text
stringlengths
10
210k
এই বিষয়ত অভিনেতাগৰাকী অথবা তেখেতৰ পৰিয়ালবৰ্গৰ কোনো কথা কোৱা নাই ।
‘গামোচাক বিশ্বৰ দৰবাৰত জিলিকাবলৈ প্রতিগৰাকী শিপিনীয়ে প্রচেষ্টা চলাওক’
ৰাতি ৰাতি মেছত আমাৰ সদায় আদ্দা বহিছিল।
এন ই শ্বেয়াৰ নামৰ এক নতুন সুবিধাও কোম্পানিটোৱে আগবঢ়াইছে যাৰ জৰিয়তে একেখন গাড়ীকে কেবাজনো গ্ৰাহকে সহযাত্ৰী হিচাপে ভগাই ল’ব পাৰিব।
আনকি সংবাদ মেল পাতিও ১৮ খন আসনত মিত্ৰতা সন্দৰ্ভত ঘোষণা কৰা হ’ল।
ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰা ধৰ্ষণ, হত্যা, ঘৰুৱা নিৰ্যাতন, নিচাসক্ত হৈ লাইন সমূহত কৰি অহা অপকৰ্ম অাদি ৰোধৰ ক্ষেত্ৰটো মহিলাসকলেই একত্ৰিত হৈ প্ৰতিবাদ কৰিব লাগিব বুলি মুখ্য অতিথিগৰাকীয়ে বক্তব্য অাগবঢ়ায়।
মহানগৰীত চলি আছে ৮৫০০ কেব।
অনুষ্ঠানত আইচিএআৰ-ৰাষ্ট্ৰীয় য়াক গৱেষণা কেন্দ্ৰৰ সঞ্চালক ড০ এ এন ৰয়, ডিৰাঙৰ এডিচি টোকো বাবু, সামৰিক আৰু অৰ্ধ সামৰিক বাহিনীৰ বিষয়াসকল, পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যাপকসকল, এএইউ আৰু ডিৰাং চক্ৰৰ সকলো বিভাগীয় মুৰব্বী উপস্থিত থাকে।
বলিউডৰ জনপ্ৰিয় পৰিচালক সঞ্জয় লীলা ভাঞ্চালী আৰু ভূষণ কুমাৰে বালাকোট এয়াৰ ষ্ট্ৰাইকক লৈ নিৰ্মাণ কৰিবলৈ ওলাইছে নতুন ছবিখন।
এই সন্দৰ্ভত তেওঁ কয় যে এজন ব্ৰিটিছ লেখকে এই ‘শ্ব’ ধ্বনিটো ব্যৱহাৰ কৰি Mishing বুলি লিখি থৈ গৈছিল।
উফ কি যে সুখৰ সময়।
ভৰতপক্ষীয়ে বোলে,“নিশ্চয়!
২০১৫ চনত এই বাহিনী গঠন কৰা হৈছিল।
অলপ নাপাট্টা কৰা যেন দেখুৱাই ক’লো, “আৰে আপ নেহী সমজোগে ভাই, বহুত বৰা চিজ হেই, য়ে চোটা মোটা আদমী কী বস কী বাট নেহী হেই!
