text
stringlengths 10
210k
|
---|
নির্ধাৰিত সময়তেই ভাৰতত উপস্থিত হৈছিল মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্প। |
ৰাজনৈতিক দলবোৰে ইচ্ছা গ’লেই প্ৰাৰ্থী প্ৰক্ষেপ কৰিব নোৱাৰিব। |
আবকাৰী বিভাগে অভিযান চলাই বিগত সপ্তাহটোত কলিয়াবৰ মহকুমাৰ বিভিন্ন স্থানৰ পৰা প্ৰায় এহেজাৰ বটলৰো অধিক বিলাতী সুৰা জব্দ কৰাৰ লগতে ৫০০ লিটাৰ অধিক চুলাই মদ নষ্ট কৰে। |
এই নিলাম কাৰ্য সম্পন্ন কৰা হ’ব অনলাইন যোগে। |
ইয়াৰ ফলতে ৩খনীয়া মেচৰ শৃংখলা কিবি বাহিনীয়ে 2-0 ৰে শৃংখলা দখল কৰে। |
১৯৯৪ চনৰ পৰাই চীনৰ সৈতে বাণিজ্যত লিপ্ত বোম্বাই (মুম্বাই)ৰ এজন ব্যৱসায়ীৰ নাম প্ৰদীপ চেট্টি। |
এখন বাইক আৰু চাৰিচকীয়া বাহনৰ সংঘৰ্ষত নিহত এহাল দম্পত্তী। |
অঙ্গৰ অভাৱৰ উপৰিও তৎকালীনভাৱে অঙ্গ স্থানান্তৰৰ সমস্যাও আছে। |
প্ৰথম চামুচ খন নিওঁতেই স্বৰ্ণালীৰ তালুত খোঁচ্ মাৰি ধৰিলে । |
মই মনতেহে বোলোঁ, “নাই। |
কণমানি ছোৱালীজনীক বিছনাৰ তলৰ পৰা টানি আনি ভদ্ৰদাই বুকুত সুমুৱাই ল’লে। |
১নং, ২নং হোষ্টেলৰ পাছত মই সোমালোঁ মোৰ ছাত্র জীৱনৰ শেষটো ৰাতি পাৰ কৰা তিনি নম্বৰ হোষ্টেলৰ সাত নম্বৰ ৰূমটোত৷ অন্ধ্র প্রদেশৰ ছোৱালী এজনী থাকে এতিয়া৷ এইটো কোঠাতেই থাকি মই অসম অসামৰিক সেৱাৰ পৰীক্ষা দিছিলোঁ৷ ইয়াতেই বাতৰি কাকতত ৰোল নম্বৰ ওলাইছিল, নাম ওলাইছিল৷ ইয়ালৈকে ৰাজ্য চৰকাৰৰ পৰা চাকৰিৰ নিয়োগ-পত্র আহিছিল৷ আৰু এদিন বেডিং-বাকচ ৰিক্সাত তুলি মই ওলাই আহিছিলোঁ এইটো কোঠাৰ পৰা৷ মাথোঁ মই কামনা কৰিলোঁ, মিছেছ এল৲ছা মেথিউৰ দৰে আজিৰ এই ছোৱালীজনীও, বিশ বছৰৰ পাছত অন্ধ্র প্রদেশৰ পৰা আহি এই কোঠাটোত এদিন কিছু সময় ৰ’বহি৷ কোনোবা এজন প্রদীপ তালুকদাৰে তাইৰ লগত চিনাকি হ’ব৷ হেণ্ড চেক৲ কৰিব৷ ফটো উঠিব একেবাৰে নতুন মডেলৰ কেমেৰাৰে৷ এই সকলোবোৰ চাই থাকিব তেতিয়া জহি-গমি নোযোৱা সময়ে৷ সেই সময়ৰ প্রতীক্ষাতেই ৰৈ থাকিব এখন হূদয়– ঠিক দুৱাৰমুখতেই৷ |
লক্ষণীয় যে অসমৰ পৰা ৰাজ্য সভাৰ সাংসদ নির্বাচিত হোৱাৰ সময়ৰ পৰা তেওঁলোকৰ ঠিকনা সৰুমটৰীয়াৰ বাসগৃহ নং ৩৯৮৯ হৈ আহিছে৷ এই ঘৰটো প্রয়াত মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়াৰ৷ তেওঁ এই গৃহত ভাৰাতীয়া হিচাপে বিগত প্রায় ১৮ বছৰ ধৰি আছে৷ লক্ষণীয় যে ২০১৬ বর্ষত হোৱা বিধানসভাৰ নির্বাচনত তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অসমলৈ অহা নাছিল৷ কিন্তু ২০১৪ চনত লোক সভা নির্বাচনত তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰিছিল৷ |
