text
stringlengths
10
210k
সোমবাৰে দুপৰীয়া ১২.২৫ বজাত যোৰহাটৰ পৰা উৰা এখন মৰা বিমান সন্ধানহীন।
তাৰ পাছৰ সময়খিনি বাণীপেহীৰ ঘৰত যে কি যন্ত্ৰণাৰে পাৰ কৰিলো৷ বাণীপেহীৰ ককায়েক বিছনাত থকা নবৌয়েক, দেউতাক, ভতিজাক, বোৱাৰীয়েক আটাইৰে লগত মাথোঁন মই নামৰ যন্ত্ৰজনীয়ে কথা পাতিলো, ভাগে ভাগে মান ধৰিলো অকণো আন্তৰিকতা নোহোৱাকৈ৷ ভাতৰ পাতত বহিও মোৰ একেই অৱস্থা৷ প্ৰকাণ্ড টেবুলখনত বিধে বিধে সুস্বাদু খাদ্যসম্ভাৰ৷ মই নাম শুনি থকা, কাহানিও খাই নোপোৱা কেইবাবিধো ধোঁৱা বলি থকা ব্যঞ্জনে টেবুলখনত মোক খা মোক খা কৰি আছিল৷ একোটুকুৰা কলিজাৰ আকাৰত সজাই দিয়া দাইলৰ বৰ কিটা, কলিজা ক’লাকৈ ৰন্ধা হাঁহৰ শুকান ভজা, মাছৰ দৰে সজাই দিয়া আলু পিটিকা, পকা খৰিচাৰে মলমলাই থকা মাগুৰ মাছৰ আঞ্জা, ভাপত সিজোৱা মাংস আদিৰে বাণীপেহীৰ হাতৰ সেইসাজ ভাত কাৰোবাৰ বাবে স্মৰণীয় এসাজ হ’ব পাৰিলেহেঁতেন৷ সুবাসকে আদি কৰি আটায়ে টকালি পাৰি খালে৷ মোৰ হাত দুখন যেন সনা ভাতখিনিত জঠৰ হ’ল৷ বাণী পেহীয়ে উথপথপ লগালে৷
উল্লেখ্য যে, তৈল সামগ্ৰীৰ দাম নিয়ন্ত্ৰণৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰে তৈল সংস্থা সমূহক প্ৰদান কৰিছিল৷ প্ৰতিদিনৰ বৈঠকত সংস্থাসমূহে তেলৰ দাম বৃদ্ধি বা হ্ৰাস সম্পৰ্কে আলোচনা কৰি দাম নিৰ্ধাৰণ কৰে৷ 
কনচালটেঞ্চী ফাৰ্ম এখনৰ জৰিয়তে দিল্লী ইলেকট্ৰিচিটি ব’ৰ্ডৰ চাব ডিভিজনেল অফিচ এটাত ‘ডাটা অপাৰেটৰ’ৰ কাম পাইছিলোঁ।
পঞ্চাশ টকাহে কমাই কৈছোঁ।
দুর্নীতি নিবাৰক শাখাৰ আই জি পি অনুৰাগ টাংখাই প্রকাশ কৰে যে কুজেন্দ্র দলেক উৎকোচ লোৱাৰ সময়তে গ্রেপ্তাৰ কৰা গোচৰ সন্দর্ভত জলসিঞ্চন মন্ত্রীজনক তদন্তকাৰী দলে জেৰা কৰা বুলি যি বাতৰি প্রকাশ পাইছে সেয়া সম্পূর্ণ মিছা৷ ইপিনে জেৰা কৰা বাতৰিক লৈ আশ্চর্য প্রকাশ কৰিছে মন্ত্রী ৰঞ্জিত দত্তয়ো৷ মন্ত্রীজনে কয় যে তেওঁৰ বিৰুদ্ধে এয়া অপপ্রচাৰ চলোৱা হৈছে৷ সমগ্র বিষয়ক লৈ মুখ্যমন্ত্রীক অৱগত কৰিছে বুলি প্রকাশ কৰে মন্ত্রী দত্তই৷ উল্লেখযোগ্য যে যোৱা বছৰত দিছপুৰ সচিবালয়ত এজন ঠিকাদাৰৰ পৰা উৎকোচ লৈ হাতে-লোটে ধৰা পৰিছিল জলসিঞ্চন বিভাগৰ নিলম্বিত সচিব কুজেন্দ্র দলে৷