২৭ ছেপ্তেম্বৰ, গুৱাহাটী : নৱম আৰু দশম শ্ৰেণীৰ পৰৱৰ্তী  শিক্ষাবৰ্ষত অসম মাধ্যমিক শিক্ষা পৰিষদৰ নতুন সংযোজন।
একেদৰে বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত বহু লোকে জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সামৰ্থ্যনুসাৰে শ্বহীদ পৰিয়ালক আৰ্থিক, মানসিক সাহায্য প্ৰদান কৰি দেশপ্ৰেমৰ নিদৰ্শন দাঙি ধৰিলে।
অমিত শ্বাহৰ অথন্তৰ দেখি বিৰোধীয়ে বৰ ৰস পাইছে।
শ্বহীদ দিৱসৰ এই কাৰ্যসূচীত নিখিল বড়ো ছাত্ৰ সন্থা, ইউ পি পি (এল), জইন্ট একচন কমিটি ফৰ বড়োলেণ্ড মোভমেন্টকে ধৰি বহু কেইটা বড়ো জাতীয় সংগঠনে।
প্ৰশংসনীয় একাগ্ৰতা আৰু গভীৰ অধ্যয়নৰ সহায়ত নিৰ্মাণ সম্ভৱো কৰি তুলিলে।
সন্ধিয়া ৭ বজালৈকে শিক্ষানুষ্ঠান খোলা ৰখাৰ নতুন নিয়ম কৰা হ'ব বুলিও জনায় মন্ত্ৰীগৰাকীয়ে।
আন্দোলনকাৰী ৰন্ধনকৰ্মীসকলে তেওঁলোকৰ ১ হাজাৰ টকা মাহিলি মাননিৰ ঠাইত ৫ হাজাৰ টকা দৰমহা দিয়াৰো দাবী তোলে।
গুৱাহাটীৰ খ্ৰীষ্টানবস্তিস্থিত আয়কৰ ভৱনত এক সংবাদমেলযোগে বিভাগটোৰ মুখ্য সঞ্চালক সঞ্জয় বাহাদুৰে এই কথা সদৰী কৰিছে।
সেইটোৱেই মোৰ অভিনয় জীৱনৰ এটা টাৰ্ণিং পইণ্ট আছিল।
ত্ৰাণকৰ্তাক পাহৰাতো আমাৰ স্বভাৱ।
কেইদিনমান কেৰাণীৰ চাকৰিও কৰিছিল ।
ৰাজ্যৰ ১৬খন জিলাৰ সমান্তৰালকৈ বোকাখাত মহকুমাতো পুৱা ৭ বজাৰ পৰাই আৰম্ভ হয় প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।
সেইদৰে ইয়াৰ পূৰ্বে ৮ মাৰ্চৰ নিশাও মালিগাঁৱত এটা নাহৰফুটুকী বাঘৰ আক্ৰমণত দীপক হুজুৰী আৰু কমলা হুজুৰী নামৰ এহাল দম্পতী গুৰুতৰভাবে আহত হৈছিল।
ৰাইজৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গাঁৱখনত হঠাতে নিশা অভিযান চলাবলৈ যোৱাত তিনিও জনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
সোণোৱাল পথেৰে সৰ্থেবাৰীলৈ আহিব বুলি গম পাই আৰক্ষীয়ে নিৰাপত্তা বেহু কটকটীয়া কৰি তুলিছিল।
পেৰেডাইম মূলতে এটা গ্রীক শব্দ আৰু ইয়াৰ মৌলিক অর্থ হৈছে উদাহৰণ৷ কিন্তু আধুনিক বিশ্বত ‘পেৰেডাইম শ্বিফ৲ট৲’ শব্দ-যুগল এক বহুল-ব্যৱহূত আৰু জনপ্রিয় শব্দলৈ (Buzzword) ৰূপান্তৰিত হৈছে৷ শব্দ দুটাৰ জনপ্রিয়কৰণৰ গুৰিতে আছে মার্কিন পদার্থবিদ আৰু দার্শনিক টমাছ কুন (১৯২২-১৯৯৬)৷ কুনে ১৯৬২ চনত প্রথমবাৰৰ বাবে পেৰেডাইম শ্বিফ৲টৰ (Paradigm shift) ধাৰণাটো বিজ্ঞানৰ দর্শন প্রসংগত প্রয়োগ কৰিছিল যদিও বর্তমান জ্ঞান-জগতৰ এনে এটা দিশ নাই, য’ত এই শব্দ দুটাৰ সঘন ব্যৱহাৰ নোহোৱাকৈ আছে৷
” নমিতাৰ কথা শুনি অপৰ্ণাই মিছাকৈ ক’লে – “অঁ, পেটটো কিবা ভাল লগা নাইচোন৷” অপৰ্ণাৰ পেট ভাল কৰিবলৈ সীমান্তই ফাৰ্মাচীৰ পৰা পেটৰ ঔষধ লৈ আহিল৷ নমিতাই অপৰ্ণাক পানী এগিলাছ দি ক’লে –“টেবলেট এটা খাই দে৷”
এই প্রশ্নটোৰ উত্তৰ একেবাৰে পোনপটীয়াকৈ দিব পাৰি৷ প্রধানতঃ বছৰ বছৰ ধৰি চৰকাৰে চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ প্রতি দেখুওৱা অৱহেলাই বিদ্যালয়সমূহৰ শোচনীয় অৱস্থাৰ মূল কাৰণ৷ বিদ্যালয়সমূহ বন্ধ হৈছে কিয়?
