:57 নির্বাচন ২০১৬: একঝলকে বাঁকুড়ায় রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 18:17 নির্বাচন ২০১৬: একঝলকে পুরুলিয়ার রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 17:56 নির্বাচন ২০১৬: একঝলকে পশ্চিম মেদিনীপুরের রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 15:13 নির্বাচন ২০১৬: একঝলকে পূর্ব মেদিনীপুরে রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 14:39 নির্বাচন ২০১৬: একঝলকে হুগলিতে রাজনৈতিক দলগুলির প্রার্থী তালিকা | তৃণমূল কংগ্রেস: Latest তৃণমূল কংগ্রেস | https://bengali.oneindia.com/topic/%E0%A6%A4%E0%A7%83%E0%A6%A3%E0%A6%AE%E0%A7%82%E0%A6%B2-%E0%A6%95%E0%A6%82%E0%A6%97%E0%A7%8D%E0%A6%B0%E0%A7%87%E0%A6%B8/?page-no=348 |
29624 | খড়্গপুরে আজ প্রথম নির্বাচনী জনসভা করে তৃণমূলকে কড়া আক্রমণ নরেন্দ্র মোদীর 27, 2016, 16:13 ২৬ মার্চ : বিধানসভা ভোট প্রচারে রাজ্যে আসছেন প্রধানমন্ত্রী মোদী 18, 2016, 09:31 বিধানসভা নির্বাচন ২০১৬ : আজ সম্পূর্ণ প্রার্থী তালিকা প্রকাশ করবে বিজেপি 17, 2016, 11:29 নির্বাচন ২০১৬: একঝলকে বীরভূমে রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 19:34 নির্বাচন ২০১৬: একঝলকে বর্ধমান রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 18:57 নির্বাচন ২০১৬: একঝলকে বাঁকুড়ায় রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 18:17 নির্বাচন ২০১৬: একঝলকে পুরুলিয়ার রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 17:56 নির্বাচন ২০১৬: একঝলকে পশ্চিম মেদিনীপুরের রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 15:13 নির্বাচন ২০১৬: একঝলকে পূর্ব মেদিনীপুরে রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 14:39 নির্বাচন ২০১৬: একঝলকে হুগলিতে রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 13:16 নির্বাচন ২০১৬: একঝলকে হাওড়ায় রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 12:29 মিডিয়ার দ্বারা জ্বালাতনের শিকার হচ্ছি, ওদের সঙ্গে কথা বলবা না : বিজয় মাল্য 13, 2016, 11:14 বিধানসভা নির্বাচন : মার্চের শেষেই রাজ্যে প্রচারে নামছেন প্রধানমন্ত্রী মোদী 12, 2016, 15:38 টুইটারে আশ্বাস নয়, যোগাযোগ করুন, বিজয় মাল্যকে নির্দেশ সিবিআই, ইডির 12, 2016, 10:08 নির্বাচন ২০১৬: একঝলকে কলকাতায় রাজনৈতিক দলগুলির প্রার্থী তালিকা | বিজেপি: Latest বিজেপি | https://bengali.oneindia.com/topic/%E0%A6%AC%E0%A6%BF%E0%A6%9C%E0%A7%87%E0%A6%AA%E0%A6%BF/?page-no=516 |
