text
stringlengths 10
210k
|
---|
বিগত বৰ্ষৰ ৩১ ডিচেম্বৰত অভিনেতাজনৰ দেহাপ্ৰয়াণ ঘটিছিল। |
সকলোৱে সমবেত হৈছিল। |
অসমীয়া ছবি ইতিহাসৰ আটাইতকৈ ব্যয়বহুল ছবি 'মিছন চাইনা'ই বক্স অফিচত বাম্পাৰ আৰম্ভণি লাভ কৰাৰ লগতে বহুতো ৰেকৰ্ড ভংগ কৰিব পাৰিব বুলি আশা কৰিব পাৰি। |
তেনেকৈ ৮৩ বাৰ ‘চৰকাৰ’, ৭২বাৰ ‘ভাৰত’, ৫৪ বাৰ ‘ৰাষ্ট্ৰ’ৰ নাম উল্লেখ কৰিছিল। |
কিন্তু মই নাভাবো যে আজি সি গাত হাত লগাবলৈ দিব। |
ৱিকিপিডিয়া যেনেকৈ এখন মুক্ত বিশ্বকোষ, ৱিকিউৎস হৈছে এটা মুক্ত পুথিভঁৰাল। |
যিটো কথা মই ক’ব খোজোঁ বিহাৰৰ যিখিনি তলৰ জাতি আছে বা যিখিনি আৰ্টিষ্ট দেখিছো সেই সকলোৱে লালু প্ৰসাদক ভগৱান বুলি ভাবে। |
♦ টাটা বিল্ডিং ইণ্ডিয়াৰ সৰ্বভাৰতীয় পৰ্যায়ৰ ৰচনা প্ৰতিযোগিতাত শীৰ্ষ স্থান চৰাইবাহী জাতীয় বিদ্যালয়ৰ দশম শ্ৰেণী ছাত্ৰী দীপশিখা দেৱীৰ |
এআইএছএফৰ মহানগৰ সমিতিৰ সভাপতি হৃষিকেশ কলিতা আৰু যুটীয়া সম্পাদক হিৰক জ্যোতি ডেকাৰ নেতৃত্বত বহুসংখ্যক ছাত্ৰ কৰ্মীয়ে শিলপুখুৰীৰ পৰা দীঘলীপুখুৰী হৈ উপায়ুক্ত কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদল কৰি ছাত্ৰ-ছাত্ৰীৰ বাছভাৰা ৭০% ৰেহাই, ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ বাছ পাছৰ ব্যৱস্থা কৰা, শিক্ষাৰ ব্যক্তিগতকৰণ, সাম্প্ৰদায়িকৰণ বন্ধ কৰাৰ দাবী জনায় । |
আমবাৰীৰ অগপ কাৰ্যালয় ঘেৰাও কৰি আগবাঢ়ি যায় কটনৰ অভিমুখে। |
তাৰে ভিতৰত ৬৮গৰাকী কর্মচাৰীয়েও অসম মাতৃৰ সেৱাত জীৱন বলিদান দিছিল৷ অসমীয়া জাতিৰ চূড়ান্ত ত্যাগৰ বিনিময়ত অসম চুক্তি স্বাক্ষৰিত হৈছিল আৰু কেন্দ্রীয় চৰকাৰ, ৰাজ্য চৰকাৰ, সকলো দল-সংগঠনে অসম চুক্তি মানি লৈছিল আৰু ১৯৭১ চনৰ ২৪ মার্চলৈ ৰাজ্যখনলৈ প্রব্রজন কৰা বিদেশী নাগৰিকক অসমতে ৰখাৰ ব্যৱস্থা কৰি ১৯৭১ চনৰ ২৪ মার্চৰ পাছত ৰাজ্যখনত প্রৱেশ কৰা সকলো বিদেশীক ৰাজ্য তথা দেশৰ পৰা বহিষ্কৰণৰ সিদ্ধান্তক সর্বজনে স্বীকৃতি দিছিল৷ তেনেস্থলত ১৯৭১ চনৰ ২৪ মার্চৰ পাছত অহা হিন্দু বিদেশীসকলক কেৱল ধর্মৰ ভিত্তিত নাগৰিকত্ব দিবলৈ বিচৰা কথাটো অসম তথা ভাৰতৰ স্বার্থৰ পৰিপন্থীয়েই নহয়, ই ভাৰতবর্ষৰ সংবিধানৰ ব্যৱস্থাৱলীৰো পৰিপন্থী৷ |
উপ সভাপতি মনোৰঞ্জন ৰায় চৌধুৰী,নমল চন্দ্ৰ ৰায়,সাধাৰণ সম্পাদক প্ৰফুল্ল ৰায়,সহ সম্পাদক বিক্ৰম সিংহ, বিশিষ্ট সমাজ সেৱক চিতেন ৰায় তথা বীৰেণ কোচৰ লগতে শতাধিক ৰাইজ উপস্থিত থাকে ৷ |
