text
stringlengths
10
210k
এজাহাৰত আক্ৰাছুৰ নেতা কেইজনে অকৰ্তৃত্বশীলভাৱে আৰক্ষী চকীৰ লকআপকে ধৰি আৰক্ষী চকীৰ ভিতৰৰ ফটো সংগ্ৰহ কৰিছিল৷ যাৰ বাবে শিৱসাগৰ সদৰ আৰক্ষী থানাত পৰমানন্দ য়েইনে আক্ৰাছু নেতাদ্বয়ৰ বিৰুদ্ধে দিছিল এজাহাৰ৷ ৰুজু হৈছিল ৭৭৬/১৯ নম্বৰত জামিন বিহীন ধাৰাত গোচৰ৷
কবিৰ মতে,  প্ৰেমেই জীৱন সঞ্জীৱনী,  প্ৰেমেই জীৱনৰ ক্ষুধা।
অসমৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ ক্ষেত্রত অতি গুৰুত্বপূর্ণ বিবেচিত ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কার্যালয়ত এইবাৰ চোৰে লুটপাত চলোৱাত নাগৰিকপঞ্জী উন্নীতকৰণ কর্তৃপক্ষৰ মাজত হাহাকাৰ লাগিছে৷
উদয়নলৈ অভিনেতা অৰুপ বৰা
ডিজিটেল ডেস্কঃ মুম্বাইৰ পঞ্জাৱ এণ্ড মহাৰাষ্ট্ৰ ক’ৰ্পৰেটিৱ বেংক (পি এম চি বেংক)ৰ বাহিৰত গ্ৰাহকৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে।
ভাল্কে বুজে নকাহকে।
ডিমাপুৰৰ বৈঠকত বিধেয়কখনক সাম্প্ৰদায়িক বুলি অভিহিত কৰি ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰাটো গ্ৰহণযোগ্য নহয় বুলি মত পোষণ কৰা হয়।
ডিজিটেল সংবাদ, বঙাইগাওঁঃ দ্বিতীয় দিনাও সন্ধান ওলোৱা নাই বৃহস্পতিবাৰে আই নৈত মাছ মাৰিবলৈ গৈ সন্ধানহীন হোৱা ঘনদলৰ যুৱক অৰবিন্দ ৰায়ৰ।
স্বামী-স্ত্ৰীৰ কাজিয়া ভাঙিবলৈ গৈ ছুৰিকাঘাট হৈ আহত হয় এজন ।
পানীতোলা ব্লক কংগ্ৰেছে চাবুৱা নগৰত বিধেয়কখনৰ বিৰুদ্ধে জনমত গঢ়াৰ লক্ষ্যৰে গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰে৷ নাগৰিকে কংগ্ৰেছে চলোৱা গণ স্বাক্ষৰ অভিযানত সহায় সহযোগ কৰা দেখা যায়৷ 
এই গোচৰৰ তদন্তৰ বাবে গঠন কৰা হৈছিল এটা বিশেষ তদন্তকাৰী গোট।
 মঙলবাৰে  কোকৰাঝাৰৰ সাংসদ  নৱ কুমাৰ শৰণীয়াই দিছপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেলৰ আয়োজন কৰে।
বিষয়ঃ- বুৰঞ্জী আৰু সাধাৰণ জ্ঞান
সেই অনুসৰি ভৰলু নদীৰ উন্নয়নৰ বাবে ২৯৬ কোটি টকা, মৰাভৰলু আৰু পামহী নদীৰ উন্নয়নৰ বাবে ৪২১ কোটি টকা, বৰচলা বিলৰ উন্নয়নৰ বাবে ৮০ কোটি টকা আৰু দিপৰ বিলৰ উন্নয়নৰ বাবে ২৬০ কোটি টকা নির্ধাৰণ কৰা হৈছিল৷ কিন্তু এই কোটি টকাৰ কাম এতিয়াও আৰম্ভ ন’হল৷
পশ্চিম বংগৰ নৰ্থ ২৪ পৰগণাত জন্মাষ্টমী উদযাপনৰ মাজতে অঘটন।
ফলত এতিয়াও মুকলি আকাশৰ তলত আছে অপৰাধীকেইজন।
বিহাৰত পুৱা ৯ বজালৈকে ৯.০৩ শতাংশ ভোটদান।
