text
stringlengths 10
210k
|
---|
ইউনিক আইডেণ্টি৻ফিকেশ্যন অথ’ৰিটী অব৲ ইণ্ডিয়াই আধাৰ নম্বৰ আৰু কার্ড প্রদানৰ কাম কৰিবলৈ সাজু হৈছে৷ আধাৰ নম্বৰ প্রদানৰ দায়িত্বত থাকিব ৰাজ্যৰ সাধাৰণ প্রশাসন বিভাগ৷ ৰাজ্যৰ মুখ্য সচিবৰ অধ্যক্ষতাত আধাৰ ৰূপায়ণ কমিটী এখনো গঠন কৰা হৈছে৷ ফটোযুক্ত ভোটাৰ তালিকা আৰু পৰিচয়-পত্রৰ বাবে নির্বাচন আয়োগক ফটো দাখিলৰ পাছতে অসমৰ ৰাইজ ব্যস্ত হৈছিল এন আৰ চিৰ নথি দাখিলৰ কামত৷ এন আৰ চিত যাতে নাম বাদ নপৰে তাৰ বাবে ৰাইজে ১৯৫১ চনৰ এন আৰ চি বা ১৯৭১ চনলৈ ভোটাৰ তালিকাত নিজৰ বা উপৰিপুৰুষৰ নাম বিচাৰি লীগেচি ডাটা উলিওৱাত ব্যস্ত হৈছিল৷ |
খবৰ অনুসৰি কোনো শ্ৰমিক হতাহত হোৱা নাই । |
অসম সাহিত্য সভাৰ লক্ষ্মীৰাম বৰুৱা সভাকক্ষত অনুষ্ঠিত হ'ব এই আৰম্ভণী অনুষ্ঠান ৷ |
২০ ফেব্ৰুৱাৰীত এজন অসমীয়া ট্ৰাক চালকক ওৰে নিশা শিকলিৰে বান্ধি বৰ্বৰভাৱে আক্ৰমণ চলাই ছচিয়েল মিডিয়াত আপলোড কৰিছিল ভিডিঅ’। |
প্ৰধান মন্ত্ৰী মোদীকো আক্ৰমণ কৰে প্ৰাক্তন মুখ্য মন্ত্ৰীজনে। |
পথ পৰিক্রমাৰ অন্তত বিহাৰা ৰামকৃষ্ণ সেৱা সংঘৰ মন্দিৰত বিশেষ প্রার্থনা সভা আয়োজিত হয়। |
ন্যায়ালয়ে কয়, ‘আমি এই ক্ষেত্ৰত অধিক একো ক’ব নিবিচাৰো। |
Home > ডিফুত ‘ৰোজগাৰ মাংগে ইণ্ডিয়া’ৰ যুৱ অভিৱৰ্তন, বিজেপিয়ে দেশত হিংসাৰ ৰাজনীতি কৰিছেঃসূচিতা |
কি কাম কৰিছে চৰকাৰে। |
শনিবাৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিলাসীপাৰা জিলা সমিতিৰ তৃতীয় দ্বিবাৰ্ষিক অধিবেশন অনুষ্ঠিত হৈ যায়। |
নাবালিকা গৰাকীৰ অভিযোগৰ ভিত্তিত মাতৃয়ে তেওঁৰ দ্বিতীয় স্বামীৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰি নাবালিকাগৰাকী ২৬ সপ্তাহৰ অন্তঃসত্বা বুলি নিশ্চিত হয়৷ আৰক্ষীয়ে ধৃত পিতৃক আটক কৰি ঘটনাৰ তদন্ত চলাই আছে বুলি জানিব পৰা গৈছে৷ |
সন্ত্ৰাসজৰ্জৰ ৰাজ্যখনত প্ৰায়ে সংঘটিত হৈ আহিছে সন্ত্ৰাসবাদীৰ আক্ৰমণ। |
প্রশাসনে গণেশগুৰিৰ গণেশ উদ্যানত প্রায় ১০০০ লোকক সমাৱেশ কৰি বিক্ষোভ কৰিবলৈ অনুমতি দিয়াৰ পাছতো কালি সমগ্র কামৰূপ (ম) জিলা আৰু ইয়াৰ সমীপৱর্তী এলেকাত ১৪৪ ধাৰা জাৰি কৰি প্রতিবাদ, বিক্ষোভ, পাঁচজনতকৈ অধিক লোকৰ সমাৱেশ আৰু শ্ল’গান দিয়াত নিষেধাজ্ঞা জাৰি কৰিছিল৷ ইয়াৰ বাবেই আজি পুৱাৰ পৰাই সমগ্র দিছপুৰত নিৰাপত্তাৰক্ষীৰ একপ্রকাৰ সমৰসজ্জা সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰি নিশ্ছিদ্র বেহু গঢ়ি তোলা হৈছিল৷ |
ৰাজনন্দিনীৰ মুখ্য পৃষ্ঠপোষক নকুল তালুকদাৰে আদৰণি ভাষণ প্ৰদান কৰা সভাখনত এইবেলি শিল্পী পেঞ্চন প্ৰাপ্ত দিবাকৰ ডেকাক বিশেষ সম্বৰ্ধনা জনোৱা হয়। |
সেই অনুসৰি এইবাৰ অম্বুবাচীত পূৰ্বতকৈ হ্ৰাস কৰা হৈছে ভক্তৰ বাবে শিবিৰ। |
