text
stringlengths 10
210k
|
---|
আনহাতে,নিউজীলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছন ৮২২ পইণ্টৰে তৃতীয় স্থানত থাকে। |
মইতো আঞ্চলিকতাবাদৰ নামত ধাপ্পাবাজী কৰা অগপকো সমৰ্থন কৰিব নোৱাৰো। |
বিভিন্ন সা-সজুলি লৈ তেওঁলোক সাজু। |
তাৰ পিছতে জন থাঙক জালত পেলাবলৈ তীব্ৰ অভিযান অব্যাহত ৰাখিছিল৷ তাৰ মাজতে, নগাঁও জিলাৰ জখলাবন্ধা আৰক্ষীয়ে এক অভিযান চলাই দেওবাৰে নিশা কাৰ্বি আংলঙৰ পৰা জন থাঙক আটক কৰিবলৈ সক্ষম হয়৷ গড় হত্যাৰ মাষ্টাৰ মাইণ্ড হিচাপে খ্যাত জন থাঙৰ সৈতে আন দুই দুজন চোৰাংচিকাৰী ধৰা পৰে। |
:- নতুন মানুহ ঘৰক লগ পালা নেকি? |
এই প্ল্যান্ট স্থাপনৰ বাবে কোটি টকাৰ ওপৰত খৰচ পৰিব। |
তেনে ক্ষেত্ৰত আমাৰ মনৰ সন্দেহ দূৰ কৰিবলৈ আমি সুধিছিলো তেওঁৰ উপাধি কি? |
৯৩ বছৰত দেহাৱসান প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ |
নির্জন পাহাৰীয়া পথেৰে আগ বাঢ়ি গৈ থাকিলে পথৰ কাষত লিখি থোৱা এনেধৰণৰ ইতিবাচক উক্তিয়ে ভ্রমণকালত মনবোৰ যেন পুলকিত কৰি তোলে৷ তাৰ লগতে ধর্মীয় স্থানসমূহে মনত বিশ্বাস ভাব অধিক দৃঢ় কৰে৷ |
ইয়াৰ ভিতৰত আবু ছুফিয়ানে জনতা হাইস্কুল পৰীক্ষা কেন্দ্ৰৰ ভিতৰতে ৯২.৬৭ শতাংশেৰে সৰ্বোচ্চ নম্বৰ লাভ কৰাত স্বাভাৱিকতে আঞ্চলিক জাতীয় বিদ্যালয়খনত আনন্দৰ জোৱাৰ উঠিছে। |
ভাৰতবৰ্ষৰ দৰে বিশাল ৰাষ্ট্ৰই প্ৰব্ৰজনক আৰ্থিক বোজা বুলি ভাবি নাগৰিকত্ব প্ৰদানৰ নীতিক সলনি কৰাৰ পাছত অসমৰ ওপৰত তেনে বৃহৎ সংখ্যক মানুহৰ বোজা ‘জন্মসূত্ৰে নাগৰিকত্ব’ৰ আধাৰত জাপি দিয়াটো সমীচিন হয়নে? |
কেশৱ-“দেখুৱাম ৰহ। |
এই মন্তব্য অমিত শ্বাহৰ। |
কাগজ কল কৰ্মচাৰী ইউনিয়নৰ সাধাৰণ সম্পাদক আনন্দ বৰদলৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, ‘ন্যায়ালয়ৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে। |
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে উত্থাপিত হোৱা যৌন নিৰ্যাতনৰ অভিযোগ সন্দৰ্ভত অধিবক্তা উৎসৱ বৈষ্ণে বুধবাৰে আদালতত বন্ধ খামৰ ভিতৰত তথ্য দাখিল কৰি মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ ৰচা বুলি দাবী কৰে। |
ৰিঅ’ৰ সৈতে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱো আছিল। |