এখেত থাকিলে আমাৰ বিপদ হ’ব৷ বাহুত প্ৰচণ্ড জোৰ থকা মানুহ৷ দুটা ছয় কোবাই দিলেই আমাৰ ভাৰতৰ ফালে আধ্যা৷ মুহূৰ্ততে এশ কোটি মানুহৰ চিন্তাৰ কাৰণ হৈ পৰিল এই মিছবাহ উল হক৷ ভূতৰ ওপৰত দানহ পৰাদি অন্তিম অ’ভাৰত ধোনীয়ে বল দিবলৈ সাদৰেৰে নিমন্ত্ৰণ দিলে যোগীন্দৰ শৰ্মাক৷ এইবোৰ কি হৈছে!
আজি পুৱা শুই উঠিয়েই মই দেখিছিলো যে ২ নম্বৰ ছিমখনলৈ এটা মেছেজ আহিছিল।
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ সন্দৰ্ভত আজি শিৱসাগৰত অনুষ্ঠিত এখন  সভাত অংশ লৈ আলোচনাপন্থী আলফা নেতা জীতেন দত্তই কয় আন্দোলন এনে হ’ব লাগে যাতে দিল্লী কঁপি যায়।
২২. মুম্বাইস্থিত এন চি পিৰ কাৰ্যালয়ত উপস্থিত আৰক্ষীৰ দল।
বেয়া নেপাব দেই
– হোমেন বৰগোহাঞি।
১৯ ডিচেম্বৰ, গুৱাহাটী : চৰকাৰক কটাক্ষ চাহ শ্ৰমিকৰ।
৫ ডিচেম্বৰ, গুৱাহাটী : গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ সংযোগ শিক্ষা প্ৰতিষ্ঠান চমুকৈ আইডলৰ শৈক্ষিক কেলেংকাৰিক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ অব্যাহত আছে।
মাজুলীৰ বাবে ঐতিহাসিক ক্ষণ হিচাপে পৰিগণিত হ’ব ২০২১ বর্ষৰ অসম সাহিত্য সভাৰ মাজুলী অধিৱেশন৷ অসম সাহিত্য সভাৰ জন্মৰে পৰা মাজুলীত হোৱা নাই অসমৰ অন্যতম বিশাল জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ অধিৱেশন৷ মাজুলী জিলা সাহিত্য সভাই জনোৱা আহবানৰ ভিত্তিত ২০২১-ৰ বিশেষ অধিৱেশনখন মাজুলীত অনুষ্ঠিত কৰাৰ বাবে সন্মতি জনোৱাৰ পাছত এই বিশাল অনুষ্ঠানৰ বাবে প্রাৰম্ভিক কার্যসূচী আৰম্ভ কৰিছে নদীদ্বীপবাসীয়ে৷
আনহাতে, প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশীয়ে আজি মঙলদৈৰ বৰ্তমানৰ সাংসদ ৰমেন ডেকাৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে ।
গোলাঘাট চহৰ আৰু যোৰহাট জিলাৰ বৰহোলা হৈ আঠখেলীয়ালৈ অহা দুয়োটা পথতে গাড়ীৰ বহু দীঘলীয়া লানি।
নৈতিকভাৱে শিক্ষার্থীক সচেতন হ’বলৈ আহবান
(৪) নীতিন গাডকাৰী —  নাগপুৰ 
Home > কটন বিশ্ববিদ্যালয়ত গণসংযোগ দিৱস উদযাপন
অসমৰ ৮টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে প্ৰাৰ্থীৰ নাম।
কাৰ উদাসীনতাৰ ফলত একালৰ সত্র নগৰীখন এতিয়া গীর্ নগৰী হ’বলৈ পালে?