দুপৰীয়া ১.২৩ বজাতঃ ৰাজহুৱা সভাগৃহতেই আছুৱে সম্বৰ্ধনা জনাব হিমাক।
শনিবাৰে বিশ্বনাথ চাৰিআলিৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পলোকাটা টাপুত সংঘটিত হোৱা গঁড় হত্যাৰ আঁৰত বন বিভাগৰ কৰ্মচাৰী জড়িত থকাৰ সন্দেহ ব্যক্ত কৰে ৰাজ্যৰ বন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই।
কোকৰাঝাৰঃ অসমৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰীয়ে আজি কোকৰাঝাৰত উপস্থিত হৈ বিটিএডিৰ চাৰিওখন জিলাৰ বিভাগীয় বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয় ৷ আজি দুপৰীয়া মন্ত্ৰী ৰিহণ দৈমাৰীয়ে বিটিচি সচিবালয়ৰ প্ৰেক্ষাগৃহত দুয়োটা বিভাগৰ বিভাগীয় বিষয়াসকলৰ সৈতে সুকীয়া সুকীয়া ভাৱে পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি জনসাধাৰণৰ স্বাৰ্থৰ হকে কাম কৰি যাবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে৷
প্ৰায় আধা ঘণ্টা চোবালে।
তেতিয়াহে আমাৰ মাৰ ইখন হাতলৈ চকু গ’লত দেখিলোঁ ডিঙিৰ তলৰ পৰা বাকী ডোখৰ হাঁহ মাৰ হাতত।
1988 চনত অসম গণপৰিষদ চৰকাৰে এই ৰক্তক্ষয়ী  সংগ্ৰাম প্ৰমশিত কৰিবৰ বাবে “সেনাবাহিনী বিশেষ সুৰক্ষা আইন ” (Armed Forced Special Power Act) ৰ প্ৰবৰ্তন কৰে ৷  1989   চনত অসমৰ শাসক চক্ৰ আৰু উগ্ৰ জাতীয়তাবাদী  শক্তিৰ মাজত তীব্ৰ সংঘৰ্ষ সংঘটিত হয় ৷ দৰং, লক্ষীমপুৰত গোষ্ঠীগত   সংঘৰ্ষত বিস্তৰ ধনজনৰ বিনাশ হয় ৷ 1988 -89 চনলৈ অসমীয়া উগ্ৰ  জাতীয়তাবাদী শক্তি আৰু বড়ো সকলৰ মাজত জাতিগত, গোষ্ঠীগত  সংঘৰ্ষত দুয়োপক্ষৰেই প্ৰভুত  ক্ষয়ক্ষতি  হয় ৷ ইয়াৰ পূৰ্বে  1987 চনৰ 23 আগষ্টত  এবছুৱে ” Divide Assam  fifty  fifty  “শীৰ্ষক  এখন  তথ্য সমৃদ্ধ  পুস্তিকা  ৰাইজৰ মাজত বিতৰন কৰি  অসমক দুভাগ কৰাৰ  প্ৰয়োজনীয়তাৰ ব্যখ্যা দাঙি ধৰে ৷ এনে  ধৰনৰ  দাবী, তথ্য যুক্তিৰ  আধাৰত 1988 চনৰ 18 নৱেম্বৰ ত গঠন হয় আন এক সংগঠন ” Bodo  peoples action  committee (BPAC)  ৷ 1988 চনৰ 18 ডিসেম্বৰত ধুবৰীৰ  বাঁশবাৰীত এবছুৰ 20 সংখ্যক অধিবেশনত পুৰ্বৰ 92 দফীয়া দাবীৰ  89 টা দাবী নবীকৰন কৰা হয় ৷ অধিবেশনত গৃহীত তিনিটা মুল দাবী আছিল 1) পূৰ্বৰ  কেন্দ্ৰীয়  শাসিত  অঞ্চলৰ দাবীৰ ঠাইত ব্ৰহ্মপুত্ৰ উপত্যকাত  জনজাতিৰ বাবে পূৰ্ণ পৰ্যায়ৰ ৰাজ্য, 2) দক্ষিন পাৰত জিলা পৰিষদ, 3) কাৰ্বি আলংত  অকাৰ্বিৰ বাবে আঞ্চলিক  পৰিষদ ৷ এই অধিবেশনৰ পৰবৰ্ত্তী  পৰ্যায়ত