text
stringlengths 10
210k
|
---|
মানসিক ভাৰাসাম্য হেৰুৱাইহে লাফিকুলৰ ভাতৃয়ে মধ্য প্ৰাচ্যৰ কথা কোৱা বুলিও সদৰী কৰে এবিএমছুৰ সাধাৰণ সম্পাদক চাহ কামাল খণ্ডকৰে। |
আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্বিতা কৰিব ১১১ নং শগুণমাৰী গাঁৱ পঞ্চায়তৰ সভাপতি পদত নিৰ্দলীয় প্ৰাৰ্থী জহিৰুল ইছলাম আহমেদ। |
চিন্তা নকৰিবি, কোনেও তোৰ নোম এডালো লৰাব নোৱাৰে। |
চেঃ পঢ়ি থাকিলে এইবোৰ কথা পাহৰিয়ে থাকোঁ নহয়। |
অহা ৩১ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱ-নিয়োজিত ‘চকীদাৰ’সকলৰ স’তে মত বিনিময় নকৰিব । |
আমাৰ এওঁ শব্দৰ উৎপত্তি সন্দৰ্ভত যথেষ্ট মতবাদ আছে। |
বৰুৱাই প্ৰকাশ কৰা অনুসৰি শিল্পীগৰাকীক সম্পূৰ্ণ সুস্থ হ'বলৈ প্ৰয়োজন হ'ব এসপ্তাহৰ জিৰণি। |
লাহে লাহে আমাৰ পোষ্টত প্ৰথম লাইক আৰু কমেণ্টটো জেঠাইৰ পৰাই পোৱা হ’লোঁ। |
যৌৱনৰ উপহাৰ,অনুভৱ বোৰৰ গাতে গা লগাই চাই থাকো নিশাৰ জোন। |
জোনাইত ছিগিল মথাউৰি: জোনাইৰ পৰা ভাস্কৰজ্যোতি টায়েং: অৰুণাচলত প্রবল বৃষ্টিপাত, ভূমিস্খলনৰ ফলত আৰু ধেমাজি জিলাখনতো হৈ থকা মুষলধাৰ বৰষুণৰ বাবে চিয়াং-ব্রহ্মপুত্রৰ লগতে নৈ-উপনৈসমূহৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত ধেমাজি-জোনাইৰ নৈপৰীয়া ৰাইজ বেয়াকৈ বানৰ কবলত পৰিছে৷ চিয়াং- ব্রহ্মপুত্রৰ বাঢ়নী পানীয়ে ইতিমধ্যে জোনাই ৰাজহ চক্রৰ অন্তর্গত বৃহত্তৰ বেৰাচাপৰি, মালভোগ, শান্তিপুৰ, কেৰকেৰ, জলধুবি, জীয়াঢল, গোলাঘাট, মিলনতীর্থ, মানিমুনি, বলুকাগুৰি, বেৰামিলন, বৃহত্তৰ কবুচাপৰি, কুটুম গাঁও, মেচাকি চাপৰি, কয়লা আলি আদি নৈপৰীয়া গাঁওসমূহ প্লাৱিত কৰিছে৷ |
ইফালে, মুকালমুৱা থানাত ৰুজু হোৱা ৬৭/২০১৯ নম্বৰ গোচৰ আৰু ভাৰতীয় দণ্ড বিধিৰ ৩৮০ ধাৰাৰ অধীনত চোৰ তিনিটাক আটক কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। |
ফলত দুয়োটা দলৰ মাজত এখন আকৰ্ষণীয় যুঁজ দৰ্শকে আশা কৰিব পাৰে। |
ঐক্য শান্তি প্ৰগতিৰ জখলা ডালে, কৰিলে ডেৰকুৰি পাৰ |
বৈঠকত শ্ৰম বিষয়া জগত জীৱন দত্ত আৰু বিভাগটোৰ অন্যান্য বিষয়ববীয়াসকলৰ লগতে বোনাচ প্ৰদানৰ দায়িত্ববাহী বিভিন্ন বেংকৰ প্ৰতিনিধিসকলেও অংশ লয়। |
মৃত্যুৰ সময়ত তেখেতৰ বয়স ৯২ বছৰ আছিল। |
