text
stringlengths
10
210k
পকিলে ইয়াৰ সোৱাদ টেঙা মিঠা হয় ।
কেৱল ভোট দিবলৈহে তেওঁলোক অসমলৈ আহে বুলিও তেওঁ কয়।
বাকী কাম বন্ধৰ কথা কোৱা নাই।
মাকক উপযাচি সুধিব গৈ জানো!
এই অপপ্ৰচাৰৰ বিৰুদ্ধে মহিলাসকলক জাগ্ৰত হ’বলৈ তেওঁ আহ্বান জনায়।
ষ্টুডেণ্টচ অলিম্পিক এছ’চিয়েচন অব ইণ্ডিয়াৰ উদ্যোগত আৰু হাৰিয়না ষ্টুডেণ্টচ অলিম্পিক এছ’চিয়েচনৰ সহযোগত ৰহটকৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামত হ’ব লগীয়া উক্ত প্ৰতিযোগিতাখন অহা বছৰৰ ৪জানুৱাৰীৰ পৰা ৭ জানুৱাৰীলৈ চলিব।
বিগত তিনি মাহ বন্যহস্তীটোৱে ধাৰাবাহিক ভাবে সন্ত্ৰাস চলাই বহু পৰিয়ালৰ ঘৰ-বাৰী, ভড়ালৰ ধান, পথাৰৰ কৃষি নষ্ট কৰি থকাৰ পাছতো হাতীটো স্থায়ী ভাবে বনাঞ্চললৈ খেদি পঠোৱাৰ ব্যৱস্থা নকৰাত বন বিভাগৰ ওপৰত ক্ষোভিত হৈ পৰিছে ৰাইজ।
নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত সমাৱেশ আয়োজন কৰিব খোজা বাঙালী সংগঠনকেইটাক বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি অহা ৰাজ্যৰ জাতীয়তাবাদী সংগঠনবোৰে এক প্ৰকাৰৰ হুংকাৰ দিয়া দেখা গৈছে।
ওৱেচিৰ এই টুইটৰ প্ৰত্যুত্তৰ দি হিমন্তই পুনৰ লিখিছে, 'মহাশয়, ভাৰত এক সভ্যতাহে, দেশ নহয়।
নলবাৰীৰ নিজা প্রতিবেদক: ‘কেব’ৰ বিৰুদ্ধে নলবাৰী জিলা কংগ্রেছৰ উদ্যোগত ৰাজীৱ ভৱন চৌহদত সাত ঘণ্টীয়া অনশন কার্যসূচী ৰূপায়ণ কৰে৷
যাতায়তৰ বাবে বাহনৰ ইন্ধন যোগান নধৰাৰো অভিযোগ বিষয়াসকলৰ।
ৰাজ্যখনৰ সমুদ্ৰ তীৰত জাৰি কৰা হৈছে হাইএলাৰ্ট ।
বৰদলৈ ছাৰে হাতত এচাৰিডাল লৈ পৰীক্ষাৰ্থীৰ মাজত ঘূৰি আছে।
বিভাগৰ তথ্য অনুযায়ী নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰাকে ধৰি অসম আৰু মেঘালয়ত ধাৰাসাৰ বৃষ্টিপাত হ’ব পাৰে।
গগৈৰ ল’ৰা-ছোৱালী হালৰ কুকুৰলৈ বৰ মৰম।
. . মাৰ্ঘেৰিটাত অনুমতিবিহীন কয়লা খনিত বন বিভাগৰ অভিযান; জব্দ ৪ হাজাৰ টন কয়লা
আৰণ্যকৰ আইন উপদেষ্টা কোষৰ প্ৰৱন্ধক মানস কুমাৰ ভট্টচাৰ্য্যই উদ্দেশ্য বাখ্যা কৰা সভাত বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে গাওঁৰক্ষী সংগঠনৰ সদস্যসকলক গাঁৱৰ পৰিৱেশ উন্নিত কৰাৰ বাবে মদৰ প্ৰচলন নিষিদ্ধ কৰিবৰ বাবে আহ্বান জনায়।
দুঠাইৰ পৰাই ৰিপোৰ্ট দিছে, ফিৰোজৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাই, তথাপিও ফিৰোজে দ্বিতীয়বাৰ বিয়া কৰাই সন্তানৰ গৰ্বিত পিতৃ হৈছে।
অসমীয়া সাজপাৰ পৰিধান কৰি বিভিন্ন অসমীয়া কৃষ্টি-সাংস্কৃতিক দল লৈ বনভাগ মহাবিদ্যালয়ৰ পৰা ঘগ্ৰাপাৰ চ'ক হৈ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ হৈ মহাবিদ্যালয় চৌহদত শোভাযাত্ৰাৰ সামৰণি পৰে।
সদ্যহতে, তেওঁৰ ছ’চিয়েল মিডিয়াত কৰা এটা প’ষ্টত ইৰফানে লিখিছে: ‘নতুন উদ্যোগ, নতুন প্ৰত্যাহ্বানৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছো।
তেওঁ ইটো-সিটো কথাও পাতিছিলে তাৰ পাছত।
গণতান্ত্রিক, শান্তিপূর্ণ আৰু সহিষ্ণু দেশ হিচাবে নিজকে প্রতিষ্ঠিত কৰিছে ভাৰতে।
:নাই, মানে, হ’ব দিয়াচোন. . খালী ভৰিৰেই খোজ কাঢ়ি ভাল লাগে…(মনে মনে.