বিপিচিএ এবছুৰ সহযোগত তীব্ৰ গণআন্দোলনত জড়িত হৈ পৰে ৷ এই আন্দোলন ঠায়ে ঠায়ে হিংসাত্মক ৰূপ পৰিগ্ৰহন কৰাও দেখা যায় ৷ অসমত উদ্ভৱ  হোৱা এই অশান্ত পৰিবেশ নিয়ন্ত্ৰনত অনাৰ উদ্দেশ্যে  1989 চনৰ 20 এপ্ৰিলত এবছু আৰু অসম চৰকাৰৰ মাজত আলোচনা অনুষ্ঠিত  কৰা হয় ৷ পঞ্চমলানী বৈঠকৰ পিছত অসম চৰকাৰৰ উদ্দোগত এখন 8 জনীয়া পৰ্যবেক্ষক কমিটিৰ গঠন কৰা হয় ৷ এই আলোচনাৰ মাজতে এবছুৰ সভাপতি তথা বড়ো আন্দোলনৰ প্ৰদান পৰিচালক উপেন ব্ৰহ্মৰ মুম্বাইৰ এখন চিকিৎসালয়ত মৃত্যু ঘটে (1 মে ‘1990)৷
বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, সাংবাদিক সদানন্দ শইকীয়া আৰু নাই৷ বার্ধক্যজনিত কাৰণত আজি সন্ধিয়া প্রায় ৭ বজাত মহানগৰীৰ ডাউন টাউন হস্পিটেলত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়৷ ১৪ জুলাইৰ সন্ধিয়া তেওঁক চিকিৎসাধীন কৰা হৈছিল৷ শইকীয়াৰ বয়স হৈছিল ৮৫ বছৰ আৰু তেওঁৰ পত্নী, দুটা ল’ৰা-ছোৱালীসহ আত্মীয়-স্বজনক এৰি যায়৷ ১৯৩৩ চনত শিৱসাগৰ জিলাৰ আমোলাপট্টিত জন্মগ্রহণ কৰা প্রয়াত শইকীয়াই কটন কলেজৰ পৰা স্নাতক আৰু এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা অর্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছিল৷
আমিও ঠিকছে গালি পাৰি থাকিলেই কথাবোৰ ঠিক হৈ যাবনে?
আওহতীয়া গাঁওখনত সময়বোৰ কটাব পৰাকৈ তেওঁৰ এটা বিশেষ বন্ধুৰ গোটো নাই।
সংবাদ মাধ্যমত এই বিষয়ে বাতৰি ওলোৱাৰ পিছতে নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিৰ নিৰ্দেশত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ’জি কলিতাই অভিযান চলাই নিশা ৰাজপথত ধন সংগ্ৰহ কৰা কেইবাজনো আৰক্ষীৰ কণিষ্টবলক হাতে লোটে ধৰা পেলায় ৷
স্থানীয় ৰাইজে কৰায়ত্ব কৰে অভিযুক্ত দ্বিজেন তাঁতীক।
গুৰুত্বপূৰ্ণ যে, বলিউদৰ অভিনেতা গৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত তেওঁক সংগ দিয়ে ভাতৃ ববী দেউলে ।
ইয়াৰে নব্বৈ শতাংশ ছাত্ৰ-ছাত্ৰী সাধাৰণ নাগৰিকৰ৷ বিগত বৰ্ষটো অতি নিয়াৰিকৈ বিদ্যালয়খন চলি থকাৰ অন্তত যোৱা ২৫ ডিছেম্বৰত বিদ্যালয়ৰ শীতৰ বন্ধ আৰম্ভ হয়৷ শুকুৰবাৰে শীতৰ বন্ধ খোলাৰ কথা আছিল৷ লক্ষ্যণীয়ভাবে শীতকালীন বন্ধৰ সময়ত সেনা কৰ্তৃপক্ষই যোৱা ৩১ ডিছেম্বৰৰ নিশা হঠাৎ বিদ্যালয়ৰ নামফলক আঁতৰাই প্লাষ্টিকৰ নেটেৰে বিদ্যালয়খনৰ সমগ্ৰ চৌহদ বেৰ পেলাই আৰু বাহিৰৰ পৰা বিদ্যালয়খনৰ ভিতৰ ভাগ যাতে দেখা পোৱা নাযাই তাৰ ব্যৱস্থা কৰে৷ তদুপৰি বিদ্যালয়খনৰ সকলো শ্ৰেণীকোঠা, কাৰ্যালয়, অধ্যক্ষাৰ কোঠা আদি সেনা জোৱানে ব্যৱহাৰ কৰে৷