ক'ত যাব, কিয় যাব আমাক একোৱেই কোৱা নাছিল।
যোৱা মে’ মাহৰ এই ঘটনাক অসমীয়াই আজিও পাহৰিব পৰা নাই৷ তাৰ পিছতে নগাঁৱৰ থলুৱা লোকক আক্ৰমণ কৰাৰ ঘটনাৰ পিছত এইবাৰ জুৰীয়াত গামোচা জ্বলাই বীৰত্ব প্ৰদৰ্শন কৰে একাংশ সন্দেহজনক লোকে৷ গামোচা জ্বলাই দিয়া ঘটনাৰ বিৰুদ্ধে ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে৷
হাৰামজাদা, তই ক’ত আছা ভালকে কউ।
ৰহা সমষ্টিৰ সদৰ চহৰ ৰহা নগৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ দক্ষিণত অৱস্থিত চাপৰমুখ কচুৱা পাৰঘাটৰ পৰা গছপৰা অভিমুখে যোৱা পথটোৰ উন্নয়নৰ নামত বছৰৰ পাছত বছৰ ধৰি চলিল কেৱল চৰম প্ৰতাৰণা ।
বৰ্তমানো আৰক্ষী তদন্ত অব্যাহত ৰাখিছে।
মাৰ অসুখৰ বাবে যোৱা দুমাহ ছুটি লোৱা নাছিলো জানো মই?
ৰাজধর্মৰ প্রসংগৰে এটা নতুন সপোন
আমাৰ নৰ্থ ইষ্টত বহু জনজাতীয় লোক আছে।
ৰাজ্যৰ চৰকাৰী মাধ্যমৰ একাংশ বিদ্যালয়ত শিক্ষকৰ অভাৱৰ বাবে সম্প্রতি চৰম অচলাৱস্থাৰ সৃষ্টি হৈ আহিছে৷ প্রয়োজনীয় শিক্ষক নথকাৰ বাবেই বহু বিদ্যালয়ত ছাত্র-ছাত্রীৰ সংখ্যা হ্রাস পোৱাৰ লগতে একাংশ বিদ্যালয় বন্ধ হোৱাৰো উপক্রম ঘটিছে৷
২৫. তৃতীয় সংখ্যক খেল’ ইণ্ডিয়া ইউথ গেমচৰ স্বেচ্ছাসেৱক সন্মিলন বুধবাৰে অনুষ্ঠিত হয়।
গৰৈমাৰীঃ ৰাজ্যত অগপ, বি পি এফ আৰু বিজেপিয়ে লগ লাগি চৰকাৰ গঠন কৰাৰ পাছৰে পৰা প্ৰাক্তন মন্ত্রী ডাঃ কমলা কলিতা আৰু একাংশ অগপৰ নেতাই দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ গৰৈমাৰীত ত্ৰাসৰ সৃষ্টি কৰা বুলি কংগ্ৰেছে অভিযোগ উত্থাপন কৰে।
com | ডিজিটেল ডেস্কঃ চাৰ্জ দিয়াৰ সময়ত স্মাৰ্টফোন বিস্ফোৰণ ঘটি মৃত্যু হ’ল মালয়েছিয়াৰ এটি চৰকাৰী সংস্থাৰ মুখ্য কাৰ্যবাহী বিষয়াৰ৷ দুখজনক এই ঘটনাৰ চিকাৰ হৈছে মালয়েছিয়াৰ বিত্ত মন্ত্ৰণালয়ৰ অধীনস্থ সংস্থা ক্ৰাডেল ফাণ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া নাজৰিন হাচান৷ চাৰ্জ দি ৰখা তেওঁৰ স্মাৰ্টফোন ফাটি শোৱনি কোঠাত জুই লাগে বুলি জানিব পৰা গৈছে৷