কলিতাই মৃত্যুৰ সময়ত , দুইগৰাকী পুত্ৰ,৪ জনী  জীয়ৰীসহ অনেক গুনমুগ্ধক ইহসংসাৰত এৰি যায়।
Industryৰ মানুহখিনিয়ে জানে কিন্তু, মই এতিয়া চিনেমাকেইখনৰ নাম কৈ দিব বিচৰা নাই।
তেওঁৰ আয়ৰে তেওঁৰ পত্নীয়ে ঘৰখনৰ সকলো খা-খৰচ মিলাবলৈ সক্ষম হৈছিল, অথচ সেই একেখিনি আয়ৰে এতিয়া দেখোন তেওঁৰ কেৱল নিজৰ দৈনন্দিন খৰচৰ জোৰা-টাপলি মাৰিবলৈও অপাৰগ হৈ পৰিল!
সভাখনত তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য  ড° অমৰজ্যোতি চৌধুৰীয়ে মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰে| সদৌ অসম ছাত্ৰ সন্থাৰ মূখ্য উপদেষ্টা ড:সমুজ্জ্বল ভট্টাচাৰ্য নিৰ্দিষ্ট বক্তা, তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিনোদ কুমাৰ জৈন আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমায়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে।
নিজৰ জন্মভূমিতে নিজৰ অধিকাৰ সুৰক্ষিত কৰিবৰ বাবে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলে যিদৰে আন্দোলন কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে সেয়া সঁচাকৈয়ে দুর্ভাগ্যজনক৷ ভাষা আন্দোলনৰ পৰা আৰম্ভ কৰি অসম আন্দোলন আৰু এতিয়া অস্তিত্ব ৰক্ষা কৰাৰ বাবে ৰাজ্যৰ খিলঞ্জীয়া লোকসকলে যিদৰে আন্দোলন কৰিবলগীয়া হৈছে সেয়া অতিশয় দুর্ভাগ্যজনক৷ প্রশ্ন উত্থাপিত হৈছে অসমত খিলঞ্জীয়াৰ অস্তিত্ব কেতিয়া সুৰক্ষিত হ’ব?
ইয়াৰ পাছত বহুত বাৰ বুজালো যদিও বপুৰাই বুজাৰ নামেই নলয়!
