text
stringlengths
10
210k
শেষত গাঁৱৰ মানুহৰ লগত তামাম ফাইটিং …শেষত গুলবাহাৰক ধৰি গাঁৱৰ ৰাইজে বস্তাত ভৰাই উটাই দিব।
সোণোৱালসকলে কিৰাত দেৱতাৰ উদ্দেশ্যে জামুগছৰ খুটাক ‘শিৱলিংগ’ৰূপে পূজা-অৰ্চনা কৰে ।
ফ’ন : ৯৭০৭৩-৪৮৭৩১
যোৱা ৮ ফেব্ৰুৱাৰীত শি:উ:প্ৰ:বি:(পিকেএম)৬০/২০১৮-১৯/০২ নম্বৰৰ জাননী যোগে বিজ্ঞাপন প্ৰকাশ কৰিছে।
মাৰ্চিডিজ জি এল এছ ৩৫০ এছ ইউ ভিৰ দাম হ্ৰাস পাব ৩ লাখ টকাকৈ।
ইয়াৰ মাজতে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত তথা অসন্তুষ্টিয়ে পাৰ্বত্য জিলাখনত দিল্লী, দিচপুৰত গাদীত থকা দলটোৰ বাবে সংকট নমাই আনিছে।
বাহিৰত থাকোঁতেই নিজে পচন্দ কৰা সুন্দৰী আধুনিকা যুৱতীৰ লগত বিবাহ।
মহাৰাণা ক্লাৱৰ একালৰ জনপ্ৰিয় কৰ্মচাৰী পিটিকাই (বহি থকা জন) ক্লাৱৰ একাংশ সদস্যৰ সৈতে।
ডোকা-লাৰ পৰা গঞাক স্থানান্তৰ
হওঁতে এইটো চখও পুৰণিয়েই আছিল।
উল্লেখযোগ্য যে, ২০০৭ চনত ইন্দ্ৰাণী মুখাৰ্জীৰ স্বামী পিটাৰ মুখাৰ্জীৰ মিডিয়া কোম্পানী আইএনএক্সৰ ৩০৫ কোটিটকীয়া হাই প্ৰফাইল কেলেংকাৰীত তদান্তীন্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰম আৰু তেওঁৰ পুত্ৰ কাৰ্তি চিদম্বৰম জড়িত থকাৰ তথ্য লাভ কৰিছে ইডিয়ে।
এই বাৰাল বাবু আচলতে কোন?
যদি ৰিপ্লাই হিচাবে ‘ব্লাশ’ ইম’জী আহে তেন্তে কংগ্রেটচ, আপুনি হৰিণী গিৰাই দিলে।
২০ ডিচেম্বৰ, গুৱাহাটী - গুৱাহাটীত অনুষ্ঠিতব্য খেলো ইণ্ডিয়া গেমছৰ আনুষ্ঠানিক উদ্বোধন কৰিব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
দুৰ্ঘটনাত আহত ব্যক্তিসকলক গহপুৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও বৰ্তমান লৈকে চাৰিজনকৈ লোকক চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
: কেনেকুৱা লাগিব বাৰু এনে ট্ৰেইনত যাত্ৰা কৰিবলৈ?