বৈঠকত বিভিন্ন জিলাৰ কৃষক প্ৰতিনিধি, ৰপ্তানিকাৰীৰ লগতে নেৰামেক, এপিইডিএৰ প্ৰতিনিধিৰ উপৰিও ইণ্ডিগ’, স্পাইচ জেট, জেট এয়াৰৱেজ আদিৰো প্ৰতিনিধি উপস্থিত থাকে। |
ইয়াৰ বাবে বনাঞ্চল ধ্বংসও অন্য এক কাৰণ বুলি পৰিৱেশবিদসকলে ক’ব খোজে। |
ইয়াৰ বাবে যদি এখন শক্তিশালী গন সংগ্ৰামৰ প্ৰয়োজন হয় তেন্তে আহক আমি একেলগে আৰম্ভ কৰো৷ কিন্তু তাৰ বিপৰীতে স্বাধীনতাৰ দাবীত এইদৰে এখিনি নিৰীহ মানুহৰ হত্যা যজ্ঞ . |
হেম বৰুৱা ন্যাসে অনুষ্ঠিত কৰা এটা বিশেষ অনুষ্ঠানত হেম বৰুৱাৰ পুত্ৰ তথা ষ্টেট বেংক অৱ ইণ্ডিয়াৰ অৱসৰপ্ৰাপ্ত বিষয়া অঞ্জন বৰুৱা, পত্নী ৰূপালী দেৱী বৰুৱা, প্ৰাক্তন শিক্ষামন্ত্ৰী ৰমনী বৰ্মন, বুদ্ধিজীৱী ড০ দীনেশ বৈশ্য, বি বৰুৱা কলেজৰ প্ৰাক্তন অধ্যক্ষ ড০ ৰীতা ডেকা, নিউজ নেক্স ওৱানৰ পৰিচালন সঞ্চালক আব্দুল আজিজ চৌধুৰীৰ উপস্থিতিত বিশিষ্ট চিন্তাবিদগৰাককী এই বঁটা প্ৰদান কৰা হয়৷ |
ৰাজ্য চৰকাৰৰ উদ্যোগত বটদ্ৰৱাত ভাওঁনা সমাৰোহ |
সংঘৰ্ষত নিহত ৩ জন নক্সালবাদী। |
ত্ৰিপুৰাৰ ঢলাই জিলাৰ ধামচেৰাৰ বাসিন্দা স্বপন দেববৰ্মাই (৪৫) স্থানীয় বজাৰত খৰি, বাঁহগাজ, বনৰীয়া কন্দ বিক্ৰি কৰি জীৱন নিৰ্বাহ কৰিছিল। |
অপৰাধী প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰা ৰাজনৈতিক দলবোৰৰ স্বৰূপ এইদৰেই পোহৰলৈ আহিব এতিয়া। |
আমিনো নিজেই কেইটকা পাওঁ…যিকেইটা টকা দিম সেইকেইটা কামত আহিব জানো. . আনেটো বহুত বহুত টকা দিব…. |
জালুকবাৰী আৰক্ষী চকীৰ পৰা হেণ্ডকাফসহ পলায়ন আচামী ইন্দ্ৰেশ্বৰ ৰাভাৰ। |
সৃষ্টিশীল কামৰ উদ্দেশ্য |
মোৰ ‘চেতানি দিমাগ’ত আইডিয়া এটা আহিল। |
উল্লেখযোগ্য যে, কালি টাউন ক্লাৱৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি অচেতন হৈ পৰিছিল জুবিন গাৰ্গ। |
তেওঁ বোলে… অ’ আপুনিয়েই গৰু ডাক্তৰ ভূঞা দা । |
জিলা পৰিবহণ বিষয়া তথা যানবাহন পৰিদৰ্শকদ্বয়ে পথ সুৰক্ষাৰ বিভিন্ন দিশ, ল’ব লগা সাৱধানতা, যানবাহন আইনৰ বিভিন্ন গুৰুত্বপূৰ্ণ দফা ইত্যাদিৰ বিষয়ে মনোজ্ঞ আলোচনা আগবঢ়ায়৷ সমল ব্যক্তি অতুল বেজবৰুৱাই গীত-মাতৰ জৰিয়তে পথ-সুৰক্ষাৰ বাৰ্তা মনোগ্ৰাহীকৈ দাঙি ধৰে। |
ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জয় কৰোলে ৭২ বছৰীয়া বায়াসক ত্ৰিপুৰাৰ পুৰণি ৰাজভৱনত শপত গ্ৰহণ কৰোৱায়। |
মুঠ ৭০ শতাংশ ভোটদান হৈছিল ডিমা হাছাওত। |
বিশেষকৈ মাজুলীবাসীৰ সুবিধা হোৱাকৈ মুখ্যমন্ত্ৰী সোনোৱালে মাজুলীবাসীক উপহাৰ দিয়া কোটিটকীয়া ৰ’ৰ’ জাহাজ খন চলাচল দীৰ্ঘদিনে বন্ধ হৈ থকাৰ বাবে মাজুলীৰ ৰাইজে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে অৱগত কৰে। |