আকৌ সেই ‘মিঠা নাই’ কিনিবলৈ যোৱা শিক্ষকজনৰ দ্বিতীয় অধ্যায়৷
অসমৰ নাম এবাৰো উল্লেখ কৰাকৈ প্ৰস্তুত কৰা প্ৰতিবেদনক লৈ এতিয়া গভীৰ শোক ব্যক্ত কৰিছে ৰাজ্যৰ দল-সংগঠনে।
ধৰ্ম এটা আফিং, ধৰ্মই মানুহক জীয়াই নাৰাখে।
তাৰ পাছতো যদি মই সাৰ নাপাওঁ, জগাই দিবি।
আজি শিলচৰৰ উপায়ুক্তৰ কার্যালয়ত বৰাকৰ তিনিওখন জিলাৰ বানত ক্ষতিগ্রস্ত হোৱা আৰু মেৰামতি হ’বলগীয়া আঁচনিসমূহৰ পর্যলোচনা বৈঠকত অংশগ্রহণ কৰে মন্ত্রী মহন্তই৷ অহা ২৪ আৰু ৩০ ছেপ্টেম্বৰৰ দিনা গুৱাহাটীত বিভাগীয় বৈঠক অনুষ্ঠিত হ’ব৷ উক্ত বৈঠকত যাতে বৰাকৰ বানত ক্ষতিগ্রস্ত হোৱা বান্ধসমূহ তথা আঁচনিসমূহৰ বিষয় উত্থাপিত হয় তাৰ বাবে প্রস্তাৱ পঠোৱাৰ ব্যৱস্থা গ্রহণ কৰিবলৈ তেওঁ বিভাগীয় বিষয়াসকলক নির্দেশ দিয়ে৷ সভাত মন্ত্রী পৰিমল শুক্লবৈদ্য, সাংসদ ডাঃ ৰাজদ্বীপ ৰয়, উপাধ্যক্ষ আমিনুল হক লস্কৰসহ বিধায়ক আৰু বিভাগীয় বিষয়া উপস্থিত আছিল৷ কাইলৈ হাইলাকান্দিত মুখ্যমন্ত্রীৰ বিজ্ঞান দর্শন অভিযানৰ আৰম্ভ কৰা হ’ব৷
উল্লেখ্য যে অৰুণাচলৰ গাওঁ পঞ্চায়ত সমূহত আৰু অধিক সমূহীয়া সেৱা কেন্দ্ৰ স্থাপন কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰক অনুৰোধ জনায়।
আগে আগে স্কুল, পিছে পিছে ল’ৰা- ছোৱালী লৈ অভিভাৱক আৰু তাত পাঠদান কৰিবলৈ শিক্ষক।
এই কথা চিন্তা কৰিছে এজন অসমীয়াই।
‘অনাগত ১০ দিনৰ ভিতৰত যদি পুৰাতত্ব বিভাগে ঐতিহাসিক সমলসমূহত প্ৰৱেশমূল্য হ্ৰাস নকৰে, তেন্তে বিভাগৰ শিৱসাগৰস্থিত কাৰ্য্যালয় আৰু টিকট সংগ্ৰহৰ ঘৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ’ব,’ হুংকাৰ মঞ্চৰ জয়সাগৰ আঞ্চলিকৰ সভাপতি উমাকান্ত নাহেক আৰু সচিব প্ৰধান ৰিদিপ ডেকাৰ।
দুদিন পূৰ্বেও ৩ গৰাকী যুৱতী সন্ধানহীন হৈছিল অনাথ আশ্ৰমখনৰ পৰা।
স্থানীয় গাঁৱবাসী এক্সট্ৰানেল চিয়াঙচাইয়ে দিয়া তথ্য অনুসৰি অতীতৰ তুলনাত এতিয়া জাতিঙ্গাত চৰাই অহাৰ সংখ্যা বহু গুণে হ্ৰাস পাইছে।
যদি আজি বামুণ কায়স্থহঁতে ঘিণেৰে তোমাক ছেই ছেই লেই লেই কৰে ক’বা– “বোপাহঁত?