কিন্তু আমি যিটোৰ সন্মুখীন হওঁ, তাৰ পৰা শিকনি ল’বলৈ চেষ্টা কৰিবই লাগিব।
ডিজিটেল ডেস্কঃ সকলোকে এৰি অচিনা দেশলৈ গ’ল মোহময়ী অভিনেত্ৰী শ্ৰীদেৱী৷ ৫৪ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লয় বলিউডৰ ডিবা মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীয়ে৷ অভিনেতা মোহিত মাৰৱাহৰ ডুবাইত অনুষ্ঠিত হোৱা বিয়াৰ পাৰ্টিত অংশ লবলৈ গৈছিল শ্ৰীদেৱীয়ে৷ ডুবাইৰ হোটেলত হৃদৰোগত আক্ৰান্ত হৈ অভিনেত্ৰীগৰাকীয়ে অকাল মৃত্যুক আকোৱালি লয়৷ তেওৰ মৃত্যুক সমগ্ৰ দেশে ম্ৰিয়মান হৈ পৰে৷ কিন্তু অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ পিছতে ছচিয়েল মিডিয়াত উত্থাপন হৈছে নানান প্ৰশ্ন৷ একাংশ লোকে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে৷
পুহমাহৰ কুৱলীৰ দিনটো তমসাই কম্বলখন বিচাৰি কপি উঠে , ” ঠাণ্ডা পাইছো ।
ভাগ্যশ্ৰী শইকীয়া।
আন ৰাজ্যৰ পৰ্যটন বিভাগৰ ভিডিঅ’ সন্দৰ্ভতো তেওঁ কয়, “মণিপুৰৰ ইমান ধুনীয়া, কেৰালাৰ ইমান ধুনীয়া।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেব ছাইডৰ বাবে ছাত্ৰ ছাত্ৰীৰ যাতনা
বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি বুধবাৰে সন্ধিয়া গন্ধোৎসৱ অনুষ্ঠিত হয়।
কলিয়াবৰত সূচনা হ’ল এক ন অধ্যায়।
লগে লগে কণ্ডাক্টৰক চিঞৰি কয়….
শিক্ষা জীৱনৰো অধিকাংশ সময় পাৰ হৈছে গাঁৱতে।
হাতে হাতে জাকৈ, খালৈ, প’ল লৈ ৰাজপথলৈ ওলায় অাহিল শতাধিক ৰাইজ ।
"সমুজ্জ্বল ভট্টাচাৰ্য, দীপাংক নাথ, লুৰিণজ্যোতি গগৈ আৰু জাগীৰোড সমষ্টিৰ বিধায়ক পিযুষ হাজৰিকা আদি ডাঙৰীয়া সকলৰ শ্ৰীচৰণত ফটো দুখন আৰু ভিডিঅ দুটা নিবেদিলো।
হাতীডুবিস্থিত কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ চাৰিখনকৈ শ্লুইচ গ্যেট ইতিমধ্যে খুলি দিছে বুলি জনাইছে বিদ্যুৎ বিভাগে ।
১ এপ্ৰিল, ২০১০ চনঃ সাদিন-প্ৰতিদিন গোষ্ঠীয়ে আৰম্ভ কৰেবৈদ্যুতিন সংবাদ মাধ্যম প্ৰতিদিন টাইম।
তামুলপুৰঃ  তামুলপুৰৰ মাজমজিয়াত স্থাপিত অঞ্চলটোৰ অগ্ৰণী শিক্ষানুষ্ঠান শঙ্কৰদেৱ বিদ্যা নিকেতনৰ পঞ্চবিংশতিতম বৰ্ষ পূৰ্তি উপলক্ষে ২০১৮ ইংৰাজী শিক্ষা বৰ্ষৰ পৰা আৰম্ভ কৰা হৈছে ৰূপালী জয়ন্তী বৰ্ষৰ বছৰজোৰা কাৰ্যসূচী।
প্ৰয়োজনীয় নথি জমা নিদিয়াৰ বাবে পৰীক্ষণৰ অন্তত বাতিল কৰা হৈছে প্ৰাৰ্থীকেইজনৰ মনোনয়ন।
খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ সম্পাদক প্রধান শ্রী কমলাকান্ত মুছাহাৰীয়ে জানিবলৈ দিয়ে এই কথা।
তেনেহ’লে বিহাৰী-মাৰোৱাৰী হৈ থাকিলে কেৱল তেওঁলোকৰ বাবেহে ভূমিকম্প হ’ব বুলি তেওঁলোকৰ মনত অহৈতুক আতংক কিয়!