সদৌ অসম ছাত্র সন্থা, সদৌ অসম কর্মচাৰী সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্র সন্থা, সদৌ অসম সাহিত্য সন্মিলন, অসম সাহিত্য সভা আদি বিভিন্ন দল-সংগঠনে খনীন দাসৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে৷ অসমৰ জাতীয় জীৱনৰ বাবে খনীন দাসৰ মৃত্যু অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ বিত্ত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গভীৰ শোক প্রকাশ কৰি দাসৰ সৈতে মধুৰ সান্নিধ্যৰ কথা সোঁৱৰে৷ ৰাজ্যখনৰ লগতে ব্যক্তিগতভাৱেও তেওঁৰ বাবে খনীন দাসৰ মৃত্যু অপূৰণীয় ক্ষতি বুলি ড০ শর্মাই অভিহিত কৰে৷ প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্ত, অগপৰ সভাপতি অতুল বৰাইও অসম আন্দোলনৰ সময়ত খনীন দাসে আগবঢ়োৱা অৱদানক শ্রদ্ধাৰে সুঁৱৰি শোক ব্যক্ত কৰিছে৷ সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সন্থাই উত্তৰ-পূব গ্রন্থমেলাৰ ৰাজহুৱা উপদেষ্টা সমিতিৰ প্রাক্তন সভাপতি খনীন দাসৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে৷ আগন্তুক বিংশতম উত্তৰ-পূব গ্রন্থমেলাৰ মূল মঞ্চ খনীন দাসৰ সোঁৱৰণত উৎসর্গা কৰাৰ কথাও ঘোষণা কৰিছে পুথি প্রকাশক আৰু বিক্রেতা সন্থাই৷ অসম গৌৰৱ হেম বৰুৱাক স্মৃতি ৰক্ষা সমিতিয়েও দাসৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে৷ |
নগাঁও জিলাৰ ৰহাত বিগত ২০ দিনে সন্ধান নাই এজন ব্যক্তিৰ । |
এক বিবৃতিত পৰিবহণ মন্ত্ৰণালয়ৰ তৰফৰ পৰা কোৱা হৈছে যে অনাহক দুৰ্ঘটনা ৰোধৰ বাবেই চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। |
নিজৰ ব্যর্থতা ঢাকিবৰ বাবে সাংবাদিকক দুর্ব্যৱহাৰ কৰিছে এ আই ইউ ডি এফ সুপ্রিম গৰাকীয়ে। |
মোৰ এতিয়া অলৰ-অচৰ অৱস্থা৷ বাতৰিকাকতৰ শব্দ ভালকৈ মণিবই নোৱাৰোঁ৷ |
:– হ্যা হেঁ। |
সদায় গুলি আৰু বাৰুদৰ মাজত কাশ্মীৰৰ কৰুণ বিননি কিমান শুনিব ভাৰতবাসীয়ে? |
তাৎপৰ্যপূৰ্ণ যে, যুৱতীগৰাকীয়ে অভিযোগ উত্থাপন কৰাৰ সময়ত সহায়ৰ বাবে চিটিবাছত থকা কোনো লোক আগবাঢ়ি নাহিল । |
মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে অসম বিধানসভাত ঘোষণা কৰিছিল এই কল দুটাৰ বাবে ১৯০০ কৌটি টকা মোকোলাই দিয়া হৈছে। |
কিয়নো অষ্ট্ৰেলিয়াৰ বিপক্ষে চলি থকা তিনিখনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত ভাৰতীয় দলৰ বেটিং-বলিঙক এক প্ৰকাৰ বিদ্ৰুপ কৰি দহ উইকেটত বিজয় সাব্যস্ত কৰিছিল কেংগেৰু বাহিনীয়ে। |
ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৬ সংশোধন হোৱাৰ পিছত এখন আদালতে গণ ধৰ্ষণৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰ বাবে দিয়া ৰায় দেশৰ ভিতৰতে প্ৰথম বিবেচিত হৈছে। |
আমাৰ দেশত বিমান পৰিবহণ আৰম্ভ হৈছিল ১৯১১ চনত এলাহাবাদ আৰু নাইনিৰ মাজৰ সেৱাৰে৷ ১৯৫৩ চনত এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিয়ান এয়াৰলাইন৲ছ নামকৰণ কৰি দুটা সংস্থাৰ অধীনত গোটেই বিমান সেৱাসমূহক চৰকাৰীকৰণ কৰা হয়৷ এয়াৰ ইণ্ডিয়াই বিদেশত আৰু ইণ্ডিয়ান এয়াৰলাইনছে দেশৰ ভিতৰত আৰু লগতে বাংলাদেশ, ম্যানমাৰ আদি চুবুৰীয়া দেশসমূহত যাত্রীৰ সেৱা আগবঢ়াই আহিছে৷ |
Home > ২৮ সংগঠনে কঁপালে বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰ, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী |
তাৰ ভিতৰত ৰাজ্যখনত শাসনত থকা এন পি এফ দলো আছে। |
গ্ৰেপ্তাৰ হোৱা লোকজনৰ নাম ইনামুল হক বুলি জানিব পৰা গৈছে। |
১৯৮০ চনৰ নিয়ম অনুসৰি ১৯৮৯ চনৰ ২৬ জানুৱাৰীৰ পিছত জন্ম গ্ৰহণ কৰা লোকে পাছপ’ৰ্ট আবেদন কৰিবলৈ বাধ্যতামূলক আছিল আবেদনকাৰীৰ জন্মৰ প্ৰমাণ পত্ৰ৷ |
চাবিৰটো বহু বন্ধু বান্ধৱ আছে। |
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত যিকোনো অধিনায়কৰ ক্ষেত্ৰতে ই হৈছে সৰ্বাধিক দ্ৰুততাৰে সংগৃহিত ১১ হাজাৰ ৰান। |
প্রতিষ্ঠানটোৰ কৰ্মচাৰীৰ সৈতে অ এন জি চিৰ নিৰাপত্তাৰক্ষীক মেনেজ কৰি তেল চুৰি কাৰ্য সংঘটিত কৰি আহিছিল চক্ৰটোৱে। |
মই খুবেই সুখী যে দুদিন পূৰ্বে প্ৰধানমন্ত্ৰী কিষান সন্মান নিধিৰ উদ্বোধনেৰে আমি কৃষকৰ কথা চিন্তা কৰিছো। |
ৰাইজৰ সন্দেহ সেই মাৰপিটৰ ফলতেই হয়তো কিশোৰী গৰাকীয়ে প্ৰাণ ত্যাগ কৰিছিল৷ শেষত উপায়হীন হৈ নিষ্ঠুৰ পুৰুষ-মহিলা হালে চিলিং ফেনত ওলমাই আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰে। |
ওদালগুৰি/জাজৰিঃ সমগ্ৰ ৰাজ্যৰ লগতে বুধবাৰে ওদালগুৰিত বিভিন্ন দল-সংগঠনে ৰূপকোৱঁৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিনটোক শিল্পী দিৱস হিচাপে পালন কৰে। |
কেন্দ্ৰ চৰকাৰ সৈতে বি টি আৰ চুক্তি স্বাক্ষৰ হোৱাৰ পিছত সলনি হৈছে বি টি চিৰ ৰাজনৈতিক চিত্ৰপট। |