এই গুৰুতৰ অভিযোগ হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ। |
বানাক্ৰান্ত সকলক চাউল, ডাইল, কাপোৰ, বিস্কুট আদি প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে সামাজিক অনুষ্ঠানটোৱে। |
সেই ৯টা কপিৰ মাজৰ এখন ফটো ২০০৯ চনৰ জুন মাহত নিলাম হৈছিল। |
আঞ্চলিকতাবাদৰ সুৰক্ষাৰ অঙ্গীকাৰ লৈয়ে অগপ দলৰ পৰা পদত্যাগ কৰিলো – এটা বিবৃতি এনেদৰে কয় পাটোৱাৰীয়ে । |
দিল্লীত থকা বৰাকৰ বিজেপি প্রতিনিধি দলৰ লগত দিল্লীৰ ২৯ ৰবিশংকৰ শুক্লা লেনৰ মুখ্যমন্ত্রীৰ নিজা বাসভবনত হোৱা আলোচনা কালত এনেদৰে আশ্বাস দিয়ে মুখ্যমন্ত্রী |
তেওঁ আমাক আৰম্ভণিৰ পৰাই সহযোগ কৰি আহিছে। |
ভেলেন্টাইনৰ নামত ৰঙাগোলাপৰ দোকান বুকুত খুলি বহাতকৈ বুকুত ৰুই থোৱা জোপাতে যদি সাৰ-পানী দি থাকে, জাতিস্কাৰ হ’ব মনো, চৌপাশৰ পৰিৱেশো। |
সেয়েহে এইবাৰ স্বাধীনতা দিৱসত নাগৰিকক প্লাষ্টিকৰ পতাকা ব্যৱহাৰ নকৰিবলৈ কামৰূপ মেট্ৰ’ৰ প্ৰশাসনে আহ্বান জনাইছে। |
এই অস্ত্ৰসমূহৰ ভিতৰত আছে চাৰিটা বিদেশত নাৰ্মিত পিষ্টল, এটা হস্তনিৰ্মিত পিষ্টল, এটা কাৰ্বাইন, পাঁচটা মেগাজিন, দুই জাই সজীৱ গুলীৰ লগতে পিষ্টলত ব্যৱহৃত কেইবাটাও সামগ্ৰী। |
নগালেণ্ডত বৃহৎ দল হোৱা এন পি এফ আঞ্চলিক দল৷ সেইদৰে দ্বিতীয় বৃহৎ দল এন ডি পি পিও এটা আঞ্চলিক দল৷ ৰাজ্যখনত ১২খন আসনেৰে বিজেপি তৃতীয় স্থানতহে আছে৷ সেইদৰে মেঘালয়ত ১৯খন আসন লাভ কৰা এন পি পিও এটা আঞ্চলিক দল৷ ৰাজ্যখনত দুখন আসন লাভ কৰি বিজেপি ষষ্ঠ স্থানতহে আছে৷ এনে প্রেক্ষাপটত উক্ত দুখন ৰাজ্যত গেৰুৱা দলৰ উত্থান হোৱা বুলি কোৱাৰ কিবা যুক্তি থাকিব পাৰেনে? |
দত্তই কয়, ‘’আজিৰ তাৰিখলৈকে নাগৰিকত্ব সংশোধনী বিলখনৰ সন্দৰ্ভত অসমৰ বিভিন্ন দল-সংগঠনে ঐক্যবদ্ধ সংগ্ৰাম কৰিবলৈ চেষ্টা নকৰিলে। |
তৰুণ গগৈ এজন বৰাকবিদ্বেষী ব্যক্তি |
আনহাতে বজাৰ, ৰেল ষ্টেচন আদি ৰাজহুৱা স্থান সমূহত বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। |
মাৰ্ঘেৰিটাৰ ব্যৱসায়ীৰ পুত্ৰ অৰুণাভ ফুকনক মুকলি কৰি দিলে আলফা স্বাধীনে |
ইষ্ট-ইন্ডিয়া কোম্পানীয়ে সাত শ সৈন্য- |
মিছামাৰীত এনডিএফবিৰ ৰঞ্জন গোটৰ সদস্য গ্ৰেপ্তাৰ |
ৰেল বিভাগে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক জনোৱা অনুসৰি এই বটল সমূহৰ পৰা কাপোৰ আৰু টুপি নিৰ্মাণ কৰা হ’ব। |