মঙলবাৰে অসমৰ এগৰাকী ছয় বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰাৰ অভিযোগত তামিলনাড়ুৰ এজন শ্ৰমিকৰ বিৰুদ্ধে পেৰুমবাভুৰ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে।
পূৱে - গণেশগুৰি উৰণীয়া সেঁতৰ পৰা ছুপাৰ মাৰ্কেট পুলিচ পইণ্টলৈ জি এছ ৰোডৰ দক্ষিণ দিশে;
অম্বিকা গাথা
কোকৰাঝাৰ, ডিফু প্ৰশাসনলৈ ১০০ কোটি টকা সাহায্য।
এই সংঘৰ্ষত ২ ফৈদৰ ১০জনতকৈ অধিক লোক আহত…
শনিবাৰে ৰাতিপুৱা সাঁত বাজিছিল৷ আচলতে টোপনি ছয় বজাতেই ভাঙিছিল ৰমেশৰ এলাৰ্মৰ টিঙটিঙিয়া শব্দত৷ এনেই সি বিছনাত ইকাটি-সিকাটি কৰি আছিল৷ সাধাৰণতে প্ৰায়বোৰ ব্যক্তিগত কোম্পানীৰ অফিচসমূহ বন্ধ থাকে৷ কিন্তু ৰমেশে কাম কৰা কোম্পানীটোৱে ১৫ আগষ্ট বা ২৬ জানুৱাৰীতো বন্ধ দিলে এনে লাগে যেন কোম্পানীটোৱে দেশক টকা ধাৰহে দিছে৷ বৰ গধুৰ মন এটা লৈ ৰমেশে বিছনাৰ পৰা নামিল৷ লাহেকৈ পৰিবাৰ গীতি আৰু ছয়বছৰীয়া লহৰৰ ফালে চালে৷ গীতিয়ে টোপনিতে দাঁত কৰচি আছে৷ ৰমেশে মনতে ভাবিলে বোধকৰো দিঠকত হ’ব লগা অনাগত ভৱিষ্যতৰ এখন ৰণৰ প্ৰস্তুতি
বিবৃতিটোত উল্লেখ থকা অনুসৰি অসাংবিধানিক কাম-কাজত জৰিত থকাৰ অভিযোগত সংগঠনটোৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক তথা জিলা সমিতিৰ উপদেষ্টা ভৱেন ৰাজবংশী, ওদালগুৰি জিলা সমিতিৰ সম্পাদক নৱজিৎ কোচঁ আৰু উপ-সভাপতি অৰণ্য ডেকা সংগঠনটোৰ বিষয়ৱাব তথা প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰৰ প্ৰস্তাৱ গ্ৰহণ কৰে।
এই নাটকখনৰ বিষয়েই যিহেতু আলোচনা হৈছে, কিছু কিছুৱে নাটকখনৰ কাহিনীটো হিন্দী চিনেমা ‘কিয়ামত চে কিয়ামত তক’, ‘সৌদাগৰ’ তথা আন দুই-এখন চিনেমাৰ লগত মিল আছে বুলি কোৱা-কুই কৰি আছে।
তাই আমাৰ মহাবিদ্যালয়ৰ ছাত্রী নাছিল।
উল্লেখযোগ্য যে, নিয়াই আৰ চি ০৩২০১৯নিয়া জি য়ু ডব্লিউ(০৯-০৬-২০১৯)নম্বৰত এন এছ চি এন উগ্ৰপন্থী চাৰিগৰাকীৰ বিষয়ে সন্ধান দিওঁতাক নগদ ধনৰ পুৰস্কাৰ ঘোষণা কৰি গোচৰ ৰুজু কৰিছে।
বিধানসভা, স্থানীয় নিকায়-নিগম আদিত অসমীয়াৰ বাবে আসন সংৰক্ষণ সন্দর্ভত কমিটীয়ে গ্রহণযোগ্য সিদ্ধান্ত লোৱাৰ লগতে অসমীয়া আৰু অন্যান্য ভাষা-সংস্কৃতি সংৰক্ষণৰ পৰামর্শ আগ বঢ়াব৷ অসম চৰকাৰৰ নিযুক্তিত অসমীয়া লোকৰ সংৰক্ষণৰ বিষয়ে কমিটীয়ে যথোচিত সিদ্ধান্ত লোৱাৰ লগতে সামাজিক, সাংস্কৃতিক, ঐতিহাসিক ভাষা-ক্ষেত্র সংৰক্ষণৰ পৰামর্শ আগ বঢ়াব পাৰিব বুলি সংবাদমেলত