ইফালে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত জিলা শিশু সুৰক্ষা গোটৰ সমন্বয়ক বুলু তেৰাঙে কয় যে ৰাষ্ট্ৰীয় শ্ৰম মন্ত্ৰালয়ৰ নিৰমদেশ মৰ্মে চলিত মাহৰ ১ তাৰিখৰ পৰা ৩০ তাৰিখলৈকে পালন কৰিবলগীয়া শিশু সুৰক্ষা মাহৰ অংশ স্বৰূপ আজিৰ মটৰ চাইকেল ৰেলী৷ মটৰ চাইকেল ৰেলীৰ দলটো ডিফু,  ধনশিৰি,  নাগালেণ্ড হৈ শিলনী জান দেওপানী মন্দিৰ হৈ পুণৰ হিডিপি, ডিলাই মাঞ্জা হৈ ডিফুলৈ প্ৰত্যাগমন কৰিব বুলি জনায় ৷ 
এতিয়া আপুনি ওলোটা খৰ মাৰিব বুলি ভবা নাছিলো।
গুৱাহাটীঃ দেশৰ আগশাৰীৰ ব্ৰেণ্ড পতঞ্জলিয়ে ৰাজহুৱা খণ্ডৰ টেলিকম প্ৰতিষ্ঠান বিএছএনএলৰ সৈতে একত্ৰিতভাৱে গ্ৰাহকৰ প্ৰতি আগবঢ়াইছে মহাঅফাৰ।
‘অসমৰ শিপা’ই বিলালে তুলসী পুলি
কেৱল সিমানেই নহয়৷ প্রেমৰ প্রস্তাৱ আৰু বিয়াৰ আমন্ত্ৰণত উটি-ভাহি গৈছে ৰাঘৱৰ টুইটাৰ একাউণ্ট।
বেছিভাগ ক্ষেত্ৰতে দুৰ্ঘটনা সংঘটিত কৰি গাড়ীসমূহ নিৰ্বিঘ্নে পলাই যাবলৈ সক্ষম হয়।
পুৰুষনামা, ৰজাসকলৰ প্ৰশস্তি আদি বেছিভাগেই কল্পনাপ্ৰসূত, একেবাৰেই গাঁজাখুৰি অতিশয়োক্তি।
মৃত্যু হয়৷ তাৰ লগে লগে কেইবাগৰাকী লোকৰ দেহত গুলী লাগি চিকিৎসালয়ত ভৰ্তি হ’ব লগা হয়৷ চিকিৎসালয়ত ভৰ্তি কৰা চুফাইল ভাটৰ মৃত্যু হয়৷
হেমচন্দ্ৰক পাহৰিলে আমাৰ জীৱনৰ চৰম পৰাজয় হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে হেমচন্দ্ৰ বৰুৱা আছিল মানুহকেন্দ্ৰিক মানৱতাবাদী।
ডিজিটেল সংবাদ, মঙলদৈঃ দৰং জিলা সাহিত্য সভাৰ ২০২০-২২ বৰ্ষৰ কাৰ্যকালৰ বাবে শুকুৰবাৰে আবেলি অনুষ্ঠিত হোৱা দৰং জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভাত ঘোষিত হয় যে বিনা প্ৰতিদ্বন্দ্বিতাৰে সম্পাদক পদত নিৰ্বাচিত হৈছে সাহিত্য, সংবাদ সেৱক গৌতমানন্দ গোস্বামী আৰু সভাপতি পদত শৈলেন্দ্ৰ ৰাজবংশী৷ মুখ্য নিৰ্বাচনী বিষয়া ড° নগেন্দ্ৰ নাথ শৰ্মা, নিৰ্বাচনী বিষয়া চহিৰ ভূঞা আৰু ৰমেশ দেৱ শৰ্মাৰ হাতৰ পৰা সাহিত্য সেৱক মকছেদ আলিয়ে সম্পাদকৰ পদৰ আবেদন প্ৰত্যাহাৰ কৰাৰ বাবে গৌতমানন্দ গোস্বামী বিনা নিৰ্বাচনে জয়ী হয় আৰু সভাপতি পদত অন্য কোনো প্ৰাৰ্থীৰ আবেদন নহাত শৈলেন্দ্ৰ ৰাজব্ংশী জয়ী হয়।
মৃত্যুৰ পাছতো আনকি সকাহ পোৱা নাই বিশ্বৰ আটাইতকৈ নিপীড়িত সংখ্যালঘু চীনৰ উইঘুৰসকলে।