কি ঠিক, কাপোৰযোৰ দেখিয়েই হয়তো আৰু কোনোবাই নিজৰ ভাষাত মাত এষাৰ দিয়েই।
কৃষ্ণ এতিয়া ফূৰ্তিত আছে, সেয়ে কাৰো অনিষ্ট নকৰে।
সি এটা ভৰিত থিয় দি লুঙীখন ভালদৰে গাঁথি মাৰি আছে।
ভাৰতৰ বিশেষকৈ অসম, বংগদেশ, ত্ৰিপুৰা আদি ৰাজ্যত এওঁলোক বাস কৰে।
দেশৰ বিশিষ্ট উদ্যোগপতি ৰতন তাতা, মুকেশ আম্বানী, আনন্দ বৰ্মন, সুশীল গোৱেংকা আদি উপস্থিত থাকিব।
অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালক ডঃ অশোক ভট্টাচার্য উপস্থিত থাকি এপাৰ্ট ৰ অধীনত অসম কৃষি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা লব লগীয়া কৃষি উন্নয়নৰ আঁচনিৰ বিষয়ে বিশদ আলোচনা আগবঢ়ায়।
ভঁঅঁঅঁঅঁঅঅঁঅঁঅ…. . হঠাৎ যেন পৃথিৱীখনৰ সমগ্ৰ গাড়ী-মটৰৰ হৰ্ণসোপা মোৰ কাণত বাজিবলৈ ধৰিলে৷ আৰে!
ফ’ন : ৭৮৯৬৭৪৫৪৯৮
গৱেষণাত আৰু পোৱা গৈছে যে বুটৰ দালিৰ বাহিৰে আন আন দালিবোৰ তেজৰ কলেষ্টেৰল কমোৱাত সহায়ক হয়৷ মধুমেহ ৰোগীৰ ক্ষেত্রত দালিয়ে তেজত চেনিৰ মাত্রা বৃদ্ধি নিয়ন্ত্রণ কৰে৷ অংকুৰিত গোটা দালি-শস্যই (যেনে– মাহ, মগু, মচুৰ আদি) ফলিক এচিড আৰু ভিটামিন ‘বি’ৰ পৰিমাণ বঢ়ায়৷ সেয়ে, ফলা দালিতকৈ অংকুৰিত গোটা দালি অধিক উপকাৰী আৰু পুষ্টিকৰ৷
ইয়াৰে ২০১৬-১৭ বৰ্ষত ২৬,৮৭,৫১,৪৩৬ টকা, ২০১৭-১৮ বৰ্ষত ১৬,৭৮,৬৯,৭৯৯ টকা আৰু ২০১৮-১৯ বৰ্ষত ৩২,৬১,৮৯,৬৯৬ টকা খৰচ কৰা হৈছে।
ইয়াৰোপৰি বিটিএডিৰ হত্যা-হিংসা ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকাক সমালোচনা কৰে।
এইবাৰ বাইদেউৱে ডায়েৰীত লিখিবলৈ লাগিল।
ৰাজ্যখনৰ উজ্জল ভৱিষ্যৎ নিৰ্মাণ কৰাৰ বাবে আৰু যুৱ প্ৰজন্মক সঠিক দিশেৰে আগুৱাই নিয়াৰ বাবে গুণগত শিক্ষাৰ প্ৰসাৰৰ ওপৰত ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰিছে, যাতে গুণগত শিক্ষাৰ জৰিয়তে নৱ প্ৰজন্মৰ প্ৰতিগৰাকী যুৱক-যুৱতীয়েই একো একোগৰাকী আদৰ্শ নাগৰিক হ’ব পাৰে।
✍এনকাইলোজিং স্পণ্ডিলাইটিছৰ ভয়াবহতাঃ
অসমৰ এটা প্ৰখ্যাত পৰিয়াল, গুৱাহাটীত প্ৰথমটো ছপাশাল ‘চিদানন্দ প্ৰেছ’ আৰু ‘আসাম মিহিৰ’ সংবাদপত্ৰৰ প্ৰতিষ্ঠাপক ৰায়চাহাব চিদানন্দ চৌধুৰীৰ নাতি গিৰিজানন্দ চৌধুৰীৰ সৈতে তেওঁৰ ভনীয়েক বীণা দত্তৰ বিবাহৰ সূত্ৰ ধৰি দত্তই উন্মুক্ত কৰিছে অসমৰ কিছুমান অতি প্ৰয়োজনীয় ঐততিহাসিক সমল।
গছেও-পাতে, কুলিৰ মাতে ব’হাগ যে আৰু দূৰত নাই তাক জনাবলৈ আৰম্ভ কৰিছে।
তেনেতে বৰ্মন সোমাই গৈ মাত লগালে,
অভিযানকালত আৰক্ষীয়ে হাতীগাঁৱত গ্ৰেপ্তাৰ ৪ দুৰ্ধৰ্ষ চোৰ।
নামঘৰৰ ভিতৰতে চোৰে মলত্যাগ কৰি যায়।
