text
stringlengths
10
210k
ইফালে ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তত ঈদৰ উপলক্ষে দেখা গৈছে ব্যাপক উৎসাহ-উদ্দীপনা।
ধৰ্ম ইছলাম, কিন্তু জাতি অসমীয়া।
পৰীক্ষাৰ্থীসকলে এই ৱেবছাইটযোগে ফলাফল চাব পাৰিব।
অসম চুক্তি হ’ল আৰু চুক্তি মতে দীৰ্ঘ সময়ৰ অন্তত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত এন আৰ চি প্ৰস্তুতৰ বাট মুকলি হ’ল।
লাহে-লাহে সিও মাতৃৰ দৰে লালমোহন নামৰ মিঠাইটিৰ ৰং, ৰস আৰু নান্দনিকতাৰ প্ৰতি তীব্ৰভাৱে আকৃষ্ট হ’ল আৰু তাৰ সোৱাদত আকণ্ঠ নিমজ্জিত হ’বলৈ কুণ্ঠাবোধ নকৰা হ’ল ৷ বৰঞ্চ নিজৰ নামটোক সি হনুমানৰ পাহাৰটোৰ দৰে সগৰ্বে দাঙি নাম-সচেতন সমাজখনত কঢ়িয়াই ফুৰিবলৈহে ধৰিলে ৷
বিজেপিৰ দ্বিতীয় কাৰ্যকালত অমিত শ্বাহে এই ৪ বিভাগৰ কোনো এক পদত অধিষ্ঠিত হ’ব পাৰে।
নিউজীলেণ্ডৰ সাগৰৰ পাৰলৈ জাকে জাকে তিমি [1]
অৱশ্যে এতিয়ালৈকে সেনাৰ সূত্ৰই শ্বহীদ জোৱান দুজনৰ লগতে নিহত সন্ত্ৰাসবাদীকেইজনৰো পৰিচয় প্ৰকাশ কৰা নাই।
শেষলৈ বাছ খনত সকলো যাত্ৰী নামি শেষ হোৱাত  বাছ চালক সহ পাঁ‌চ জন যুৱকে মিলি  জ্যোতিক দলবদ্ধ ধৰ্ষণ আৰু প্ৰতাপক  চলাইছিল  অমানুষিক অত্যাচাৰ।
কালি আমাৰ গৃহৰক্ষী জোৱান সমূহলৈ বাৰ্তা প্ৰেৰণ কৰি এই প্ৰতিবাদ বন্ধ কৰিবৰ বাবে অনুৰোধ জনাইছিল।
তদুপৰি দেওবাৰৰ নিশা চহৰৰ টাই সংস্কৃতিক বিকাশ কেন্দ্ৰৰ সন্মুখত থকা ট্ৰেইলাৰিং প্ৰশিক্ষণ দিয়া প্ৰতিষ্ঠান এখনৰ পৰা সাতটা কৈ চিলাই মেচিন চুৰি কৰি নিয়ে চুৰৰ দলটোৱে।
ছায়াটোৱে তিনিওকে উদ্দেশ্যি ক’ব “ৱেল ডান মাই গাৰ্লচ”তোমালোকে কৰি দেখুৱালা।
মধ্যাহ্ন ভোজনৰ নিয়মীয়া নহয় বিদ্যালয় খনত ।
প্ৰেমচন্দ গুপ্তাৰ নামত লালুৱে সম্পত্তিৰ পাহাৰ গঢ়িছে।
এই অসহায় পিতৃ জনৰ নিঠৰুৱা অবস্থাটো দেখি মোৰ অন্তৰ দহি গৈছিল।