অসমীয়া ভাষাটো লিখোতে প্ৰচুৰ ভুল শব্দ বা গাঁঠনি দেখা যায়। |
হাতৰ পাকতে চাহ ৰেডি। |
দহ নম্বৰত ৰাজু বেট ধৰিবলৈ আহিয়েই ক’লে, |
বিজেপি বিধায়কে কলে, বাল্য বিবাহ কৰিলে আত্মীয়তা বাঢ়ে, সম্পৰ্ক চিৰযুগমীয়া হয় [1] |
দুই হাতেৰে পতাকাৰ ৰচি টানিলেহে টানিলে. . কিন্তু খোল নাখালে। |
কথাবোৰ ভাবি ভাবি আৰু বহুসময়ত নিমতালৰ লগতো আলোচনা কৰি আহি থাকি মাজে মাজে বিভাগীয় কামকাজো কৰি মেলি আহি কেতিয়া যে সন্ধিয়া লাগিলে ধৰিবই নোৱাৰিলে। |
যেন এটি মিঠা সপোন |
অনুৰাধাৰ চকু দুটি যেন উজ্জ্বল হৈ উঠিল। |
১৫. বক্স অফিচত ছুপাৰ হিট আয়ুষ্মান খুৰানা অভিনীত ছবি বালা। |
বৃহস্পতিবাৰে কেবিনেট বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ৱল্ত্ৰীগৰাকীয়ে কয় যে ত্ৰিপুৰাৰ কৃষকসকলৰ হিতৰ ওপৰত চকু ৰখাটো কৃষি বিষয়াসকলৰ দায়িত্ব। |
ইতিহাসৰ সৰ্বোত্তম মহানায়ক আছিল তেওঁ, নামেই যাৰ পৰিচয়—আলেকজেণ্ডাৰ! |
ইয়াৰ পিচতে জিলা সভাৰ সভাপতি অজিত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অভয়াপুৰী মহাবিদ্যালয়ৰ অধ্যাপক, প্ৰকৃতিপ্ৰেমী ডঃ অশোক কুমাৰ দাসে ডঃ ভূপেন হাজৰিকাৰ ব্যক্তি়ত্ব আৰু প্ৰতিভাৰ বিষয়ে আলোকপাত কৰে ৷ |
বান সাহায্য প্রদান আৰু উদ্ধাৰ অভিযানৰ সুবিধাৰ বাবে অধিৱেশনৰ দিন পিছুৱাই দিয়াৰ লগে লগে অধিৱেশনৰ কার্যসূচী সম্পর্কত কার্য উপদেষ্টা কমিটীয়ে ঠিক কৰিব বুলিও উল্লেখ কৰে অধ্যক্ষ গোস্বামীয়ে৷ বান পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি বিধানসভাৰ অধিৱেশন পিছুৱাই দিয়াৰ লগতে শিক্ষানুষ্ঠানত নামভর্তিও পিছুৱাই দিয়া হৈছে অথচ অসম লোক সেৱা আয়োগে অহা ২২ জুলাইত এ পি এছ চিৰ মূল পৰীক্ষা অনুষ্ঠিত কৰাৰ দিন বাহাল ৰখাৰ প্রসংগত অধ্যক্ষ গোস্বামীয়ে আয়োগক পৰীক্ষাৰ দিন পিছুৱাই দিবলৈ আহবান জনায়৷ |
মই আজি কাৰো অনুমতি লৈ দলৰ পৰা পদত্যাগ কৰা নাই। |
জোৱানগৰাকীয়ে এই নিচাযুক্ত ঔষধখিনি য়াকুবনগৰ সীমান্ত তালাচী চকীলৈ (BOP ) লৈ আহে। |
বিষয়াগৰাকীয়ে জনোৱামতে, প্ৰধান মন্ত্ৰী আবেক অঞ্চলটোত ইতিমধ্যে চলি থকা প্ৰায় এক ডজন জাপানী প্ৰকল্পৰ অগ্ৰগতি দেখুওৱা হ’ব। |
২০১৯ৰ বাজেটে সুখবৰ আনিব পাৰে দৰিদ্ৰ লোকসকলৰ প্ৰতি। |