তেওঁৰ মতে, “এইখিনি বয়সত ভাল বাইক এখন চলাবলৈ মন যায়েই সিহঁতৰ।
গ্ৰেপ্তাৰ হোৱা কৰ্মচাৰীকেইজন ক্ৰমে বিষ্ণু শইকীয়া,শুভজ্যোতি ৰাজবংশী আৰু অনুপ ঠাকুৰ।
ওঁ বুলি শলাগি তৃষাই যাবলৈ ওলাওঁতেই জেঠায়েকে পুনৰাই মাত দিলে,
নিবিদা দাখিলৰ দুদিন পিছতেই কাৰিকৰী নিবিদা খোলা হ’ব আৰু ইয়াতেই নিৰ্ণয় হ’ব কোনে লাভ কৰিব অনাগত ৫০ বছৰৰ বাবে বিমানবন্দৰ উন্নীতকৰণৰ দায়িত্ব।
হয়, আপুনি শুনিছেনে মৃত্যু হোৱা লোকৰ কোটি টকা উপাৰ্জন হোৱাৰ কথা৷ আমাৰ দেশত মৃত স্বামীৰ পেঞ্চনৰ টকা কেইটাই পত্নীয়ে পাবলৈ টান৷ তেনে স্থলত কাৰোবাৰ কোটি টকা আয়৷ অৱশ্যে কোনো সাধাৰণ ব্যক্তিৰ নহয় মৃত চেলিব্ৰিটিৰ হে বাৰ্ষিক আয় কোটিৰ ঘৰত৷ 
ডিজিটেল সংবাদ, গোৱালপাৰাঃ গোৱালপাৰাত আৰম্ভ হৈছে নিৰ্বাচন কেন্দ্ৰিক হিংসা।
অনুৰূপ মহন্ত
পাচুটং নামৰ ঠাইত সংঘটিত হৈছে এই ঘটনা।
মানৱ অধিকাৰ আয়োগ আৰু দণ্ডান্যায়াধীশৰ ওচৰত প্ৰাৰ্থী গৰাকীয়ে আৰক্ষীৰ ওপৰত মানৱ অধিকাৰ উলংঘনৰ অভিযোগ তুলি এই গোচৰ ৰুজু কৰে।
ককায়েক ভনীয়েক দুয়ো ঘৰলৈ গ’লে।
‘ৰণ হুংকাৰ’ নামৰ গণ ধৰ্মঘটত সৰ্বস্তৰৰ নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী ৰাইজক উপস্থিত থাকিবলৈ আহ্বান জনায় তেওঁ।
– নাই, মোক নালাগে।
ইফালে প্ৰতিৰক্ষা মন্ত্ৰণালয়ত নতুনকৈ সংযোজিত কৰা চীফ অৱ ডিফেন্স ষ্টাফ হিচাপে বুধবাৰে দায়িত্বভাৰ গ্ৰহণ কৰে জেনেৰেল বিপিন ৰাৱটে।
এই আপাহতে মই শ্ৰীকঙ্কণা মহন্ত বাইদেউক লগ পালোঁ।
আনহাতে পিএমএল দলে ৫ খন আসনত আগবাঢ়ি আছে বুলি আহিছে।
যিসকল লোকৰ নাম এনআৰচিৰ প্ৰথম খচৰাত নাই তেওঁলোকৰ পৰা ভাবুকি দি আছু কৰ্মীসকলে ধনদাবী কৰাৰ কথাও উল্লেখ কৰে।
ৰাইজৰ প্রেৰণাতেই শিল্পীসকল জীয়াই থাকে৷ ৰাইজৰ অনুপ্রেৰণাই শিল্পীৰ সৃষ্টিত অৰিহণা যোগায়৷ ৰাইজৰ সঁহাৰি বা অনুপ্রেৰণা অবিহনে শিল্পীসকলে নিজৰ সৃষ্টিৰাজিত অগ্রসৰ হ’ব নোৱাৰে বুলি কালি সন্ধিয়া তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত ২০১৯ বর্ষৰ ৰামপ্রসাদ ভূঞা আৰু ফুলেশ্বৰী ভূঞা সোঁৱৰণী ‘চাতক সন্মান’ গ্রহণ কৰি চাৰি কুৰি ঊধর্বৰ শিল্পী পুলক গগৈয়ে এইদৰে মন্তব্য কৰে৷
নকওঁ বুলি কথা দিলোঁ।
এইজন লোকে বিভিন্ন জনৰ পৰা উপায়ুক্তৰ কাৰ্যালয়ৰ বিভিন্ন কৰ্মচাৰীৰ নাম লৈ ভয়-ভাবুকিৰে উৎকোচ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।
ঘটনা টোক লৈ কাটলিছড়া শিক্ষা খন্ডত ব্যাপক চাঞ্চল্য আৰম্ভ হৈছে ।