গুৱাহাটী মহানগৰী আৰক্ষী আয়ুক্ত প্ৰদীপ শালৈয়ে সংবাদমাধ্যমক এই কথা সদৰী কৰে। |
কন্যা কুমাৰীলৈ নিয়াৰ পথত টকাখিনি জব্দ। |
বিতৰ্কিত নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত সোমবাৰে গুৱাহাটীত ভাৰতৰ গৃহ মন্ত্ৰী অমিত শ্বাহে কৰা ঘোষণাক লৈ আক্ৰমণাত্মক হৈ উঠিছে তৰুণ গগৈ। |
তেওঁক আন বিষয়ববীয়াৰ কথা সোধাত বা কেতিয়াৰ পৰা কাম-কাজ আৰম্ভ হ’ব বুলি সোধাত সমূলি অজ্ঞতা প্ৰকাশ কৰিলে। |
বিপদসীমাৰ ওপৰেৰে বৈছে যমুনা নৈৰ জলপৃষ্ঠ। |
এই ভাগসমূহ চৰকাৰে কৰি দিব। |
তেওঁ তেওঁৰ নিজৰ মূৰটোতকৈও পত্নী আৰু জীয়ৰীৰ মূৰ দুটালৈহে পুতৌ নে কৰুণা কিবা এটা অনুভৱ কৰে৷ কিন্তু কি কৰিব পাৰে তেওঁ? |
লগতে টাটা ষ্টীলৰ প্ৰবক্তাগৰাকীয়ে কয় যে, বিস্ফোৰণৰ পাছত হোৱা অগ্নিকাণ্ড নিয়ন্ত্ৰণৰ বাবে উদ্ধাৰকাৰী দলে চেষ্টা অব্যাহত ৰাখিছে। |
পিছে তেতিয়াই চাহ খাব মন নগ’ল যদিও মই চাহ-বলীয়া। |
আহতসকলৰ ১০ জনৰ অৱস্থা সংকটজনক বুলি জানিবপৰা গৈছে। |
পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাটো প্ৰতিজন শিক্ষক, অভিভাৱক তথা সমাজৰ প্ৰতিজন লোকেই বিচাৰে। |
আজিৰ অতিথি : ড০ লক্ষ্মীনn শেহতীয়াকৈ আপোনাৰ এখন নতুন গল্প সংকলন প্রকাশ পাইছে৷ বাসন্তী বাসনা৷ কিতাপখন সম্পর্কে দু-আষাৰ কওকচোন? |
বক্তৃতানুষ্ঠান খনি সঞ্চালনা কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সাহিত্য শাখাৰ সভাপতি ড° |
গভীৰ অৰণ্যৰ মাজত চোৰাং চিকাৰীৰ বিৰুদ্ধে এম্বুছ |
সেয়েহে উপস্থিত হ’ল কৃষ্ণা হলত । |
তেওঁ ৰামদেবৰ পৰা যোগ শিকি আহি বিভিন্ন ধৰণৰ যোগাসন কৰি ‘মই অসমীয়া’ বুলি পৰিচয় দি থাকিলেও আমি তেওঁক অসমীয়া বুলি মানি নলওঁ। |
এফালে মহামান্য উচচতম ন্যায়ালয়ৰ নিষেধাজ্ঞা আৰু আনফালে পৰম্পৰা ৰক্ষাৰ যুঁজত কঁপি উঠিল মধ্য অসম৷ অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুৰ স্বকীয় পৰম্পৰা ৰক্ষা কৰি পহিলা মাঘৰ দিনা মধ্য অসমত অনুষ্ঠিত হ’ল এক অঘোষিত বৃহৎ প্রতিযোগিতা৷ উল্লেখযোগ্য যে পূর্বৰ পৰা অনুষ্ঠিত হৈ অহা ভোগালীৰ আনন্দ, উছাহৰ অন্য এক কেন্দ্রবিন্দু ম’হ যুঁজ, গৰু যুঁজ আদি অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল উচচতম ন্যায়ালয়ে৷ |
মানুহৰ জীৱনৰ পৰিৱৰ্তনৰ বাবে বৰ্তমানৰ ৰাজ্য চৰকাৰে কাম কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে অহা ডিচেম্বৰ মাহত চাহ বাগিচাৰ ধন পুৰষ্কাৰ মেলা আয়োজন কৰি ৮ লাখ পৰিয়ালক আঢ়ৈ হাজাৰৰ পৰা ৫ হাজাৰ টকা পৰ্যন্ত বিত্তীয় সাহায্য প্ৰদান কৰা হ’ব ৷ চাহ বাগিচা এলেকাৰ হাস্পতালসমূহ সম্পূর্ণভাৱে ৰাজ্য চৰকাৰৰ অধীনলৈ অনাৰ বাবে প্ৰয়াস কৰা হৈছে বুলিও মন্ত্ৰী গৰাকীয়ে কয় ৷ |
উল্লেখযোগ্য যে অৰৰা গাঁওৰ বাসিন্দা তথা পূৱ বাহঁজানীৰ গোপালথান বালিকা বিদ্যা মন্দিৰৰ কাৰ্যালয় সহায়ক খনিন্দ্ৰ কলিতাই এখন চাইকেলত তীব্ৰ খুন্দা মাৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় । |
অসমীয়া মাধ্যমৰ সৰহভাগ স্কুলত ছাত্র-ছাত্রীয়ে এনেয়ে বৰকৈ ইংৰাজীৰ সংস্পর্শলৈ নাহে৷ তাতে কেৱল পৰীক্ষা-কেন্দ্রিক ইংৰাজী শিক্ষণে ইংৰাজীৰ জ্ঞান-কৌশল আহৰণ কৰাত ছাত্র-ছাত্রীক সহায় কৰিব নোৱাৰে৷ ইংৰাজী মাধ্যমৰ কিছু সংখ্যক স্কুলত পৰীক্ষা-কেন্দ্রিক দৃষ্টিভংগীলৈ পঢ়ালেও তাত শিক্ষকে-ছাত্রই সততে ইংৰাজীৰ ব্যৱহাৰ কৰিবলৈ সুযোগ পোৱা বাবে ভাষাটোত কিছু কৌশল (স্কিল) শিকে৷ অৱশ্যে আজিকালি বহু ইংৰাজী মাধ্যমৰ বিদ্যালয়ত হিন্দীহে বেছিকৈ কোৱা দেখা যায়৷ আনহাতে অসমীয়া মাধ্যমৰ স্কুলত শিক্ষকৰ নিজৰ দুর্বলতাৰ বাবেই ইংৰাজী কৈ, ছাত্র-ছাত্রীকো নিতৌ অলপকৈ কোৱাই, অলপকৈ লিখোৱাই ভাষাটোৰ অধিক ব্যৱহাৰ শিকাব নোৱাৰে বা নোখোজে৷ তেওঁলোকে তাহানিৰ পৰা চলি অহা সেই প্রতিটো ইংৰাজী বাক্য অসমীয়ালৈ অনুবাদ কৰি দিয়া পদ্ধতিকে খামোচ মাৰি ধৰি থাকে৷ পাঠত থকা ইংৰাজী বাক্য ছাত্র-ছাত্রীয়ে নিজে পঢ়ি বুজিবলৈ অভ্যাস কৰাৰ বাবেহে দিয়া হয়, শিক্ষকে অনুবাদ কৰি দিবলৈ নহয়৷ সেই কথা মনত ৰাখি মাজে মাজে ইংৰাজীৰ উচচাৰণ ঠিক ৰাখিবৰ বাবে ডাঙৰকৈ বা সৰৱে পঢ়িবলৈ দিলেও নীৰৱে পাঠটোৰ অনুচেছদসমূহ পঢ়ি বুজিবলৈ চেষ্টা কৰিবলৈ দিয়াহে উচিত৷ একেবাৰে অলপো নুবুজাকৈ থাকিলেহে কথাখিনি অসমীয়াত কৈ দিয়া উচিত৷ ইংৰাজীৰ প্রতিটো শ্রেণীত শিক্ষকে আৰম্ভণিৰ পৰা শেষলৈ ইংৰাজীহে ক’ব লাগে৷ নিজে এষাৰো ইংৰাজী নকৈ ল’ৰা-ছোৱালীয়ে ক’ব নোৱাৰে বুলি ক’লে নহ’ব৷ বিভিন্ন পর্যায়ৰ ছাত্র-ছাত্রীয়ে সহজে বুজাকৈ কেনেকৈ ইংৰাজী ক’ব লাগে, কেনেকৈ ছাত্র-ছাত্রীক অলপ ভুল কৰি হ’লেও ইংৰাজী কোওৱাটো শিকাব লাগে– এনে ব্যাৱহাৰিক কথাবোৰ তেনেই হ্রস্বকালীন কর্মশালা অর্থাৎ ৱর্কশ্বপৰ যোগেদি অনভিজ্ঞ শিক্ষকসকলক জনাব পাৰি৷ |
কিন্তু প্ৰকৃত ঘটনা সেই বিষয়ে অৱগত নহয় পৰিয়াল। |
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ টিংখাং আঞ্চলিক সমিতিৰ উদ্যোগত বিভিন্ন দল, সংগঠন, সংঘ আৰু ব্যক্তিৰ সহযোগত এই গণ অৱস্থান কাৰ্যসূচী গ্ৰহণ কৰা হয়। |
. দুটা বাচ্চা জনম দি মোকো খেদিলে. |
আজি ভাৰতীয় সেনাৰ প্ৰত্যুত্তৰত ৰাবলকোট এলেকাত নিয়ন্ত্ৰণ ৰেখাত তিনিজন পাকিস্তানী জোৱান নিহত হয়। |
গেলামালৰ দোকানত চৰ্ট-শ্বাৰ্কিট নোহোৱাকৈ জ্বলে জুই। |
ধেমাজিৰ নিজা প্রতিবেদক : চিলাপথাৰ-কাণ্ডৰ খলনায়ক সুবোধ বিশ্বাস আৰু তেওঁৰ সহযোগী সুভাষ বিশ্বাসক আজি ধেমাজিৰ প্রথম শ্রেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হয়৷ ব্যাপক নিৰাপত্তাৰ মাজেৰে ধেমাজি সদৰ থানাৰ পৰা দিনৰ প্রায় ২ বজাত ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পাছতে আদালতে চিলাপথাৰ-কাণ্ডৰ খলনায়ক সুবোধ বিশ্বাস আৰু সহযোগী সুভাষ বিশ্বাসক ৬ দিনৰ বাবে কাৰাগাৰলৈ প্রেৰণ কৰে৷ অহা ১০ এপ্রিলত পুনৰ ধেমাজিৰ আদালতত হাজিৰ কৰোৱা হ’ব সুবোধ বিশ্বাস আৰু সহযোগী সুভাষ বিশ্বাসক৷ চিলাপথাৰ-কাণ্ডৰ খলনায়ক সুবোধ বিশ্বাসক আদালতত হাজিৰ কৰাবলৈ অনাৰ সময়তে ধেমাজিত বিভিন্ন দল-সংগঠনে তীব্র প্রতিবাদ জনায়৷ ইফালে, আটাছুৰ কেন্দ্রীয় সমিতিৰ সভাপতি মনোজ গগৈয়ে চিলাপথাৰ-কাণ্ডৰ খলনায়কজন যাতে আইনৰ সুৰুঙাৰে সাৰি যাব নোৱাৰে তাৰ বাবে কেছ ডায়েৰী সঠিক ৰূপত দিবৰ বাবে আৰক্ষীলৈ আহবান জনায়৷ |
ঔবাৰীত ধনদাবী কৰিছিল যুৱক দুজনে। |
তাতোকৈও গুৰুত্বপূৰ্ণ কথাটো হ’ল- এই সময়ত আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানক দোষী সাব্যস্ত কৰি তেওঁলোকক সম্পূৰ্ণৰূপে অকলশৰীয়া কৰাৰ সুযোগ লাভ কৰিছে। |
এই বিজ্ঞাপনৰ চাৰি নম্বৰ দফাত কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ-পত্ৰ গ্ৰাহ্য কৰা নহ'ব বুলি স্পষ্টভাৱে উল্লেখ কৰিছে। |
অসমক ১০০০ কোটি বান সাহায্য দিয়ক |
মটক যুৱ ছাত্ৰ পৰিষদৰ জিলা সিমিতিৰ সভাপতি অনন্ত বৰুৱাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত উল্লেখ কৰি কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে যি সময়ত দুৰ্নীতি নিৰ্মূল কৰিবলৈ অভিযান অব্যাহত ৰাখিছে তেনে সময়তে এইজন বিষয়াৰ বিৰুদ্ধেও তদন্ত কৰি শাস্তি প্ৰদান কৰিব লাগে। |
সেয়া যিকি নহলেও বিশেষ ভাৱে সক্ষম লোক সকলক উৎসাহ, প্ৰেৰণা দিয়াৰ বাবে এই দিৱসটোৰ উদযাপন কৰাটো খুবেই জৰুৰী । |
গুৱাহাটীঃ দীনদয়াল উপাধ্যায়ে উত্তাল কৰি ৰাখিছে ৰাজ্য৷ ৰাজ্য চৰকাৰে জন সংঘৰ প্ৰতিস্থাপক দীনদয়াল উপাধ্যায়ৰ নামত মহাবিদ্যালয় স্থাপনৰ কথা ঘোষণা কৰাৰ পাছৰে পৰা দল-সংগঠনে ধৰ্ণা, অৱৰোধেৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল৷ |
ছহিদ জোৱান সকলৰ প্ৰতি ৰাজহুৱা শ্ৰদ্বাঞ্জলি |
তেজপুৰৰ মহাভৈৰৱ হৰিসভাত উপস্থিত মন্ত্ৰী পৰিমল শুক্লবৈদ্য |
বিজেপিৰ ৮জন মন্ত্ৰী পিছপৰি আছে ৰাজ্যখনত। |
. . উঃ-পূবৰ ৰাজনীতিত মহিলাৰ অংশগ্ৰহণ হতাশাজনক : মেঘালয়ত ৩৩, ত্ৰিপুৰাত ২৪, নাগালেণ্ডত ৫গৰাকী |
ভয় লগা কথা। |
উল্লেখ্য যে ব্যায়াম আৰম্ভ হোৱাৰ পূৰ্বে যোগ দিৱস উপলক্ষে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ পোনপটীয়া সম্প্ৰচাৰ দেখুওৱা হয়। |
বৃহস্পতিবাৰে কেন্দ্ৰীয় কৃষিমন্ত্ৰী ৰাধামোহন সিঙক নতুন দিল্লীত সাক্ষাৎ কৰি বৰপেটা লোকসভা সমষ্টিৰ সাংসদ চিৰাজুদ্দিন আজমলে কে'বাটাও দাবী সম্বলিত এখন স্মাৰক-পত্ৰ প্ৰদান কৰে ৷ |
com | ডিফুঃ ডকমকা কাণ্ডই ৰাজ্য উত্তাল কৰি ৰখাৰ সময়তে ডকমকা কাণ্ডক তীব্ৰ গৰিহণা দিয়ে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে৷ মঙলবাৰে এখন সংবাদ মেল অনুষ্ঠিত কৰি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে সকলোকে সংযম ৰক্ষা কৰি শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনায়৷ |
তেজপুৰঃ চিকিৎসা খণ্ডৰ উন্নয়ণৰ ঢাক-ঢোল বজালেও গ্ৰাম্য অঞ্চলত প্ৰকৃততে তেনে ধৰণৰ কোনো উন্নয়ণ হোৱা দেখা নযায়৷ ৰাজ্যৰ বহু চিকিৎসালয়ত চিকিৎসক নাৰ্ছ নোহোৱাৰ লগতে যন্ত্ৰ-পাতি নোহোৱাৰ অভিযোগ উত্থাপন হয়৷ গ্ৰাম্য অঞ্চলৰ বহু লোকে চিকিৎসক বিছাৰি হায়ঃৰাণ হ’ব লগা হয়৷ তাৰ মাজতে ৰাজ্যখনৰ দ্বিতীয় খন তথা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ একমাত্ৰ যক্ষ্মা ৰোগৰ চিকিৎসালয়ে গভীৰ সংকটত পৰাৰ অভিযোগ উত্থাপন হৈছে৷ |
শ্রমিক সকলে অটোৰ পিছলৈ প্রায় ৮ কিলোমিটাৰ দুৰৰ পেট্রল পাম্পৰ সমীপত অটোখন সহ দুই চোৰক আটক কৰে । |
কা-ৰ বিৰোধিতাৰে জন্ম হোৱা দলটোৰ মূল লক্ষ্য হ’ব লাগিব কা বাতিল কৰা৷ কিন্তু ৰাজ্যত এটা নতুন আঞ্চলিক দলৰ চৰকাৰ হ’লেও কেন্দ্রৰ সন্মতি অবিহনে কা-খন বাতিল কৰিব পাৰিবনে? |
এই টঙালিখনৰ প্ৰতি মোৰ দুৰ্বাৰ আকৰ্ষণ। |
ভাৰতীয় সংস্কৃতি, ভাৰতীয় সভ্যতাৰ লগতে নিজৰ মাতৃভাষাৰ প্রতি সকলোকে দায়িত্ববোধ হ’বলৈ আহবান জনাই নাইডুৱে কয়, ‘নিজৰ মাতৃভাষাক কোনেও অৱহেলা কৰিব নালাগে৷ আমি সকলোৱে মাতৃভাষাত কথা ক’ব লাগে৷ মাতৃভাষা শিকিলেই যে অন্য ভাষা শিকিব নালাগে এনে নহয়, যিমান পাৰি সিমান ভাষা শিকিব লাগে৷ মাতৃভাষা গ্রহণ কৰাটো ভাৰতৰ পৰম্পৰা৷ কাৰণ আমি সকলোকে ভাৰতক ভাৰত মাতা বুলি কওঁ৷ গতিকে মাতৃভাষা ব্যৱহাৰ কৰি মাক সন্মান কৰিব লাগে৷ যিয়েই আমাক জন্ম দিলে তেওঁৰ ভাষা পাহৰিব নালাগে৷ মই নিজেও ইংৰাজী মাধ্যমত পঢ়া নহয়৷ দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীও ইংৰাজী মাধ্যমত পঢ়া নাছিল৷’ নাইডুৱে আৰু কয়, ‘পূব ভাৰত, পশ্চিম ভাৰত, উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সংস্কৃতি লগ হৈ ভাৰতীয় সংস্কৃতি হৈছে৷ |
২ গৰাকী কন্যাৰ শিক্ষাৰ বাবে তেওঁ চৰকাৰৰ পৰা লোণো লৈছে। |
ইন্টাৰনেচনেল ৰিভাৰ নেটৱৰ্কৰ দীৰ্ঘকালিন চেয়াৰমেন “প্যাত্ৰিক ম্যাককুলি” য়ে তেওঁৰ “চাইলেণ্সড ৰিভাৰচ” নামৰ কিতাপ খনত স্তৰে স্তৰে বিশ্লেষণ কৰি দেখুৱাইছে নদী বান্ধৰ সপক্ষে দিয়া যুক্তিৰ অসাৰতাৰ কথা। |
শেষত দেখিলোঁ বেচেৰাই বৰ দুখত লিখিছে……”তুমি দিয়া নম্বৰে একটু ভুল ছিলোঁ। |
এই পথচোৱাৰে দৈনিক হাজাৰ হাজাৰ সৰু ডাঙৰ গাড়ী চলাচল কৰে। |
২০২৭ ৰ ভিতৰত বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হ’ব ভাৰত |
চুলাইৰ কে’ছ চলিয়েই আছে। |
দিল্লীৰ চান্দনী চ’কত আয়কৰ বিভাগৰ তালাচী অভিযান। |
বিজেপি নেত্ৰীগৰাকীৰ বাৰাকপোৰ সমষ্টিৰ অন্তৰ্গত নৈহাতীস্থিত বাসগৃহত আক্ৰমণ চলায় দুৰ্বৃত্তই। |
২৩.পশ্চিমবংগত অখিল ভাৰতীয় সংখ্যালঘু যুৱ সংঘৰ প্ৰতিবাদ। |
টুইট যোগে কৰা অভিযোগৰ পিছতে ৰেলখনৰ পেন্টিকাৰ পৰিচালনা কৰা সহ প্ৰৱন্ধকে ততাতৈয়াকৈ অভিযোগ কৰা কম্পাৰ্টমেন্টত আহি উপস্থিত হৈ ক্ষমা বিচাৰে আৰু উন্নত মানৰ সেৱা তথা খাদ্য যোগান ধৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। |
লগতে সেই দেশকেইখনত বিশেষ এটা ধৰ্মক লৈ গঢ়ি উঠা অস্থিৰ পৰিৱেশৰ কথা মনলৈ আহে বুলিও তেওঁ উল্লেখ কৰিছে। |
নিৰাপত্তা বেষ্টনী গঢ়ি তোলা আৰক্ষীক প্ৰতিবাদকাৰীয়ে দিয়ে গোলাপ ফুল। |
উল্লেখ্য যে দেওবাৰৰ পৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া টি-২০ মেছৰ পূৰ্বে এক সংবাদমেলত অংশগ্ৰহণ কৰি ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীয়ে কয় যে, “পাকিস্তানৰ বিৰুদ্ধে হ’বলগীয়া খেলৰ সম্পৰ্কত বিচিচিআই এ যি সিদ্ধান্ত গ্ৰহণ কৰিব তাক আমি পূৰ্ণ সমৰ্থন কৰিম । |
১৯১৫ চনত চাৰ্লি চেপলীনে চিকাগোৰ ‘এছেনেই ফিল্ম মেনুফেকচাৰিং কোম্পানী’ত লিখক, পৰিচালক আৰু মুখ্য অভিনেতা হিচাবে যোগদান কৰে আৰু সেই বছৰতে মুঠ পোন্ধৰখনকৈ চিনেমাৰ মুক্তি দিয়ে। |
হৰিঃ মই এইমাত্ৰ দেখিলো। |
ড্ৰাগছসহ আজি হাতে-লোটে গ্ৰেপ্তাৰ হোৱা ৰাজীৱ আলী নামৰ যুৱকজনৰ পিতৃ-মাতৃেৱও ড্ৰাগছৰ ব্যৱসায়ত জড়িত অভিযোগত পূৰ্বতে গ্ৰেপ্তাৰ হৈছিল আৰু তেওঁৰ পিতৃ এতিয়াও কাৰাগাৰতে থকা বুলি জানিবলৈ দিয়ে। |
ইয়াৰে ১৪টা উইকেট তেওঁ ৮ খন এদিনীয়াত আৰু ১০টা উইকেট ১৫ খন মহিলা টি-২০ত দখল কৰিবলৈ সক্ষম হৈছিল পুনম যাদৱে। |
: যাব ক’ত, চাকৰি মোৰ হাততহে। |
জাননীখনত কোৱা হৈছে এইদৰে,- “চৰকাৰৰ ক্ষমতাক সীমিত কৰিছে, মানুহৰ মাজত সন্ত্ৰাস আৰু আতংক বিয়পাইছে যিটোৱে নৰহত্যা আৰু গোষ্ঠী সংঘৰ্ষৰ সৃষ্টি কৰিছে, অসমৰ বড়ো অধ্যুষিত অঞ্চলত অবড়োৰ হত্যা আৰু সম্পত্তি ধ্বংস কৰা হৈছে”। |
মলয়া গোস্বামীলৈ গুৰুজী যোগেশ শর্মা সোঁৱৰণী বঁটা |
এই উপলক্ষে আজি এক বৰ্ণাঢ্য অনুষ্ঠানৰো আয়োজন কৰা হয়। |
খালী ৰাজপথত আতৰৰ পৰাই তেওঁক দেখা গৈছিল। |
চাৰে চাৰি বছৰে ৬নং দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে একো নকৰিলে। |
লগতে কাজিৰঙালৈ আগমন ঘটা দেশ-বিদেশৰ পর্যটক তথা ছিল্ক এন ডাই উৎসৱলৈ অহা দর্শকৰ কাৰণে প্রতিদিনে বেলি ডুবাৰ পাছত লোকনৃত্য আৰু সংগীতৰ কার্যসূচী অনুষ্ঠিত হ’ব বুলি জনমভূমি জনকল্যাণৰ সচিবে জানিবলৈ দিয়ে৷ উল্লেখযোগ্য যে আজি প্রথম দিনাই ছিল্ক এন ডাই উৎসৱলৈ কাজিৰঙা ৰাষ্ট্রীয় উদ্যান দর্শন কৰিবলৈ অহা পর্যটকৰ লগতে বহু সংখ্যক লোকৰ আগমন ঘটা পৰিলক্ষিত হৈছে৷ ৱাই চি এছ ডি আৰু আর্ট ক্রাফ৲টৰ সহযোগিতাত জনমভূমি জনকল্যাণে এই উৎসৱ আয়োজন কৰিছে৷ |
চোৰে লুটি নিলে লেবেন বসুমতাৰীৰ পৰা টকাখিনি। |
ৰাজ্যখনত সাহিত্য, সংস্কৃতি, ক্ৰীড়া আৰু সামাজিক ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা ১১ গৰাকী বিশিষ্ট মহিলাক মুখ্যমন্ত্ৰীয়ে এই সন্মান প্ৰদান কৰে। |
Home > কৰ্কট ৰোগত আক্ৰান্ত পান দোকানীৰ দশম শ্ৰেণীত অধ্যয়নৰত পুত্ৰ ৰিয়াজ, সহায় লাগে পিতৃক |
গুৰুত্বপূৰ্ণ যে ৰূপহীহাটৰ একাংশ চিকনী চুপাৰি ব্যৱসায়ীয়ে দীৰ্ঘদিন ধৰি লাখ লাখ টকাৰ কৰ ফাঁকি দি ব্যৱসায় চলাই আহিছে যদিও নগাঁও জিলাৰ আয়কৰ বিভাগে চকু মুদা কুলিৰ ভাও ধৰাৰ বুলি অভিযোগ উস্থাপন হৈ আহিছে। |
সমাজ কল্যাণৰ ঠিকাভিত্তিক কর্মচাৰীৰ চাকৰি নিয়মীয়া হ’ব |
বাংলাদেশৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰী সন্দৰ্ভত ৰাজ্যসভাৰ সাংসদ, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই উত্থাপন কৰা এটা তাৰকা প্ৰশ্ন (৮২ নং)ৰ প্ৰশ্নৰ উত্তৰত ৰিজিজুৱে এই বিবৃতি আগবঢ়ায়। |
মই থকা নুমলীগড় ৰেষ্ট হাউচত যোৱা ১১ নৱেম্বৰৰ দিনা দুজন যুৱকে আহি ৰিচিপশ্যনত মোৰ ফটো দেখুৱাই মই কোনটো কোঠাত থাকো আৰু কিমান সময়ত আহো শুধিছিলহি,‘-চাহানুহৰৰ গুৰুতৰ অভিযোগ । |
. . . সত্রত তিথি চাই মাহ-প্রসাদ গামোচাত বান্ধি লৈ দক্ষিণ হাটীৰ প্রয়াত দত্তৰাম মুক্তিয়াৰ আতৈৰ বহাৰ আগেদি পাৰ হওঁ৷ মোৰ ছাঁটো চোতালত ৰ’দত দিয়া সিজোৱা ধানৰ ওপৰত পৰিল৷ মুক্তিয়াৰ আতৈৰ আলধৰা প্রয়াত সভাৰাম আতৈয়ে ফলা খৰি এছটা লৈ ‘কুকুৰ মিৰি সৱ ধান নষ্ট কৰিলি৷ গোটেই ধানৰ দাম দিব লাগিব’ বুলি মোক মাৰিবলৈ খেদি আহিল৷ মই উধাতু খাই তামোল-পাণ, কঁঠালৰ বাৰীৰ মাজেদি দৌৰি দৌৰি পলাই আহি ব্রহ্মপুত্রৰ নদীৰ গৰাৰ পৰা পানী যুঁৱলিলৈ জাঁপ মাৰি পলাই আহিলোঁ৷ |
কিন্তু তাৰ ফলাফল কি হ’ল? |
Home > খাটি খোৱা মানুহৰ ধৰ্ম নাথাকে, দেশত এক ধৰ্ম এক দল প্ৰৱৰ্তনৰ ষড়যন্ত্ৰ চলিছেঃতপন |
বিষ্ণুপ্ৰিয়া দত্ত : অসম উত্তৰ-পূৰ্বাঞ্চলৰ মহিলাসকল সন্দৰ্য্য ক্ষেত্ৰত ভাৰতৰ অন্য মহিলাসকলতকৈ কোনো গুণে কম নহয়। |
গুৱাহাটীৰ কর্প’ৰেট অফিচ, নুমলীগড় আৰু শিলিগুৰি মাকের্টিং টার্মিনেলত কর্মচাৰীসকলে স্বচছতাৰ সংকল্প গ্রহণ কৰে৷ এন আৰ এলৰ কর্প’ৰেট অফিচৰ কাষৰ ৰাস্তাৰ দুয়োকাষৰ পদপথ দুয়োটাৰ চাফাই অভিযানো চলোৱা হয়৷ এই সংকল্প গ্রহণ আৰু স্বচছতা অভিযান কার্যসূচীত অংশগ্রহণ কৰি এন আৰ এলৰ পৰিচালন সঞ্চালক এছ কে বৰুৱাই সকলোকে নিজৰ কর্মক্ষেত্র আৰু চাৰিও কাষটো পৰিষ্কাৰ- পৰিচছন্ন কৰি ৰাখিবৰ বাবে সংকল্প ল’বলৈ আহ্বান জনায়৷ |
Home > সাফল্যৰ ধাৰাবাহিকতা অব্যাহত ৰামপুৰ ছলাপথাৰ আব্দুছ ছালাম জাতীয় বিদ্যালয়ৰ |
তেওঁ কয় যে, ‘সেইকাৰণে বিজেপি-আৰ এছ এছে বুজিছে যে ত্ৰিপুৰাৰ খেলপথাৰ কঠিন। |
যি প্ৰক্ৰিয়াই গৃহিণী সকলক সন্মুখীন কৰাব পাৰে বহুধৰণৰ সমস্যাৰ। |
এই অভিবৰ্তনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা শিক্ষাবিদ গজেন তালুকদাৰে কয় যে ভাৰতীয় সংবিধানে ৰাজনৈতিক দলসমূহক দিয়া অধিকাৰসমূহ অপব্যৱহাৰ হ'ব নালাগে। |
তেল কেৰাহীত দি গৰম কৰি তাত পাঁচফোৰন দি জলকীয়া দিলোঁ৷ সৰিয়হ অলপো দিছোঁ গুৰি কৰি৷ |