আনহাতে সংগঠনটোৰ উদ্যোগত আগন্তুক ৰাষ্ট্ৰীয় প্ৰেছ দিৱসটি নলবাৰীত উদযাপন কৰাৰো  প্ৰস্তাৱ গ্ৰহন কৰা হয় ৷
বন্ধৰ ফলত ৰাইজে দুৰ্ভোগ ভুগিব লগা হোৱাতো স্বীকাৰ কৰি শ্ৰমিক নেতাজনে কয়, ‘আমাৰ উপায় নাই, কাৰণ চৰকাৰে আমাৰ দাবীসমূহৰ প্ৰতি যথাযোগ্য গুৰুত্ব প্ৰদান কৰা নাই।
অসমৰ অট’ চালককে ধৰি বিভিন্ন যান-বাহনৰ চালক তথা মালিকৰ পৰা গুণ্ডা টেক্স সংগ্ৰহ কৰাৰ একাংশ লোকে অভিযোগ উত্থাপন কৰে।
২০.মঙলবাৰে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেদ্দীয়ে সাক্ষাৎ কৰে শ্ৰাদা প্ৰিতম।
Home > শিয়াল-কুকুৰে ভক্ষণ কৰিলে পানী কেচুৱাৰ এখন হাত
এই এপটোৰ জৰিয়তে গ্ৰাহক সকলে ATMত টকা আছে নে নাই চাব পাৰিব।
কাৰণ সেই সময়ত অসমৰ পূবে-পশ্চিমে আহোম আৰু কোচসকলে ৰাজত্ব কৰি আছিল।
এইখিনিতে উল্লেখযোগ্য যে দুৰ্ঘটনা সংঘটিত হোৱা ভূটভূটিখনৰ যাত্ৰাৰ পূৰ্বেই ইঞ্জিনৰ বিজুটি হোৱা বুলি গম পায়ো চলাবৰ বাবে কিয় অনুমতি প্ৰদান কৰিছিল তাক লৈও প্ৰশ্ন তুলিছে প্ৰতিবাদকাৰীসকলে ।
উল্লেখ্য যে, চিলঙৰ পৰা উজনী অসমলৈ আহি থকা অৱস্থাত পৰিয়ালটোৰ লগত সংঘটিত হয় এনে ভয়ংকৰ ঘটনাটো।
যাৰ ফলত কলিতাসকলৰ অৰ্থনৈতিক অৱস্থা দিনক দিনে শোচনীয়ৰপৰা শোচনীয়তমলৈকে গতি কৰিছে।
পুনে-মুম্বাই ঘাইপথত নিশা সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা।
বঁটা হিচাপে ভদন্ত শাসনবংশ মহাথেৰক এখন স্মাৰক, সম্বৰ্ধণা পত্ৰ, সঁফুৰা, চেলেং চাদৰ, গামোচা আৰু এক ধন আদেশ পত্ৰ প্ৰদান কৰা হয়।
গোটেই জীৱনটো সুখ বিচৰাৰ নামত কিতাপ-পত্ৰ, চাকৰি, ধন-পইচাৰ পাছত দৌৰোতেই পানী হ’ল।
আকৌ লাহে লাহে সি ব্যস্ত হৈ পৰে পঢ়াত।
দুলীয়াজান সমষ্টিৰ বিধায়কজনে এই সন্দর্ভত ইত‌িমধ্যে মুখ্যমন্ত্র‌ীলৈ পদত্য‌াগ-পত্র প্র‌েৰণ কৰিছে।
বন বিভাগৰ এটা হাতীৰে খেদিব নোৱাৰি বন্যহস্তীৰ জাকটো ।
আৰক্ষীয়ে কি কয়?