অৱস্য বানপানীৰ সময়ত খহনীয়া বন্ধ হৈছিল যদিও পানী কমি যোৱাৰ লগে লগে পুনৰ ভয়ংকৰ ভাবে গৰাখহনীয়া আৰম্ভ হৈছে।
ফুল, ফল-মূল তথা নৈবদ্যৰ অভাৱত উমানন্দত দৈনিক পূজা সম্পন্ন কৰাত অসুবিধাৰ সৃষ্টি হোৱাৰ পাছত যি তৎপৰতাৰে প্ৰশাসনে তাত থকা লোকসকলৰ সৈতে যোগাযোগ কৰিব লাগিছিল, সেয়াও নকৰাৰ অভিযোগ উঠিছে।
কিবা অচিনাকী জীৱ এটাই খোদ ঘৰৰ মানুহজনীকেই ঘাইল কৰি থৈ গ’ল, তেওঁ আকৌ কয় সৰু সুৰা!
প্ৰাৰ্থীসকলে পঞ্জীকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজনীয় সকলো তথ্যৰ লগতে ফটো আৰু চহীও আপলোড কৰিব লাগিব।
দিল্লীয়ে আমাক বহুত দিছে৷’
নতুন ভৱনৰ ভিতৰত প্ৰতিদিনে চলি আহিছে মদ আৰু জুৱাৰ আড্ডা।
মঙলবাৰে দুপৰীয়া দক্ষিণ আফ্ৰিকাৰ পোটচেপষ্টুমত পাকিস্তানৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ’ব ভাৰতীয় দলটো।
উল্লেখ্য যে, সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ডাঃ ৰনোজ পেগুৰ বাসগৃহৰ দেৱালত কলা, ৰঙা ৰঙেৰে ন কেব, বিজেপি গ’ বেক লিখি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে।
লগতে কোনো প্ৰাৰ্থীয়ে যদি মনোনয়নপত্ৰ প্ৰত্যাহাৰ কৰিবলৈ বিচাৰে,তেন্তে ৭ অক্টোবৰ তাৰিখে ন্যূনতম দহগৰাকী  সমৰ্থকৰ স্বাক্ষৰভিত্তিত লিখিতভাৱে অৱগত কৰিব লাগিব মুখ্য নিৰ্বাচনী বিষয়াক।
আহক, জিনীয় বিজ্ঞানীসকলৰ গৱেষণাত সহায় কৰাতো আমাৰ পক্ষে সম্ভৱ নহ’লেও বহু প্ৰত্যাশিত দিনটোলৈকে জীয়াই থকাৰ সাধনাকে কৰো!
সভাত ৰঞ্জিত কুমাৰ দাসক সকলোৱে শুভেচ্ছা জ্ঞাপন কৰে।
শিশুসকলৰ মানসিক বিকাশ আৰু সৃষ্টিশীলতাৰ ওপৰত গুৰুত্ব দিয়াৰ হেতুকে এই সিদ্ধান্ত ল’ব উত্তৰ প্ৰদেশ চৰকাৰে৷ উল্লেখনীয় যে যোগী চৰকাৰ ক্ষমতাত অহাৰ লগে লগে বিদ্যালয়ৰ ইউনিফৰ্ম সলনি কৰাৰ সিদ্ধান্ত লৈছিল।
তেনে এজন মানুহৰ জীৱন সংগ্ৰামৰ কাহিনীৰে এক বিশেষ প্ৰতিবেদন ‘চাইকেল চাইৱালা’।
উঠাৰ ট্ৰেইনিং লৈছিল, নমাৰতো লোৱা নাছিল!