আৰক্ষীৰ উচ্চ পদস্থ এক সূত্ৰ অনুসৰি এতিয়ালৈকে এই ঘটনাত জড়িত থকাৰ সন্দেহত জনৈক জীতেন বৰুৱা নামৰ এজন ব্যক্তিক আটক কৰিছে আৰক্ষীয়ে। |
জইছ-ই-মহম্মদৰ বিৰোদ্ধে এঘৰী যুঁজিবলৈ সাজু হৈ উঠিছে কাশ্মিৰী যুৱকসকল। |
জাজৰিঃ নগাঁও জিলাৰ জাজৰিত দেওবাৰে ২০টা মহিলা আত্ম সহায়ক গোট তথা কৃষ্ণ গোপাল গ্ৰাম্য সংগঠনে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক স্মৰণ কৰে। |
সেয়েহে অলপ হোষ্টেলৰ কায়দাত এটা দিন পাৰ কৰাৰ বাবে লকলকাই থকা মনবোৰৰ বাবে এই সুবিধাজনক আয়োজন। |
মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজিৰ দিনটো এক ঐতিহাসিক দিন বুলি মন্তব্য কৰিছে । |
এই ধার্মিক পর্যটনৰ যােগেদি দুশ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰাৰ পৰিকল্পনা কৰিছে পর্যটন নিগমে। |
সকলোৱে মনে মনে গুণা-গঁথা কৰিছিল যে তেওঁলোকে এইবাৰ বেলেগ কিবা এটা কৰিব৷ আনতকৈ যে বেলেগ কিবা কৰিব সেইটো খাটাং৷ কিন্তু কি কৰিব? |
বিশিষ্ট মহিলাগৰাকীৰ অকাল বিয়োগে যোৰহাটবাসীৰ লগতে আত্মীয় স্বজনৰ মাজত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে। |
তিনিচুকীয়া জিলাৰ কয়লা নগৰী লিডুৰ অমূল্য কুমাৰ বৰুৱা আৰু ইহসংসাৰত নাই। |
ডিজিটেল সংবাদ, মঙলদৈঃ বৃহস্পতিবাৰে পুৱা প্ৰায় ৫.৩০ বজাত মঙলদৈৰ অধমাপাৰাত ১৫ নং ৰাষ্টীয় ঘাইপথত এটি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। |
কপ্লিং ছিগা ৰেল”ৰ কেইটিমান ৰচনা – ড°লীলা গগৈ |
পলাশ…অ পলাশ |
৮ নৱেম্বৰৰ পুৱাৰে পৰা ACS-APSৰ গ্ৰেপ্তাৰ কৰা আৰম্ভ কৰিছিল অসম আৰক্ষীয়ে৷ তাৰ মাজতে আৰক্ষীৰ পৰা হাত সাৰিবলৈ ৰাজনৈতিক প্ৰভাৱপুষ্ট ACS বিষয়া ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ আত্মীয় সুনয়না আইদেউ, প্ৰাক্তন মন্ত্ৰী সুমিত্ৰা পাটিৰৰ আত্মীয় গীতালি দলে, নীলমণিৰ পুত্ৰ ৰাজৰ্ষি সেন ডেকা সহিতে প্ৰায় ১০গৰাকী বিষয়াই আত্মগোপন কৰি আছিল যদিও অৱশেষত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছিল৷ |
গোটটোৰ তথ্য অনুসৰি গুৱাহাটীৰ প্ৰায় সকলোবোৰ শিক্ষানুষ্ঠানৰে ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ধঁপাত আৰু ধপাত জাতীয় সামগ্ৰী বিক্ৰী হৈ আছে। |