কিন্তু তেওঁ কিয় এনে কৰিছিল সেই কথা হয়তো বহু কম লোকেহে জানে।
এটি ৮ বছৰীয়া শিশুক নিজৰ আইতাকে হত্যা কৰে।
Home > শাৰীৰিক প্ৰতিবন্ধকতাত নেওচি ৰাণা ওৰফে ভল্লালদেৱ
যুৱক-যুৱতী সকলৰ বিকাশৰ বাবে এক উমৈহতীয়া পথ নল’লে নিবনুৱা সমস্যা নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যাব বুলি উক্ত আলোচনাই সিদ্ধান্ত কৰে।
লাকুৱাৰ সৰু মথুৰাপুৰ চাহ বাগিচাৰ নিবাসী ক্ষীৰোদ ৰাজকোঁৱৰে উচ্চ ৰক্তচাপজনিত কাৰণত আজি বিয়লি ২ বাজি ৫৫মিনিটত ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমত শেষ নিস্বাস ত্যাগ কৰে।
এই প্ৰতাৰণাৰ ক্ষোভৰ ৰঙা আঙঠা আজিও দকদকাই জ্বলি আছে জিলাখনৰ গাঁৱে-ভূঞে।
আনহাতে ‘আখাই আথুমনিফ্ৰাই’ অৰ্থাৎ হাতৰ মুঠিৰ পৰা নামৰ বড়ো কবিতা পুথিখনৰ কাৰণে কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বড়ো বিভাগৰ অধ্যাপক ডঃ ফুকন চন্দ্ৰ বসুমতাৰীলৈ এই সন্মান প্ৰদান কৰে।
পাচলি খেতি কৰাটো ডাঙৰ কথা নহয় যদিও বৰ্তমান সময়ত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি বিভিন্ন ধৰনৰ খেতি কৰাৰ ফলত মানৱ জীৱনলৈ যি অন্ধকাৰ নমাই আনিছে সেই সময়ত জৈৱিক সাৰৰ দ্বাৰা খেতি  কৰাটো অতিশয় গুৰুত্বপূৰ্ণ কথা ।
মুখত ছাই সানিলে তেজ হাজৰিকাৰ সবল স্থিতিয়ে।
ৰেল চহৰ বদৰপুৰত মঙ্গলবাৰে পুৱাই নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে বন্ধ কার্যসূচী অতি তীব্ৰ গতিত আৰম্ভ হৈছিল।
কলা বুলিলে আমি কি বুজি পাওঁ?
পুৱাৰে পৰা সভাথলীত চাবুৱাৰ বিভিন্ন অঞ্চলৰ পৰা অহা হাজাৰ হাজাৰ লোকে সমৱেত হৈ বজ্রকণ্ঠেৰে কা মানি নোলোৱাৰ হুংকাৰ প্রদান কৰে৷ ‘ৰাইজৰ গর্জনেৰে’ শত সহস্র ৰাইজে মুষ্টিবদ্ধ হৈ কা বাতিল নোহোৱা পর্যন্ত আন্দোলন কৰি যোৱাৰ অংগীকাৰ কৰে৷ ৰাইজৰ নিনাদিত কণ্ঠত চাবুৱাৰ সন্তান তথা বর্তমানৰ মুখ্যমন্ত্রীক অসমীয়া জাতিৰ বদন আখ্যাৰে ধবনি দি জাতিধবংসী আইনখনৰ বাতিলৰ দাবী তোলে৷ ‘কা’ আমি নামানো, অসমীয়া জাতি ধবংসী কা অনা বিজেপি চৰকাৰ হুঁচিয়াৰ, জাতিৰ বদন সর্বানন্দ হুঁচিয়াৰ, আৰ এছ এছ হুঁচিয়াৰ আদি ধবনিয়ে প্রতিবাদথলীৰ পৰিৱেশ উত্তাল কৰি তোলে৷
এই জুই জ্বলিছে জ্বলিবই জ্বলিব, নৰেন্দ্ৰ মোডী গ’ বেক, নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিল কৰিব লাগিব আদি শ্লোগানেৰে শিলবাৰী অঞ্চল কঁপাই তোলে।
ৰাইজিং ক্লাৱৰ ফুটবলত বাৰ্চিউ এফ চি আৰু কাউৰপাৰা জি এফ চি ফাইনেলত