বিশ্বৰ ভিতৰতে আটাইতকৈ ওখ মন্দিৰ হিচাপে পৰিগণিত এই মন্দিৰটোৰ নিৰ্মাণ সম্পূৰ্ণ নহ’লেও সেয়া ৫ দিনৰ বাবে সম্ভৱ হৈ উঠিব লতাশিলত।
এন আৰ চি আৰু ডি ভোটাৰ প্ৰসংগ উল্লেখ কৰি  এন আৰ চি প্ৰসংগত সৰ্বানন্দ সোণোৱালে ছুপ্ৰিম কোৰ্টৰ ধমকি খাইছিল বুলি গগৈয়ে কয়।
প্ৰাপ্ত খবৰমতে পানবজাৰৰ জছৱন্ত পথৰ এটা ডাষ্টবিনৰ পৰা এটা বোমা আৰু পল্টনবজাৰৰ এছটিচি ৰসমীপৰ পৰা এটা বোমা উদ্ধাৰ কৰে।
লগতে দক্ষিণ ভাৰতৰ অন্য বিজেপি নেতা, কৰ্মীয়েসকলেও ইয়াক চ’ছিয়েল মিডিয়াৰ বিভিন্ন পৃষ্ঠাত প্ৰেৰণ তথা প্ৰচাৰ কৰা দেখা গৈছে।
জ্যেষ্ঠ নেতাগৰাকীয়ে অগপৰ সভাপতি অতুল বৰালৈ প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ।
ইয়াতে আটাইতকৈ ভয়ংকৰ কথাটো কৈছে,পশ্চিমীয়া দেশবোৰে মুছলমানক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে,সেইয়া ভাৰতৰ হিন্দুত্ববাদীসকলৰ পৰা শিকিব লাগে বুলি জেঞ্চাৰে কৈ আহিছে।
নাক থকা চিটিবাছৰ সাধু – ৰঞ্জু শৰ্মা
ডিব্ৰুগড়-শিলচৰ সাপ্তাহিক ৰে’ল সেৱা মুকলি কৰিলে মুখ্যমন্ত্ৰী-কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰীয়ে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক শলাগ [1]
মাৰ্ঘেৰিটাৰ কেন্দ্ৰীয় খেলপথাৰ পৰা  ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে  উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চলৈকে পদযাত্ৰা কৰি  উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
সমূলি নিপাত কৰ
সেই চিঞৰ শুনি মাতৃয়ে বাহিৰলৈ ওলাই আহি ঘটনাটো দেখি চিঞৰিবলৈ ধৰাত ওচৰৰ মানুহ গোটখাই ঘটনাটো জ্ঞাত হৈ লগে লগে পিতৃ ডম্বৰু নাথক বান্ধি আটক কৰে আৰু উত্তম মাধ্যম শোধাই বান্ধি থয়।
মাল্লেকান (হাৰিয়ানা) ঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি এই বুলি হুংকাৰ দিয়ে যে পাকিস্তানলৈ এটোপাল পানীও যাবলৈ দিয়া নহ’ব আৰু দেশখনৰ পৰা নিচাযুক্ত সামগ্রী আহিবলৈ দিয়া নহ’ব৷ ছিৰছাৰ হাৰিয়ানাৰ ছিৰছাৰ মাল্লেকানত এখন নির্বাচনী সভাত ভাষণ দি প্রধানমন্ত্রীয়ে এনেদৰে কয়৷ তেওঁ কয় যে ভাৰতৰ পৰা বৈ যোৱা পানীৰে পাকিস্তানৰ খেতি পথাৰ শস্যৰে ভৰি পৰিছে আৰু ভাৰতত খেতিয়কসকলে পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷
তেওঁ পাৰিব নেকি বৰপেটা আৰু গোৱালপাৰাত ব’ম ব্লাষ্ট কৰাবৰ কাৰণে?