সমগ্র দেশজুৰি পালন কৰা ‘স্বচ্চতা পষেক’ উপলক্ষে আজি সপ্তম দিনা মাজুলী জিলাৰ চিলাকলা-২ মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত ৬৫ নং বালিচাপৰি প্ৰাথমিক বিদ্যালয়ত দিনযোৰা কাৰ্য্যসূচী পালন কৰা। |
ক্ষতিগ্ৰস্ত ১০০০ একৰ কৃষিভূমিৰ শস্য। |
কা বাতিলৰ দাবীত কংগ্রেছৰ পুনৰ পদযাত্রা কার্যসূচী |
কোকৰাঝাৰ সমষ্টিত ১৪ লাখ ৬০ হাজাৰ ভোটদান হোৱা হেতুকে এইবাৰ ৫ লাখ ভোট পালেই প্ৰাৰ্থী জিকিব আৰু বিপিএফে কমেও ৫ লাখ আৰু অধিকতম ৬ লাখ ভোট পাব বুলি দাবী কৰিছে হাগ্ৰামা মহিলাৰীয়ে। |
ইতিমধ্যে সমগ্ৰ অসমজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ চলি থকাৰ সময়ত আৰু ক'লা ধ্বজাৰ আতংকত মহাবিদ্যালয় চৌহদত হেলিপেড নিৰ্মাণ কৰাক লৈও সৰৱ চৰ্চা চলিছে। |
সাধাৰণ ঘটনাবোৰেই ইয়াৰ সাক্ষ্য বহন কৰে৷ কলুষিত কৰাৰ বাবে যিমানেই অপচেষ্টা নকৰক কিয় খাতি অসমীয়াই প্রতিহত কৰিবই৷ সেয়ে অসমত যেতিয়া ‘হিন্দু-মুছলমান ভাই ভাই’ৰ বিপৰীতে নতুন সাম্প্রদায়িক মনোভাবাপন্ন শ্ল’গান দিয়াৰ প্রয়াস কৰিলে, লগে লগে কোন ওলাই আহিল? |
বাইক ষ্টাৰ্ট দি একেছাটেই পালোঁ শইকীয়া দা ধাবা৷ কেকৰ পেকেটটো খুলি লৈ মমবাতিডাল গুঁজি দিলোঁ৷ ‘বাৰ্থ্ডেই বয়’ কেতিয়া উলাইহি কি ঠিক…! |
ৰিম’ট ছেনছিং এই চন্দ্ৰযানখনৰ লক্ষ্য আছিল একমাত্ৰ উপগ্ৰহটোৰ কক্ষপথ। |
অসমতো প্রাথমিক শিক্ষাত কেন্দ্রীয় চৰকাৰৰ মধ্যাহু ভোজন আঁচনি চলি আছে৷ এই আঁচনিৰ অধীনত ছাত্র-ছাত্রীক দিয়া মধ্যাহু ভোজন বহু বিদ্যালয়ত অস্বাস্থ্যকৰ পৰিৱেশত প্রস্তুত হোৱাৰ প্রতি লক্ষ্য ৰাখি অক্ষয় পাত্র ফাউণ্ডেশ্যনৰ আর্হিত কেন্দ্রীয়ভাৱে মধ্যাহু ভোজন প্রস্তুত কৰি শিক্ষানুষ্ঠানত যোগান ধৰাৰ কথা ঘোষণা কৰা হৈছিল ৷ |
মিজোৰাম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীৰ উমৈহতীয়া সংগঠন ফেডাৰেচন অফ মিজোৰাম গভ্ট এমপ্লইজ এণ্ড ওৱাৰ্কাৰ্ছ এ সপ্তম দৰমহা আয়োগৰ অনুমোদনৰ হাৰত দৰমহা বৃদ্ধিৰ দাবীত আহ্বান দিয়া তিনিদিনীয়া সৰ্বাত্মক ধৰ্মঘটৰ কাৰ্সূচী প্ৰত্যাহাৰ কৰিছে। |
ভৈৰৱকুণ্ডৰ নঙলা মুখত এতিয়া বিভিন্ন জাতি- জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ লগতে ৰচনা কৰা হৈছে ক্ৰীড়া প্ৰতিযোগিতা। |
৪. উজান বজাৰৰ বৰখেলিয়া নামঘৰত মূলদ্বাৰৰ তলা ভাঙি চোৰে চলালে লুট। |
থানাত এফ আই আৰ এখন দিম নেকি? |