মন্ত্রী শর্মাই উল্লেখ কৰে৷ উক্ত পৰামর্শবোৰ গ্রহণযোগ্য হ’লে সেইবোৰ কার্যকৰী কৰাত কোনো অসুবিধা নাথাকিব বুলি মন্তব্য কৰে৷ তেওঁ কয় যে কমিটীয়ে এনেবোৰ গুৰুত্বপূর্ণ বিষয়বোৰৰ সিদ্ধান্ত ল’ব পাৰিলে মানকাচৰ, দক্ষিণ শালমাৰাৰ দৰে সমষ্টি অসমীয়াৰ বাবে সংৰক্ষণ হ’ব৷ তেওঁ কয় যে অসম চুক্তিৰ ৬নং দফাৰ দুই-এটা দফাহে ইতিপূর্বে কার্যকৰী হৈছিল৷ কিন্তু এতিয়া প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত কেন্দ্রীয় চৰকাৰে অসমীয়াৰ সুৰক্ষাৰ বৃহৎ পদক্ষেপ কার্যকৰীকৰণৰ দিশে আগ বাঢ়িছে বুলি কয়৷
কিন্তু মা দেউতায়ে আশা কৰা ধৰণে জানো আমাৰ শিক্ষানুষ্ঠানবোৰে ছাত্ৰ-ছাত্ৰীসকলক সৰ্বদিশত পাৰ্গত কৰি তুলিব পাৰে নতুবা মাথোঁ বিদ্যালযত পঢ়োৱা পাঠ্যক্ৰমে জানো ছাত্ৰ-ছাত্ৰী সকলক সকলো দিশতে শিক্ষা প্ৰদানেৰে এক সফল ব্যক্তিত্বলৈ পৰিগণিত কৰিব পাৰে।
জোনমনিৰ বাপেক হৰেন মহৰীয়ে বোলে পদুলিত দা ঘূৰাই আছে এতিয়া ।
নগা পাহাৰত নেৰেনেপেৰা বৰষুণ, শিৱসাগৰত হাহাকাৰ সদৃশ পৰিবেশ, সাজু প্ৰশাসন
মন্ত্ৰী শৰ্মাৰ মতে ৩ কোটি জনসংখ্যাৰ অসমত পৰেশ বৰুৱাৰ ভতিজা আলফা (স্বাঃ)ত ভৰ্তি হোৱাটো বাতৰি নহয়, বৰঞ্চ কংগ্ৰেছত ‘ৰাজীৱ গান্ধীৰ পিছত ৰাহুল গান্ধী’ৰ দৰে ভতিজাক মুন্না পৰেশ বৰুৱাৰ পিছত সংগঠনটোৰ দায়িত্ব ল’বলৈ গৈছে।
লগতে স্বাস্থ্যবিজ্ঞানৰ দুটামান কথা লগাই দিব পাৰিলেতো কথাই নাই।
ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন নোহোৱাৰ পাছতে সমগ্ৰ ৰাজ্যত বৈছে এতিয়া আনন্দৰ বন্যা।
মঙলবাৰে দুই শক্তিশালী প্ৰাক্তন মন্ত্ৰীয়ে একেলগে খুমটাইৰ গাঁৱে গাঁৱে চলালে নিৰ্বচনী প্ৰচাৰ ।
৪. ‘চিবিআই আৰু ইডিক বিজেপিৰ কাম কৰা বনুৱা হিচাপে ব্যৱহাৰ কৰিছে প্ৰধানমন্ত্ৰীয়ে।
কিছুমান শিকিলোঁ, ককাই, মানৰ দোৱান।
চৰকাৰী কৰ্মচাৰীৰ বাবে আপোন ঘৰ আচঁনি
তাৰোপৰি লিঅ’ এক্সপ’ত থাকিব অসমৰ হস্ত-তাঁত আৰু হস্ত শিল্পজাত সমগ্রী সমূহ।
আনহাতে জিলাখনৰ প্ৰাদেশীকৃত বিদ্যালয়সমূহৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সকলোতকৈ অধিক সংখ্যক ছাত্ৰ- ছাত্ৰী উত্তীৰ্ণ হোৱা নোৱাগাওঁ হাইস্কুলৰ প্ৰধান শিক্ষকগৰাকীকো সম্বৰ্ধনা জনোৱা হয় ৷ ইয়াৰ পিচতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত ৰাজ্যখনৰ ভিতৰত দশম স্থান লাভ কৰা বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় ( ইংৰাজী মাধ্যম)ৰ ছাত্রী নিখিতা পাঠকক এখনি ফুলাম গামোচা আৰু মানপত্রৰে সম্বৰ্ধনা জনোৱা হয় ।