সংবাদমেলত উপস্থিত থাকি গল্ডৰ সহকাৰী সাধাৰণ সম্পাদক কাবেৰী শৰ্মাই আগন্তুক নিৰ্বাচনত প্ৰাৰ্থী হিচাপে অংশগ্ৰহণ কৰা সকলো প্ৰতিনিধিৰে এখন ধৰ্ষণ মুক্ত ভাৰত গঢ়িব বুলি প্ৰতিশ্ৰুতি বদ্ধ কৰাবলৈ এখন কৰ্মশালাৰ আয়োজন কৰাৰ বিষয়ে সদৰী কৰে। |
জ্যোতি চিত্ৰবন আৰু শংকৰদেৱ কলাক্ষেত্ৰৰ দুটা প্ৰেক্ষাগৃহত প্ৰদৰ্শিত কৰা হৈছে ছবিসমূহ। |
প্ৰঃ হাতত বন্দুক আছিল নেকি সিহঁতৰ? |
সমগ্র দেশ কঁপোৱা টীয়ক চাহ বাগিচাৰ চিকিৎসক ডাঃ দেৱেন দত্তৰ শিহৰণকাৰী তথা বর্বৰোচিত হত্যাকাণ্ডৰ ২২ দিনৰ পাছত আজি আৰক্ষীয়ে যোৰহাটৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত টীয়ক কাণ্ডৰ চার্জশ্বিট দাখিল কৰে৷ |
ইয়াৰ উপৰিও জাংক ফুডজাতীয় খাদ্যসমূহ পৰাপক্ষত এৰাই চলিলে এই ৰোগৰ পৰা বাচি থাকিব পাৰি। |
নিচানৰ চৰত সদৌ অসম ভিত্তিক ফুটবল প্ৰতিযোগীতা |
বেজবৰুৱাৰ আধ্যাত্মিক বিশ্লেষণত গোপী-কৃষ্ণৰ লীলা |
বৰ্তমানো সন্ধানহীন হৈ আছে ১৩ জন। |
আৰু তাত কলা নিমখ, ছাট মছলা ,জলকীয়াৰ গুড়ি অলপ ছটিয়াই দিব । |
দৌল উৎসৱৰ দিনা ফাকুৱা খেলাৰ চলেৰে পত্নি-জীয়ৰীক অশালীন ব্যৱহাৰ কৰা আৰু যৌন আতিশায্য চলোৱা যুৱকৰ দল এটাৰ বিৰুদ্ধে কল্যাণপুৰৰ ভুক্তভোগীৰ পৰিয়ালে স্থানীয় আৰক্ষী চকীত অভিযোগ দাখিল কৰিছিল যদিও একো ফল পোৱা নাছিল। |
খাই বৈ হলত ৰুমালেৰে মুখ মচি দোকানৰ পৰা ওলাই গ’ল। |
৪ আৰু ৫ মে’ত নচলিব ফেৰী। |
আমি ক’লৈ গৈ আছো! |
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সংবাদমেল। |
আলোচনাত প্ৰদান কৰা ভাষণত নায়াৰে কয় যে মন্ত্ৰ্যালয়ে জনজাতি উন্নয়নৰ বাবে পুঁজি প্ৰণালীবদ্ধভাৱে বৃদ্ধি কৰাটো নিশ্চিত কৰাৰ লগতে য়াতে এই পূঁজিৰ সঠিক ব্যৱহাৰ হয় আৰু সময়মতে উপযোগিতা প্ৰমাণপত্ৰ জমা দিয়া হয় তাৰ ওপৰত চকু ৰখা হ’ব। |
এই বঁটাত আছে নগদ ৫০ হাজাৰ টকা। |
তিনি বিদেহী আত্মাৰ লগতে নিখোজ কমল দাসৰ পিতৃৰ উপস্থিতিত স্মৰণ কৰা হ’ল নিখোজ কমল দাসক। |
পি জি প্ৰগ্ৰামত নামভৰ্তি কৰিব খোজা ছাত্ৰীগৰাকীয়ে অভিযোগটোত কয়, তেওঁক শুকুৰবাৰৰ দিনা (৬ ছেপ্টেম্বৰ) জ্যেষ্ঠ অধ্যাপক গগৈয়ে তেওঁৰ কাৰ্য্যালয় কক্ষত যৌন নিৰ্য্যাতন কৰে। |
দেওবাৰে অনুষ্ঠিত কৰিলে বিশাল ৰেলী। |
দুপৰীয়া সময়ত প্ৰায়ে কুকুৰটোৱে আশ্ৰয় লৈ থকা এটা পৰিত্যক্ত গৃহত আৱদ্ধ কৰি কৌশলেৰে কুকুৰটোক ধৰা হ’ল। |
নিজৰ গতানুগতিক ভংগীমাৰে ক’লোঁঁ, |
উক্ত চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবৰ বাবে অসম দলটি বাছনি কৰিবলৈ অহা ৩০ ছেপ্টেম্বৰত এক শিবিৰৰ আয়োজন কৰা হৈছে । |