গাঁওখনলৈ ইতিমধ্যে আগমন ঘটিবলৈ লৈছে বহু বিদেশী পৰ্যটকৰো।
মাজুলীত শক্তিমন্ত্ৰীৰ ঘোষণা : পকী খুঁটা বহুৱাবলৈ ২৫ কোটি টকা আবণ্টন
আনহাতে,দুয়োখন আসনতে শাসনাধিষ্ঠিত বিজেপি দলে কাক প্ৰক্ষেপ কৰিব,তাক লৈ আলোচনা চলি থকাৰ সময়তে ড: হিমন্ত বিশ্ব শৰ্মা আৰু বিহাৰৰ ৰামবিলাস পাছোৱানৰ নামৰ চর্চা হৈছে।
দৰাচলতে, আমেৰিকাৰ এনেবেলৰ এটি দম্পতীৰ সন্তানে জীৱনৰ প্ৰথমটো শব্দ ‘মা বা দেউতা’ কোৱাৰ বিপৰীতে ‘এলেক্সা’হে কয়।
অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই আঁত ধৰা সভাখনত প্ৰাক্তন মন্ত্ৰী অজন্ত নেওগ আৰু ৰকিবুল হুছেইনেও ভাষন প্ৰদান কৰে।
টাটা কোম্পানীয়ে ৬৬ শতাংশ ধন দান কৰে টাটা টাষ্ট্ৰক যাৰ জৰিয়তে সকলো কল্যাণমূলক কাম-কাজ কৰা হয়।
বিস্ফোৰণত নিহত ১ আৰু আহত ৪জনকৈ লোক।
বৃহস্পতিবাৰে মানালী-লেহ ঘাইপথৰ পৰা বৰফ আঁতৰোৱা হয়।
অন্যহাতে ‘দুৰ্নীতিৰ সদাগৰ হিচাপে পৰিছিত নৱ কুমাৰ দলেক চি বি আইৰ তদন্তৰ আওতালৈ আনিবলৈ আজি এই সংবাদ মেলৰ জড়িয়তে দাবী উৎথাপন কৰে।
তাৎপৰ্যপূৰ্ণভাৱে, যিদিনাই বিজেপি দল সাম্প্ৰদায়িক হিচাপে স্বীকৃতি পাব, সেইদিনাই তেওঁ বিজেপি দলৰ পৰা পদত্যাগ কৰাৰ হুংকাৰ দিয়ে।
কিন্তু এই সমস্ত দিশ বাণিজ্যিক সন্মিলনত হ’ব লগা সিদ্ধান্তৰ ওপৰত নির্ভৰ কৰিব৷ উক্ত সন্মিলনত দুয়োখন দেশৰ মন্ত্রীৰ লগতে উচচ পর্যায়ৰ বিষয়াসকল উপস্থিত থাকিব৷ সেয়ে যোগীঘোপাৰ ল’জেষ্টিক পার্কৰ বিষয়টো এই সন্মিলনৰ পাছত স্পষ্ট হৈ উঠিব৷ ইফালে আন্তঃৰাষ্ট্রীয় বাণিজ্যিক বিষয়টোক লৈ আন কেতবোৰ সিদ্ধান্তত চূড়ান্ত মোহৰ মাৰিব বুলি জানিব পৰা গৈছে৷ বাণিজ্যিক সম্পর্ক সুচল কৰিবৰ বাবে দুয়োখন দেশৰ কোনবোৰ স্থল পথ, কোনবোৰ জল পথ ব্যৱহাৰ কৰিব পাৰি সেই বিষয়বোৰো দুদিনীয়া সন্মিলনত নিশ্চিত কৰাৰ সম্ভাৱনা আছে৷
শান্তিপূৰ্ণভাৱে হৈ আছে ৬৪নং পানেৰী, ৬৯নং ওদালগুৰি আৰু ৭০ নং মাজবাট বিধানসভা সমষ্টিত ভোটগ্ৰহণ।
১৮. দিল্লীৰ বিভিন্ন অঞ্চলত বৃষ্টিপাত।
নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতা আৰু আমাৰ অসম কাকতৰ বাৰ্তা সম্পাদক মন্টু শইকীয়া নিৰ্দিষ্ট বক্তা হিচাপে থাকিব লগীয়া বক্তৃতানুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰিব মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া আৰু ছিপাঝাৰ বিধান সভা সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া ।
মোৰ মাটিডৰাত যদি মই ভালদৰে খেতি কৰো তেন্তে বেলেগ মানুহ আহি ইয়াত সোমাব নোৱাৰে।
কেতিয়া বিপদ আহে কোনেও ক’ব নোৱাৰে।
Home > প্ৰতিমা পাণ্ডেৰ গৌৰীপুৰৰ বাসগৃহত সুধাকন্ঠ ড০ ভূপেন হাজৰিকাক স্মৰণ
অসুস্থ যাত্ৰীসকলৰ ভিতৰত ১০ জন লোকে চিকিৎসাধীন হয়।
সি আহিলে মই খুব ভালপাওঁ।
নিঃচিহ্ন হৈ পৰিছে ধনীয়া আৰু জাৰণি গাঁও।
অনশন ভংগ অনুষ্ঠানত সকলো ৰাইজক অংশ লোৱাৰ আহ্বান অখিল গগৈৰ।
মিয়ামগক্রত কৃষি বিজ্ঞান কেন্দ্রৰ পিছতেই ৰাংখল, আদিবাসী, নেপালী কমিউনিটি হল সহ বিভিন্ন পথ নিৰ্মাণৰ শিলান্যাস কৰা হয়।
সকলো সময়তে হাঁহিমুখে থকা মোৰ এই বন্ধুজনক আমি সকলোৱে মৰমতে পেগু(প্ৰকৃত নাম আৰু উপাধিৰ সৈতে এই নামৰ কোনো সামঞ্জস্য নাই) বুলি মাতিছিলোঁ।
পাকিস্তানৰ পার্লিয়ামেণ্ট নির্বাচনৰ ফলত সুস্পষ্ট ব্যৱধানত জয়ী ইমৰান খানৰ দল ‘পাকিস্তান তেহৰিক-ই-ইনছাফ’ (পি টি আই)-এ একক সংখ্যাগৰিষ্ঠতা নাপালেও ইমৰান খানে যে প্রধানমন্ত্রী হ’ব, সেয়া খাটাং হৈ গ’ল৷ খুব লক্ষণীয় হৈছে ইমৰান খানে নির্বাচন পৰৱর্তী প্রথমখন সংবাদমেলত যিধৰণে নিজৰ ভাষ্য প্রদান কৰিছে৷ তাত ক্ষমতাৰ ৰূপ-ৰস এক কথা৷ প্রেছিডেণ্ট ষ্টাইলটো পূর্ণ ৰূপত ফুটি উঠিছিল৷ বিশ্বৰ বহু গণ মাধ্যমে ইমৰান খানৰ সেই প্রথম সংবাদমেলৰ ভাষ্যৰ ষ্টাইলক লৈ চর্ কৰা দেখা গৈছিল৷ কিন্তু ইমৰান খানে জয়ৰ পাছৰ মুহূর্তৰ পৰাই হয়তো প্রাক্তন প্রধানমন্ত্রী নৱাজ শ্বৰীফৰ পৰিণতি পর্বক ভাবিব বিচৰা নাই, হয়তো ভবা নাই৷
Home > বন্য হস্তীৰ উপদ্ৰৱ অব্যাহত অাছে জাগুনত
বিবৃতিটোত উল্লেখ থকা অনুসৰি খাদ্য সুৰক্ষা বিষয়াই এই ব্ৰেণ্ডৰ প্ৰস্তুতস্থলীত যিকোনো সময়তে উপস্থিত হৈ পানীৰ গুণগত মান পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰিব পাৰিব।