চুপখিনিত  গাজৰ  ,বিন,  চিকেনখিনি  দি  হাই  ফ্লেমত  ভালকৈ  উতল আহিব দিব যাতে গাজৰ আৰু বিনখিনি  ভালদৰে বয়েল  হয়।
ইয়াৰ বাবে মই ১০ কোটি টকা ধাৰ্য্য কৰিছোঁ।
দলগাঁৱত কংগ্ৰেছ প্ৰাৰ্থীয়ে যথেষ্ট ভোট লাভ কৰিব বুলি ভবা হৈছে।
মোৰ ঘৰৰ বজাৰ কৰিবলৈ হ’লে মই পুনৰবাৰ গুৱাহাটী আহিম, কিয়নো ব্লু উইনডোত মই সকলোবোৰ ঘৰ সজোৱা সামগ্ৰী পাম বুলি ভাবিছো,’‘-টেণ্ডনে এইদৰে কয়।
সন্ধিয়া লক্ষ্যধৰ চৌধুৰী সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠান অতুল চন্দ্র বৰুৱা মূল মঞ্চত অনুষ্ঠিত হয়৷ অসম চৰকাৰৰ আয়ুক্ত সচিব প্রীতম শইকীয়াই উদ্বোধন কৰা এই অনুষ্ঠানত প্রণীতা বৈশ্য মেধি, দীপলীনা ডেকাৰ গীতৰ শৰাইৰ লগতে বাৰেৰহণীয়া কার্যসূচী ৰূপায়ণ কৰা হয়৷
নাওখন টুলুং-ভুটুংকৈ বৈ যাব ধৰিলে।
প্ৰেমদা: হাৰে মই কি কৰিলো।
মিশ্ৰ ছাৰ সষ্টম হ’ল।
দক্ষিণ কামৰূপৰ আচলপাৰা এতিয়া জীয়া মানুহৰ নগ্ন ৰূপ চাব খোজা দানৱৰ বাসস্থান হিচাপে পৰিচিত হৈছে।
গতিকে প্ৰমীলা ৰাণী ব্ৰহ্ম জয়ী হোৱাৰ সম্ভাৱনা প্ৰবল।
দুধনৈত ৯ জানুৱাৰীৰ পৰা নিখিল ৰাভা ছাত্ৰ সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশন
এইবাৰ দেশৰ পৰিধি ভাঙি অষ্ট্ৰেলিয়াৰ ছিডনী মেট্ৰ’ত সংযোজিত হ’ল ভাৰতত নিৰ্মিত চালকবিহীন ৰে’ল।
ৰাজ্যৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই চীনৰ এই গোপন ষড়যন্ত্রৰ সম্পর্কত মন্তব্য কৰি কয় যে তিববতৰ প্রাকৃতিক জৈৱতন্ত্রত চীনে এনেদৰে হস্তক্ষেপ কৰিলে অসম আৰু অৰুণাচল প্রদেশ সর্বাধিক পৰিমাণে ক্ষতিগ্রস্ত হোৱাৰ সম্ভাৱনা প্রবল৷ চীনে ইতিপূর্বেই আমাৰ বাবে তীব্র ভাবুকি কঢ়িয়াই অনাৰ মাজতে চীনে বৰষুণ অনাৰ বাবে নতুন পদ্ধতি গ্রহণ কৰাৰ বিষয়টো পোহৰলৈ অহাৰ পাছত সমগ্র বিষয়টো অতি গুৰুত্বপূর্ণ হৈ পৰিছে৷
লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে ব্যাপক তৎপৰতা ।
ছিৰিয়াত আন্তৰ্জাতিক বাহিনীৰ হাতত ধৰা পৰাৰ পিছতে নিজ দেশলৈ ৰাওনা হয় পাক চক্ৰত পৰি জেহাদী সংগঠনটোৰ সৈতে জড়িত হৈ পৰা ইছলাম ধৰ্মাৱলম্বী ব্ৰিটিছ মহিলাসকল।
ক’ৰবাত আগতে যেন দেখিছোঁ!
সমগ্ৰ ভাৰতত ৫৬ হাজাৰ ডিপো স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে।
লগে লগে দুয়োখন গাড়িয়ে ছয় নম্বৰ ৰাষ্ট্ৰীয় পথৰ কাষত ছিটিকি পৰে।
উফঃ ৰঙা টি চাৰ্টটোৰ লগত এখন গ্লাছ নথকা ফ্ৰেমটোৰে তাক চাৰ্কাচৰ জকাৰটোতকৈ কম লগা নাই!