আনহাতে বিটিচিৰ নিৰ্বাচিত সদস্য জ্যোতিৰেন্দ্ৰ ব্ৰহ্মৰ এক প্ৰশ্নোত্তৰত হাগ্ৰামা মহিলাৰীয়ে বিটিচি সচিবালয়ত ৮ গৰাকী বিষয়া ডেপুটেচনত আৰু ১৬ গৰাকী অৱসৰপ্ৰাপ্ত বিষয়াক পুনৰ পদবীত মকৰল দিয়াৰ কথা সদৰি কৰিছে ।
আর্য ভিন্ন জাতিৰো তেজ এতিয়াৰ ভাৰতীয়ৰ গাত ওলাব৷ তদুপৰি তেতিয়াৰ সেই আর্যসকলৰ বহু মধ্যযুগীয় উত্তৰ পুৰুষে ইছলাম ধর্ম গ্রহণ কৰি অ-হিন্দু হৈ গ’ল৷ তেওঁলোক তাৰ বাবে আর্যৰ তেজৰ পৰা বঞ্চিত হৈ নগ’ল৷ ধর্মৰ লগত সাঙুৰি ভাৰতক কেৱল হিন্দু ৰাষ্ট্র বুলি কৈ এইসকলক কেনেকৈ বহিৰাগত বুলি ক’ব পাৰি?
তাৰ পিচৰ কেইটামান সপ্তাহ অসমৰ যিকোনো চহৰৰ দৰে তেজপুৰৰ হাটে-বজাৰে দুখীয়াৰ পঁজাৰ পৰা ধনীৰ ড্ৰয়িং ৰুমলৈ কেৱল এটাই আলোচনাৰ বিষয়৷
আগন্তুক মেচখনৰ বাবেও অমিত সিনহাক অধিনায়ক হিচাপে ৰখা হৈছে।
Home > ৮টা স্বৰ্ণ পদকৰে বিশ্বনাথলৈ গৌৰৱ কঢ়িয়াই আনিলে চেম্পিয়নচে
যোৰহাটক শিক্ষাৰ মহানগৰী হিচাপে গঢ়ি তুলিম বুলি সদৰী কৰি গোস্বামীয়ে কয় যে বিদ্যালয়সমূহত মধ্যাহু ভোজনৰ যি প্রক্রিয়া চলি আছে, সি শিক্ষাত কিছু হ’লেও ব্যাঘ্যাত জন্মায়৷ সেয়েহে মধ্যাহু ভোজন বিদ্যালয়ত ৰন্ধাতকৈ বাহিৰৰ পৰা অনাহে উচিত৷ খাদ্য ৰান্ধিবৰ বাবে যি দুগৰাকী ৰান্ধনী থাকে, তেওঁলোকক ছাত্র-ছাত্রীক চোৱা-চিতা কৰিবলৈহে ৰখা উচিত৷ অধ্যক্ষগৰাকীয়ে নিজে পঢ়া বিদ্যালয়খনলৈ এতিয়াও গৈ তিনিখন বিদ্যালয় এখন কৰি তিনি মহলীয়াকৈ নির্মাণ কৰিব বিচাৰিছে বুলি প্রকাশ কৰি কয় যে এই বিদ্যালয়খনত এতিয়াও চাৰিশ ছাত্র-ছাত্রী আছে৷ সেয়েহে বিদ্যালয়সমূহত স্থানীয় লোকৰ সহযোগিতাৰ প্রয়োজন৷ আনহাতে, গুণোৎসৱৰ উদেশ্যৰ কথা উল্লেখ কৰি অধ্যক্ষগৰাকীয়ে কয় যে গুণোৎসৱে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নত কৰিব৷ গুণোৎসৱে ছাত্র-ছাত্রীসকলৰ মাজত প্রতিযোগিতাৰ মনোভাৱ বঢ়াই তুলিব৷
গাওঁখন জিলিকি উঠে সূৰুযৰ কিৰণত ।
এই প্ৰশ্নৰ শুদ্ধ উত্তৰ দিয়া সূত্ৰে বিনীতাই লাভ কৰিব লাগিছিল এই ধন।
গুৱাহাটীঃ স্মাৰ্ট পুলিচৰ চকুত ধূলি দি মহানগৰীত অব্যাহত আছে চোৰৰ অভিযান।