ৰাজ্যত সম্প্রতি ৩৮০খন এই সেৱাৰ এম্বুলেঞ্চ চলি আছে৷ কিন্তু ইয়াৰে প্রতিদিনে ১০০খনতকৈ অধিক গাড়ী হয় কাৰিকৰী ত্রুটীৰ বাবে নহয়, কর্মচাৰীৰ অভাৱৰ বাবে অচল হৈ থাকে৷ ইফালে ৰাজ্যৰ অধিকাংশ এম্বুলেঞ্চত এতিয়া সংকটজনক ৰোগীৰ বাবে প্রয়োজনীয় যন্ত্র-পাতিৰো অভাৱ অব্যাহত আছে৷ উল্লেখযোগ্য যে ১০৮ মৃত্যুঞ্জয় এম্বুলেঞ্চ সেৱাত ৰাজ্যজুৰি সম্প্রতি মুঠ কর্মচাৰীৰ সংখ্যা প্রায় ১৮০০জন৷ কিন্তু প্রতিখন এম্বুলেঞ্চত দুজনকৈ কর্মচাৰীৰ প্রয়োজন আৰু এই হিচাপত ৰাজ্যত এতিয়া মুঠ ২২৮০জন কর্মচাৰী থাকিব লাগে৷
তেওঁৰ টিউশ্যন শেষ হোৱাৰ পাছত আমাৰ আৰম্ভ।
ঘৰত আলহী-অতিথি আহিলে বিদায় দিবলৈ মা দেউতাৰ খৰখেদা৷ একমাত্ৰ মাৰ লগৰ কেইগৰাকী আহিলেহে কথা পতাৰ অনুমতি আছে ৷ কথা মানে “ডামিনী”ৰ কালিৰ খণ্ডৰ ব্যাখ্যাখিনি৷
গতিকে ৰাইজে বিচাৰ কৰি চাব কাক ভোট দিয়াটো ভাল।
সম্প্ৰসাৰণ হ'ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰীসভা
যিকোনো এবিধ খেলত তই কেৰিয়াৰ গঢ়িব লাগিব।
এনে পৰিস্থিতি অব্যাহত থাকিলে চাহ বাগানত কাম কৰিবলৈ চিকিৎসকৰ অভাৱ হ’ব।
♦ বুধবাৰে গধূলি পৰীক্ষণ প্ৰক্ৰিয়াৰ সমাপ্তিৰ লগে লগেই ৰকিবুল হুছেইনে কংগ্ৰেছ কাৰ্যালয়ত সম্বোধন কৰে এখন সংবাদমেলৰ।
তাৰ মাজতে তৃণমূল কংগ্ৰেছে ৰাজনীতি আৰম্ভ কৰিছে।
উল্লেখযোগ্য উক্ত আঁচনিৰ ৰূপায়ণ হলে বৈদ্যুতিক নিৰাপত্তা পোৱাৰ লগতে অত্যাধিক লোডশ্বেডিঙৰ পৰা ৰক্ষা পোৱা যাব বুলি কৰ্তৃপক্ষৰ পৰা জানিব পৰা গৈছে৷
আৰক্ষীয়ে ব্যৱস্থা নোলোৱা হ’লে জনতা ভৱন জ্বলাই দিলেহেঁতেন বুলি মন্তব্য কৰি তেওঁ কয় যে একেধৰণে বৰপেটাটো উপায়ুক্তৰ কাৰ্যালয় জ্বলাই দি এন আৰ চি ৰ নথি পত্ৰ জ্বলাই দিলেহেঁতেন।
“মই ববিতা শৰ্মা বা কোনো বুলি কোৱা নাই।
অন্যহাতে আবেদনপত্র জমা কৰাৰ কিমানদিনৰ পিছত আধাৰ কার্ড পোৱা যাব এইবিষয়ে এই কাৰ্যৰ দায়িত্বত থকা কর্মী সকলেও জনাবলৈ অপাৰগ।