তেওঁৰ সৈতে শিক্ষামন্ত্ৰী উপস্থিত থকা এই অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীজনে মন্তব্য কৰে- ’ৰাজ্যৰ শিক্ষা ক্ষেত্ৰখন আৰু আগবঢ়াই নিবলৈ ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰে লৈছে বহু পদক্ষেপ।
৬. ২০১৮ বৰ্ষৰ ২৫ ডিচেম্বৰৰ পৰা ২৭ ৰাজ্যৰ ২০০ খন জনসভাত অংশ লৈছে প্ৰধানমন্ত্ৰী মোডীয়ে।
ৰূপহীহাটত সংঘটিত হ’ল এক ভয়াৱহ দুৰ্ঘটনা।
যি সকলে মোৰ ওপৰত বিশ্বাস ৰাখিছিল, তেওঁলোকৰ ওচৰত মই ক্ষমা বিচাৰিছো।
আজিৰ সংবাদমেলত উপস্থিত থাকে এল ডি পি’ৰ সদস্য পাৰ্থপ্ৰতিম দাস আৰু “লিবাৰেল ষ্টুডেন্ট উইনিয়ন” (অসমৰ) সাধাৰণ সম্পাদক আবিদ আহমেদ।
৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ কৃষ্ণাইত বন্ধ কৰি দিয়াৰ পিছত দুধনৈৰ পৰা  মাটিয়া-গোৱালপাৰালৈ আহিব পৰা একমাত্ৰ বিকল্প পথটোও বন্ধ হোৱাৰ উপক্ৰম হৈছে।
যুৱক কেইজে ব্ৰাউন চুগাৰ ক্ৰয় কৰি যুৱককেইজনে চেলেংগুৰি গাঁৱৰ ৰিজাৰ্ভ ফৰেষ্টত লুকুৱাই সেৱন কৰে ব্ৰউন চুগাৰ৷ তেনে অৱস্থাত গাঁও খনৰ লোকে প্ৰত্যক্ষ কৰে তিনি যুৱকক৷ গাঁওবাসীয়ে যুৱকক কেইজনক আবদ্ধ কৰি মাৰ-ধৰ কৰে৷ যুৱককেইজনে ব্ৰাউন চুগাৰ হিমেল হাজৰিকা নামৰ লোকজনৰ পৰা অনা বুলি স্বীকাৰ কৰে৷ লগে লগে স্থানীয় লোকে হিমল হাজৰিকা নামৰ লোকজনকো আবদ্ধ কৰে৷ অৱশেষত ৰাইজে চাৰিজনকে কাকপথাৰ আৰক্ষীক গতাই দিয়ে৷
অসমৰ বানৰ বাবে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ আগবঢ়াইছে ৫ কোটি টকা সাহায্য।
যোৱা শনিবাৰে পূব গাৰো পাহাৰ জিলাৰ ৰাজাচিমলা গাঁৱত অতি সাধাৰণভাৱে আয়োজিত এক অনুষ্ঠানত ৩৯ বছৰীয়া সাংসদ গৰাকী আৰু চিকিৎসক পেট্ৰিক ৰংমা মাৰাকৰ আঙঠি পিন্ধোৱা পৰ্ব সম্পন্ন হয়।
হাইলাকান্দিত ইদানিং পথ নিৰ্মাণৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা অৰ্থাৎ 'আছু'ৰ আন্দোলনক  'নাটক' বুলি আখ্যায়িত কৰে বিধায়ক আনোৱাৰে।
নিজামৰ উত্তৰ-পুৰুষসকলে দাবী কৰা মতে এই ধন তেওঁলোকৰ, আনহাতে পাকিস্তানৰ মতে উক্ত ধনৰাশিৰ ওপৰত তেওঁলোকৰহে অধিকাৰ আছে।
নগাঁও জিলা অগপ ক্ষুব্ধ: নগাঁৱৰ লোক সভাৰ নির্বাচনৰ প্রাক৲মুহূর্তত অসম গণ পৰিষদে পুৰণা তিক্ততা পাহৰি পুনৰ বিজেপিৰ সৈতে মিত্রতাৰ পাশত আবদ্ধ হ’বলৈ আগবঢ়াত নগাঁও জিলাৰ অগপ নেতা-কর্মীসকল ক্ষুব্ধ হৈ পৰিছে৷ কালি নগাঁও জিলা অগপৰ কার্যালয়ত জিলা অগপৰ সভাপতি অতুল মেধিৰ সভাপতিত্বত অনুষ্ঠিত কার্যনির্বাহক সভাত বিজেপি আৰু কংগ্রেছৰ লগত নির্বাচনী মিত্রতাৰ বিৰোধিতা কৰি এক প্রস্তাৱ গ্রহণ কৰা হয়৷