‘সেই তেতিয়াই যে অসম ভৱনৰ দুৱাৰ এই ৰোগীসকলৰ বাবে খুলিলোঁ, তাৰে পৰাই এই যাত্রাৰ সূচনা৷ আৰু ৰ’ব লগা হোৱা নাই৷’ একোটা জীৱনে এক অপৰিকল্পিত পৰিক্রমাৰ মাজেদি গৈ কিদৰে জীৱনৰে এটা সুকীয়া অর্থৰ ভাঙনি কৰে, তাৰেই এক উদাহৰণ হৈ পৰিছে দেৱাশিস শর্৷ কেৱল চাকৰিৰ তাড়নাত মুম্বাইত এদিন ভৰি থোৱা অসম প্রশাসনীয় সেৱাৰ এইজন বিষয়াই মুম্বাইত আৰম্ভ কৰা এটা তেতিয়া সৰু যেন লগা পদক্ষেপে আজি এক বৃহৎ জনচেতনাক উদ্বেলিত কৰা মিছনৰ ৰূপ পাইছে৷ সময়ে তেওঁক শিকাইছে সৰল আৰু সুন্দৰ জীৱনৰ সৌন্দর্য-মন্ত্র, তেওঁ হৈ পৰিছে ৰৌদ্র পথৰ অবিশ্রান্ত পথিক৷
পুৱা ১১ বজাত তেওঁৰ নশ্বৰ দেহ লৈ অনা হৈছিল নৱগ্ৰহৰ দিশে।
চিঠিখন পঢ়ি উঠি বৰুৱা বর্তাই এতিয়া কেৰপাইয়ে এৰি থৈ যোৱা মেচিদাখন হাতত লৈ বাৰিষাক বিচাৰি ফুৰিছে ৷
তেনেকৈ একাউণ্ট খুলোঁতেই এবাৰ জেঠাইৰ প্ৰফাইলৰ পৰা মোৰ প্ৰফাইলটো খুলি চালোঁ।
উচ্চতম ন্যায়ালয়ে পৰিবহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশ জাৰি কৰাৰ পিছত ৰাজ্যৰ পৰিবহন বিভাগে আইন উলংঘাকাৰীৰ বিৰুদ্ধে ব্যাপক তৎপৰতা অৱলম্বন কৰিছে৷ পৰিবহন বিভাগে আইন উলংঘা কৰা চালক আৰু যানবাহনৰ গৰাকীৰ বিৰুদ্ধে লোৱা কঠোৰ পদক্ষেপৰ ফলত বিগত নৱেম্বৰ মাহত নগাঁও জিলাৰ মুঠ ১৩ জন চালকৰ অনুজ্ঞাপত্ৰ নিলম্বন কৰা হয়৷
জীৱন আৰু জগতৰ সর্বশেষ সত্যবোৰ জানো ইমানেই সুলভ আৰু সৰল?
পিছে দেউতা ঢুকোৱাৰ তিনি মাহ পাছত মাও এই পৃথিৱীত নাথাকিল।
কিন্তু সেই নির্দেশৰ পিছতো ৰাজ্যৰ শিক্ষা বিভাগে এইসকল শিক্ষকক নিযুক্তি দিয়াৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।
অভিযুক্ত গোহাঁইক প্ৰাৰ্থিত্ব দিলে বিজেপিৰ নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় কাৰ্য্যালয়ৰ সন্মুখত আমৃত্যু অনশনত বহিব বুলিও ঘোষণা কৰিছে কলিতাই।
ইয়াৰ পাছতো প্ৰাকশংকৰী যুগৰ অসমীয়া সাহিত্যত, শংকৰী বা বৈষ্ণৱ যুগৰ অসমীয়া সাহিত্যত, অসমীয়া পাঁচালি সাহিত্যত হাস্য-ব্যংগই স্থান পাইছে।
চিন্তাৰ চাকনৈয়াৰ পম খেদি
দীৰ্ঘ দিনৰ পৰা ৰোগত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি আহিছিল৷
গমকে নাপাওঁ নহয়৷
কিন্তু প্ৰেকটিকেল বাহিৰত হ’ব।
এম এন এফ আগবাঢ়ি আছে ৫খনত।
কাজিৰঙা নৈসৰ্গিক দৃশ্যৰ লগতে বিশ্ব বিখ্যাত এশিঙীয়া গঁড় আৰু ভিন্ন প্ৰজাতিৰ বনৰীয়া জীৱ-জন্তু প্ৰত্যক্ষ কৰি অভিভুত হৈ পৰে বৃটিছ বিষয়া তিনিজন।
মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৫ বছৰ।
ৰত্ন ওজাৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে শুভাকাংক্ষীসকল শোকত ভাগি পৰিছে।
তই কি পেণ্ডেল দিবি না পাৰ্ফৰ্ম কৰিবি?