আজি মহানগৰীৰ একাংশ উশৃংখল যুৱক-যুৱতীয়ে ৰঙৰ উৎসব ফাকুৱা উদযাপনৰ নামত সুৰামত্ত অৱস্থাৰে মাতাল হৈ যান বাহনৰ আইন উলংঘা কৰি বাইক, স্কুটী চলাই মহানগৰীৰ পদপথত উশৃংখলতা সৃষ্টি কৰে। |
পূৰ্ণ সুযোগ গ্ৰহণ কৰে বৰ্মনেও। |
মৰিগাঁও নগৰৰ কলা বিথিকাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা উক্ত সজাগতা সভা আৰু প্ৰশিক্ষণ কাৰ্যসূচী উদ্ধোধন কৰি মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাই কয় যে ইয়াৰ জৰিয়তে যুৱক যুৱতী সকলৰ স্বাৱলম্বিতাৰ ক্ষেত্ৰত এক পথ মুকলি হ’ব বুলি আশা প্রকাশ কৰে। |
গুৱাহাটীঃ ৰাজপথৰপৰা বেলট যুদ্ধলৈ। |
এই ভাষ্য দিছে খোদ বাওঁহতীয়া বলাৰ ইৰফানে। |
মোদী বিশ্বাস আৰু আস্থাৰ পাত্ৰ। |
অভিযানত অন্তৰ্ভূক্ত থাইলেণ্ডৰ নৌসেনা বাহিনীৰ এগৰাকী বিষয়াই তেওঁৰ ফেচবুক পেজত কয় যে, আবদ্ধ ফুটবল দলটোৰ ৭ গৰাকী সদস্যক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে৷ চিয়াং ৰায়ৰ কাৰ্যবাহী ৰাজ্যপাল আৰু অভিযানৰ নেতৃত্ব প্ৰদান কৰা নাৰোংগচাক ওচাটাকোৰ্ণে কয় যে উদ্ধাৰৰ পিছত ৭ কিশোৰক চিকিৎসালয় ভৰ্তি কৰা হৈছে৷ আনহাতে, সংবাদ প্ৰতিষ্ঠান এএনআইৰ বাতৰি মতে উদ্ধাৰকাৰীৰ দলে ৬ সদস্যক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰিছে৷ |
এই সেৱা উদ্বোধন কৰি নিজৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ইয়াৰ জৰিয়তে মাত্ৰ ৩ ঘন্টাতে গুৱাহাটীৰপৰা বেংককত উপস্থিত হ’ব পৰা যাব। |
ডাঙৰ ৰাজ্যৰ ক্ষেত্ৰত বিহাৰৰ অৱস্থা শোচনীয়। |
ৰায়ে কয় , পানীয়েই প্ৰাণ। |
এইবাৰৰ তালিকাত ত্রিছজন ব্যক্তিৰ নাম নতুনকৈ অন্তর্ভুক্ত হৈছে৷ ইপিনে, ২০১৯-ৰ লোক সভাৰ নির্বাচনৰ পূর্বে মোদী-শ্বাহ যুটিৰ মেজিকৰ জৰিয়তে বিজেপিয়ে উত্তৰ-পূর্বাঞ্চলত অভূতপূর্ব সফলতা লাভ কৰিবলৈ সক্ষম হ’লেও উত্তৰ প্রদেশ আৰু বিহাৰৰ উপ-নির্বাচনত কিন্তু গেৰুৱা দলটোৱে মুখথেকেচা খাবলগীয়া হৈছে৷ পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে বিজেপি -বিৰোধী স্থিতিৰে তৃতীয় মর্চা গঠনৰ বাবে শেহতীয়াকৈ যি কুচকাৱাজ আৰম্ভ কৰিছে এই ক্ষেত্রত যদি সকলো বিৰোধী দল একত্রিত হয় তেনেহ’লে ২০১৯-ৰ লোক সভাৰ নির্বাচনত বিজেপি তীব্র প্রত্যাহবানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থকাৰ কথা প্রকাশ কৰিছে সংবাদ প্রতিষ্ঠানটোৱে৷ |
যোৱা তিনিদিনত তিনিটা ল’ৰাৰ নাক ভাঙিলে। |
Home > মাতৃয়ে তাঁত শালত কাপোৰ বয় উপাৰ্জন কৰা টকাৰে পঢ়িছিল পিতৃহীন হিমাঞ্জলীয়ে |
com | গোৰেশ্বৰঃ মুৰৰ ঘাম মাটিত পেলাই কৃষিকাৰ্য সম্পাদন কৰা পিছত হেপাঁহৰ খেতিডৰাত এতিয়া ভূঁৰপোকে এফালৰ পৰা আক্ৰমণ চলোৱাত মুৰে কঁপালে হাত দিছে বাক্সা জিলাৰ গোৰেশ্বৰৰ কৃষকে। |