এনে লোক পথ দুৰ্ঘটনাত নিহত হ’লে তেওঁলোকৰ পৰিয়াল কিদৰে আৰ্থিক আৰু মানসিকভাৱে বিধস্ত হ’বলগীয়া হয় সেই বিষয়ে বিস্তৃত ভাবে বৰ্ণনা কৰে।
সেয়ে ছেলফি তুলি ভাল পোৱা প্ৰতিজনেই গাড়ী ৰখাই হ’লেও শৰাইঘাটৰ নৱনিৰ্মিত দ্বিতীয়খন দলঙত এপাক ৰৈ দিয়ে।
অন্যথা অদূৰ ভৱিষ্যতে তীব্ৰ আন্দোলন গঢ়ি তোলাৰো সিদ্ধান্ত লয় উটমাই ।
দুৰ্ঘটনাটোত আহত হয় চালক সহ আন তিনিজন লোক৷ আহতসকলক  শ্রীগৌৰী চিকিৎসালয়ত ভৰ্ত্তি কৰা হৈছে।
সেই দৃশ্য ইতিমধ্যে ভাইৰেল হৈ পৰিছে।
চৰাই উৰি যোৱাৰ আগতে ধৰিব লাগিব৷
বিধায়কগৰাকীৰ ঘৰত শুকুৰবাৰে দিনৰ ভাগত উদ্ধাৰ হৈছিল এটা একে-৪৭ ৰাইফল।
এটি সাধাৰণ পোষ্ট ছ’চিয়েল মিডিয়াত লিখিছিল ধৃত নেতাজনে যদিও উক্ত মাৰপিটৰ ঘটনাত প্ৰসন্ন দাস জড়িত হোৱা নাছিল।
সমাধানৰ পঞ্চম পথটো হৈছে মানৱ সম্পদৰ বিকাশ।
মালিনী ৰাতিয়ে ঢালে বিৰতিৰ মাদকতা তাতে
কলিয়াবৰবাসী পুনৰ শংকিত হৈ পৰিছে।
কাঠুৱা শিশু গণ ধৰ্ষণ-হত্যা কাণ্ড, নিৰ্যাতিতা পৰিয়াল-অধিবক্তাক সুৰক্ষা দিয়াৰ নিৰ্দেশ, দিল্লীত অধিবক্তাৰ প্ৰতিবাদ
কংগ্ৰেছৰ সুস্মিতা দেৱৰ বিপৰীতে বিজেপিয়ে এই সমষ্টিটোত প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিছে ডা০ ৰাজদ্বীৰ ৰায়ক।
’ শীঘ্রে সিদ্ধান্ত লওক৷ (১৬) ‘দুদিনীয়া কার্যসূচী লৈ আজি ধুবুৰীত উপস্থিত হোৱা ৰাজ্যপাল জগদীশ মুখীয়ে স্থানীয় দুশখন বিছনাযুক্ত চিকিৎসালয়খন পৰিদর্শন কৰি স্তম্ভিত হয়’৷ ‘স্থানীয় দুশখন বিছনাযুক্ত’ চিকিৎসালয়, নে, দুশখন বিছনাযুক্ত স্থানীয় চিকিৎসালয়?
ভৱিষ্যতে এনেকুৱা নহয় বুলি আশা কৰিছো।
কৃত্ৰিম বানৰ কবলত শিলপুখুৰী মৌজাত ৰাইজৰ হাহাকাৰ অৱস্থা
ভাৰতীৰ সপোনৰ পুৰুষ জন আন কোনো নহয়, তেও হৈছে ভাৰতীৰ সতে একেলগে কাম কৰা চোনী টিভিত সম্প্ৰচাৰ হোৱা জনপ্ৰিয় কমেডি শ্ব’ ‘কমেডি নাইটচ বাচাউ’ৰ স্ক্ৰিপ্ট ৰাইটাৰ হৰ্ষ লিম্বচিয়া৷ 
কুঠৰীত থকা সময়চোৱাত ভূপেন দাৰ ছাঁটোৰ দৰে লাগি ৰৈছিল সুৰেণ নেওগ।
সভাৰ আৰম্ভণিতে ড০ বিআৰ আম্বেদকাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰাৰ লগতে মাল্যাৰ্পন কৰে ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা মহকুমাৰ সহকাৰী আয়ুক্ত কুমাৰ সুৰজিত বৰা, জ্যেষ্ঠ অধিবক্তা চৰিফুদ্দিন আহমেদ প্ৰমূখ্যে উপস্থিত ৰাইজে।
কৰ কেনেকৈ কৰ তই।
অৱশেষত ২৫ আগষ্ট, ২০১৯ত দেশবাসীৰ সেই সপোন বাস্তৱত পৰিণত হ’ল।