উল্লেখ্য যে ইউনিচেফৰ আনুমানিক তথ্য অনুসৰি নতুন বৰ্ষৰ প্ৰথম দিনটোত সমগ্ৰ বিশ্বত জন্ম হোৱা শিশুৰ ভিতৰত ১৮ শতাংশই জন্ম লাভ কৰে ভাৰতবৰ্ষত ।
মই অদৃষ্টকহে দোষাৰোপ কৰিম,” গগৈৰ মন্তব্য।
এদিন এনেদৰেই আহিছিল সফলতা।
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ গুৰুত্বপূৰ্ণ বৈঠক।
বাতৰি অনুসৰি, ৰাজ্যপালগৰাকীয়ে তিনিদিনীয়া শিৱসাগৰ ভ্রমণৰ মাজতে বুধবাৰে নৱগঠিত চৰাইদেউ জিলাত বিভিন্ন কার্যসূচী লৈ দিনৰ ১২-৩০ মান বজাত প্রথমতে জিলাখনৰ প্রৱেশদ্বাৰত থকা মুখ্য স্থান পৱিত্র চৰাইদেউ মৈদাম ক্ষেত্র পৰিদর্শন কৰাৰ বাবে জিলা প্রশাসনৰ সহযোগত মৈদাম ক্ষেত্র দিশে আগবাঢ়ে।
লক্ষীপুৰ- ৰাজদ্বীপ গোৱালা (কংগ্রেছ)
অনুষ্ঠানত ৰাজ্যত সঘনাই বৃদ্ধি পাই অহা হাতি মানুহৰ সংঘাত ৰোধ, বন্যপ্ৰানী সংৰক্ষন, মহিলা সৱলিকৰণ আদি বিভিন্ন দিশত উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক পৰামৰ্শ আগবঢ়ায় ধৰমতুল বনাঞ্চলিক বিষয়া জিনাল বৰদলৈয়ে।
উল্লেখ্য যে ১৯৭০ চনতে নিষিদ্ধ কৰা এই টেবলটো বৰ্তমানেও থাইলেণ্ড বা ম্যানমাৰৰ পৰা  অসমৰ বিভিন্ন স্থান তথা বহি: ৰাজ্যলৈ ডিমাপুৰৰ নিচাযুক্ত ঔষধ ব্যৱসায়ীৰ জৰিয়তে সৰবৰাহ হৈ আছে।
সময়ো হৈ পৰে হঠাতে জটিল
অনশন কাৰ্যসূচীত ভাৰতীয় চাহ শ্ৰমিক সংঘৰ সোণাৰি শাখাৰ সম্পাদক শিৱৰাজ তাঁ‌তী আৰু সহঃ সম্পাদক পংকজ চৰকাৰে অংশগ্ৰহণ লয়।
তেওঁ কয় যে অপৰাধীৰ অধিবক্তা এ পি সিঙে তেওঁক অপৰাধীকেইজনৰ কেতিয়াও মৃত্যুদণ্ড নহয় বুলি প্ৰত্যাহ্বান জনাইছে।
সকলো অভিযোগ অস্বীকাৰ কৰিলেও তদন্তৰ বাবে মান্তি হৈছে শ্রীলংকা প্রশাসন।
: হেৰৌ তাত দেখোন চাৰিঠেঙীয়াই লৈ ফুৰোঁ, তহঁতেহে দুঠেঙীয়া লৈ ফুৰ।
এই বৃহৎ তেল প্ৰতিষ্ঠানটোৱে কিমান মিছা মাতিব পাৰে ইযাৰ জলন্ত প্ৰমান নিমগৰ ৫ নং ৱাৰ্ডত থকা আৱাসিক এলেকাৰ মুল প্ৰবেশদ্ধাৰ ।
যোৱা ২০ নৱেম্বৰৰ নিশা গোলাঘাট চহৰৰ কে বি ইলেকট্ৰ'নিক নামৰ এখন দোকানৰ পৰা প্ৰায় ২৯টাকৈ মোবাইল চুৰিৰ ঘটনা সংঘটিত হৈছিল ।