এনে পৰিস্থিতিত বৃহৎ নদীবান্ধ তথা এন এইচ পি চিৰ বিৰুদ্ধে জোৰদাৰ আন্দোলন গঢ়ি তুলি ইয়াক প্রতিহত কৰিব নোৱাৰিলে নীপকোৰ ৪০৫ মেগাৱাটৰ এটা সৰু নদীবান্ধেই লখিমপুৰত প্রলয় সূচনা কৰাৰ দৰে ২০০০ মেগাৱাটৰ এন এইচ পি চিৰ বৃহৎ নদীবান্ধ সম্পূর্ণ হ’লে ৰাইজ কেনেধৰণৰ দুযোর্গৰ সন্মুখীন হ’ব, সেয়া কল্পনা কৰিব নোৱাৰি৷ সেয়ে যিকোনো মূল্যৰ বিনিময়ত নামনি সোৱণশিৰিৰ বৃহৎ নদীবান্ধ বন্ধ কৰিবই বুলি কৃষক মুক্তি সংগ্রাম সমিতিয়ে ৰঙানদীৰ বক্ষৰ পৰাই হুংকাৰ দিয়ে৷ কৃষক মুক্তি সংগ্রাম সমিতিয়ে এন এইচ পি চিৰ বিৰুদ্ধে সংকল্প গ্রহণ কৰি কয় যে এই আন্দোলন তীব্রৰ পৰা তীব্রতৰ কৰি তোলা হ’ব৷ |
এইবোৰ তথ্য আৰক্ষীৰ তদন্ত প্রক্রিয়াত সহায়ক হ’ব বুলি আশা কৰা হৈছিল যদিও ডিব্রুগড় জিলাৰ আৰক্ষী অধীক্ষক গৌতম বৰা নেতৃত্বাধীন আৰক্ষী প্রশাসন কিয় সফল হ’ব পৰা নাই সেয়া ৰহস্যৰ বিষয়৷ এই হত্যাকাণ্ডৰ প্রকৃত ৰহস্য ফাদিল হ’লে বহু ৰৌ-বৰালিৰ মুখা খোল খাব নেকি তাক লৈও সৰৱ চর্ চলিছে, উত্থাপিত গুৰুতৰ অভিযোগ মতে, ডিব্রুগড় আৰক্ষীৰ ওপৰত ৰাজনৈতিক হেঁচা পৰিছে৷ যাৰ বাবে নেকি আৰক্ষীৰ তদন্তই গতি সলনি কৰিছে আৰু মূল অভিযুক্ত দিব্যজ্যোতিয়ে হঠাৎ কালি নিজৰ ভাষ্য সলনি কৰিবলৈ সাহস পালে৷ তদুপৰি, দিব্যজ্যোতিয়ে স্বীকাৰোক্তি দিছে যে তেওঁ ডিম্পীৰ ব্লেকমেইলিঙৰ বলি হৈ আছিল৷ ডিম্পীয়ে হানী ট্রেপিং, ব্লেকমেইলিং আৰু বহু নামী-দামী মানুহৰে মধুৰ সম্পর্ক বজাই ৰখা বুলি স্বীকাৰোক্তি দিছিল৷ মুখ্যমন্ত্রীৰ গৃহ জিলাতেই সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ক্ষেত্রত তেওঁৰ হাততেই দায়িত্ব থকা গৃহ বিভাগে এই ক্ষেত্রত কিয় সফল হ’ব পৰা নাই বিচার্যৰ বিষয় হৈ পৰিছে৷ হত্যাৰ ১৪ দিনৰ পাছত ডিম্পীৰ ভাৰাঘৰত আৰক্ষীৰ অভিযান : তিনিচুকীয়াৰ ষ্টাফ ৰিপ’র্ৰে জনাইছে যে ডিম্পী-হত্যাৰ ১৪ দিনৰ পাছত কালি নিশা টেঙাখাত থানাৰ আৰক্ষী তিনিচুকীয়াত উপস্থিত হয়৷ দিব্যজ্যোতি বৰুৱাৰ সৈতে ডিম্পীয়ে ভাৰা কৰি থকা তিনিচুকীয়াৰ হিজুগুৰিৰ ভাৰাঘৰটোত তালাচী চলোৱাৰ বাবে আৰক্ষীৰ দলটো উপস্থিত হয়৷ নিশাই ডিম্পীৰ মাতৃ আৰু পিতৃক মাতি আনিছিল যদিও সাংবাদিক থকাৰ অজুহাতত নিশা তালাচী চলোৱাৰ পৰা বিৰত থাকে৷ কিন্তু আজি পুৱাই ডিম্পীৰ পিতৃ আৰু বায়েকৰ উপস্থিতিত হিজুগুৰিৰ ভাৰাঘৰটোৰ তলা ভাঙি তালাচী চলায়৷ ঘৰটোৰ ভিতৰত আশ্চর্যজনকভাৱে এখন ‘ছুইচাইড নোট’ আৰক্ষীয়ে উদ্ধাৰ কৰাৰ লগতে এখন অইল ইণ্ডিয়া লিমিটেডৰ নিযুক্তি পত্র, বেংকৰ পাছবুক উদ্ধাৰ কৰে৷ কিন্তু আটাইতকৈ ৰহস্যজনক কথা যে ভাৰাঘৰটোৰ দুৱাৰ আৰু বেৰত তেজৰ চেকুৰা উদ্ধাৰ হৈছে৷ আৰক্ষীয়ে উদ্ধাৰ কৰা ছুইচাইড নোটখনত দুলীয়াজানৰ ৰঞ্জিত আৰু বৰষা দত্তৰ নাম উল্লেখ আছে৷ |
অনলাইন চপিংতো কেতিয়াবা সঠিক বস্তু নাহে । |
এজন লোকৰ কপাহৰ গুদামত জুইৰ সূত্ৰপাত। |