29625 | লখনউ: উত্তরপ্রদেশে ১ লক্ষ টাকা পর্যন্ত কৃষি ঋণ মকুবের সিদ্ধান্ত যোগী আদিত্যনাথ সরকার।উল্লেখ্য, উত্তরপ্রদেশে ভোটের প্রচারে প্রধানমন্ত্রী নরেন্দ্র মোদী বারেবারেই প্রতিশ্রুতি দিয়েছিলেন যে, বিজেপি ক্ষমতায় এলে কৃষকদের ঋণ মকুব করা হবে।মন্ত্রিসভার প্রথম বৈঠকেই এই সিদ্ধান্ত নেওয়া হবে বলে মোদী প্রতিশ্রুতি দিয়েছিলেন।বিজেপির নির্বাচনী ইস্তেহারেও এই প্রতিশ্রুতি ছিল।কিন্তু ক্ষমতায় বসার প্রায় দুই সপ্তাহ উত্তরপ্রদেশ সরকারের মন্ত্রিসভার বৈঠক হয়নি।এদিন বিকেলে সেই বহু প্রত্যাশিত বৈঠক অনুষ্ঠিত হয়।প্রথম বৈঠকে প্রধানমন্ত্রীর দেওয়া প্রতিশ্রুতি অনুসারে যোগী সরকার ক্ষুদ্র ও প্রান্তিক কৃষকদের ১ লক্ষ টাকা পর্যন্ত ঋণ মকুবের সিদ্ধান্ত নেওয়া হয়েছে।জানা গিয়েছে, ৮৬ লক্ষ কৃষকের ১ লক্ষ টাকা পর্যন্ত ঋণ মকুব করার সিদ্ধান্ত নেওয়া হয়েছে।এজন্য সরকারের খরচ হবে ৩৬ হাজার কোটি টাকা।সূত্রের খবর, যোগী সরকারের প্রথম মন্ত্রিসভার বৈঠকে আলোচ্যসূচীর একেবারে প্রথমেই ছিল কৃষকদের ঋণ মকুবের বিষয়টি।উত্তরপ্রদেশে মোট ২.১৫ কোটি কৃষক রয়েছেন।যাঁদের মধ্যে ১.৮৩ কোটি প্রান্তিক ও ৩০ লক্ষ ক্ষুদ্র কৃষক।সামগ্রিকভাবে রাজ্যের কৃষকদের ঋণ মকুব করতে রাজ্যের প্রয়োজন ছিল ৬২ হাজার কোটি টাকা।কিন্তু এক লক্ষ টাকা পর্যন্ত ঋণ মকুব করার সিদ্ধান্ত নেওয়ায় তুলনায় কিছুটা কম আর্থিক বোঝা চাপবে নতুন সরকারের ওপর।আরও দেখুন | ৮৬ লক্ষ কৃষকের ১ লক্ষ টাকা পর্যন্ত কৃষি ঋণ মকুবের সিদ্ধান্ত উত্তরপ্রদেশ সরকারের | https://bengali.abplive.com/news/nation/yogi-adityanath-govt-of-uttar-pradesh-to-waive-farm-loan-upto-rs-1-lakh-324124 |
29626 | বিষয় নির্বাচন কমিশন বাংলার নির্বাচন ২০১৬ : প্রথম দফার দ্বিতীয় পর্যায়ের ভোটগ্রহণ নিয়ে কিছু তথ্য 5, 2016, 13:22 ভোট অবাধ ও শান্তিপূর্ণ, বিরোধীদের অভিযোগ উড়িয়ে জানাল নির্বাচন কমিশন 4, 2016, 20:56 প্রথম দফার ভোট শেষে যা প্রতিক্রিয়া দিলেন রাজনৈতিক ব্যক্তিত্বরা 4, 2016, 19:51 বাংলার ১ম দফার ভোট : ১৩৩ ভোট প্রার্থীর সম্পত্তির হাল হকিকত 4, 2016, 11:50 প্রথম দফার প্রথম পর্যায় শেষ : তিন জেলায় গড়ে ভোট পড়ল ৮০% 4, 2016, 07:08 বিধানসভা নির্বাচন ২০১৬ : আজ সম্পূর্ণ প্রার্থী তালিকা প্রকাশ করবে বিজেপি 17, 2016, 11:29 বিধানসভা ভোট : বিরোধীদের অভিযোগ শুনে সব জেলার জন্য পর্যবেক্ষক নিয়োগ কমিশনের 17, 2016, 09:44 