৩. কংগ্ৰেছ ক’ৰ কমিটীয়ে মঙলবাৰে বহিব বৈঠকত। |
১৩. মোডীৰ কেদাৰনাথ ভ্ৰমণক নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগ তৃণমুল কংগ্ৰেছৰ। |
হেৰি …. . হেইইইৰিৰি…. . খিৰিকীখন অলপ জপাই দিয়কহে গোটেই খন ধূলি সোমাইছে। |
কিৰাকাৰা চাপৰিৰ স্থানীয় আজাদ আলীৰ পিতৃ আজমল হকক কেইবাজনো দেৱানীৰ নেতৃত্বত দুইখন হাত পিছফালে ৰচীৰে বান্ধি মাটিত বগৰাই বগৰাই মাৰপিট কৰাৰ দৃশ্যই এতিয়া সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে । |
প্ৰয়াত গোস্বামীৰ মৃত্যুত আছু, যুৱ-ছাত্ৰ পৰিষদ, সাহিত্য সভাৰ লগতে বৃহত্তৰ ভোলাবৰী অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিস্থানে গভীৰ শোক প্ৰকাশ কৰে। |
তেওঁ যি কৈছে সেয়া সম্পূৰ্ণ কাল্পনিক। |
তাই শক্তিমান ভাল পাইছিল, ময়ো পাইছিলো। |
কেমেৰা: অৰৱিন্দ গোস্বামী৷ |
নতুন জাৰ্ছীত ভাৰতীয় ক্ৰিকেটাৰৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল… |
আৰক্ষীকে ঘুচিয়াই পলাল ডকাইত |
ডবকাত এতিয়া খুচুৰাক লৈ বিপাঙত সকলো। |
নিহত পথচাৰীজনৰ নাম হীৰালাল গোৱালা। |
যোৱা ২০ এপ্ৰিলত মুঠ ৭ জন সদস্য গৈছিল শ্ৰী লংকালৈ। |
তাৎপৰ্য্যপূৰ্ণভাৱে, এই গোচৰটো উঠাই ল’বলৈ কালি কেইজনমান অচিনাকি যুৱকে চাহানুৰক ভাবুকি দিয়া বুলি নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰে সৈতে হোৱা কথা বতৰাত কয়। |
তাৰ পাছত এই দীঘলীয়া সময়ত মই বাৰে বাৰে গাঁৱক লৈ স্মৃতিকাতৰ হৈছোঁ, স্মৃতি-আসত্তু হৈছোঁ আৰু আমনিদায়ক স্মৃতিচাৰণ কৰিছোঁ৷ কিন্তু এই সময়খিনিতে গাঁওখনৰ ছবি দ্রুতভাৱে সলনি হৈ যোৱাও দেখিছোঁ৷ গাঁৱত এতিয়া উকি এটা মাৰি জাৰৰ উম দিবলৈ ল’ৰাবোৰ নাই৷ প্রায়বোৰ ল’ৰাই গুচি গৈছে দক্ষিণ ভাৰতৰ ফেক্টৰীবোৰত, হোটেলবোৰত কাম কৰিবলৈ৷ তাতে অত্যধিক শ্রম কৰিছে আৰু ঘৰলৈ বছৰটোত এটা গোটা পইচা পঠাইছে৷ সেই পইচাৰে গাঁৱৰ বন্ধকী মাটিবোৰ খুলিছে, খেৰ আৰু নৰাৰ ঘৰবোৰত টিনপাট লগাইছে আৰু শেহতীয়াকৈ ঘৰবোৰ পকী কৰিছে৷ অলপ অলপকৈ বাগান কৰিছে আৰু তাৰে ঘৰৰ অর্থনীতি সলনি হৈছে৷ গাঁৱত এতিয়া খেতিৰ বাবে কেইবাখনো টেক্ট্রৰ আছে আৰু তাৰে হালো বোৱা হয়, মৰণাও মৰা হয়৷ কেইবাখনো দোকান আছে, তাত পেকেট মছলাৰ পৰা ৰাসায়নিক সাৰ, কীটনাশক আৰু সকলোধৰণৰ প্লাষ্টিক সামগ্রী পোৱা যায়৷ |