আহত টৈট শিক্ষক জ্যোতি ৰ ময় চন্দন গিৰী নগাঁৱৰ জুৰিয়া ব্লকৰ দক্ষিণ দলনি জুৰিয়া মুক্তাব স্কুলৰ শিক্ষক। |
তেওঁ ক’লে৷ |
সেয়ে উত্তৰ প্ৰদেশৰ ভোটদানৰ এই পৰ্যায়টোত শাসকীয় দলটোৰ বাবে সন্মানৰ কথাও আহি পৰিছে। |
সাৰেগামাৰ পৰিচালন সঞ্চালক বিক্রম মেহৰাই কয় যে কাৰভান মিনি লিজেণ্ড-আছামিজ কাৰভান মিনি লিজেণ্ড ছিৰিজৰ শেহতীয়া সংযোজন৷ কাৰভান মিনি লিজেণ্ড ঃ মুগা শিল-বালি বৰণৰ অসমীয়া সংস্কৰণটো ২৪৯০ টকাৰে www. saregama. com আৰু অন্য মুখ্য বিপণীসমূহৰ পৰা ক্রয় কৰিব পাৰিব৷ |
ইতিমধ্যে ধেমাজী , তিনিচুকীয়া, গোলাঘাটৰ লগতে কেইবাখনো জিলাত পৃথকে পৃথকে ৰাহুল ৰাভা নামৰ ভণ্ড গায়কজনৰ ওপৰত গোচৰ ৰুজু কৰিছে । |
সেই কথা মই মৰ্মে মৰ্মে উপলব্ধি কৰো, মই পাহৰি যাব নোৱাৰো। |
সি মোমায়েকক মাত দি ঘৰৰ পৰা ওলাই আহিল। |
একেটাই বাঘ |
কিয়নো ভাৰতীয় সনাতনী বৈদিক পৰম্পৰা অনুসৰি মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চমী তিথিত বসন্ত পঞ্চমী বা সৰস্বতী পূজা কৰা হয়। |
আনহাতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা গোলাম নবী আজাদে উত্তৰ পূৱ ভ্ৰমনলৈ অহাৰ সময়ত দেওবাৰে মহানগৰীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল অনুষ্ঠিত কৰিছিল৷ উক্ত সময়ত অনিল ৰাজাৰ বিৰুদ্ধে একাংশ নেতা-কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাজীৱ ভৱনত। |
তেওঁ কৈছিল যে তেওঁক যদি অঁতৰোৱা হয় তেতিয়াহ’লে এগৰাকী নতুন অধ্যক্ষ বাছনি কৰা হ’ব আৰু ইয়াৰ দ্বাৰা চৰকাৰখনৰ কোনো ক্ষতি নহয়। |
চিনেমাত হাস্য-ব্যংগৰ আলোচনা চাৰ্লি চেপলীনৰ অবিহনে অসম্ভৱ। |
নগাঁও জিলাৰ কঠীয়াতলি শিক্ষা খণ্ডৰ অন্তৰ্গত বহু চৰকাৰী বিদ্যালয়তো এটি গৃহৰ অভাৱত জৰাজীৰ্ণ গৃহ আৰু মুকলি আকাশৰ তলতে অনুষ্ঠিত হৈছে শিক্ষা বিভাগৰ গুণোৎসৱ। |
নিজৰ নিজৰ সমৰ্থকসহ দল বান্ধি ভোটাৰৰ চোতালে চোতালে দিন-ৰাতি একাকাৰ কৰি ভোট ভিক্ষা মাগি ঘূৰি ফুৰিছে আখলৰ গৰাকী সকলে ৷ মনকৰিবলগীয়া যে,এই মহিলা প্ৰাৰ্থীসকলৰ ভিতৰত নগণ্য সংখ্যকৰ বাদে অধিকাংশৰে কিন্তু সমাজত নিজৰ কোনো বিশেষ স্থিতি বা সামাজিক পৰিচয় নাই ৷ একমাত্ৰ স্বামী,খুৰায়েক নাইবা নিজৰ ভাতৃৰ সমাজত থকা জনপ্ৰিয়তা তথা পৰিচয়কে সাৰোগত কৰি ভোটাৰৰ মাজত