সরকারি পোস্টার-ব্যানার সরিয়ে নেওয়ার কড়া নির্দেশ কমিশনের 15, 2016, 09:36 নির্বাচন ২০১৬: একঝলকে বীরভূমে রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 19:34 নির্বাচন ২০১৬: একঝলকে বর্ধমান রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 18:57 নির্বাচন ২০১৬: একঝলকে বাঁকুড়ায় রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 18:17 নির্বাচন ২০১৬: একঝলকে পুরুলিয়ার রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 17:56 নির্বাচন ২০১৬: একঝলকে পশ্চিম মেদিনীপুরের রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 15:13 নির্বাচন ২০১৬: একঝলকে পূর্ব মেদিনীপুরে রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 14:39 নির্বাচন ২০১৬: একঝলকে হুগলিতে রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 13:16 নির্বাচন ২০১৬: একঝলকে হাওড়ায় রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 12:29 নির্বাচন ২০১৬: একঝলকে কলকাতায় রাজনৈতিক দলগুলির প্রার্থী তালিকা 11, 2016, 18:53 নির্বাচন ২০১৬: একঝলকে দক্ষিণ ২৪ পরগনায় রাজনৈতিক দলগুলির প্রার্থী তালিকা 11, 2016, 17:53 নির্বাচন ২০১৬: একঝলকে উত্তর ২৪ পরগনায় রাজনৈতিক দলগুলির প্রার্থী তালিকা | নির্বাচন কমিশন: Latest নির্বাচন কমিশন | https://bengali.oneindia.com/topic/%E0%A6%A8%E0%A6%BF%E0%A6%B0%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%9A%E0%A6%A8-%E0%A6%95%E0%A6%AE%E0%A6%BF%E0%A6%B6%E0%A6%A8/?page-no=29 |
29627 | লাহোরে আত্মঘাতী বিস্ফোরণ, মৃত ৪, আহত বেশ কয়েকজন 5, 2017, 12:08 পাকিস্তানের উত্তর-পশ্চিমে আত্মঘাতী বিস্ফোরণে হত ২২, আহত অন্তত ৫০ জন 31, 2017, 16:49 পাকিস্তানে আদালত চত্বরে পরপর আত্মঘাতী বিস্ফোরণ, নিহত ৪ , আহত ১২ 21, 2017, 13:54 পাকিস্তানে দরগায় আত্মঘাতী বিস্ফোরণ, হত অন্তত ১০০, দায় স্বীকার আইএসের 16, 2017, 22:38 পাকিস্তানের হাসপাতালে বিস্ফোরণে মৃত অন্তত ৬৫, আহত একশোরও বেশি 8, 2016, 11:22 কাবুলে বিক্ষোভ মিছিলে জোড়া বিস্ফোরণ, মৃত অন্তত ৮০, আহত ২৩১ জনের বেশি 23, 2016, 16:48 কাবুলে চলন্ত বাসে বিস্ফোরণ, হত ১৪, ঘটনার দায় স্বীকার তালিবান জঙ্গিদের 20, 2016, 10:30 জাকার্তায় রাষ্ট্রপুঞ্জের দফতরের সামনে আত্মঘাতী জঙ্গিহানায় মৃত ৭ 14, 2016, 11:23 সিরিয়ায় পুলিশ ট্রেনিং সেন্টারে আত্মঘাতী হামলায় মৃত অন্তত ৪০ | আত্মঘাতী হামলা: Latest আত্মঘাতী হামলা | https://bengali.oneindia.com/topic/%E0%A6%86%E0%A6%A4%E0%A7%8D%E0%A6%AE%E0%A6%98%E0%A6%BE%E0%A6%A4%E0%A7%80-%E0%A6%B9%E0%A6%BE%E0%A6%AE%E0%A6%B2%E0%A6%BE |