Home > বৰঙাজুলি চাহ বাগিছাত বন্যহস্তীৰ তাণ্ডৱ |
দিল্লীত চৰকাৰ সলনি হ’ল যদিও কেন্দ্রৰ অসমৰ প্রতি মাহীআইৰ দৃষ্টিৰে চোৱা নীতি সলনি নহ’ল৷ প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিং নেতৃত্বাধীন ইউ পি এ চৰকাৰে বিভিন্ন বিষয়ত অসমক কৰা প্রৱঞ্চনাৰ বাবে বিজেপিৰ ৭জনকৈ সাংসদক নির্বাচিত কৰি দিল্লীত চৰকাৰ পৰিৱর্তনত সহযোগ কৰিছিল যদিও প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰৰো উত্তৰ-পূব তথা অসমৰ প্রতি থকা দৃষ্টিভংগী সলনি নহ’ল৷ |
বুধবাৰে সন্ধিয়া বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া আৰু কাজিৰঙা ডিএফঅ’ৰ যুটীয়া অভিযানত বোকাখাতত তিনিজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰা হয়৷ অভিযানকাৰী দলটোৱে গোপন সূত্ৰৰ পম খেদি গঁড় হত্যা কৰাৰ উদ্দেশ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান প্ৰৱেশ কৰাৰ চেষ্টা কৰা অৱস্থাতে চোৰাং চিকাৰী কেইটাক আটক কৰে। |
কাৰ্বীসকলে অতীজৰে পৰা পালন কৰি অহা এই হাছা কেকান উৎসৱৰ আয়োজন কৰে বছৰটোৰ উৎপাদিত প্ৰচুৰ পৰিমানৰ শস্য চপোৱাৰ পিছত। |
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা এই বাজেটক সমালোচনা বিৰোধীৰ। |
Home > গোৰেশ্বৰত কেন্দ্ৰীয় ৰঙালী বিহুৰ পতাকা উত্তোলন |
ধোদৰ সাধু – সঞ্জীৱ ভট্টাচাৰ্য |
মাজুলীত আশাৰ বিজুলী-দীপাংকৰ চৌধুৰী |
আমি বিষয়টো ভাৰতৰ নিৰ্বাচন আয়োগৰ সন্মুখত উত্থাপন কৰিম,’’- কংগ্ৰেছৰ মুখপাত্ৰ তথা প্ৰাক্তন বিধায়ক তাপস দেই এইদৰে কয়। |
সেই মহৎ সৃষ্টিক কোনোবাই নুই কৰিব খুজিলে তেতিয়াই প্ৰশ্ন উঠে- আমি আমাৰ সাহিত্যৰ ধাৰাক এনে উপসুঁতিৰ সৈতে মিলাই একাকাৰ কৰি নিজৰ সবল সাহিত্যৰ ভেটিক দুৰ্বল কৰিছো নেকি? |
: হ’ব আংকোল। |
মৃত মহিলা গৰাকীৰ নাম ছুৰেনা বেগম |
’ তেওঁ লগতে কয় যে অনুমোদিত ১২৯৪০ কোটি টকাৰ প্ৰকল্প ব্যয়ৰ ভিতৰতে কোম্পানীটোৱে গুৱাহাটীলৈকে স্পাৰ লাইন বহুৱা সন্দৰ্ভত এটা সম্ভাৱনীয়াতা অধ্যয়নো (Feasibility Study) ইতিমধ্যে সম্পূৰ্ণ কৰিছে। |
আনহাতে পলমকৈ হলেও ঘটনাস্থলীত বনবিভাগৰ লোক উপষ্ঠিত হৈ মৃত বাঘটো উদ্ধাৰ কৰি বৰহাট আঞ্চলিক বন বিভাগৰ কাৰ্যালয়লৈ লৈ যায় ৷ |