এইসকল সমাজসেৱাৰ তিলমানো জ্ঞান নথকা মহিলা প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে ৷ আনহাতে গ্ৰামাঞ্চলৰ প্ৰান্তে প্ৰান্তে প্ৰাৰ্থীসকলৰ নিৰ্বাচনী কাৰ্যালয় খোলাৰ ধুম উঠাৰ দৰে সকলোতে প্ৰাৰ্থীৰ ফটো সম্বলিত নানা প্ৰকাৰৰ ৰং-বিৰঙৰ বেনাৰ,পোষ্টাৰ,হৰ্ডিং আদিৰে ভৰি পৰি সুকীয়া পৰিবেশৰ সৃষ্টি কৰিছে ৷গাঁৱৰ বয়োজ্যেষ্ঠজনৰ পৰা যুৱ ভোটাৰলৈ সবাকে কেনে প্ৰকাৰে আকৰ্ষণ কৰিব তাৰ বাবে সঘনে প্ৰাৰ্থী আৰু সমৰ্থকৰ মাজত চলিছে গোপন আলোচনা ৷ তদুপৰি প্ৰতিপক্ষক কি উপায়েৰে পৰাস্ত কৰিব পাৰি তাৰ বাবেও ৰচনা কৰা হৈছে গোপন ৰণ কৌশল ৷ কাজেই,এনেধৰণৰ নিৰ্বাচনকেন্দ্ৰীক কৰ্ম-কাণ্ডই কাৰ্যতঃ গৰম কৰি ৰাখিছে জিলাখনৰ গ্ৰামাঞ্চলৰ পৰিবেশ ৷ ইফালে,একাংশ সুচতুৰ যুৱকে আকৌ নিশাৰ ভাগত প্ৰাৰ্থীৰ ঘৰে ঘৰে গৈ ধন তুলি নিৰ্বাচনী প্ৰচাৰৰ পৰা আঁতৰি থাকি মদে-ভাতে খাই মছগুল হৈ নিজকে ব্যস্ত ৰাখিছে ৷ |
আনহাতে বিশ্বৰ আটাইতকৈ সফল মহিলা এভাৰেষ্ট আৰোহণকাৰী হিচাপে নিজৰেই অভিলেখ ভংগ কৰিবলৈ সক্ষম হ’ল লাকপা চেৰপাই৷ বুধবাৰে ৯তম এভাৰেষ্ট আৰোহণৰ সফল সামৰণি মাৰি নিজৰ পূৰ্বৰ অভিলেখ ভংগ কৰে দুঃসাহসী মহিলাগৰাকীয়ে৷ কেৱল সেয়াই নহয়, পৰ্বতৰ সৰ্বোচ্চ শিখৰলৈ আৰোহণ কৰি লাকপাই গঢ়ে অন্য এক অভিলেখ৷ |
প্রধানমন্ত্রীলৈ জিলাৰ উপায়ুক্তৰ জৰিয়তে সদৌ শোণিতপুৰ জিলা ছাত্র সন্থাৰ সভাপতি অভিজিৎ নাথ আৰু সাধাৰণ সম্পাদক নিতুল বৰাৰ স্বাক্ষৰত প্রেৰণ কৰা স্মাৰক-পত্রখনত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ লগতে নির্ধাৰিত সময়সূচীৰে অসম চুক্তি ৰূপায়ণ কৰা, ক্ষিপ্র গতিৰে ভাৰত-বাংলা সীমান্ত ছীল কৰা আৰু খিলঞ্জীয়া লোকক সাংবিধানিক ৰক্ষাকৱচ প্রদান কৰাৰ দাবী জনায়৷ |
এই ৰাজনীতিত অসন্তুষ্ট জাতীয় চহিদ পৰিয়াল। |
সভাৰ সূত্ৰই জানিবলৈ দিয়া মতে অহা ১ জুনত সাহিত্যিক লুম্মেৰ দাইৰ ৮০ সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে তেজপুৰৰ লুম্মেৰ দাই ভৱনত এক অনুষ্ঠানত বঁটাটো প্ৰদান কৰা হ’ব। |
গৱৰ্ণমেন্ট ৰেইলৱে পুলিচৰ সদস্যসকলে হাওৰাৰ পৰা গৈ চেন্নাইৰ চেন্ট্ৰেল ৰেইলৱে ষ্টেশ্যনত উপস্থিত হোৱাৰ পাছতে কৰ’মণ্ডল এক্সপ্ৰেছৰ প্ৰতিটো ডবাতে পুংখানপুংখভাৱে তালাচী চলায়। |