কামৰূপ জিলাৰ উপায়ুক্ত তথা জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ কমল কুমাৰ বৈশ্যই সভাপতিত্ব কৰি প্ৰথমে আগন্তুক বনভোজ সময়ত আগে আগে জিলাখনত পৰিবহণ আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হবলৈ জিলাৰ প্ৰতি গৰাকী চক্ৰ বিষয়াক কঢ়া নিৰ্দেশ দিয়ে।
ইণ্ডিগ’ এয়াৰলাইনছৰে ভাৰতলৈ আহিছিল লোক কেইজন।
বাজপেয়ী কেৱল বিজেপিৰ নেতা নাছিল।
ধনতেৰছত ৩০ টন সোণ বিক্রী
ইয়াৰ আগেয়েও আধ্যাত্মিক নেতা দালাই লামাই অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰাৰ সময়ত চীনে তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছিল।
ভাবিছিলোঁ, বাহ!
ডিজিটেল সংবাদ, টিহুঃ কেৰালাৰ তিৰুৱন্তপুৰমত ২০১৯ বৰ্ষৰ ২৭ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈ অনুষ্ঠিত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত সমাদৃত হৈ টিহুলৈ গৌৰৱ কঢ়িয়াই আনিছে টিহুৰ শিশু বিজ্ঞানী পৰিষ্মিতা ডেকাই।
অৰ্থাৎ আজন্ম অধিকাৰৰ পৰা বঞ্চিত দেশ এখন জাতীয় মুক্তি সংগ্ৰামত নামি পৰিছিল।
বৰবাৰী, পাথৰকুৱাৰীত একাংশ আৰক্ষী বিষয়া আৰু আমোলাই ডাঙৰ ডাঙৰ দালান সাজিছে।
তুমি ভবাৰ দৰে মই নষ্ট হোৱা নাই
অন্যহাতে সেনাবাহিনীয়ে এতিয়ালৈ ৪ টা সন্ত্ৰাসবাদীৰ মৃতদেহ উদ্ধাৰ কৰা বুলি সদৰি কৰিছে।
আমাৰ দুয়োজনৰ আগতে চিনাকি নাছিল।
তাৰ উপৰি হিন্দিভাষী লোকৰ যোগেদি সেই কালত অসমতো হিন্দী ভাষাৰ প্রচলন হােৱাত তাৰ প্ৰতিও অসমীয়া লােক আকর্ষিত হৈছিল আৰু নিজৰ মর্যাদা আৰু সন্মান বঢ়াবলৈ সাধাৰণ অসমীয়া পিয়াদাইও ভগা ভগা হিন্দীত কথা কৈ দহজনক চমক খুৱাব বিচাৰিছিল।
ৰতন ইংতিক সহায় কৰে আছাম ছট'কান কেৰাটে ডু এছ'চিয়েছনৰ ষ্টাইল চীফ পূৰ্ণ তিমুঙে৷
নৰেন্দ্ৰ মোডীয়ে উল্লেখযোগ্য পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে।
নিহত ত্ৰৈলোক্য ডেকা ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া।
: ঐ ধদুৱা, মিছেচ মাকৰ ঘৰ গৈছে, অমৰকো লৈ আহিবি।
অৱশ্যে এয়া আমাৰ বিদ্যালয়ৰ চিনাকি ছবি ।