ইয়াৰ পাছতে উদযাপন সমিতিৰ সভাপতি সুশান্ত নাৰায়ণ চৌধুৰী, সাধাৰণ সম্পাদক ভূপেন ডেকা, অধ্যাপক ডাঃ বিকাশ নাৰায়ণ চৌধুৰী, কাৰ্যবাহী অভিযন্তা দেৱেশ চক্ৰৱৰ্তী, বিষয়ববীয়া ৰজনী বৰ্মন, লোহিত হালৈ, ৰবীন্দ্ৰ বৈশ্য, জ্যৌতি প্ৰকাশ বৈশ্য, প্ৰণৱ কুমাৰ ডেকা, বিজু দত্ত, ৰিংকু বৰুৱাসহ বহু সংখ্যক ৰাইজৰ উপস্থিতিত অঞ্চলটোৰ তেৰ গৰাকী সকলো বিষয়তে সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত কৃৰ্তি ছাত্ৰ-ছাত্ৰীক ৫০০০ হাজাৰকৈ নগদ ধনৰ লগতে গামোচা, জাপিৰে সম্বৰ্ধনা জনোৱা হয় আৰু অসমীয়াত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক নগদ এক হাজাৰকৈ ধনৰ লগতে গামোচা, জাপিৰে সম্বৰ্ধনা জনোৱা হয়৷ |
কবি বন্ধুৱে পঢ়ি শুনালে৷ স্তৱকটো বেয়াও লগা নাছিল৷ তথাপি স্তৱকৰ পর্যালোচনা নকৰিলোঁ৷ |
ৰাজনৈতিক বিশ্লেষকৰ মতে , কংগ্ৰেছৰ দলৰ ভোটবেংকত তীব্ৰ খহনীয়াৰ সৃষ্টি কৰি কংগ্ৰেছ দলৰ ভোটবেংক আপ দললৈ নিবলৈ সক্ষম হৈছিল কেজৰিৱাল । |
তেওঁৰ Beloved নামৰ উপন্যাসখনিয়ে পাঠকৰ পৰা বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷ ১৯৯৮ খ্রীঃত ইয়াৰ কাহিনীৰ আধাৰত চলচিচত্র নির্মাণো হৈছিল৷ টনি মৰিছনৰ সাহিত্য কৃতিৰ আলোচনাৰ আগেয়ে তেওঁৰ শৈশৱৰ জীৱনটোলৈ এবাৰ ভুমুকি মাৰোঁচোন৷ |
বর্তমান ম’বাইল ফ’নৰ নেটৱর্কবোৰ টু জি, থ্রী জিৰ পৰা ফ’ৰ জি নেটৱর্কলৈ সম্প্রসাৰণ হোৱাৰ দৰে তেওঁলোকৰ অপৰাধৰ নেটৱর্কৰ পৰিসৰো ক্রমান্বয়ে দ্রুতগতিত বাঢ়িবলৈ ধৰিছে৷ সেয়ে অপৰাধীসকলে যিকোনো ঠাইত বা যিকোনো ক্ষেত্রত তেওঁলোকৰ অপৰাধৰ জাল পেলাই নিজৰ কার্যত সফল হ’ব পাৰিছে৷ যোৱা 30 আগষ্টৰ পুৱা প্রায় 4-30 বজাত নগাঁৱৰ পৰা নৈশ বাছত ডিব্রুগড়ত আহি উপস্থিত হোৱা ডিব্রুগড় বিশ্ববিদ্যালয়ত অধ্যয়নৰত এগৰাকী ছাত্রীক বলপূর্বকভাৱে 5টা দুর্বৃত্তই বন্দুক দেখুৱাই এখন টাটা ছুম’ গাড়ীত উঠাই লৈ যায়৷ প্রায় এঘণ্টা সময় ছাত্রীগৰাকীক গাড়ীৰ ভিতৰত হত্যাৰ ভাবুকিৰে শৰীৰত থকা অলংকাৰ আৰু বয়বস্তু বলপূর্বক কাঢ়ি লৈ আৰু ইফালৰ পৰা সিফাললৈ গাড়ীত ঘূৰাই ফুৰায়৷ ছোৱালীগৰাকীয়ে নিজৰ উপস্থিত বুদ্ধিৰে চিঞৰ-বাখৰ কৰাত দুর্বৃত্তকেইটাও প্রাতঃভ্রমণত অহা লোক তথা পথচাৰী দেখি চৌকিডিংগীৰ ওচৰত গাড়ীৰ পৰা পলাই পলায়ন কৰে৷ এই ঘটনাই এইটোৱে সূচায় যায় যে অপৰাধীসকলে যিকোনো সময়ত বা স্থানতে যিকোনো অপৰাধ কৰিবলৈ সদায় খাপ দি ৰৈ থাকে৷ সেয়ে আজি সকলোৱে নিজৰ নিৰাপত্তা তথা এই অপৰাধীসকলৰ সৈতে মোকাবিলা কৰিবলৈ সদায় মানসিকভাৱে তথা উপস্থিত বুদ্ধিৰে যুঁজিবলৈ সাজু থাকিব লাগিব৷ সেই ছাত্রীগৰাকীয়ে দুর্বৃত্তকেইটাৰ কবলত থকা সত্ত্বেও চিঞৰ-বাখৰ কৰাত বিপদৰ গোন্ধ পাই, দুর্বৃত্তই গাড়ীৰ পৰা ছাত্রীগৰাকীক পেলাই থৈ যায় আৰু ছাত্রীগৰাকী বিপদৰ পৰা ৰক্ষা পৰে৷ |