কালি মই ঘৰৰ পৰা আহিছো।
স্বাধীনতাৰ পাছত ভাৰতীয় সংবিধানখন প্রণয়ন কৰোঁতে প্রণেতাসকলে পৰৱর্তী পোন্ধৰ বছৰত হিন্দীক ৰাষ্ট্রভাষাৰ পর্যায়লৈ উন্নীত কৰাৰ পৰিকল্পনাৰ কথা সংবিধানত উল্লেখ কৰে৷ সেই পোন্ধৰ বছৰ অতিক্রম কৰোঁতে লাল বাহাদুৰ শাস্ত্রী ভাৰতৰ প্রধানমন্ত্রী আছিল৷
তেওঁলোকে কয় যে এনেদৰে গছৰ পৰা কমলা চিঙি খোৱাটো তেওঁলোকৰ বাবে এটা নতুন অভিজ্ঞতা।
সতীশ প্ৰসাদ সিং (বিহাৰ) : এইগৰাকী কংগ্ৰেছ নেতাই ১৯৬৮ চনৰ ২৮ জানুৱাৰিৰ পৰা ১ ফেব্ৰুৱাৰিলৈ অৰ্থাৎ ৫ দিনৰ বাবে মুখ্য মন্ত্ৰীৰ দায়িত্বত আছিল।
ওদালগুৰিৰ টংলাত কেইবাটাও দাবীৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পশ্চিম টংলা আৰু পশ্চিম ননৈ আঞ্চলিক সমিতিয়ে টংলাৰ হস্পিটেল চ'কত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।
গতিকে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থীৰ অৰ্থাৎ মোৰ মুখমণ্ডল অথবা চেহেৰা নাচাই, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাম, পাহাৰীয়া জিলাকেইখনৰ প্ৰতি দিয়া গুৰুত্ব, দায়বদ্ধতা আদিৰ প্ৰতি লক্ষ্য কৰি বিজেপিৰ প্ৰাৰ্থীক ৰাইজে নিজৰ মূল্যৱান ভোট দি বিপুল ভোটেৰে জয়যুক্ত কৰিবলৈ আহ্বান জনায় প্ৰাৰ্থী হৰেনছিং বে'য়ে।
সোমবাৰৰ মেচখনৰ পিছতে পইণ্ট তালিকাতো কিছু সলনি হোৱা পৰিলক্ষিত হয়।
কিন্তু শেহতীয়াকৈ উদ্ভৱ কৰি উলিওৱা পদ্ধতিত এই অপচয় বহু পৰিমানে ৰােধ পাব।
উল্লেখযোগ্য যে, উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাত নামভৰ্তি কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ প্ৰাকমুহূৰ্তত মহানগৰীত উদ্ধাৰ শক্তিশালী আইইডি।
এইখিনি আলোচনাৰ পৰা স্পষ্ট হয় যে নৱেম্বৰত যদি কেব উত্থাপন হয়, তেন্তে উভয় সদনতে সহজতে অনুমোদন লাভ কৰিব৷ তাৰ পাছত ৰাষ্ট্রপতিৰ স্বাক্ষৰ এক গতানুগতিক পৰম্পৰা৷ এতিয়া প্রশ্ন উঠিছে কেবক লৈ অসমত কি প্রতিক্রিয়াৰ সৃষ্টি হ’ব?
ডিজিটেল ডেস্কঃ ১৪ মেৰ পৰা প্ৰত্যেক দেওবাৰে ৮ খনকৈ ৰাজ্যত বন্ধ থাকিব পেট্ৰল পাম্পসমূহ।
বিস্ফোৰক অভিযোগ তুলি পদত্যাগ বিজেপি নেতাৰ
যিহে ফীত একেবাৰে লিপিষ্টিক যাব বুলি কাৰো লগত কথাই নাপা……
কিহৰ বাবে বিজ্ঞানৰ জ্ঞান থকা, চিকিৎসক হোৱাৰ বাসনা পুহি ৰখা কাশ্মীৰৰ নিউটনৰ নাম লিপিবদ্ধ হ’ল সন্ত্ৰাসবাদীৰ তালিকাত।
অসমৰ গাঁৱে-ভূঞে বিদ্যালয়, ক্লাৱত চিনাকি নাম হৈ পৰিছিল ‘অসম স্পিছিয়েল’, ‘অসম গৌৰৱ’ আদি ফুটবল।