ষ্টাফৰিপৰ্টাৰ, ১৯ জুন,অসমৰ এগৰাকী বিশিষ্ট লেখিকা, আবৃত্তিকাৰ, ডিব্ৰুগড়ৰ মনোহাৰী দেৱী কানৈ কলেজৰ অধ্যাপিকা, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অনাতাঁৰ নাটৰ নিয়মীয়া শিল্পী ৰত্না দত্তৰ মৃত্যু হয়।
উল্লেখ্য যে গোলাঘাট আৰক্ষী অধীক্ষকৰ কাৰ্যালয় তথা বাসগৃহ আৰু চি আৰ পি এফৰ শিবিৰ সামান্য দূৰত্বত সংঘটিত হোৱা উক্ত ঘটনাই সাধাৰণ ৰাইজক শংকিত কৰি তুলিছে৷
জিলাখনৰ কণ কণ  ছাত্ৰ-ছাত্ৰী সকলক প্ৰশাসন যন্ত্ৰৰ কাম কাজ চোৱাৰ আৰু জিলা উপায়ুক্তক নিচেই কাষৰ পৰা লগ পোৱাৰ লগতে তেওঁৰ লগত ছাত্ৰ-ছাত্ৰী সকলে মত বিনিময় কৰিব পৰাকৈ ‘মিট দ্যা ডিচি’ শীৰ্ষক এক বিশেষ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।
এতিয়া ৰাজপথত কেৱল ‘কেব’ বিৰোধী আন্দোলন।
নিৰ্বাচনী আয়োগে ঘোষণা কৰা অনুসৰি ভাৰতত ৭ টা পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব ।
ইৰাণ বিশ্বৰ বৃহৎ তেল উৎপাদক।
তেনেকৈ কোৱাত আমি তেওঁৰ লগত গুচি গৈছিলো।
শংখধবনিৰ লগতে উৰুলিৰ মাজতে এই কার্যসূচী সম্পন্ন কৰে এন এছ ইউ আয়ে৷ এন এছ ইউ আই আৰু কংগ্রেছ কর্মীসকল গে’টলৈকে আগবাঢ়ি যাব খুজিছিল যদিও আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ দলে বাধা প্রদান কৰে৷ আৰক্ষীয়ে দলটোক গে’টলৈকে যাবলৈ নিদিলে৷ ইফালে এন এছ ইউ আইৰ কার্যসূচী চলি থকাৰ মাজতে বিজেপিৰ একাংশ কর্মীয়ে উচটনি দিবলৈ চেষ্টা চলাইছিল যদিও মহকুমা আৰক্ষী বিষয়াৰ তৎপৰতাৰে পৰিস্থিতি মোকাবিলা কৰি নিয়ন্ত্রণ কৰে৷ এন এছ ইউ আইৰ ৰাজ্যিক সম্পাদক মঞ্জিল দাসে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, কলেজৰ দৰে শিক্ষানুষ্ঠান এখনত আৰ এছ এছৰ দৰে সাম্প্রদায়িক সংগঠন এটাক প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত কৰিবলৈ দিয়া কার্য গৰিহণাৰ যোগ্য৷ কলেজ কর্তৃপক্ষই কিয় অনুষ্ঠিত কৰিবলৈ অনুমতি দিলে সেয়া ৰহস্যৰ বিষয় বুলি অভিযোগ উত্থাপন কৰি কয় যে বিজেপিয়ে প্রশাসনক নিয়ন্ত্রণ কৰি এই সকলোবোৰ কৰিছে৷
দ্বিতীয়তে, আবেলি ছয় বজাৰ আগতে গুৱাহাটীৰ বিয়াৰ ৰিচেপচনত এণ্ট্ৰী মাৰিব নালাগে ৷