29628 | পুরো নাম পীযূষ গোয়েল জন্ম-তারিখ 13 1964 (বয়স 55) জন্মস্থান মুম্বই (মহারাষ্ট্র) রাজনৈতিক দলের নাম শিক্ষা পেশা চার্টার্ড অ্যাকাউটেন্ট এবং ম্যানেজমেন্ট কনসালটেন্ট পিতৃ পরিচয় প্রয়াত শ্রী বেদপ্রকাশ গোয়েল মাতৃ পরিচয় শ্রীমতী চন্দ্রকান্তা গোয়েল জীবনসঙ্গীর নাম শ্রীমতী সীমা গোয়েল জীবনসঙ্গীর পেশা বিনিয়োগকারী - গৃহবধূ পুত্র সন্তান 1 কন্যা সন্তান 1 যোগাযোগ স্থায়ী ঠিকানা ২৮, সোনমার্গ, লক্ষ্মীবাঈ জগমোহনদাস মার্গ, নিপিয়ান সি রোড, মুম্বই - ৪০০০০৬ বর্তমান ঠিকানা বাংলো নম্বর ৮, তিন মূর্তি মার্গ, নয়াদিল্লি - ১১০০১১ ইমেল আকর্ষণীয় তথ্য রাজনৈতিক পরিবারের সন্তান পীযূষ গোয়েল, তাঁর মা প্রয়াত শ্রীমতী চন্দ্রকান্তা গোয়েল ছিলেন মহারাষ্ট্রের তিনবারের বিধায়ক এবং বাবা প্রয়াত শ্রী বেদপ্রকাশ গোয়েল কেন্দ্রের অটল বিহারী বাজপেয়ীর মন্ত্রিসভায় জাহাজ মন্ত্রীর দায়িত্ব পালন করেছিলেন।রাজনৈতিিক টাইম-লাইন 2019 অর্থ এবং কর্পোরেট অ্যাফেয়ার্স মন্ত্রকের মন্ত্রী হিসাবে দায়িত্ব গ্রহণ।2018 অর্থ এবং কর্পোরেট অ্যাফেয়ার্স মন্ত্রকের মন্ত্রী নিযুক্ত হন।2017 রেল এবং কয়লা মন্ত্রকের দায়িত্ব গ্রহণ।2016 খনি মন্ত্রকের রাষ্ট্রমন্ত্রী (স্বাধীন দায়িত্বে)।2016 দ্বিতীয় মেয়াদের জন্য রাজ্যসভায় পুনরায় নির্বাচিত।2014 তিনি সংখ্যালঘু মন্ত্রকের মন্ত্রী হন এবং বিদ্যুৎ মন্ত্রকের রাষ্ট্রমন্ত্রী( স্বাধীন দায়িত্বে) হিসাবে দায়িত্ব গ্রহণ করেন।2014 কয়লা মন্ত্রকের রাষ্ট্রমন্ত্রী (স্বাধীন দায়িত্বে) এবং নতুন ও পুনর্নবীকরণযোগ্য শক্তি মন্ত্রকের রাষ্ট্রমন্ত্রী (স্বাধীন দায়িত্বে)।2010 ভারতীয় জনতা পার্টির জাতীয় কোষাধ্যক্ষ নিযুক্ত হন।2010 রাজ্যসভার সদস্য নির্বাচিত হন, পরবর্তী সময়ে অর্থ কমিটির সদস্য নির্বাচিত হয়েছিলেন।2010 প্রতিরক্ষা মন্ত্রকের পরামর্শদাতা কমিটির সদস্য।1991 তিনি বিজেপির বিভিন্ন প্রচার কার্যক্রমের সঙ্গে যুক্ত ছিলেন।মোট সম্পদ অন্যান্য নেতা-নেত্রী | পীযূষ গোয়েল: বয়স, জীবনী, শিক্ষা, স্ত্রী, জাত, মোট সম্পত্তি এবং আরও | https://bengali.oneindia.com/politicians/piyush-goyal-71668.html |