ভগৱান হৈ সবাকে তৰে |
নামছেৰপৰা ওপৰলৈ কেৱল শ্বেৰ্পা সম্প্ৰদায়ৰ লোকেহে বাস কৰে। |
এই নিম্নমানৰ কাৰ্যৰ বাবে অঞ্চলটোত ব্যাপক ক্ষতি হোৱাৰ আশংকা কৰিছে স্থানীয় লোকে৷ এই ক্ষেত্ৰত উচিত পদক্ষেপ হাতত লৈ দুৰ্নীতি পৰায়ন ঠিকাদাৰ, বিষয়া কৰ্মচাৰীক নাকী লগাবলৈ স্থানীয় লোকে চৰকাৰক দাবী জনায়৷ |
Apr 14, 2019 ত শেষ সম্পাদনা কৰা হৈছে |
অসম আৰু অসমীয়াৰ স্বাভিমানৰ অন্যতম প্রতীক থলুৱা শিপিনীয়ে বোৱা গামোচা সুৰক্ষিত কৰিবৰ বাবে ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্রহণ কৰিছে৷ ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগে আগন্তুক বহাগ বিহুৰ পূর্বে ৰাজ্যত বহিঃৰাজ্যৰ গামোচাৰ বিৰুদ্ধে বিশেষ অভিযান চলাব৷ |
সত্তৰ টকাৰে বাঁহ এটা আৰু দহ টকাৰ চিৰিজ পেপাৰ কিনি আনি মই কামত লাগিলোঁ৷ মন কৰিলেই তেনে লাঠী মই হেজাৰডাল বনাব পাৰোঁ! |
অসমীয়া সমাজত এতিয়া এয়া এক পৰম্পৰা। |
কিছু অমৃত বাণী বিতৰণ কৰোঁ নহয় জানো? |
নগা শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ প্রাক৲ক্ষণত পুনৰ ৰাজনৈতিক সংকটৰ সন্মুখীন হৈছে নগালেণ্ড৷ নাগা পীপল৲ছ ফ্রণ্ট (এন পি এফ)ৰ সভাপতি পদৰ পৰা হঠাৎ পদত্যাগ কৰিছে সাংসদ নেইফিউ ৰিঅ’ই৷ কেৱল এয়ে নহয়, ৰিঅ’ই এন পি এফৰ সভাপতিৰ পদ ত্যাগ কৰাৰ পাছতেই বর্তমানৰ টি আৰ জেলিয়াং-নেতৃত্বাধীন এন পি এফ-বিজেপি চৰকাৰৰ ১১জন মন্ত্রীৰ লগতে কেইবাজনো সংসদীয় সচিবেও পদত্যাগ কৰাৰ শংকাও ঘণীভূত হৈ পৰিছে৷ এনেক্ষেত্রত গভীৰ ৰাজনৈতিক সংকটৰ সৃষ্টি হোৱা নগালেণ্ডত পুনৰ চৰকাৰ সলনি হ’ব নেকি তাক লৈয়ো প্রশ্ন উত্থাপিত হৈছে৷ |
নিৰপেক্ষ দৃষ্টিভংগীৰে যদি বিষয়টো এবাৰ পর্যালোচনা কৰা হয় তেতিয়া দেখা যায় যে ওপৰৰ সকলো অভিযোগেই নিজৰ স্থিতি ঘোষণা কৰিবলৈ ক’ব লাগে বাবে কোৱা হয়৷ শিক্ষামন্ত্রী মহোদয়ে তোলা অভিযোগৰ সত্যতা কাগজে -কলমে প্রমাণিত হয়নে নহয় আমি নাজানো৷ বাস্তৱত কিন্তু ইয়াৰ প্রমাণ শিক্ষক সমাজে পলে পলে পাই আহিছে৷ সেয়ে শিক্ষক সমাজৰ মুখত প্রতিক্ষণে শুনা কথাটো হ’ল ‘কোৱান৲টিটী’ বাঢ়িছে ‘কোৱালিটী’ নাই৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত গড়ে আশী-নবৈব শতাংশ নম্বৰ পোৱা ছাত্র-ছাত্রীৰ মেধাৰ দীনতা দেখি তবধ মানিবলগীয়া হয়৷ তাতকৈ কম নম্বৰযুক্ত কিন্তু দুই-তিনিটা বিষয়ত ‘লেটাৰ’ নম্বৰ লৈ প্রথম-দ্বিতীয় বিভাগত উত্তীর্ণ ছাত্র-ছাত্রীৰ সামগ্রিক দীনতা পুতৌজনকেই নহয় হাস্যকৰো৷ (ইয়াৰ মাজত প্রকৃত মেধাসম্পন্ন ছাত্র-ছাত্রী নাই যে এনে নহয়, যিসকল প্রতিজন নিষ্ঠাৱান শিক্ষকৰ প্রেৰণাৰ উৎস, লগতে তেওঁলোকেই অসমৰ ভৱিষ্যৎ৷ এই লেখা তেওঁলোকক উদ্দেশ্য কৰি লিখা হোৱা নাই৷) এনে ছাত্র-ছাত্রীৰেই এতিয়া আমাৰ মহাবিদ্যালয়, জুনিয়ৰ মহাবিদ্যালয়সমূহ ভৰি পৰিছে, যিবোৰ ছাত্র-ছাত্রী প্রবলভাৱে অতি আত্মবিশ্বাসী আৰু বেপৰোৱা৷ যিসকল ছাত্র-ছাত্রীৰ মাজত এনে বহু ছাত্র-ছাত্রী পোৱা যায় যিসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষাঠি শতাংশৰ ওপৰত নম্বৰ লৈ আহি উচচতৰ মাধ্যমিকৰ প্রথম বর্ষত নূ্যনতম এশ-পঞ্চাশ বাদেই পাঁচখন পেপাৰত সর্বমুঠ ষাঠি-পঞ্চাশ পাবলৈও অক্ষম৷ অথচ এইসমূহৰে বহু ছাত্র-ছাত্রীক জুনিয়ৰ মহাবিদ্যালয়বোৰত বছৰটোত প্রায় আঠ-নমাহ খচি খচি ক্লাছ কৰা হয়৷ এনে বহু ছাত্র-ছাত্রীৰ অভিভাৱকে শেনটো অহাদি মহাবিদ্যালয়ৰ, বিশেষকৈ ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়ৰ কর্তৃপক্ষৰ ওচৰলৈ দৌৰি আহে ‘মোৰ প্রথম বিভাগ পোৱা ল’ৰাটোৱে’, মোৰ আশী শতাংশ নম্বৰ পোৱা ছোৱালীজনীয়ে ইমান কম নম্বৰ কেনেকৈ পালে. . . ৷’ সন্দেহৰ আঙুলিটো তেওঁলোকে শিক্ষকলৈ, শিক্ষকৰ যোগ্যতালৈ পোনাই দিয়ে৷ প্রাসংগিকভাৱে কৈ থওঁ, এজন অভিভাৱকে কিন্তু এই কামটো পূর্ণ পর্যায়ৰ চৰকাৰী মহাবিদ্যালয়ত কৰিবলৈ নাযায়৷ আজিকালি এনেবোৰ মহাবিদ্যালয়ত বিনামূল্যে প্রায়সংখ্যক ল’ৰা-ছোৱালীয়ে পঢ়িবলৈ পাইছে, কলেজত ক্লাছকেইটা হ’ল, ক’র্ছ কম৲প্লিট হ’লনে নাই, কোন শিক্ষকে কিমান ক্লাছ কৰে, কোনে ক্লাছত পাল মাৰে– এই লৈ প্রায়বোৰ অভিভাৱকেই মূৰ নঘমায়, যিকেইজনে মূৰ ঘমায়, সেইকেইজনেও মূৰ তুলি অভিযোগ দিবলৈ নাহ়ে, অভিভাৱক মিটিং পাতি এওঁলোকক সাদৰে নিমন্ত্রণ জনালেও তেওঁলোকে এৰাই চলে৷ কাকতালীয় হ’লেও কৈ থওঁ বর্তমান অৱস্থাত পূর্ণ পর্যায়ৰ মহাবিদ্যালয়সমূহত উচচতৰ মাধ্যমিক শ্রেণী এক ‘মাদলি’হে মাথোঁ, য’ত অধ্যয়নৰত