এচাম ৰাজনৈতিক নেতাৰ সাম্প্ৰদায়িক কূট-কৌশলৰ বিপৰীতে বিশ্বনাথ একত্ৰিত হল ১০ টাকৈ জাতীয়- জনগোষ্ঠীয় ছাত্ৰ সংগঠন |
ডিব্ৰুগড় থানাতো গোচৰ থকা বুলি জানিব পৰা গৈছে দুই যুবকৰ বিৰুদ্ধে। |
চৰাইদেউ জিলাৰ সোণাৰিত নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৬ বাতিলৰ লগতে কৃষকক ম্যাদী পট্টা প্ৰদানৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গণ সত্যাগ্ৰহ কাৰ্যসূচী পালন কৰে । |
বাঘৰ আক্ৰমণত আহত হয় দীপকহুজুৰি আৰু কমলা হুজুৰি নামৰ দম্পতি। |
সদায় খুৱাও ঘাঁহ, |
উপায়ুক্তগৰাকীৰ এনেধৰণৰ জনকল্যাণকামী প্ৰয়াসে ৰাইজৰ বিপুল সঁহাৰি আৰু শলাগ লাভ কৰিবলৈ সক্ষম হৈছে। |
ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰে এটা অভিনৱ ঘোষণাৰে ইয়াৰ বিমানযাত্ৰীসকলক সুকীয়া ধৰণৰ সেৱা দিবলৈ ওলাইছে। |
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত সংঘটিত হিংসাত্মক ঘটনাৰ পাছত বৰ্তমানলৈ ১১টা গোচৰ ৰুজু। |
. . বৰপেটাৰ হাউলীত আৰক্ষীৰ জালত চাৰিটাকৈ দুৰ্ধৰ্ষ ডকাইত |
গামোচাৰ প্ৰতি থকা এনে আদৰ তথা সন্মানৰ বাবেই জন্মভূমি অসমত ভৰি থোৱাৰ লগে লগে গামোচায়ো প্ৰতি সন্মান জনাইছে স্বৰ্ণ কন্যাক৷ যি গৰাকী কন্যাই বিদেশৰ মাটিত অসমৰ নাম উজলাই তুলিছে, যিগৰাকী কন্যাই বিদেশৰ মাটিত গামোছাক গৌৰৱান্বিত সেই গৰাকী কন্যাক এতিয়া গামোছাই জ্ঞাপন কৰিছে অযুত অভিনন্দন৷ |
কিন্তু সেই পানী যোগান আঁচনি সমূহৰ পৰা সৰ্বসাধাৰণ ৰাইজে আজি… |
জীৱিকা সখী কদভানু বেগমে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে মহিলাসকল পুষ্টিহীনতাত বেছিকৈ ভোগে । |
আনগৰাকী অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰখা বুলি সদৰী কৰিছে আৰক্ষী অধীক্ষক ৰাজেন সিঙে। |
ধনদাই খং কৰে, “মুখ নাই নেকি উত্তৰ দিবি ? |
উজনি অসমৰ উচচ শিক্ষাৰ প্রাণকেন্দ্র, উজনিৰ ৰাইজৰ গৌৰৱ ডিব্রুগড় বিশ্ববিদ্যালয়ত এতিয়া এচাম অসাধু প্রশাসকে বিশ্ববিদ্যালয়ৰ সন্মান তথা গৌৰৱ নষ্ট কৰাত উঠি পৰি লাগিছে৷ এতিয়া অৱস্থা এনেকুৱাই হৈছেগৈ যে একমাত্র কেন্দ্রীয় চৰকাৰে বিশ্ববিদ্যালয়-খনলৈ মুকলি কৰি দিয়া বৃহৎ পৰিমাণৰ পুঁজিত লুণ্ঠন চলোৱাৰ স্বার্থতে এনে এচাম লুণ্ঠনকাৰী প্রশাসকে বিশ্ববিদ্যালয়খনৰ পৰিৱেশ অশান্ত কৰি তুলিবলৈ দিনে নিশাই ব্যস্ত হৈ পৰিছে৷ |
ডিজিটেল ডেস্কঃ আইপিএলত এইবাৰ দেখিবলৈ পোৱা গ’ল বিহু ডান্স। |
অৱশ্যে ৫খন জিলাৰ লগতে শদিয়াৰ সীমান্তৰ চূণপোৰা আৰক্ষী চকী, লৱাৰ ডিবাং ভেলী জিলাৰ অধীনত চূণপোৰা আৰক্ষী চকী, পশ্চিম কামেঙৰ বলেমু, ভালুকপুং আৰক্ষী চকী,পূব কামেং জিলাৰ ছেইজুছা আৰক্ষী চকী, পাপুম পাৰে জিলাৰ বালিজান আৰক্ষী চকীৰ পৰা আৰু নামচাই জিলাৰ নামচাই, মহাদেৱপুৰৰ প্ৰত্যাহাৰ কৰা হয় আইন খন। |