তাৰে ১২৫ গৰাকী ছাত্ৰ-ছাত্ৰী ষ্টাৰ মাৰ্ক, ২৪৬ গৰাকীৰ প্ৰথম বিভাগ, ৪১ গৰাকীৰ দ্বিতীয় বিভাগ আৰু ২১ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। |
এগৰাকী প্ৰশাসনিক বিষয়াৰ হিচাপে দৃষ্টিভংগী আৰু নিজৰ অভিজ্ঞতাৰ ভিত্তিত বহু দিশৰ পুংখানুপুংখভাৱে আলোচনা কৰা হৈছে এই গ্ৰন্থখনত। |
’ হিন্দুয়েই হওক বা মুছলমানেই হওক, বিদেশী স্বদেশী হ’ব নোৱাৰে৷ তেন্তে এইসকল লোক হেৰাল ক’ত? |
বৃদ্ধাশ্ৰমত তেওঁ দুটা ৰাতি কটাইছে। |
অৱশ্যে গাড়ী চোৰৰ চক্ৰটোক কৰায়ত্ত কৰিবলৈ সক্ষম নহ’ল। |
বৰ্তমান চৰকাৰৰ বিত্ত, স্বাস্থ্য আৰু শিক্ষা বিভাগৰ দৰে গুৰু বিভাগ কেইটা চম্ভালি থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী হিচাপে ব্যৰ্থ বুলি অভিহিত কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে৷ আনহাতে নগৰ উন্নয়ন মন্ত্ৰী হৈও হিমন্ত বিশ্ব শৰ্মাই নিজৰ ব্যৰ্থতাৰ পৰিচয় দিছে বুলি অভিযোগ কৰে গগৈয়ে৷ মন্ত্ৰীগৰাকীৰ অপৰিপক্কতাৰ বাবে গুৱাহাটীৰ বাট-পথ সম্পূৰ্ণৰূপে জৰাজীৰ্ণ হৈ পৰা বুলিও গগৈয়ে মন্তব্য কৰে৷ |
যিয়ে মাকৰ পৰা দূৰত থাকে তেওঁ এবাৰ ক’বলৈ পাহৰি নাযায় মা তোমাক মই ভালপাওঁ বুলি ক’বলৈ৷ মাক অভিনন্দন শুভেচ্ছা যিয়ে নাযাচো কিয় মাৰ মৰমৰ অৱদান আমি কেতিয়াও দিব নোৱাৰোঁ৷ জন্মৰ পৰাই আমাৰ শুশ্ৰুষা মায়ে কৰে৷ কাপোৰতে শৌচ-প্ৰস্ৰাৱ কৰা কেঁচুৱাটোক তালি-তুলি ডাঙৰ-দীঘল কৰে মায়ে৷ মাতৃৰ মৰম কি, সেই কথা সকলোৱে জানে৷ এই পৃথিৱীত মাতৃতকৈ শ্ৰেষ্ঠ কোনো নাই৷ নমাহ দহ দিন পেটত ৰাখি বহু কষ্টেৰে লালন-পালন কৰে সন্তানক৷ |
যোৰহাট আৰু গোলাঘাট জিলাত সংঘটিত ‘সুৰা ট্ৰেজেডি’ৰ প্ৰসংগেৰে ‘দুৰ্নীতিমুক্ত’ বুলি জাহিৰ কৰিব বিচৰা বিজেপি চৰকাৰৰ দিনত এই ঘটনাসমূহে ৰাজ্যত চলি থকা দুৰ্নীতিৰ প্ৰমাণ কৰা বুলিও তেওঁ দাবী কৰে। |
বৃদ্ধ দম্পতীৰপৰা বাইক আৰোহী দুৰ্বৃত্তই লুট কৰিলে ২ লাখ ১২ হাজাৰ টকা৷ ডি কে ৰোডৰ ষ্টেট বেংকৰ সমীপত এই ঘটনাটো সংঘটিত হয়৷ |
পিতাই এদিন মাতি নি সকলো কথা কৈছিল, তই মনত দুখ পাবি বুলিহে মই নজনাৰ ভাও ধৰি আছিলো। |
নলবাৰীৰ বৰকুৰাত আজি ৰেলৱে উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন কৰে ৰাজ্যৰ গড়কাপ্তানী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। |
: অ, মইতো হত্যাকাৰীয়ে হওঁ৷ |