বহু ছাত্র-ছাত্রীয়ে বিষয়বস্তুৰ আধৰুৱা জ্ঞানেৰেই স্নাতক পর্যায় পায়গৈ, লগতে উচচতৰ মাধ্যমিকত হ’ব পৰা বহু ভাল ফলৰ পৰা বঞ্চিত হয়৷ ক’ৰবাত দুই-এজন ছাত্র-ছাত্রীৰ দুই-এখন কলেজৰ সফলতাই বৃহৎ সংখ্যক ছাত্র-ছাত্রীৰ হৈ থকা ক্ষতিক নিশ্চয় পূৰণ কৰিব নোৱাৰে৷ এই ক্ষেত্রত শিক্ষামন্ত্রী মহোদয়ে পৰৱর্তী পর্যায়ত ভাবি চাব পাৰে৷ |
তিৱা জনজাতিক আগুৱাই নিয়াৰ ক্ষেত্রত পৰিষদখনে বর্তমান কিদৰে কাম কৰিছে? |
৪. বলিউদৰ অভিনেত্ৰী তনশ্ৰী দত্তৰ অভিযোগ ‘ ১০ বছৰৰ পূৰ্বে নানা পাটেকাৰ চলাইছিল শাৰিৰিক নিৰ্যাতন। |
কাজাইকাটা ছুৱাপাতা গাঁও পঞ্চায়তৰ এআইইউডিএফ দলৰ সভাপতি হুৰমুজ আলী,সদস্যা বিউটি জেছমিনা বেগমেও সভাত ভাষণ প্ৰদান কৰি আজমলক জয়যুক্ত কৰিবলৈ আহ্বান জনায়। |
২৩. চত্তীশগড়ত বুধবাৰে নক্সালবাদীয়ে হত্যা কৰে দুজন সৰ্হকৰ্মীক। |
পিতৃ হত্যাকাৰী গণেশ তাঁতীক যাৱজ্জীৱন কাৰাদণ্ড। |
সেই ধন বন বিভাগে গছপুলিৰ বাগিছা আৰু নতুন বনাঞ্চল গঢ়ি তোলাৰ লগতে অত্যাৱশ্যকীয় ক্ষেত্ৰত বন বিভাগৰ সুৰক্ষাত ব্যৱহৃত গৃহৰ মেৰামতি তথা যান-বাহন আদি ক্ৰয়ত ব্যৱহাৰ কৰাটো বাধ্যতামূলক। |
গৰু বিহুৰ দিনা পালন কৰা নিয়ম সমূহ আচলতে নিৰ্ধাৰিত স্বাস্থ্য বিধি বুলিয়েই ক’ব পাৰি। |
ইয়াৰ মাজতে ডিমা হাচাওৰ বিভিন্ন সংগঠনৰ প্ৰতিনিধিৰ সৈতে দিছপুৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এখন বৈঠক অনুষ্ঠিত হৈছিল আৰু বিষয়টো সম্পৰ্কত সাময়িক মীমাংসাৰ বাতাবৰণ এটা সৃষ্টি কৰাৰ প্ৰয়াস কৰা হৈছিল। |
জি এন আৰ চিৰ আই চি ইউত ৰখা হৈছে অভিনেতাজনক। |
এতিয়া এই শব্দকেইটাৰ ভিতৰত থাকিব পৰা চন বা শকাব্দ বুজাব পৰা কিবা উপকৰণ বিচাৰিবলৈ চেষ্টা কৰক। |
‘আজাদ হিন্দ প্ৰতিষ্ঠা দিৱস’(২১ অক্টোবৰ) উপলক্ষ্যে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এখন সভাত বিভিন্ন বক্তাই দেশৰ স্বাধীনতাৰ বাবে নেতাজী আৰু ‘আই এন এ’ৰ গুৰুত্বপূৰ্ণ সংগ্ৰামৰ নানা দিশ আলোকপাত কৰে ৷ |
তাৰ মাজৰ সময়খিনি উত্তৰ-পূব গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ বাবে খালী আছে যদিও, সেই সময়ত বুক ফেয়াৰ পতাৰ পক্ষত নাই উত্তৰ-পূব গ্ৰন্থমেলাৰ আয়োজকসকল। |