আনহাতে ওদালগুৰি জিলাৰ মাজবাটত কংগ্ৰেছৰ সমৰ্থকসকলে মাজবাট ৰে’ল ষ্টেচনত উপস্থিত হৈ ৰে’ল অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে। |
যাৰ বাবে ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱাই তদন্তৰ ব্যৱস্থা কৰিবলৈ বাধ্য হৈছে। |
ই সমাজৰ বাবে ক্ষতিকাৰক। |
জানিব পৰা মতে, মহাকাশত ৰাইবোজৰ সমান্তৰালভাৱে দুটি পৃথক উল্কাপিণ্ডত এৰাবিনোজ আৰু জাইলোজৰ দৰে জৈৱ অপৰিহাৰ্য্য শৰ্কাৰৰো সন্ধান লাভ কৰিছে গৱেষকসকলে। |
পুৱা ৯'৩০ বজাত চিত্ৰাংকন প্ৰতিযোগিতাৰে আৰম্ভ কৰাৰ পাছত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে এক বৰ্ণাঢ্য শোভাযাত্ৰা মুকলি কৰে মাজবাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ধৃতিমান দাসে। |
কৰ্মসূত্ৰে গুৱাহাটীত আছেহি। |
কিন্তু কেন্দ্ৰই ভাৰত-চীন সম্পৰ্কৰ কথা মনত ৰাখি আধ্যাত্মিক নেতাগৰাকীক ভ্ৰমণৰ অনুমতি দিয়া নাছিল। |
কিন্তু, দক্ষিণ ভাৰতত আকৌ ৫০ শতাংশ লোকে ভাবে যে বিদেশীলৈ নাগৰিকত্ব প্ৰদানত “নিৰাপত্তাজনিত শংকা” নাই। |
এগৰাকী ব্রিটিছ লেখক তথা সাংবাদিকে স্বাধীনতাৰ পিছৰ নতুন ভাৰতবর্ষক দীঘলীয়া সময় ধৰি নিৰীক্ষণ কৰি কি দেখা পালে, নতুন ভাৰতৰ ছবিখন কিমান ইতিবাচক অথবা নেতিবাচক, ভাৰতবর্ষখন কোনবিলাক দিশত আগবাঢ়িছে, পিছপৰি ৰৈছে ক’ত– এই কথাবোৰৰ তথ্যসম্বলিত বর্ণনা সম্বলিত হৈছে অলিভাৰ বেলচ৲ৰ ‘ইণ্ডিয়া ৰাইজিং ঃ টে’লছ ফ্রম এ চেঞ্জিং নেশ্যন’ গ্রন্থত৷ ‘অন্তৱর্র্তীৰ ইতিহাস’ত লেখকে নতুন ভাৰত সম্পর্কে বেলচৰ মতাদর্শৰ লগতে নিজস্ব দৃষ্টিভংগীও সংযোজন ঘটাই আলোচনাটো মনোগ্রাহী কৰি তুলিছে৷ ‘কার্টুনৰ যোগেদি জনপ্রিয় ইতিহাস’ শীর্ষক আন এখন ৰচনাত বিগত অর্ধশতিকা ধৰি আমূল গাখীৰৰ বিজ্ঞাপনত ব্যৱহূত কার্টুনে কেনেকৈ ভাৰতবর্ষৰ কেতবোৰ ঐতিহাসিক পৰিঘটনা, সফলতা আদিক ধৰি ৰাখিছে তাৰো বিৱৰণ দিছে৷ আমূলৰ বিজ্ঞাপনে পঞ্চাছ বছৰত ভৰি দিয়া উপলক্ষে প্রকাশ কৰা ‘আমূলছ ইণ্ডিয়া’ কিতাপখন লেখকৰ মতে আমূলৰ শ্ল’গান ‘আটাৰ৲লি বাটাৰ৲লি ডেলিচিয়াছ’ৰ দৰেই সুমিষ্ট সোৱাদেৰে ভৰপূৰ৷ |
” আজিৰ সংবাদমেলত সংগঠনৰটোৰ কেইবাজনো সদস্য উপস্থিত থাকে। |
প্ৰথমে সৰ্প দংশনত মৃত্যু হোৱা এগৰাকী কণমানিৰ আত্মীয়ৰ এটা মন্তব্য শুনি লওক- |
মঙলবাৰে তামিলনাডুৰ ডি এম কে দলৰ অধ্যক্ষ পদৰ বাবে আনুষ্ঠানিকভাৱে এম কে ষ্টালিনৰ নাম ঘোষনা কৰা হয়। |
ফেক্টৰীৰ কপাটত ডাঙৰ ডাঙৰ তলাই নিৰ্দেশ কৰিছিল সিহঁতৰ বৰ্তমান আৰু ভৱিষ্যত। |