সৰবীমালা মন্দিৰ
শেষ আশা হিচাপে আৰক্ষীৰ কাষ চপাৰ সিদ্ধান্ত লয় পুষ্পলতাই।
কিন্তু তেওঁলোকেও গম নাপালে মানুহজন কোন।
দুনাই এনে কাম নকৰিবলৈ কেবাবাৰো শপত খুৱাই দেৱেন দাইটি আন্ধাৰত লুকাই পৰিল৷
কিন্তু বিগত ৪ বছৰৰ ভিতৰত দেশৰ ১০ কোটি দৰিদ্ৰ পৰিয়ালে চৰকাৰৰ ফালৰ পৰা বিনামূলীয়া এলপিজি সংযোগ লাভ কৰিছে বুলি নমো এপৰ জৰিয়তে মোডীয়ে দাবী কৰে৷
Home > প্ৰবীণ সাংবাদিক মোহন কাকতিৰ মৃত্যু
সেয়েহে এই সন্দৰ্ভত বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে ঢাকাস্থিত ম্যানমাৰৰ ৰাষ্ট্ৰদূত গৰাকীক তলব কৰি সীমান্তৰ বৰ্তমানৰ পৰিস্থিতিয়ে দুয়োখন দেশৰ মাজত সম্পৰ্ক যথেষ্ট অৱনমিত কৰিব বুলি প্ৰকাশ কৰিছে।
কাইলৈ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা ।
WWFৰ আৰ্হিত তেজপুৰৰ বিদ্যালয়ত ৰেগিং, আহত ছাত্ৰ
বৰগাং জিলা পৰিষদ
ইয়াৰ পিচতো পথটো খালী কৰি নিদিয়াত শেষত লাঠি জোকাৰি ভীতি প্ৰদৰ্শন কৰি ছত্ৰভংগ দিয়াই অৱৰোধ কাৰী সকলক৷ আৰক্ষীয়ে খেদাখেদি কৰাত কেবাজনো মহিলা প্ৰতিবাদী কিছু পৰিমাণে আহত হয়৷ আনহাতে, অৰুন মাল নামৰ এজন বৃদ্ধ দৌৰি প্ৰাণ ৰক্ষা কৰিবলৈ যাওঁতে ওচৰৰ পুখুৰী এটাত পৰি যায়৷ আৰক্ষীয়ে বৃদ্ধজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ আনহাতে, বাবুল কুমাৰৰ পত্নী তথা আঠ গৰাকী মহিলা প্ৰতিবাদীক আটক কৰে আৰক্ষীয়ে৷
উক্ত অনুষ্ঠানটিত সকলো লোকৰে উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে কৰ্তৃপক্ষই।
সংবিধানৰ ৯৩ অাৰু ৯৪ সংখ্যক সংশোধনীৰ জৰিয়তে পঞ্চয়ত অাৰু নগৰ পালিকাসমূহতো মহিলাৰ বাবে এক তৃতীয়াংশ অাসন সংৰক্ষনৰ ব্যৱস্থা গ্ৰহনৰ দাবী জনায় প্ৰতিবাদস্থলীৰ পৰা৷
বিগত শনিবাৰে নিশা  বদৰপুৰৰ মহাকলৰ পৰা দুষ্কৃতিকাৰীয়ে  অপহৰণ কৰি নিছিল কৰিমগঞ্জ কলেজৰ প্রাক্তন অধ্যক্ষ তথা বর্তমান বদৰপুৰ টাইটেল মাদ্রাছাৰ পৰিচালন সমিতিৰ সভাপতি প্রফেচাৰ মতিউৰ ৰহমানক।