ৰাজ্যৰ মুখ্য মন্ত্ৰী এগৰাকীয়ে কি কাৰণে এনেধৰণে মুৰ্খৰ দৰে মন্তব্য কৰিলে তাক লৈও প্ৰশ্ন উঠিছে।
সমগ্ৰ বিষয়টো তৎপৰতাৰে ৰাজ্যৰ শিক্ষা মন্ত্ৰীগৰাকীয়ে চালি-জাৰি চাই তদন্তৰ ব্যৱস্থা কৰিবলৈও আহ্বান জনাইছে সদৌ অসম ছাত্ৰ সন্থাই।
(২) অসমীয়া ভাষাৰ ধ্বনিমালা আৰু আখৰমালাৰ বিস্তৰ ব্যৱধান আছে ৷ কেতবোৰ আখৰৰ ধ্বনিগত উচ্চাৰণ পাবলৈ নাই ৷ তাৰ বিপৰীতে আকৌ কেইটামান ধ্বনিৰ লিখিত আখৰ নাই ৷ পৰম্পৰাগত ব্যাকৰণবোৰত ধ্বনিগত বৰ্ণৰ কোনো আভাস পাবলৈ নাই ৷ সেইবোৰত সংস্কৃত বৰ্ণমালাৰ মতেই অসমীয়া আখৰমালাৰ ধাৰণা দিয়া হৈছে ৷ আধুনিক ব্যাকৰণকেইখনত কিন্তু উচ্চাৰিত ধ্বনি আৰু সিবোৰৰ বিপৰীতে ব্যৱহাৰ হৈ থকা আখৰৰ যথাৰ্থ বিশ্লেষণ পোৱা যায় ৷
৭/ বিদ্যালয়ৰ ৰুটিন প্রণয়নত গুৰুত্বহীনতা৷
নিলম্বিত শিক্ষকজনৰ নাম সুভাষ পাটগিৰী।
উল্লেখ্য যে, বৃহস্পতিবাৰৰ অনুষ্ঠানত বহুতো ছাত্ৰ-ছাত্ৰীয়ে না না অনুষ্ঠান পৰিৱেশন কৰে।
নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সন্দৰ্ভত অসমৰ দল-সংগঠনে নিজ নিজ মতামত তথা সাক্ষ্য দান কৰি বিৰোধিতা কৰিছে আইন খনৰ৷ অসমৰ জাতীয় দল-সংগঠন, কন্ঠশিল্পী, অভিনেতা, বুদ্ধিজীৱী, ব্যৱসায়ী, সাংবাদিকে সাক্ষ্য প্ৰদান কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিছে৷ 
৮ ৰাজ্যৰ বিজেপিৰ মিত্ৰজোঁ‌টৰ সাংসদ বিধায়ক সকলো উপস্থিত থকা অভিৰ্ৱতনত অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা,সাংসদ ৰামেশ্বৰ তেলীৰ লগতে নেডাৰ সকলো সদস্য উপস্থিত থাকে।
নলবাৰীঃ নলবাৰীত অচিৰেই আৰম্ভ হ’ব বিনামূলীয়া থেৰাপী সেৱা।
ইপিনে পুৱা সকলোৰে উপস্থিতিত এক বৃক্ষ ৰোপন কাৰ্যসূচী গ্ৰহণ কৰা হয়।
ইয়াৰ পূৰ্বে বিশিষ্ট ব্যক্তিসকলৰ সম্বৰ্ধনা আৰু চিনাকী পৰ্ব অনুষ্ঠিত হয়।
উল্লেখ্য যে, কাজিৰঙাৰ বানত উটি অহা পহু কাজিৰঙাৰ ষষ্ঠ সংযোজন এলেকাত বসবাস কৰা একাংশ লোকে নিধন কৰি ভক্ষণ কৰাৰো অভিযোগ উঠিছে।
ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ বাবে ঘোষণা কৰিব লগীয়া দলত ধোনীয়ে দলত স্থান লাভ কৰি নে নাই সেয়া সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই থকাৰ সময়তে আৱেগক একাষৰীয়া কৰি দল নিৰ্বাচনত গুৰুত্ব দিব লাগে বুলি গম্ভীৰে মন্তব্য কৰিছে।
‘নাগালিম’ নহয়, দুফালহে হ’ব নাগালেণ্ড?