১৬ নৱেম্বৰৰ পৰা জিপ্লাছ গুৱাহাটী থিয়েটাৰ ফেষ্টিভেলৰ তৃতীয় সংস্কৰণ
মাৰ্চ মাহৰ ২০ তাৰিখে তেওঁ ৰাজ্যপালৰ কাৰ্যালয়ৰ পৰা আনুষ্ঠানিকভাৱেঅৱসৰ গ্ৰহণ কৰিছে।
বিধেয়ক বাতিলৰ দাবীত আজি ৰাজ্যজুৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰিব প্ৰতিবাদ
“শিক্ষক সমাজৰ সমৰ্থন অবিহনে কোনো ব্যক্তি বা দলৰ সৈতে আলোচনা কৰি ঠিকাভিত্তিক টেট শিক্ষক সকলৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিলে তাৰ বাবে শিক্ষা মন্ত্ৰী জগৰীয়া হ’ব আৰু এই সিদ্ধান্ত শিক্ষক সমাজে কেতিয়াও গ্ৰহণ নকৰে,” ৰচিদে কয়।
ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১৫ জানুৱাৰী
ৰাজা ভোজ আৰু ভোজ মেট্ৰ’ নামেৰে নামাকৰণ কৰা হ’ল ভুপাল মেট্ৰ’ক।
ডিমা হাচাও জিলাৰ হাফলঙৰ এই গৰাকী তৰুণ প্রতিভাবান শৰীৰ চৰ্চা কৰি বিগত ১৪ আৰু ১৫ ডিচেম্বৰত থাইলেণ্ডৰ পাট্টায়াত অনুষ্ঠিত ক্লাচিক বডি বিল্ডিং এণ্ড মেনচ ফিজক চি আই বি বি এচিয়ান কাপ ইন্টাৰনেচনেল বডি বিল্ডিংত প্রণব লাংথাচাই ৭৫ কেজি বিভাগত স্বণ পদক জয় কৰে আৰু ক্লাচিক বডি বিল্ডিঙত দুটাকৈ ব্রঞ্জৰ পদক জয় কৰে।
১০ ছেপ্তেম্বৰ, গুৱাহাটী : ৰোগীৰ জীৱনৰ লগত হেতালি খেলি নিলম্বিত সুৰাসক্ত কৰ্মচাৰী।
টি এম পি কে আৰু যুৱক সংঘৰ সদস্য তথা গাঁৱৰ অৰ্ধশতাধিক লোকে প্ৰখৰ ৰ’দকো নেওচি একোডালকৈ বাঁহ লৈ ৰাতিপুৱাৰ পৰা দা, কটাৰী, কুঠাৰ আদি বিভিন্ন সামগ্ৰী লৈ উলাই আহি বাঁহৰ দলং নিৰ্মাণৰ কামত হাতে কামে লাগি যায় সকলোৱে।
এই ঘটনাৰ পিছতে সংবাদমাধ্যমযোগে এই ধৰণৰ ঘটনা পুনৰাবৃত্তি নকৰিবলৈ আহবান জনায় আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই।
ইফালে, তিনিটা মহকুমা ক্ৰমে- বজালী, উত্তৰ শালমাৰা আৰু বিলাসীপাৰা।
দুয়োখন দেশে ইখনে সিখনৰ বিপক্ষে বিবৃতিতে ব্যস্ত থাকে।
৮) আমি আন এটা দিশত অহেতুক আনন্দ পাইছিলোঁ৷ সেইটো আনন্দ পাইছিলোঁ আমাৰ সন্তানসকলৰ পৰা৷ অমৰ, অঞ্জন, অৰূপ, অনুপ আৰু ছোৱালী অনুৰাধাই প্রাথমিক স্কুলৰ শেষ পৰীক্ষাৰ পৰা কলেজৰ শিক্ষা সাং কৰালৈকে বিভিন্ন বৃত্তি পাই পঢ়িছিল৷ তদুপৰি অমৰজ্যোতিয়ে প্রৱেশিকা পৰীক্ষাত অসমৰ ভিতৰতে প্রথম হৈ উত্তীর্ণ হৈছিল৷ অৱশ্যে আমি সিহঁতক যিদৰে সা-সুবিধা দিব লাগিছিল সেইদৰে দিব পাৰিছিলোঁ বুলি মনে নধৰে৷ আনকি সিহঁতৰ স্কুলীয়া কালত আমাৰ ঘৰত বিজুলী-বাতিৰো ব্যৱস্থা কৰি ল’ব পৰা নাছিলোঁ৷ তদুপৰি একেটা কোঠাতে একেখন টেবুলতে সকলোটি পঢ়িছিল৷
পূৰ্বৰ খেলকেইখনত ভাৰতীয় দলটোৱে ভাল পদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে।