“কংগ্ৰেছৰ শাসন কালত বাংলাদেশীৰ মাত্ৰা বৃদ্ধি হৈ গৈছে, কংগ্ৰেছে দিনে-নিশাই বাংলাদেশী আনিয়েই আছে। |
মই বোলো হাৰ্ৰে, য়ে ক্যা হুৱা? |
এখন ছবিৰ প্ৰমোচনক লৈ যদি তেওঁ এইবোৰ বিতৰ্কৰ সৃষ্টি কৰিছে, তেন্তে সেয়া এতিয়া নাটক হৈ থকা নাই। |
তেতিয়াৰ পৰাই খুব ডায়েটিং কৰিছো৷ আজিকালি প্ৰায় একো নাখাওঁ বুলিয়েই ক’ব পাৰি৷ মোৰ খোৱা দেখিলে আপুনি আচৰিত হ’ব৷’ |
পঞ্চায়ত নির্বাচনক লৈ নগাঁৱত অসম গণ পৰিষদৰ নেতা-কর্মীৰ মাজত বিদ্রোহ আৰম্ভ হৈছে৷ নগাঁও জিলাৰ ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তর্গত চতিয়ান গাঁও পঞ্চায়তৰ সভাপতি পদৰ প্রার্থী নির্বাচনৰ ক্ষেত্রত যোগ্য প্রার্থীক বঞ্চিত কৰি লাখ টকাৰ লেনদেনেৰে ৰাইজে নিবিচৰা লোককহে প্রার্থিত্ব দিবলৈ ওলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি আজি সন্ধিয়া ৭-৩০ বজাত একাংশ অগপৰ কর্মীয়ে নগাঁও জিলা অগপৰ কার্যালয়টো ঘেৰাও কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ |
ঘটনাৰ সত্যতা স্বীকাৰ কৰিছে গাওঁ পঞ্চায়ত সভাপতিয়ে । |
যদি এসপ্তাহ অথবা এমাহৰ পাছত আমাৰ এই কথা নুশুনে আমি অভদ্ৰামি কৰিমেই। |
বুলি পেনপেনাবলৈ লাগিল। |
৭ বজাত কলা -কৃষ্টিৰ লগতে টোকাৰী গীত পৰিবেশন |
‘আই আৰ ভি, ২০২০’ লক্ষ্যভ্রষ্ট কিয় হ’ল? |
ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় জিলা আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসকল। |
Home > বিলাসীপাৰাত শ্ৰী শ্ৰী জগন্নাথ দেৱৰ ৰথ যাত্রা |
তদুপৰি, জানিব পৰা মতে প্ৰস্তাৱিত আলোচনাৰ বাবে হামৰ নেতৃত্বই এতিয়ালৈকে আনুষ্ঠানিক আমন্ত্ৰণ পত্ৰ লাভ কৰা নাই। |
মধ্য নগাঁও চহৰত বিজেপিৰ ঢৌৰ সৃষ্টি কৰাৰ উদ্দেশ্যে আজি সন্ধিয়া স্বাস্থ্য আৰু বিত্ত মন্ত্রী তথা নেডাৰ আহবায়ক ড০ হিমন্ত বিশ্ব শর্মাই নগাঁও লোক সভাৰ সমষ্টিৰ প্রার্থী ৰূপক শর্মাৰ হৈ এক বিশাল ৰ’ড শ্ব’ উলিয়াই ভোটাৰক আকর্ষণ কৰাৰ প্রয়াস চলায়৷ |
আনহাতে এইবাৰৰ নিৰ্বাচনত তেজপুৰৰ সমষ্টিত কিয় প্ৰচাৰ নচলালে বুলি সাংবাদিকে সুধা প্ৰশ্ন শৰ্মাই কয়, দলে বিচাৰ নাছিল বাবে তেওঁ প্ৰচাৰৰপৰা আঁতৰি আছিল। |
"- এই মন্তব্য কৰে নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ অহিদুছ জামানে । |