কাৰ্যসূচী অনুসৰি বুধবাৰে পুৱা সংঘৰ সেৱাবাহিনীৰ দ্বাৰা পৰিৱেশ নিকাকৰন ,প্ৰাতঃপ্ৰসংগৰ পিচত গছপুলি ৰোপন,লোকপ্ৰাণ মতিৰাম বৰা সোৱৰনী মূল তোৰণ মুকলি,গ্ৰন্থমেলা আৰু প্ৰদশৰ্নী মুকলি,নামঘৰ তোৰণ উদঘাটন আৰু অধিৱেশনস্থলীৰ অস্থায়ী নাটঘৰত আসন প্ৰতিষ্ঠা কৰা হয় | ইয়াৰ পিচত মূল কাৰ্যালয় আদৰনি সমিতিৰ কাৰ্যালয় আৰু জিলা শংকৰদেৱ সংঘৰ কাৰ্যালয় মুকলি কৰা হয় | দিনৰ ১০.৩০ বজাত গ্ৰন্থমেলা আৰু প্ৰৰ্দশনী,কেন্দ্ৰীয় ভৰাল আৰু ভোজনালয় দ্বাৰ মুকলি কৰা হয় | ইয়াৰ পাচতেই বিশেষ প্ৰতিনিধি শিবিৰৰ তোৰণ উদঘাটন ,সেৱা বাহিনীৰ শিবিৰ মুকলি কৰা হয় | দিনৰ ১১.৪৫ বজাত প্ৰাক্তন পদাধিকাৰ কৰুনাকান্ত কলিতা সোৱৰনী মূল মঞ্চ ,প্ৰতিনিধি শিবিৰৰ তোৰণ উদঘাটন ,আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ শিবিৰ মুকলিৰ লগতে নাটঘৰৰ তোৰণ মুকলি কৰা হয় | ইয়াৰ পিচত মূল মঞ্চত অনুষ্ঠিত হয় গ্ৰন্থ উন্মোচনী সভা | |
বয়স বাঢ়িল। |
: মানব হৃদয়ৰ এই একান্ত প্ৰাৰ্থনা কোনেও কাকো অনুসৰণ কৰাৰ প্ৰয়োজন নাই৷ আহক আমি একেলগে কওঁ |
ছবছৰ ভাৰতত থকা শৰণার্থীক নাগৰিকত্ব দিবলৈ বিচাৰিছে কেন্দ্রই |
ডিব্ৰুগড়ৰ অগপ কাৰ্যালয়ত ন-খোৱা উৎসৱ আয়োজন কৰা সময়ত কাৰ্যালয়ত প্ৰৱেশ কৰি কেবৰ বিৰুদ্ধে সাব্যস্ত কৰিছিল প্ৰতিবাদ। |
মোৰ জীৱনত বিশেষভাৱে সাঁচ বহুওৱা যিসকল ব্যক্তি আছে তাৰ ভিতৰত আব্দুল মজিদ অন্যতম৷ দুর্গেশ্বৰ বৰঠাকুৰ আৰু আব্দুল মজিদ এনে দুগৰাকী বাস্তৱধর্মী অভিনেতা, যাৰ স্থান হয়তো কাহানিও কোনেও পূৰণ কৰিব নোৱাৰে৷ মজিদ দাৰ সৈতে মোৰ সম্পর্ক আছিল পিতা-পুত্রৰ দৰে৷ এনে এগৰাকী বৰেণ্য শিল্পীৰ বিয়োগ অসমীয়া চলচিচত্র, নাট্যজগতৰ বাবে অপূৰণীয় ক্ষতি৷ তেখেতক শেষমুহূর্তত সাক্ষাৎ কৰি বিছনাতে কেমেৰাৰে এটা শ্বট লোৱাৰ আশা আছিল যদিও সেই আশা পূৰণ নহ’ল৷ এইগৰাকী মহান শিল্পীৰ বিদেহ আত্মাই চিৰশান্তি লাভ কৰক৷ |
উল্লেখ কৰিব পাৰি যে নিপীড়িত ৰহিঙীয়াসকলক পৰ্য্যায়ক্ৰমে ঘূৰাই ল’বলৈ ম্যানমাৰে বাংলাদেশৰ সৈতে এখন চুক্তি কৰিছিল যদিও প্ৰক্ৰিয়াটো মসৃণভাৱে আগ বঢ়া নাই। |
. . অখিল গগৈক অসমৰ মুখ্য মন্ত্ৰী পতাৰ ঘোষণা সুকুমাৰ বিশ্বাসৰ |
ফটাঢোলঃ আপুনি দুয়োটা ভাষাই ভালকৈয়ে কব পাৰে৷ |
রপ্তানি পণ্যের মধ্যে পাট ও পাটজাত দ্রব্য উল্লেখ্যযোগ্য। |