মোৰ বাবে সংৰক্ষিত বাৰ্থ বঙাইগাওত ব্ৰড গজ ট্ৰেইনতহে পোৱা যাব । |
তুলসীবাৰীঃ অগপ, বিজেপি আৰু বিপিএফৰ মিত্ৰ জোঁটৰ চৰকাৰে ৰাজ্যৰ উন্নয়ণৰ বিপৰীতে বাকযুদ্ধত লিপ্ত হৈ সময় পাৰ কৰিছে৷ ৰাইজে যি আশা কৰি দল তিনিটাক ভোটদান কৰিছিল সেই আশা পূৰণ কৰিবলৈ সক্ষম হোৱা নাই দল তিনিটাই৷ ৰাইজৰ আশা-আকাংক্ষা পূৰণৰ বিপৰীতে হিন্দু-মুছলমানৰ ৰাজনীতিক লৈ ব্যস্ত হৈ আছে দল তিনিটা৷ দুবছৰ পূৰ্বে চৰকাৰ গঠন কৰিয়েই অনেক চমক সৃষ্টি কৰিছিল দল তিনিটাই গঠন কৰা চৰকাৰ খনে৷ মন্ত্ৰী-বিধায়কে ৰঙা লাইট ব্যৱহাৰ নকৰা, সাধাৰণ লোকৰ সৈতে ট্ৰেফিক চিগনেলত ৰৈ দিয়া, ইটো আঁচনি ৰূপায়ণ কৰা সিটো কৰিম বুলি চমক সৃষ্টি কৰিছিল৷ চমক সৃষ্টিৰ বাবে চৰকাৰ গঠন কৰিয়ে ঘোষণা কৰাত ব্যস্ত হৈ পৰিছিল বিজেপি চৰকাৰ৷ |
সেই সময়তে নৰেন্দ্ৰ মোডীৰ সৈতে ৰাহুল গান্ধীৰ তুলনা আৰম্ভ হৈছিল। |
বিনা ২০ নামৰ নব্য প্ৰজাতিৰ ধান বিধৰ এই কঁঠীয়া সমুহ প্ৰায় ৰুব পৰা হৈছে। |
বৃহস্পতিবাৰে নিজ ঘৰৰ পৰা য়াছিন মালিকক গ্ৰেপ্তাৰ কৰা হয়৷ কাশ্মীৰৰ কোথিবাগ আৰক্ষী থানাত আৱদ্ধ কৰে৷ আনহাতে পুৱাৰে পৰা গৃহবন্দী কৰে বিচ্ছিন্নতাবাদী সংগঠন হুৰিয়ৎ কানফাৰেন্সৰ নেতা ছৈঈদ আলী শ্বাহ গিলানী, মিৰৱাইজ উমৰ ফাৰুকক৷ এই তিনওগৰাকী নেতাই বন্ধৰ আহ্বান জনাইছিল৷ |
হয়তো৷ নিজৰ সন্তানৰ বাবে ইমানখিনি কৰিবই লাগিব৷ জয়িতাই দিয়া চাহকাপত চুমুক দি বিৰাজে ভাবিলে৷ অকণমান কষ্ট কৰিবই লাগিব৷ নহ’লে নম্বৰ আৰু ৰেংকৰ দৌৰত মাইনা কেনেকৈ আগবাঢ়িব? |
ঠাইখন মাথোঁ এই চাৰিটাদিনত মোৰ খুব আপোন হৈ পৰিছিল। |
অলপ চুলি হাইলাইট কৰি কেটেলা পহুৰ দৰে থিয় কৰি ললোঁ আৰু কোৰিয়াৰ ল’ৰাবোৰৰ দৰে অ’ত-ত’ত গজা দুই এডাল গোঁফত ষ্টাইল দিব ধৰিলোঁ যাতে মোক দেখি কোনোবা সুন্দৰী ইমপ্ৰেছ হৈ যায়। |
♦ মাজুলীৰ এনফৰ্চমেণ্ট ইন্সপেক্টৰ ৰূপে বদলি দাসক |
দুয়োটা দলৰ মাজত দেশীয়! |
শিল্পী শিৱানু বৰুৱাই মোক চিনাকি কৰাই দিছিল। |
তদুপৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনত কেৱল পৰাজিত হোৱাই নহয়, ‘বিজেপি বৰ বেয়াকৈ হাৰিব‘ বুলিও তেওঁ দাবী কৰে। |
২৬ অক্টোবৰত মাজুলীত সামৰণি পৰা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ৰাজ্যিক সমাৰোহৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হৈছে এই বিজ্ঞানী কেইজন। |