টেভেজ-ছেনহুৱাৰ আনুষ্ঠানিকতা সম্পন্ন
ইফালে, এগৰাকী বিষয়াই কয় যে- নাহন-কুমাৰহাটী মাৰ্গস্থিত এই হোটেলখন ধাৰাসাৰ বৃষ্টিপাতৰ ফলত সৃষ্টি হোৱা ভূমিস্খলনৰ বাবে খহি পৰে।
১৩. দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী মোডী।
ডিব্ৰুগড়ঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে আজি ডিব্ৰুগড়ৰ সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰাৰ বাবে ডিব্ৰুগড়ত উপস্থিত হয়।
জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া দীপক কুমাৰ সন্দিকৈৰ প্ৰত্যক্ষ তত্তাৱধানত ইতিমধ্যে বিভিন্ন নিৰ্বাচনী কোষ গঠন কৰি প্ৰতিতো কোষক নিজ দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে।
উল্লেখ্য যে ইতিমধ্যে ভাৰতীয় ষ্টেট বেংক আৰু ইণ্ডিয়ান অভাৰচিজ বেংকৰ অভিযোগৰ ভিত্তিত কোম্পানীটোৰ ওপৰত চিবিআইয়ে বিত্তীয় অনিয়মৰ তদন্ত অব্যাহত ৰাখিছে।
কিন্তু তাৰ অৰ্থ এইটো নহয় যে মূৰ্তি বগৰাই পেলাব।
মানুহজন খেয়ালী, সেইবাবে তেওঁ অভিমানী।
ৰাৱণ নে ৰাম?
শিৱ পুৰী এক ট্ৰেন্সপৰ্টাৰো আছিল ট্ৰাকখনত।
দুৰ্নীতি বিৰোধী যুৱ শক্তি, অসম-ৰ বিশেষ প্ৰশিক্ষণ কৰ্মশালাৰ সফল সামৰণি
হাঁহি – পৰীস্মিতা দাস
ডিজিটেল সংবাদ, ৱাখাঃ অবৈধ বিদেশী প্ৰব্ৰজন প্ৰতিৰোধৰ বাবে সম্প্ৰতি নাগালেণ্ড চৰকাৰে প্ৰৱৰ্তন কৰিবলৈ লোৱা খিলঞ্জীয়া পঞ্জীয়ন ব্যৱস্থাৰ ভিত্তি বৰ্ষৰ ১৯৬৩ চন হব বুলি নিৰ্ধাৰিত কৰিছে জে চি পি আই অৰ্থাৎ জইণ্ট কমিটি অন প্ৰিভেনছন অফ ইলিগেল ইমিগ্ৰেছনে ।
ডিজিটেল ডেক্স,তেজপুৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলকৰণৰ দাবীত আজি শোণিতপুৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বালিপৰাত এক বিশাল জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে ।
ইতিমধ্যে সোণাৰিৰ বেঙেনাবাৰী, লুখুৰাখন, বালিজান গ্ৰাণ্ট, টকলীমৰা, দোলাখৰীয়া আদিৰ ন-পুৰণি শিল্পীসকলে পূৰ্ণগতিত আখৰাত ব্যস্ত হৈ পৰিছে ।
ওদালগুৰি আৰক্ষীয়ে মহিলা এনডিএফবি কেডাৰগৰাকীক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে।
অমুলৰ পৰিচালন সঞ্চালকে কৰিলে এই ঘোষণা।
আনহাতে তেওঁ জয়ী হ’লে বানপানী – গৰাখহনীয়াকে ধৰি সমষ্টিটোৰ তথা অসমৰ বিভিন্ন জ্বলন্ত সমস্যাৰ বিষয়ে সংসদত বলিষ্ঠ ভূমিকা গ্ৰহন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।
তেওঁ উপস্থিত ৰাইজক সম্বোধন কৰি কয় যে যোৱা ২৫ বছৰ ধৰি ত্ৰিপুৰাৰ জনসাধাৰণ কেৱল ভুক্তভোগী হৈয়ে ৰ’ল।