চুতীয়া জাতি ছাত্র সন্থাৰ সভাপতি ক্ষীৰোদ শইকীয়াই মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, প্রধানমন্ত্রী নৰেন্দ্র মোদীক সমালোচনা কৰি সর্বানন্দ সোণোৱালে ব্রিটিছ শাসন, ল’ৰা ৰজাৰ শাসন চলোৱাৰ অভিযোগ তোলে৷ তেওঁ কেন্দ্র- ৰাজ্য চৰকাৰক সকীয়নি দি চুতীয়া ছাত্র সন্থায়োও ন্যায্য প্রাপ্যৰ দাবীত অগণতান্ত্রিক কার্যপন্থা অৱলম্বন কৰিব পাৰে বুলি মন্তব্য কৰে৷ চুতীয়া জাতিক লৈ ৰাজনীতি নকৰিব বুলি মন্তব্য কৰি লোক সভা, পঞ্চায়ত নির্বাচনত বিজেপিক ফল ভোগ কৰিবলৈ প্রস্তুত থাকিবলৈ সকীয়নি দিয়ে৷ |
বিহাৰক বিহাৰৰ লোকসকলেই ধনী কৰিব লাগিব। |
সেই ফালৰ পৰা পূৰ্বৰে পৰাই অঞ্চলটো সাংস্কৃতিক ভাৱে যথেষ্ঠ চহকী হোৱাৰ লগতে যথেষ্ঠ স্পৰ্শকাতৰ হিচাপেও চিহ্নিত হৈছে। |
অৱশ্যে এইবাৰ কৰ্মীবিহীন নাছিল কাৰ্য্যালয়টো। |
দেউতা মিতব্যয়ী মানুহ বুলি জানো৷ যাৰ হাৱাই চেণ্ডেলেও নীলা ৰং লৈ ভৰিত ধৰি কান্দে, “কোৱাইদেউ মোক এৰক৷ মাটিত শৰীৰটো বিলীন নকৰাকৈ যাওঁগে বুলি ভাবিছোঁ৷” চেণ্ডেলৰ ফিটা নতুন৷ তলফালে গোৰোহাও ছিগা, আঙুলিৰ চিনতো ফুটা৷ কথাটো মনত পৰি খুকখুকাই হাঁহোতেই, গাৰ কাষ পোৱা কুকুৰটোৰ ৰাম্ফা চিঞৰত মা মোৰ পিঠিত উঠিলহি। |
ডিজিটেল ডেস্কঃ পঞ্জাৱ নেশ্যনেল বেংকৰ ১৩শ কোটি টকীয়া কেলেংকাৰীৰে জড়িত নীৰৱ মোডীক লণ্ডনত গ্ৰেপ্তাৰ কৰাৰ পাছত অতি শীঘ্ৰে ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰাৰ বাবে ভাৰত চৰকাৰ আৰু ব্ৰিটেইনৰ মাজত আলোচনা চলি আছে। |
ষ্টাফৰিপৰ্টাৰ, ৭ ফেব্ৰুৱাৰী, কামাখ্যা ৰে’ল ষ্টেচনৰ সমীপত উত্তপ্ত পৰিস্থিতি। |
বিদ্যালয়সমূহক শৈক্ষিক খ্যাতি, ব্যক্তিগত মনোযোগ, আন্তৰ্গাঁথনিৰ ব্যৱস্থা, উদ্ভাৱনীমূলক নেতৃত্ব যোগ্যতা, সহ-পাঠ্যক্ৰম কাৰ্যাৱলী আৰু মূল্য শিক্ষা আদি মাপনৰ যোগে মূল্যায়ন কৰা হৈছিল। |
তেওঁলোকে ভূৱা অভিনেতা আৰু চলচ্চিত্ৰ প্ৰযোজকৰ কামো কৰি আছে। |
কোনোলোকে যুৱকজনৰ সম্ভেদ পালে ওচৰৰ আৰক্ষীক নতুবা ৯৬১৩১ ৩০৩৯৮ নম্বৰত খবৰ দিবৰ বাবে পৰিয়ালৰ লোকে অনুৰোধ জনাইছে। |
তথ্য অনুসৰি এই চাৰিগৰাকী খেলুৱৈ ক্ৰমে- মনীষা বড়ো, নিকিতা বৰুৱা, মানসজ্যোতি গগৈ আৰু বৰ্মন অম্লান কাৰ্গিল। |
সদৌ অসম আদিবাসী ছাত্র সন্থা (আছা)ৰ কেন্দ্রীয় কার্যনির্বাহক সভাখন আজি লখিমপুৰ জিলাৰ সংগঠনটোৰ জন্মস্থান আদিবাসী জুনু বস্তি হাইস্কুলত অনুষ্ঠিত হয়৷ আছাৰ কেন্দ্রীয় সমিতিৰ সভাপতি ষ্টিফেন লাক্রাৰ সভাপতিত্বত অনুষ্ঠিত সভাত ৰাজ্য চৰকাৰ, এন ডি এফ বি আৰু কেন্দ্রীয় চৰকাৰৰ মাজত স্বাক্ষৰিত ত্রিপাক্ষিক চুক্তিত সন্নিৱিষ্ট তথা আলোচনা মর্মে ইতিমধ্যে ঘোষিত বি টি আৰক সদৌ অসম আদিবাসী ছাত্র সন্থাই কোনোপধ্যেই মানি নলয় বুলি সিদ্ধান্ত গ্রহণ কৰে৷ |
ঘটনাৰ পাছতে অঞ্চলটোত তীব্ৰ আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে। |
Home > শাসনত নাই, কংগ্ৰেছীয়ে জ্বলালে কংগ্ৰেছীক |