তিনিজনকৈ কৰ্মচাৰীয়ে কেনেদৰে সেই সামগ্ৰীসমূহ অতি সহজে প্ৰস্তুত কৰিব পাৰি, সেয়া দেখুৱালে। |
এক দেশ এক ভাষা |
অনুষ্ঠানত জুবিন গাৰ্গ উপস্থিত হোৱাৰ কথা আছিল যদিও সময়ৰ নাটনিৰ বাবে উপস্থিত থাকিব নোৱাৰিল শিল্পী গৰাকী । |
গৌৰী শংকৰ শৰ্মা( ভৃগু কুমাৰ এজ বি. কে, পল্লবীৰ ভায়েক) |
বিল দিয়াৰ ভয়? |
ইতিমধ্যে প্ৰায় প্ৰতিদিনে তাইক লালন-পালন কৰা পিতৃ-মাতৃক তথা পৰিয়ালবৰ্গক অলপমান আশীৰ্বাদ দিবলৈ বিভিন্ন লোকৰ লগতে দল সংগঠন তথা ৰাজনৈতিক নেতাই ভিৰ কৰা পৰিলক্ষিত হৈছে। |
পৰিতাপৰ কথা যে চৰকাৰী মাটিত কেইটামান দালালৰ চক্রান্তত কেনেকৈ অবৈধভাৱে কোনো লোকে জুপুৰি সাজি বাস কৰিব পাৰিছে, সেইটোহে আচৰিত কথা৷ এই সন্দর্ভত বহু লোকে ৰে’ল কর্তৃপক্ষৰ কোনো লোক উক্ত দালালৰ বুলিও অভিযোগ আনিছে৷ কিছু টকাৰ বিনিময়ত নিজকে বিক্রী কৰি গছবোৰ কাটি তাত কোনো অজান লোকক বাস কৰাৰ সুযোগ দি প্রাকৃতিক পৰিৱেশ বিনষ্ট কৰিছে৷ ইয়াৰ উপৰি ৰে’ল কর্তৃপক্ষই কোটি কোটি টকা ব্যয় কৰি সৌন্দর্যবর্ধন আৰু প্রাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে ৰোপণ কৰা গছবোৰ হঠাৎ নোহোৱা হোৱাত একাংশ সচেতন লোকে ক্ষোভ প্রকাশ কৰিছে৷ |
বিজ্ঞাপনত হাতৰ ছৱি |
অসম গাঁওৰক্ষী সংগঠনৰ মুখ্য উপদেষ্টা অঞ্জন কুমাৰ বৰাৰ পৌৰহিত্যত অনুষ্ঠিত সভাত সাংসদ ৰামেশ্বৰ তেলী, বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়া, আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সাহাইয়েও ভাষণ দিয়ে। |
তেওঁ আৰু কয় যে যান-বাহন আইন নামানিলে জৰিমনাৰ উপৰি গাড়ীচালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰো ব্যৱস্থা আছে। |
তাঁতৰ শালত বহি গুৰুজনা অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱৰ ৩৪টা বৰগীত গামোচাতে লিখি পেলালে। |
ইও চায়, সিও চায়…. |
প্ৰদূষণমুক্ত অসম গঢ়াৰ দিশত অসম চৰকাৰে গ্ৰহণ কৰা এই নতুন সংযোজনৰ উদ্বোধনী অনুষ্ঠানত অট’ত বহি এইদৰে ষ্টেচনটোৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে। |
অনুগ্ৰহ কৰি আপুনি এইবোৰ নাভাবিব। |
সেই তুলনাত বৰ্তমান সময়ত গতিবেগ ইমান কম সময়ৰ ভিতৰতেই ইমান ক্ষিপ্ৰভাৱে পৰিৱৰ্তন হ’ল যে কল্পনাইও ঢুকি নোপোৱা হ’ল। |
তাৰপাছত দেউতাৰ দৰে এইখনৰ পাছত আন এখন। |
খবৰ অনুযায়ী গৃহ মন্ত্ৰণালয়ে ইতিমধ্যে শান্তি চুক্তিৰ খচৰা প্ৰস্তুতৰ কাম আৰম্ভ কৰিছে। |
কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰমে এয়া প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী প্ৰলোভন বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে ভোটৰ বিনিময়ত দৰিদ্ৰ কৃষকক এই আঁচনিৰ জৰিয়তে উৎকোচ প্ৰদান কৰা বুলি অভিযোগ উত্থাপন কৰে। |
অন্ধপ্ৰদেশৰ বিজয়বাড়াত অনুষ্ঠিত হয় শপত গ্ৰহণ সমাৰোহৰ । |
অগ্নিকাণ্ডত এটা ছিলিণ্ডাৰ বিস্ফোৰণ হয় বুলি জানিব পৰা গৈছে । |
ডেৰাডুনৰ এখন বৰ্ডিং স্কুলত সংঘটিত হয় এই লোমহৰ্ষক ঘটনা। |
আটকাধীন কৰ্মী কেইজন হৈছে নাওজানৰ কৃষক মুক্তিৰ গোলাঘাট জিলাৰ সম্পাদক পোনা বৰা (৫০) আৰু টেঙানিৰ নয়ন মণি তামুলী (২৭), প্ৰাঞ্জল দুৱৰা (২৮) আৰু অনন্ত গগৈ। |
উল্লেখযোগ্য যে মেঘালয় হাইকোৰ্ট ২০১৩ চনৰ মাৰ্চত প্ৰতিষ্ঠা হোৱাৰ বিপৰীতে দেশৰ তিনিখন আটাইতকৈ পুৰণি হাইকোৰ্টৰ ভিতৰত অন্যতম মাদ্ৰাজ হাইকোৰ্ট ১৮৬২ চনৰ ২৬ জুনত প্ৰতিষ্ঠা হৈছিল। |
২৯ নৱেম্বৰ, গুৱাহাটী : ডিঙিত পিয়াঁজৰ মালা পিন্ধি অসম বিধানসভাত মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। |
লোকক শান্ত কৰি মৃতদেহ মৰনোত্তৰ পৰীক্ষা কৰিবলৈ ওদালগুৰিলৈ প্ৰেৰণ কৰে৷ আনহাতে, একেদিনাই শুকুৰবাৰে পুৱতি নিশা আটেৰিখাটৰ ধৰমজুলি চাহ বাগিছাত নিহত হোৱা আৰু এটি ঘটনাই সমগ্ৰ ডিমাকুছি-আটেৰিখাটত শোকৰ ছাঁ আনিছে। |
বেন ষ্ট’ক–৭৯(কট জাডেজা বল বুমৰাহ) |
দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাছখনৰ ভিতৰত আছিল কেইবাটিও শিশু। |
প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ বিৰুদ্ধে গোচৰ : অসম লোকসেৱা আয়োগৰ কেলেংকাৰি প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ জ্ঞাতসাৰে হৈছিল৷ আজি প্রাক্তন মুখ্যমন্ত্রীজনৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত গোচৰ তৰিছে সচেতন নাগৰিক মঞ্চই৷ সংগঠনটোৱে দাখিল কৰা এজাহাৰত প্রাক্তন মুখ্যমন্ত্রী গগৈৰ বিৰুদ্ধে অনা অভিযোগ মতে আয়োগৰ চাকৰি কেলেংকাৰি তেওঁৰ জ্ঞাতসাৰে হৈছিল৷ আনহাতে, তেওঁৰ পুত্রও কেলেংকাৰিটোত জড়িত৷ এজন কলংকিত এ চি এছ বিষয়াৰ সৈতে প্রাক্তন মুখ্যমন্ত্রীজনৰ পুত্রৰ অতি ঘনিষ্ঠতা থকাৰ অভিযোগো কৰে এজাহাৰত৷ |
ফিল্ম ফেডাৰচন অব্ ইণ্ডিয়াই আজি এই কথা প্ৰকাশ কৰিছে । |
চুবুৰীয়া ৰাজ্যৰ পশ্চিমবংগৰ কলকাতাত এতিয়া কলকাতা মিনিউছুপাল কৰ্পৰেশ্যনে আৰম্ভ কৰিছে মহানগৰখনক স্মাৰ্ট চিটি ৰূপে গঢ়ি তুলিবলৈ বিশেষ পদক্ষেপ। |