29629 | বিষয় তৃণমূল কংগ্রেস মোদী-মমতাকে তীব্র আক্রমণ করে বাম-কং জোটকে জেতানোর ডাক রাহুল গান্ধীর 2, 2016, 16:22 রাস্তা বন্ধ করে কেন উড়ালপুল তৈরির কাজ করল না প্রশাসন, প্রশ্ন স্থানীয়দের 1, 2016, 11:18 প্যারোলের আবেদন করলেন কামারহাটির তৃণমূল প্রার্থী মদন মিত্র 29, 2016, 09:29 আজ দক্ষিণ কলকাতায় ভোটের প্রচারে তৃণমূল নেত্রী মমতা বন্দ্যোপাধ্যায় 21, 2016, 10:45 বিধানসভা নির্বাচন ২০১৬ : আজ সম্পূর্ণ প্রার্থী তালিকা প্রকাশ করবে বিজেপি 17, 2016, 11:29 বিধানসভা ভোট : বিরোধীদের অভিযোগ শুনে সব জেলার জন্য পর্যবেক্ষক নিয়োগ কমিশনের 17, 2016, 09:44 সরকারি পোস্টার-ব্যানার সরিয়ে নেওয়ার কড়া নির্দেশ কমিশনের 15, 2016, 09:36 নির্বাচন ২০১৬: একঝলকে বীরভূমে রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 19:34 নির্বাচন ২০১৬: একঝলকে বর্ধমান রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 18:57 নির্বাচন ২০১৬: একঝলকে বাঁকুড়ায় রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 18:17 নির্বাচন ২০১৬: একঝলকে পুরুলিয়ার রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 17:56 নির্বাচন ২০১৬: একঝলকে পশ্চিম মেদিনীপুরের রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 15:13 নির্বাচন ২০১৬: একঝলকে পূর্ব মেদিনীপুরে রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 14:39 নির্বাচন ২০১৬: একঝলকে হুগলিতে রাজনৈতিক দলগুলির প্রার্থী তালিকা | তৃণমূল কংগ্রেস: Latest তৃণমূল কংগ্রেস | https://bengali.oneindia.com/topic/%E0%A6%A4%E0%A7%83%E0%A6%A3%E0%A6%AE%E0%A7%82%E0%A6%B2-%E0%A6%95%E0%A6%82%E0%A6%97%E0%A7%8D%E0%A6%B0%E0%A7%87%E0%A6%B8/?page-no=348 |
29630 | খড়্গপুরে আজ প্রথম নির্বাচনী জনসভা করে তৃণমূলকে কড়া আক্রমণ নরেন্দ্র মোদীর 27, 2016, 16:13 ২৬ মার্চ : বিধানসভা ভোট প্রচারে রাজ্যে আসছেন প্রধানমন্ত্রী মোদী 18, 2016, 09:31 বিধানসভা নির্বাচন ২০১৬ : আজ সম্পূর্ণ প্রার্থী তালিকা প্রকাশ করবে বিজেপি 17, 2016, 11:29 নির্বাচন ২০১৬: একঝলকে বীরভূমে রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 19:34 নির্বাচন ২০১৬: একঝলকে বর্ধমান রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 18:57 নির্বাচন ২০১৬: একঝলকে বাঁকুড়ায় রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 18:17 নির্বাচন ২০১৬: একঝলকে পুরুলিয়ার রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 17:56 নির্বাচন ২০১৬: একঝলকে পশ্চিম মেদিনীপুরের রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 15:13 নির্বাচন ২০১৬: একঝলকে পূর্ব মেদিনীপুরে রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 14:39 নির্বাচন ২০১৬: একঝলকে হুগলিতে রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 13:16 নির্বাচন ২০১৬: একঝলকে হাওড়ায় রাজনৈতিক দলগুলির প্রার্থী তালিকা 14, 2016, 12:29 মিডিয়ার দ্বারা জ্বালাতনের শিকার হচ্ছি, ওদের সঙ্গে কথা বলবা না : বিজয় মাল্য 13, 2016, 11:14 বিধানসভা নির্বাচন : মার্চের শেষেই রাজ্যে প্রচারে নামছেন প্রধানমন্ত্রী মোদী 12, 2016, 15:38 টুইটারে আশ্বাস নয়, যোগাযোগ করুন, বিজয় মাল্যকে নির্দেশ সিবিআই, ইডির 12, 2016, 10:08 নির্বাচন ২০১৬: একঝলকে কলকাতায় রাজনৈতিক দলগুলির প্রার্থী তালিকা | বিজেপি: Latest বিজেপি | https://bengali.oneindia.com/topic/%E0%A6%AC%E0%A6%BF%E0%A6%9C%E0%A7%87%E0%A6%AA%E0%A6%BF/?page-no=516 |
29631 | লখনউ: উত্তরপ্রদেশে ১ লক্ষ টাকা পর্যন্ত কৃষি ঋণ মকুবের সিদ্ধান্ত যোগী আদিত্যনাথ সরকার।উল্লেখ্য, উত্তরপ্রদেশে ভোটের প্রচারে প্রধানমন্ত্রী নরেন্দ্র মোদী বারেবারেই প্রতিশ্রুতি দিয়েছিলেন যে, বিজেপি ক্ষমতায় এলে কৃষকদের ঋণ মকুব করা হবে।মন্ত্রিসভার প্রথম বৈঠকেই এই সিদ্ধান্ত নেওয়া হবে বলে মোদী প্রতিশ্রুতি দিয়েছিলেন।বিজেপির নির্বাচনী ইস্তেহারেও এই প্রতিশ্রুতি ছিল।কিন্তু ক্ষমতায় বসার প্রায় দুই সপ্তাহ উত্তরপ্রদেশ সরকারের মন্ত্রিসভার বৈঠক হয়নি।এদিন বিকেলে সেই বহু প্রত্যাশিত বৈঠক অনুষ্ঠিত হয়।প্রথম বৈঠকে প্রধানমন্ত্রীর দেওয়া প্রতিশ্রুতি অনুসারে যোগী সরকার ক্ষুদ্র ও প্রান্তিক কৃষকদের ১ লক্ষ টাকা পর্যন্ত ঋণ মকুবের সিদ্ধান্ত নেওয়া হয়েছে।জানা গিয়েছে, ৮৬ লক্ষ কৃষকের ১ লক্ষ টাকা পর্যন্ত ঋণ মকুব করার সিদ্ধান্ত নেওয়া হয়েছে।এজন্য সরকারের খরচ হবে ৩৬ হাজার কোটি টাকা।সূত্রের খবর, যোগী সরকারের প্রথম মন্ত্রিসভার বৈঠকে আলোচ্যসূচীর একেবারে প্রথমেই ছিল কৃষকদের ঋণ মকুবের বিষয়টি।উত্তরপ্রদেশে মোট ২.১৫ কোটি কৃষক রয়েছেন।যাঁদের মধ্যে ১.৮৩ কোটি প্রান্তিক ও ৩০ লক্ষ ক্ষুদ্র কৃষক।সামগ্রিকভাবে রাজ্যের কৃষকদের ঋণ মকুব করতে রাজ্যের প্রয়োজন ছিল ৬২ হাজার কোটি টাকা।কিন্তু এক লক্ষ টাকা পর্যন্ত ঋণ মকুব করার সিদ্ধান্ত নেওয়ায় তুলনায় কিছুটা কম আর্থিক বোঝা চাপবে নতুন সরকারের ওপর।আরও দেখুন | ৮৬ লক্ষ কৃষকের ১ লক্ষ টাকা পর্যন্ত কৃষি ঋণ মকুবের সিদ্ধান্ত উত্তরপ্রদেশ সরকারের | https://bengali.abplive.com/news/nation/yogi-adityanath-govt-of-uttar-pradesh-to-waive-farm-loan-upto-rs-1-lakh-324124 |