উক্ত ৰাসলীলা অনুস্থানটোত বিভিন্ন সমাজ জীৱনৰ লগত জড়িত বহুকেইজন সমাজকৰ্মী , শিক্ষক , সমাজ সংগঠক উপস্থিত থাকে ।
ডিচেম্বৰ মাহৰ পৰা চিকিৎসাধীন শিশু কেন্সাৰ ৰোগীৰ সকলত বিনামূলীয়া শিক্ষাৰ ব্যৱস্থাও কৰিছে চিকিৎসা প্ৰতিষ্ঠানটোৱে।
ইয়াৰোপৰি প্ৰতিদিনে শিৱ বন্দনা কৰা হব।
আজি নিশাটো নেমকেয়াৰ হাস্পতালৰ আইচিইউতে ৰখা হ'ব শিল্পীগৰাকীক।
স্থানীয় ৰাইজৰ অতিথ্য গ্ৰহণ কৰাৰ লগতে তেওঁলোকে পৰিবেশন কৰা থলুৱা খাদ্যসম্ভাৰৰ জুতিও লয় উপায়ুক্তগৰাকীয়ে।
পৰিষদৰ তৰফৰপৰা ২০ ছেপ্টেম্বৰত অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে চৰকাৰে গঠন কৰা উচ্চস্তৰীয় সমিতিৰ ওচৰত এই প্ৰসংগতে স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে বুলি বিবৃতিটোত আৱালে উল্লেখ কৰে।
মহাভাৰতৰ দিনতে ইণ্টাৰনেট চলোৱা শেহতীয়াকৈ চৰকাৰী বিষয়াসকলৰ বাবে নিৰ্ধাৰণ কৰি দিছে ‘ড্ৰেছ কোড’।
গাঁও খনৰ নাম হৈছে দেউবালী৷ হোজাই জিলাৰ ৯২নং লামডিং বিধান সভা সমষ্টিৰ কাকী ঠাইচুপাৰ গাঁও পঞ্চায়তৰ অধিনৰ এখন গাঁও দেউবালী৷ গাঁও খনত আছে এহেজাৰটা পৰিয়াল৷ তেওঁলোকক এতিয়া লাগে উন্নয়ন৷ দেশে স্বাধীনতা লাভ কৰাৰ পিছতো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা লোকসকলে আজিও বোকা পানীৰে খোজ কাঢ়িব লগা হয়৷
জনজাতিকৰণ বিধেয়কৰ প্ৰতিবাদত ভেৰগাঁৱত জনগোষ্ঠীয় সমন্বয়ৰক্ষী সমিতিৰ ১২ ঘন্টীয়া অনশন
জলসম্পদ মন্ত্ৰীৰে হোৱা উক্ত মত-বিনিময় অনুষ্ঠানতে স্থানীয় বহুসংখ্যক ব্যক্তিয়ে মথাউৰিটোৰ খহনীয়া প্ৰতিৰোধৰ নামত অনিয়ম হোৱা বুলি বিভাগ আৰু স্থানীয় ক্ষুদ্ৰ ঠিকাদাৰসকলৰ বিৰুদ্ধে শিৱসাগৰৰ এজন বিতৰ্কিত প্ৰথম শ্ৰেণীৰ ঠিকাদাৰে ষড়যন্ত্ৰমূলকভাৱে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ দিয়ে।
ডিজিটেল সংবাদ, গোলাঘাটঃ বৃহস্পতিবাৰে গোলাঘাটৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত যুটীয়া সংসদীয় সমিতিয়ে অনুমোদন জনোৱা নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ বিৰুদ্ধে ৭০ টা জাতীয়-জনগোষ্ঠীয় সংগঠনে আৰম্ভ কৰিলে অৱিৰত অৱস্থান ধৰ্মঘট।
তদন্তৰ বাবে নিৰ্দেশ দিয়া হৈছিল।
জয়ন্ত মুদৈ, নগাঁওঃ ৰাজ্য চৰকাৰে বিগত ২০০৬ চনৰপৰাই শিক্ষানুষ্ঠানৰ আশে-পাশে চাধা, চিগাৰেট, বিড়িকে ধৰি সকলো ধৰণৰ ধঁপাতজাতীয় সামগ্ৰীৰ বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰিছে যদিও সেয়া বৰ্তমানো কাৰ্যকৰী হোৱা নাই নগাঁও জিলাত৷
চিকিৎসালয়খনত চিকিৎসাৰ বাবে অহা কেবাগৰাকী ৰোগীৰ অভিভাৱকেও আজি আন্তৰ্জাতিক সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰে।