text
stringlengths
10
210k
বাইকখনৰ বজাৰ মূল্য হ’ব ৪৯,১৯৭ টকা।
ফলত কমিটি নিৰ্মাণ কৰি দিয়াটোও এক প্ৰকাৰ ভেকোভাওনাত পৰিণত হ’ল।
নিৰ্ভেজাল আঁক-বাঁক
হোজাইৰ বিধায়কগৰাকীে বিভিন্ন সময়য়ত ধৰ্মীয় চেতনাত আঘাত হানি কৰা মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰি আছে।
এতিয়া আৰু কোনেও কাকো সহায় কৰিব নোৱাৰে।
সমগ্ৰ ৰাজ্যত উলহ মালহেৰে উদযাপন হল ভ্ৰাতৃদ্বিতীয়া ।
কাৰ স্পীড বেছি, এয়াৰটেলৰ বিৰুদ্ধে সৰৱ ৰিলায়েঞ্চ জিঅ’
সূত্রটোৰ মতে, নগা শান্তি চুক্তি স্বাক্ষৰ কৰাৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰে ৩১ অক্টোবৰ শেষ সময়সীমা বান্ধি দিছিল যদিও এই ক্ষেত্রত শেহতীয়াকৈ নৰম স্থিতি গ্রহণ কৰি কেন্দ্রই আৰু কিছুদিন বৃদ্ধি কৰিবলৈ সন্মত হৈছে৷ অৱশ্যে কেতিয়ালৈ শান্তি চুক্তি স্বাক্ষৰ হ’ব, সেই সন্দর্ভত কোনো দিন-বাৰ এতিয়ালৈকে স্থিৰ কৰা হোৱা নাই৷ অৱশ্যে এটা কথা নিশ্চিত যে কেন্দ্রীয় চৰকাৰে আগন্তুক বৰদিনৰ পূর্বে নগা শান্তি চুক্তি স্বাক্ষৰিত কৰিবই৷ ইফালে আজিৰ বৈঠকত কিছুমান বিষয়ত সুনির্দিষ্ট নীতি-নিয়ম প্রস্তুত কৰাৰ বাবে এখন ৱর্কিং কমিটী গঠন কৰাৰো সিদ্ধান্ত লোৱা হয়৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি ওৰাঙতো সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫০ সংখ্যক মৃত্যু দিৱসটি ৰাভা দিৱস হিচাপে উদযাপন কৰা হয়।
মৰণোত্তৰ পৰীক্ষাৰ নামত ধন দাবী কৰি গ্রেপ্তাৰ হ’ল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ ফৰেনচিক মেডিচিন বিভাগৰ চিকিৎসক ডাঃ মনোজ বৈশ্য৷ অসম আৰক্ষীৰ তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাৰ এটা দলে চিকিৎসক বৈশ্যক আজি উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে গ্রেপ্তাৰ কৰে৷ দিছপুৰ ৰাজধানী চৌহদৰ এজন আৱাসীৰ অভিযোগৰ ভিত্তিত তদাৰকী শাখাই গ্রেপ্তাৰ কৰে ডাঃ বৈশ্যক৷ সম্প্রতি আজি নিশাটো তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাৰ লক আপত ৰাখিছে ডাঃ বৈশ্যক৷
চাবুৱাঃ ১৬ ছেপ্তেম্বৰঃ ডিব্ৰুগড় জিলাৰ ডিকম আৰক্ষী চকীৰ অন্তৰ্গত নাদুৱা চাহ বাগিছাৰ সমীপৰ দিনজান নৈত শনিবাৰে এগৰাকী মহিলা মৃতদেহ উদ্ধাৰ হোৱা ঘটনায়ে অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে।
গতিকে ভয়ংকৰ আক্ৰমণটোৰ পিছত সমগ্ৰ বিশ্বলৈ প্ৰতিদিনে আৰবে প্ৰেৰণ কৰা তেলৰ ৫% ক্ষতি তৎকালীনভাৱেই হৈছে।
২৬৪ বছৰীয়া পৰম্পৰাৰে উদযাপন হল ঐতিহাসিক “বোকাখচা ভাওনা”
উল্লেখ বন্যপ্ৰাণী সংৰক্ষণৰ বাৰ্তা প্ৰচাৰ কৰিবলৈ প্ৰতিবছৰে পালন কৰা হয় বন্যপ্ৰাণী সপ্তাহ।
৩ নং ৱাৰ্ডত বিজেপি ৰিন্ত ফুকন জয় লাভ কৰিছে ।
ইয়াৰ পৰিৰ্ৱতে শনিবাৰে ডিজেলৰ মূল্যৰ কোনো সালসলনি হোৱা নাই।
কলিয়াবৰত ৰাজপথ নামিল প্ৰাথমিক শিক্ষক।
নাটকখন পাৰদৰ্শী অভিনয়েৰে দৰ্শকৰ বাবে উপভোগ্য কৰি তুলিলে মিণ্টু চুতীয়া, অমৰজিত্‍, হাচনাহানা, বৰষাৰাণী, সত্যজিত্‍, চিণ্টু প্ৰমুখ্যে শিল্পীসকলে ।
তদুপৰি ৰাজ্য চৰকাৰে গ্রহণ কৰা জনসংখ্যা নীতি অনুসৰি দুটাতকৈ অধিক সন্তানৰ পিতৃ-মাতৃ, ঘৰত অনাময় ব্যৱস্থা নথকা আৰু পদ অনুসৰি শৈক্ষিক অর্হতা নথকাসকলে পঞ্চায়ত নির্বাচনত অৱতীর্ণ হ’ব নোৱাৰিব৷ পঞ্চায়ত নির্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ ৰাজ্যিক বা কেন্দ্রীয় স্তৰত তৎপৰতা চলিলেও তলৰ পর্যায়ত কোনোধৰণৰ তৎপৰতা চলোৱা নাই৷ প্রার্থীৰ অভাৱত বহু ঠাইত মনোনয়ন দাখিল কৰাসকলৰ ভিতৰত বহু প্রার্থীয়ে বিনা প্রতিদ্বন্দ্বিতাই নির্বাচিত হোৱাৰ সম্ভাৱনা আছে৷
সব ঠিকেই আছে।
ইফালে নিহত সন্ত্ৰাসবাদী কেইজনৰ পৰা নিৰাপত্তাৰক্ষীয়ে ২টা একে চিৰিজৰ ৰাইফলৰ লগতে বহু পৰিমাণৰ অস্ত্ৰশস্ত্ৰ আৰু আপত্তিজনক নথি পত্ৰ উদ্ধাৰ কৰে।
উত্তৰ-পূৰ্বাঞ্চলৰ কিছুমান খাদ্য অত্যন্ত চৰম পৰ্যায়ৰ বুলি মন্তব্য কৰিছে কৰিছে ৰণবিজয়ে।
আনহাতে এই শোকাৱহ ঘটনাৰ খবৰ ল’বলৈ ঘটনাস্থলীত বিয়লি উপস্থিত হয়হি জাগীৰোডৰ বিধায়ক তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকা।
কিন্তু অসমত দিয়া নাই।
ডিজিটেল ডেস্কঃ সংবিধান প্ৰণেতা ড০ ভীমৰাও আম্বেদকাৰ নাতি তথা প্ৰাক্তন লোকসভা সাংসদ প্ৰকাশ আম্বেদকাৰে বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ চলাই বৃহস্পতিবাৰে নিৰ্বাচন আয়োগক জেললৈ প্ৰেৰণ কৰাৰ ভাবুকি প্ৰদান কৰে।
সংগঠনটোৱে ক্ষোভেৰে প্ৰকাশ কৰিছে যে নিয়োগৰ ক্ষেত্ৰত নিগম কৰ্তৃপক্ষই অসমৰ ক্ষেত্ৰত সম্পূৰ্ণ থলুৱা স্বাৰ্থ বিৰোধী নীতি গ্ৰহণ কৰি আহিছে ।
আপােনালােকে হয়তাে বাইক স্টান্ট বহুত দেখিছে।
এই প্ৰসংগতে এন আৰ চিৰ লগত জড়িত শীৰ্ষ সূত্ৰই সদৰী কৰে যে এই পৰ্যন্ত অতি বেছি 59 শতাংশ শুনানিহে অনুষ্ঠিত হৈছে ।
প্ৰথমে কেব, তাৰ পিচতহে এন আৰ চিঃ বৰাকত মন্ত্ৰী হিমন্ত বিশ্বৰ মন্তব্য…
পুনৰ শুই পৰিল সি৷
কিয়া ছেল্ট’জৰ উৎপাদন হ’ব অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰৰ ৫৩৬ একৰৰ বিশাল কিয়া প্ৰকল্পত।
উল্লেখযোগ্য যে ৩১ ডিচেম্বৰৰ মাজনিশা এন আৰ চিৰ আংশিক খচৰা প্রকাশ পোৱাৰ পাছত জনসাধাৰণে এন আৰ চিৰ মূল ৱেবছাইটৰ উপৰি ৫টা চৰকাৰী ৱেবছাইটযোগে নিজৰ নাম নাগৰিকপঞ্জীত সন্নিৱিষ্ট হৈছে নে নাই পৰীক্ষা কৰিব পাৰিব৷ জনসাধাৰণে এছ এম এছৰ জৰিয়তেও নিজৰ নাম অন্তর্ুক্তিৰ বিষয়টো পৰীক্ষা কৰিব পাৰিব৷ অৱশ্যে, ইয়াৰ বাবে তেওঁ এন আৰ চিৰ ৱেবছাইটত নিজৰ ম’বাইল নম্বৰ পঞ্জীয়ন কৰিব লাগিব৷
কিন্তু এটা সূত্ৰমতে, “বাংলাদেশীসকল”ক পেত্ৰাপ’ল-বেনাপ’ল সীমাৰ ফালে লৈ যোৱা হৈছে।
‘যদি ত্ৰিপুৰাৰ নামটো উত্তৰ-পূবৰ লোকসকলে শুনিছে বা ত্ৰিপুৰাৰ বিষয়ে জানে, তেন্তে কেনেকৈ ত্ৰিপুৰাৰ খিলঞ্জীয়াৰ হাৰ ১৯ শতাংশ হ’লগৈ?
ডিজিটেল ডেস্কঃ বিজেপিৰ ৰাজ্যসভাৰ সাংসদ অনিল বলুনীয়ে যুঁজ দি আছে কৰ্কট ৰোগৰ সৈতে।
আবেদনখনত লগতে কোৱা হৈছিল যে এলাহাবাদ উচ্চ ন্যায়ালয়ত ২০ বছ পুৰণি আবেদনো পৰি আছে আৰু আবেদনকাৰীৰ আবেদন অচিৰেই শুনানিৰ বাবে গ্ৰহণ কৰাৰ কোনো সম্ভাৱনা নাই।
আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস।
আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে যে পৌৰ নিগমৰ আৱৰ্জনা কঢ়িওৱা বাবে বৰ্তমান সময়ত বাহনৰ পৰা আদি কৰি যি সমূহ সামগ্ৰী কম হৈ আছে, লগতে জনসাধাৰণক পানীৰ যোগানৰ ধৰাৰ বাবে যি পানী টেংকৰ সংখ্যা কম হৈ আছে সেই সমূহ সামগ্ৰীৰ ক্ৰয় কৰাৰ বাবে ষষ্ঠ বিত্ত আয়োগৰ অধীনত চৰকাৰৰ ওচৰত আৱেদন দাখিল কৰিব।
১৯৫১ চন সম্পর্কীয় সকলো কথা এতিয়া উচচতম ন্যায়ালয়ৰ ওপৰত নির্ভৰ কৰিব যদিও এটা কথা ঠিক যে এতিয়া ১৯৫১ চন ভিত্তিবর্ষ বুলি ঘোষণা হ’লে ৰাজ্যত অন্য পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে৷ আনহাতে, ১৯৫১ চন ভিত্তিবর্ষ হোৱাৰ লগে লগে অসম চুক্তিখন অর্থহীন হৈ পৰিব৷ এক কথাত অসম চুক্তি নাকচ কৰা হ’ব৷ তাৰ লগে লগে বিদেশী বহিষ্কাৰৰ সুদীর্ঘ ছয়বছৰীয়া আন্দোলনো অর্থহীন হ’ব৷ কাৰণ ছয়বছৰীয়া আন্দোলনৰ ফলশ্রুতিতহে অসম চুক্তি স্বাক্ষৰ কৰা হৈছিল৷ ইয়াতকৈ ডাঙৰ কথা হ’ল যে অসম চুক্তি অসাৰ হোৱাৰ লগে লগে বিদেশী বহিষ্কাৰ অথবা চিনাক্তকৰণৰ দাবীৰ বাবে অসমৰ ৰাইজৰ হাতত কোনো সমল নাথাকিব৷ এতিয়ালৈ অসম চুক্তি ৰূপায়ণৰ দাবীৰ জৰিয়তে বিদেশী সমস্যা সমাধানৰ বাবে কেন্দ্র তথা ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনাই থকা হৈছে৷
আনহাতে ন্যায়াধিকৰণে যদি উক্ত আৱেদনখনৰ যোগ্যতা থকা বুলি বিবেচনা কৰে, তেনেহ’লে তেওঁলোকে জিলা উপায়ুক্তৰ পৰা উক্ত লোকজনৰ নাগৰিকপঞ্জী সম্পর্কীয় নথি-পত্র বিচাৰিব পাৰিব৷ ইফালে কোনো এটা গোচৰ ১২০ দিনৰ ভিতৰত সমাপ্ত কৰাৰ বাবে নির্দেশ দিছে গৃহ মন্ত্র্যালয়ে৷ এনে পৰিস্থিতিত নাগৰিকপঞ্জী প্রকাশৰ পাছত বিদেশী ন্যায়াধিকৰণৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাব৷
তেখেতক হাজাৰবাৰ ফেচবুকৰ ‘চার্চ বক্স’ত বিচাৰিছোঁ।
এই কথাবোৰৰ মূল কথাটোৱেই হৈছে সকলোতে ৰাজনীতি।
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনৰ অন্যতম কৰ্মস্থলী তেজপুৰত ‘শিল্পী দিৱসত শিল্পীৰ প্ৰতিবাদ’ সাব্যস্ত কৰাৰ বাবে জুবিন গাৰ্গৰ আহ্বানত কলাগুৰু আৰ্ট ফাউণ্ডেশ্যনে এই উদ্যোগ হাতত লৈছে।
এইটো নামাঞ্জুৰ কৰিব লাগে বুলি আচামীয়ে আবেদন জনাইছিল।
দিনটো যিয়েই নকৰা যাওক শেষ মন্তব্য হয়গৈ, “কি কৰি থাকানো দিনৰ দিনটো তোমালোকে হয়নে!
কিন্তু কংগ্ৰেছে ৮ ৰ পৰা ৯ খন আসন পোৱাটো নিশ্চিত বুলিও সভাপতি ৰিপুণ বৰাই মন্তব্য কৰে।
চকুৰ আগতেই চিনাকি মানুহৰ ল’ৰা-ছোৱালীবোৰ ক্ৰমে ধ্বংসৰ মুখলৈ গৈ থকা দেখি চাটি-ফুটি লাগিবলৈ ধৰিলে মানুহজনৰ।
কিন্তু গড়কাপ্তানী বিভাগৰ অন্তৰ্ভূক্ত নোহোৱা পথটোৰ ওপৰৰ দলং কেইখন তেজপুৰৰ বিধায়ক গোস্বামীয়ে দলং তিনিখনৰ পকীকৰণৰ বাবে কাম আৰম্ভ কৰি বিভাগীয়ভাৱে আগবঢ়াৰ কথা কৈ কাঠৰ দলং নিৰ্মাণৰ কাম বন্ধ কৰি দিয়ে ।
নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ ৰাঙলু অঞ্চলত নিশাৰী নৈৰ বাঢ়নী পানীয়ে শ শ বিঘা বাও ধানৰ খেতি নষ্ট কৰাৰ লগতে শাক-পাচলিৰ খেতিও নষ্ট কৰে।
লোকজনক সোধা পোছা অব্যাহত ৰাখিছে মধ্য প্ৰদেশ আৰক্ষীয়ে।
মিত্রজোঁটৰ চৰকাৰখন এবছৰহে থাকিব
মঙ্গলবাৰে এখনি সংবাদ মেলৰ আয়োজন কৰি এইদৰে মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে।
তাতে তেওঁলোকে বিষাক্ত সুৰা সেৱন কৰি ওভতি আহে আৰু অসুস্থ হৈ মৃত্যুমুখত পৰিবলৈ ধৰে।
জীৱনৰ পৰীক্ষা
তিনিচুকীয়াৰ পেঙেৰীত মঙলবাৰে নিশা সেনাৰ গুলীচালনা…
তাৰ পিছত ব্যৱহাৰকাৰী সকলে যিটো ষ্টেটাছ শ্বেয়াৰ কৰিব বিচাৰে তাৰ কাষতে থকা ” হেম বৰ্গ” বুটামত ক্লিক কৰাৰ পিছত “শ্বেয়াৰ টু ফেচবুক” অপশ্যনত ক্লিক কৰিলে।
ছবিয়ে পেটৰ ভোক নুগুচাই বুলি ইঞ্জিনীয়াৰ এজনলৈ বিয়া হৈ যোৱা দীপান্বিতা এই সময়ত আন কেইজনমান বন্ধুৰ লগত দৌৰি গৈছে সুৰঞ্জনৰ ওচৰলৈ।
আক্ৰাছুৰ জিলা সভাপতি গোলাপ পাঠকে আঁত ধৰা অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত চন্দ্ৰ দেৱীয়ে কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বঙাইগাঁৱৰ কেন্দ্ৰীয় চিলাৰায় দিৱসৰ অনুষ্ঠানত জিলাখনৰ ৰাখালডুবি অঞ্চলত বিশ্ব মহাবীৰ চিলাৰায়ৰ যি প্ৰতিমূৰ্তি স্থাপনৰ প্ৰতিশ্ৰুতি দিছিল, সেই মৰ্মে আজি ইয়াত আধাৰশিলা স্থাপন কৰা  হৈছে ৷ অৱশ্যে স্থানকলৈ কিছু অসুবিধাৰ বাবে প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলা স্থাপনত পলম হোৱা বুলিও কয় ৷
লালিমছিগাত বাৰ্ষিক সবাহ ভাওনা, দিলিপ শইকীয়াক ভাওনাশ্ৰী উপাধি
এইবুলি মই কেঁচা পিয়াঁজ এটা দুফাল কৰি তাৰ লগত ৰাতিৰ ভাত সাজ গিলি বিচনাত দীঘল দি পৰিলোঁ৷ এনেতে ভাগিনে ক’লে,
বহুত ভাল লাগিছিল কলেজলৈ এটা নাম কঢ়িয়াই আনি।
২০১৫ বৰ্ষতে পুনৰীক্ষণৰ বাবে দিয়া বহীখনৰ নম্বৰ এতিয়ালৈকে নাপাই মই চৰম হতাশাত ভুগিছো।
অমিত শ্বাহে কয়, ‘কেজৰিৱালক জয়ী কৰাবৰ বাবে মিডিয়া, এনজিঅ’ আৰু জেএনইউ নামি পৰিছে।
সেইকাৰণেই ভাৰতৰ সকলো পালোৱানে হনুমানৰ পূজা কৰে৷ মন্ত্ৰী চৌহানৰ মতে হনুমানৰ জাত-পাত বা ধৰ্মৰ লগত কোনো সম্পৰ্ক নাই, হনুমান কেৱল এগৰাকী খেলুৱৈহে আছিল৷ হনুমান ভক্তসকলে চৌহানৰ এই মন্তব্য সহজে মানি লোৱা নাই৷ 
বর্তমান একাংশ এন জি অ’ই বিদ্যালয়ত মধ্যাহু ভোজনৰ বাবে পৰিৱেশন কৰা খাদ্য অতি নিম্নমানৰ বুলিও সংস্থাই অভিযোগ কৰে৷ বিবৃতিযোগে সংগঠনটোৱে পৰিষ্কাৰ আৰু স্বাস্থ্যসন্মত খাদ্য যোগান ধৰা, উপযুক্ত সময়ত খাদ্য যোগান নিশ্চিত কৰা, ৰান্ধনী আৰু বিলনীয়াসকলৰ মজুৰি সন্তোষজনকভাৱে বৃদ্ধি কৰাৰ দাবী উত্থাপন কৰে৷ ছাত্র-ছাত্রীসকলৰ সৈতে জড়িত বিষয়টোৰ জটিলতা আঁতৰ কৰি মানৱীয় দৃষ্টিভংগীৰে সমাধানৰ পথ উদ্ভাৱন কৰিবলৈ শিক্ষা বিভাগৰ প্রতি সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাই দাবী উত্থাপন কৰে৷
বিখ্যাত শব্দযন্ত্ৰী ৰেছুল পুকুটিৰ যথেষ্ট ঘণিষ্ঠ অমৃতে অস্কাৰ বঁটা পোৱা ‘শ্লাম ডগ মিলিয়নাৰ’ ছবিখনত পুকুটিৰ সৈতে ছাউণ্ড ডিজাইনিঙতৰ কাম কৰিছিল।
শশী থাৰুৰে জানিবলৈ দিয়া মতে, ভাৰতীয় দণ্ডবিধিৰ ৩০৮ আৰু ৪৯৮ ধাৰা অনুসৰি দিল্লী আৰক্ষীয়ে সুনন্দ পুষ্কৰৰ মৃত্যুৰ ঘটনাৰ তদন্ত সমাপ্ত কৰে।
ডেৰ মাহ পূৰ্বে নাজমা পাৰবিনে ধৃত ইলিয়াছ খানৰ স’তে বিবাহপাশত আবদ্ধ হৈছিল।
সংগঠনটোৰ হোজাই জিলা সমিতিৰ উদ্যোগত শুকুৰবাৰে লংকাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মূখত অনশনত বহে অল ইণ্ডিয়া বেংগলী অৰগেনাইজেশ্যনৰ সদস্য সকল ।
অসমবাসীলৈ সুখবৰ!
NE INDIA: নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন হিজবুল মুজাহিদীনৰ লগত জড়িত থকাৰ সন্দেহত ১৪ ছেপ্তেম্বৰৰ দিনা লংকাৰ ৮ নং উদালীৰ পৰা আৰক্ষীয়ে আটক কৰে ছাইদুল আলম নামৰ এজন যুৱকক।
ইফালে বৰনদী অভয়ৰণ্যৰ পৰা বন বিভাগৰ লোক আহি হাতীৰ জাকটো আতৰাবলৈ চেষ্টা কৰে যদিও বৰ্তমানলৈ সফল পৰা নাই ।
কিছুসময়ৰ পাছত এনে হ’ল যি কথা ৰাজীৱ গান্ধীয়ে ভবা নাছিল।
অসমৰ খেতি পথাৰত উপলব্ধ হৈছে এবিধ উন্নতমানৰ ধানৰ বীজ৷ বিদেশৰ পৰা আমদানিকৃত এই ধানৰ বীজৰ নাম বীণা ধান৷ পৰীক্ষামূলকভাৱে এই ধানবিধৰ খেতি কৰি যথেষ্ট উপকৃত হ’বলৈ সক্ষম হৈছে বৰপেটাৰ কৃষকসকল৷ জিলাখনৰ বৰবিলা গাঁৱৰ কেইবাজনো কৃষকে আৱতৰীয়া সময়ত বীণা ধানৰ বীজেৰে কম সময়, কম খৰচৰ ভিতৰত খেতি কৰি অধিক ফচল পাবলৈ সক্ষম হৈছে৷ কম খৰচতে বিঘাই প্রতি ২০ মোনলৈ ধান পাবলৈ সক্ষম হৈছে কৃষকসকলে৷
৩) যদি জুব্বাৰ আলী প্ৰকৃততে ওদালগুৰি জিলাৰ ধনশ্ৰীখুটি গাঁৱৰ সেই নিৰ্দিষ্ট পৰিয়ালৰে সদস্য আছিল, তেন্তে মিছাতে বিদেশী বুলি আখ্যায়িত কৰি কিয় তিনি বছৰ ডিটেনচন কেম্পত বন্দী কৰি ৰাখিছিল ?
কিন্তু ৰাজ্যত আজিও এজাক বৰষুণতে লাখ লাখ গ্ৰাম্য এলেকাৰ মানুহে ঘৰৰ পৰা ওলাব নোৱাৰে৷ পথাৰৰ ৰূপ লয় গ্ৰাম্য পথ সমূহে৷ উজনিৰ শিৱসাগৰ জিলাৰ আমগুৰি বিধানসভা সমষ্টিতো আছে এনে বহু বাট-পথ৷ আমগুৰি বিধানসভা সমষ্টিৰ উন্নয়ন কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে একাংশ গ্ৰাম্য পথ বছৰ বছৰ ধৰি মেৰামতি হোৱা কৰা পৰিলক্ষিত হোৱা নাই৷ তেনেই এটা পথ হৈছে সমষ্টিৰ নামতিৰ দোলীয়া-লোণপুৰীয়া সংযোগী পথ।
প্রাক্তন কেন্দ্রীয় মন্ত্রীক ৰাজ্যিক মন্ত্রীসভালৈ অনা টো দৃষ্টিকটু, সেয়ে আগাথা চাংমাক মেঘালয় মন্ত্ৰী সভাত অন্তৰ্ভুক্ত কৰা হোৱা নাই ।
উল্লেখ্য যে ২০১৪ চনৰ শেষৰ ফালে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনত এন ডি এফ বিৰ বিৰুদ্ধে সেনাৰ অল আউট অভিযান জাপি দিয়াৰ পাছত সন্ত্ৰাসবাদী সংগঠনটো নিৰ্মূল হোৱা বুলি ৰাইজে আত্ম প্ৰকাশ কৰাৰ পাছতো মাজে মাজে অঞ্চলটোৰ পৰা এন ডি এফ বিৰ সদস্য আটক হোৱা বিষয়টোৱে ৰহস্যৰ সৃষ্টি কৰিছে।
চেহেৰাই নে অকল. . হাতত থকা ৰঙা পানীকনো কেমেৰাৰ লেন্সে ঢুকি পালে।
অসম চৰকাৰলৈ নাগালিম সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা গোপন পত্ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৰাজহুৱা কৰিবলৈ দাবী জনায়।
যদি কিবা আইনগত বাধা আছে, তেনেহ’লে সংশোধনৰ ব্যৱস্থা নকৰাৰ কাৰণ কি?
ৰাজ্যৰ মুখ্য সচিবজনৰ এনে আচৰণত এতিয়া ক্ষুব্ধ হৈছে ৰাজনৈতিক দলসমূহো৷ মুখ্য সচিবৰ আচৰণত প্রতিক্রিয়া ব্যক্ত কৰি অসম প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি ৰিপুন বৰাই সংবাদ মাধ্যমক কয় যে মুখ্য সচিবে কোৱাৰ দৰে সিদ্ধান্ত কেতিয়াও গ্রহণযোগ্য হ’ব নোৱাৰে৷ সমগ্র বিশ্বৰ সংবাদ মাধ্যমে উগ্রপন্থীৰ বাতৰি পৰিৱেশন কৰাৰ কথা উল্লেখ কৰি বৰাই কয় যে অসমত সংবাদ মাধ্যম বন্ধ কৰিলে বিশ্বত কেনেকৈ বন্ধ কৰিব?
সেই গুৰুত্বপূৰ্ণ দিনটোতেই গুৱাহাটীৰ দীঘলীপুখুৰীপাৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰত বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ প্ৰধান জাতীয় সংগঠন ‘অসম সাহিত্য সভা’ৰ উদ্যোগত অসমৰ আৰু আঠখন খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ নেতৃবৃন্দ লগ হৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা জাতি-জনগোষ্ঠীৰ বাবে জাতিধ্বংসী ৰূপৰ দেশৰ নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ঐক্য প্ৰতিবাদী কাৰ্যসূচী গণতান্ত্ৰিক পদ্ধতিৰে ৰূপায়ণ কৰিলে।
যুৱ প্ৰজন্মৰ চকু আপোনালোকৰ ওপৰত আছে আৰু যদি আপোনালোকে আমাক অসফল কৰে তেন্তে আমি আপোনালোকক কেতিয়াও ক্ষমা নকৰিম।
ইবচন লাল বৰুৱা: সেইটো একদম মানে মই সত্যনিষ্ঠাৰে ক’ব পাৰোঁ।
এই সভাখনত নিজৰ ঘৰৰ সন্মুখৰ পথটোৰ বিধবস্ত অৱস্থাৰ বিষয়ে স্থানীয় সাংসদ তথা কেন্দ্রীয় ৰে’ল ৰাজ্য মন্ত্রী ৰাজেন গোহঁাইৰ দৃষ্টি আকর্ষণ কৰিবলৈ গৈ মন্ত্রীজনৰ ৰোষৰ বলি হ’ব লগীয়া হয় এজন অৱসৰপ্রাপ্ত শিক্ষক৷ নগাঁও পৌৰসভাক নুমলীগড় তেল শোধনাগাৰে যোগান ধৰিছিল কিছু মূল্যৱান যন্ত্র-পাতি৷ সেই উপলক্ষে আজি নেহৰুবালিত নগাঁও পৌৰসভাৰ উদ্যোগত অনুষ্ঠিত কৰা সভাত মুখ্য অতিথি হিচাপে উপস্থিত আছিল স্থানীয় সাংসদ তথা কেন্দ্রীয় ৰে’ল ৰাজ্য মন্ত্রী ৰাজেন গোহঁাই৷
দেওবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰি এই মন্তব্য কৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে।
সমগ্ৰ বিষয়টোৰ ওপৰত চৰকাৰৰ বিপদ দেখি পুনৰ শপত নামা দাখিল কৰিছে ন্যায়ালয়ত’।
তাতো বিধ্বস্ত হ’ল এই দুই দলৰ নেতাসকল।
এন এছ চি এন (আই এম)ৰ সৈতে নাগালিমৰ আলোচনা ঘোষণাৰ স্তৰত থকা বুলি কেন্দ্ৰীয় চৰকাৰ আৰু আলোচনাকাৰী সংগঠন দুয়ো পক্ষই দাবী কৰি অহাৰ পৰত ৰাজ্যখনৰ ৪খন জিলাত বিশেষ প্ৰভাৱ থকা সংগঠনটোৰ এই দাবী তাৎপৰ্য্যপূৰ্ণৰূপে পৰিগণিত হৈছে।
পিছে বছৰৰ পিছত বছৰ বাগৰি গ’ল যদিও মৰিগাঁও জিলাৰ কলিয়াজাই কছাৰী গাৱঁৰ এটা পৰিয়ালে কটাই আহিছে দুৰ্বিসহ জীৱন।
উল্লেখযোগ্য যে কিছুদিনৰ পৰা শাৰীৰিক দুর্বলতাই দেখা দিছিল যদিও সভা-সমিতিত অংশগ্রহণেৰে চলা-ফুৰা কৰি থকা ৰাজগুৰু চাৰি দিনৰ পূর্বে ঘৰৰ ভিতৰতে আকস্মিকভাৱে পিচলি পৰি কঁকালত গুৰুতৰভাৱে আঘাত পাইছিল৷ ততাতৈয়াকৈ তেওঁক প্রথমে এখন ব্যক্তিগত চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল যদিও স্বাস্থ্যৰ অৱনতি ঘটাত মিছন হস্পিটেললৈ স্থানান্তৰ কৰা হৈছিল৷
ৰাজনীতিৰ এ বি চি নাজানো, কিন্তু দেশভক্তিৰ ৰক্ত আমাৰ দেহত প্ৰৱাহিত…চাওক VIDEO
ইপিনে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়েও পশ্চিম গোৱালপাৰাৰ খৰমুজাত বুধবাৰে সন্ধিয়া কা বিৰোধী পাঁচজনকৈ শ্বহীদক ৰাজহুৱাকৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বন্তি প্ৰজ্বলিত কৰি।
২২. দেওবাৰে ৰাজস্থানৰ আলৱাৰত মৃত্যু হয় এটা বাঘৰ।
এই বিস্ফোৰণৰ পিছতে কাৰষানাটো সম্পূৰ্ণৰূপে ধ্বংস হৈ যায়।
এই যুৱতীগৰাকী গুলীবিদ্ধ হোৱা ঘটনাৰে জড়িতৰ সন্দেহত আৰক্ষীয়ে আন এগৰাকী মহিলাকো আটক কৰিছে।
গোলাঘাট এমেচাৰ থিয়েটাৰ ছ’চাইটিৰ ১২৫ বছৰীয়া জয়ন্তী
সোণৰ অসম গঢ়াৰ প্ৰতিশ্ৰুতি দিছিল।
ৰাস্তা, দলঙত নিৰাপত্তা বৃদ্ধি কৰিছিল, তথাপি তেতিয়ালৈকে ব্ৰিটিছৰ দৃষ্টিত সমগ্ৰ পৰিকল্পনাৰ মূল মাষ্টাৰমাইণ্ডজন ধৰা পৰা নাছিল।