সেই বাখ্যাত কেতিয়াবা সংৰ্কীনতা বা অতি ধৰ্মকেন্দ্ৰিক ভাৱ-ধাৰাৰ প্ৰৱেশ ঘটিছে নেকি তাকো আমি বিচাৰ কৰিব লাগিব।
শীঘ্রেই মন্দিৰ নির্মাণৰ কাম আৰম্ভ কৰিব বুলি জনায় বিহাড়া কালী মন্দিৰ নির্মাণ কমিটিৰ সভাপতি  প্রনয় ৰায়ে।
ছৌডি আৰবৰ ৰাজকুমাৰ মহম্মদ বিন ছলমানৰ ভাৰত ভ্ৰমণৰ পিছত অধিক সুদৃঢ় হৈছে দুয়োখন দেশৰ সম্পৰ্ক৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই ভ্ৰমণকালত ছৌডি ৰাজকুমাৰক মানৱীয় দৃষ্টিকোণৰ এটা অনুৰোধ কৰিছিল৷
বিস্ফোৰক সামগ্ৰী থকা এটা বাকচ বিস্ফোৰণ হোৱা বুলি স্থানীয় আৰক্ষীৰ সূত্ৰত প্ৰকাশ।
কাহিলিপাৰাত ভয়ংকৰ অগ্নিকাণ্ড
২০১৮ বৰ্ষক বিদায় দিয়াৰ পাছত ২০১৯ বৰ্ষৰে আৰম্ভ হ’ব নতুন বছৰৰ সময়ৰ যাত্ৰা৷ এই সময়ে আশাৰ বতৰা কঢ়িয়াই আনক সকলোৰে বাবে, সমৃদ্ধশীল হওক আহি থকা দিনবোৰ. . বিদায় ২০১৮, স্বাগতম ২০১৯…৷
কাটিগড়াৰ যুৱ কংগ্ৰেছ কমিটিয়ে বুধবাৰে এক স্মাৰক পত্ৰ প্ৰদান কৰে কাটিগড়াৰ চাৰ্কোল বিযয়াক ।
অগপ-বিজেপিৰ স্পষ্ট মতবিৰোধ
দুখনমান চেল্ফী উঠোঁ‌ বুলি কিনাৰলৈ গৈছোঁ‌ কি নগৈছো তোমাক কৈছো ফেঁ‌চাটোৰ দৰে চোঁ‌ মাৰি খেদি আহিছে চিকিউৰিটি এজন।
গৃহ বিভাগে জনোৱা অনুসৰি দুৰ্ধৰ্ষ উগ্ৰপন্থীজন বাংলাদেশ আৰক্ষী আৰু চোৰাংচোৱা সংস্থাৰ যৌথ অভিযানত আটক হয়।
কাৰ চোতালত দিব ভৰি
বাঘৰ আক্ৰমণৰ ফলত গুৰুতৰভাৱে আহত লোকজনক বোকাখাত অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও পিছত তেওঁক উন্নত চিকিৎসাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰা হয় ৷
নলা-নৰ্দমা চফা কৰি থকা সময়তে মৃত্যু চাৰিজন শ্ৰমিকৰ।
কিন্তু কি কৰিম?
অৱশ্যে এতিয়ালৈকে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক জাননী জাৰি নকৰাত বিভ্ৰান্তিত পৰিছে পৰীক্ষাৰ্থীসকল।