চেন্নাই আৰু হায়দৰাবাদৰ যিকেইটা শাখাৰ পৰা ধনখিনি উলিয়াই নিছিল তাতো তেওঁলোকে তদন্ত কৰিছে,” নৰ্থ ইষ্ট নাও-ক জনালে ডিব্ৰুগড়স্থিত শাখাৰ পৰিচালক আচাৰ্জি সোণোৱালে।
দ্বিতীয় সংখ্যক ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ আয়োজন কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে গুৱাহাটী।
পিছত নিৰ্ধাৰিত সময়তকৈ পলমকৈ আন কেন্দ্ৰৰ পৰা গণিত বিষয়ৰ প্ৰশ্ন কাকত আনি জেৰক্স কৰি পৰীক্ষা অনুষ্ঠিত কৰা হয়।
কোনোবাই কেনেবাকৈ মাতিলেও গগৈৰ ছোৱালীজনীয়ে শুধৰাই দিয়ে।
অহা ১৪ ডিচেম্বৰৰ পৰা নগাঁৱত অনুষ্ঠিত হ’ব লগা কল্লোল গ্ৰন্থমেলাৰ এক গাম্ভীৰ্যপূৰ্ণ সভাত উক্ত বঁটা প্ৰদান কৰা হ’ব বুলি অকণিৰ সাহিত্য সভাৰ সম্পাদক মনোৰঞ্জন গোঁহায়ে জনায়।
৩১ ডিচেম্বৰৰ ভিতৰত এন আৰ চিৰ খচৰা প্রকাশ কৰিবলৈ নির্দেশ
মোৰ টেনছন বাঢ়ি মূৰত উঠিলগৈ৷ মূৰটো অহৰ্নিশে ঘূৰিবলৈ ধৰিলে৷ ছোৱালীক লৈ ঘৰলৈ আহিলোঁ৷ তাইক কিবা ক’বলৈও ভয়৷ জানোচা মাজনিশা ল’ৰাই আহি ছোৱালীজনীক পলুৱাই নিয়ে৷
চুৰাইবাড়ি আৰক্ষী থানা ৰ ইনচাৰ্জ ৰুদ্ৰপাল আৰু এছ আই বুদ্দি মান চাকমাক সন্দেহজনক ব্যক্তি সন্ধৰ্ভত অৱগত কৰায় স্থানীয় লোকে ।
উপযুক্ত অনাময় ব্যৱস্থা নথকা ৰাজ্যখনৰ বিদ্যালয় সমূহৰ অনাময় ব্যৱস্থাক উন্নয়নৰ উদ্দেশ্যে ভাৰতীয় বিমান প্ৰাধিকৰণে বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ সৈতে.
ডিজিটেল ডেস্কঃ ৪ আগষ্ট, শনিবাৰ।
এটা আমোদজনক ঘটনাৰে এই লিখনিৰ সামৰণি মাৰিবলৈ বিচৰা হৈছে৷
ভবানন্দই গাড়ীৰ ওচৰৰপৰা ঘূৰি জীয়েকৰ কোঠাৰ সংলগ্ন বাৰান্দাখনলৈ চালে।
১৮ এপ্ৰিলত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন।
‘সংকটমোচক হনুমান’ আৰু ‘চচুৰাল চিমৰ কা’ৰ দৰে জনপ্ৰিয় টিভি ধাৰাবাহিকত অভিনয় কৰা শিৱলেখ সিঙৰ ছত্তীশগড়ৰ ৰায়পুৰ জিলাত ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘটিত দুৰ্ঘটনাত মৃত্যু ঘটে।
► পূৰ্বৰ খণ্ড পঢ়িবলৈ CLICK কৰক ►   ৰাজহুৱা সম্পদ ব্যক্তিগত কৰাৰ আঁচনি [3]
আমাৰ দেশৰ বাবে চন্দ্ৰযান-২ এক গৌৰৱৰ কাৰণ।