text
stringlengths 10
210k
|
---|
“অলপ ৰবা, হেৰা চাহ অলপ বনোৱাছোন, “পত্নীক মাতটো দি ভাগৱতীয়ে সুধিলে, “এতিয়া কোৱা তোমালোকৰ পৰিকল্পনা”৷ |
দিগৰখাল সমাজ উন্নয়ন সংস্থাৰ উদ্যোগত ৰবিবাৰে আয়োজিত হয় কেন্সাৰ সচেতনতা সভা । |
পৰিপুষ্টিৰ ক্ষেত্রত অতি প্রয়োজনীয় ভিটামিন বা খাদ্যপ্রাণসমূহৰ ভিতৰত ‘ভিটামিন এ’ অন্যতম৷ ই এবিধ চর্বিত দ্রৱণীয় ভিটামিন৷ ৰজ্ঝৰ্ব চনত এইবিধ ভিটামিনৰ বিষয়ে বহুতো অধ্যয়ন আৰু গৱেষণা কৰা হৈছিল৷ ৰজ্ঝ্বঙ্ম চনত টি ম’ৰ (T Moore) নামৰ গৱেষক এজনে জন্তুৰ যকৃতত ভিটামিন এ-ৰ সম্ভেদ পাইছিল৷ প্রাচীন গ্রীক আৰু ইজিপ্তবাসীয়ে কুকুৰীকণা ৰোগত চকুত যকৃতৰ ৰসৰ প্রলেপ সানি সুফল পাইছিল৷ |
মঙলবাৰে মোৰাঝাৰৰ আমবাৰীৰ পৰা অপহৃত হৈছিল ব্যৱসায়ী আজিৰ উদ্দিন । |
পৰমানন্দ ৰাজবংশীক বর্জনৰ সিদ্ধান্তত অটল হৈ আছে শিৱসাগৰবাসী৷ অসম সাহিত্য সভাৰ শতবর্ষীয় অধিৱেশনলৈ মাজত মাথোঁ ৫ দিন বাকী থকা অৱস্হাত পৰমাকেন্দ্রিক বিষয়ক লৈ আজি অনুষ্ঠিত আদৰণী সমিতিৰ বিশেষ কার্যনির্হক সভাই পৰমানন্দ ৰাজবংশীক শিৱসাগৰ অধিৱেশনত অংশ গ্রহণ কৰাৰ পৰা বিৰত ৰখাৰ সিদ্ধান্ত বাহাল ৰাখে৷ উল্লেখ কৰা প্রয়োজন যে অহা ১, ২, ৩, ৪, ৫ ফেব্রুৱাৰীত শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা ৰূপহী পথাৰত সাহিত্য সভাৰ শতবর্ষীয় অধিৱেশন অনুষ্ঠিত কৰাৰ লক্ষ্যৰে আদৰণী সমিতিৰ অন্তর্গত উপ সমিতিসমূহে দিনে-নিশাই কাম-কাজ অব্যাহত ৰাখিছে৷ কিন্তু সাহিত্য সভাৰ সম্পাদক গৰাকীয়ে শিৱসাগৰবাসীৰ স্বাভিমানত আঘাত হনা যি মন্তব্য কৰিছিল তাৰ পৰিপ্রেক্ষিতত যোৱা ১৪ ডিচেম্বৰত শতবর্ষীয় অধিৱেশনৰ আদৰণী সমিতি আৰু শিৱসাগৰাসীৰ যৌথ সহযোগত অনুষ্ঠিত এক বিশেষ সভাই পৰমানন্দ ৰাজবংশীক বর্জনৰ সিদ্ধান্ত গ্রহণ কৰিছিল৷ এই প্রস্তাৱ সাহিত্য সভাৰ কেন্দ্রীয় কার্য নির্হকলৈ প্রেৰণ কৰিছিল৷ তেতিয়াৰ পৰাই শতবর্ষীয় অধিৱেশনৰ বিভিন্ন দিশৰ কাম কাজত স্হবিৰতা আহি পৰিছিল৷ আদৰণী সমিতিয়ে পৰমা বর্জনৰ সিদ্ধান্তৰ প্রস্তাৱ প্রেৰণ কৰা ১৬ দিনৰ পাছত অর্ৎ ২৯ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত সাহিত্য সভাৰ কার্যনির্হকত আলোচনাত ঠাই পায়৷ কিন্তু সেই আলোচনাৰ সিদ্ধান্ত মর্মে, পৰমানন্দ বর্জনৰ সিদ্ধান্তৰ প্রস্তাৱ পুনৰ বিবেচনাৰ বাবে প্রস্তাৱ গ্রহণ কৰি আদৰণী সমিতিক এক সঠিক সিদ্ধান্ত ল’বলৈ আহবান জনোৱাৰ পৰিপ্রেক্ষিতত আজি শিৱসাগৰত আদৰণী সমিতিৰ এখন গুৰুত্বপূর্ণ সভা অনুষ্ঠিত হয়৷ শিৱসাগৰ যুৱ দলৰ প্রেক্ষাগৃহত আদৰণী সমিতিৰ সভাপতি সোণাৰাম বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত প্রায় উত্তপ্ত হৈ পৰা সভাত পৰমানন্দ ৰাজবংশীক আদৰণী সমিতিয়ে শতবর্ষীয় অধিৱেশনত অংশ গ্রহণৰ পৰা আঁতৰি থাকিবলৈ দ্বিতীয়বাৰৰ বাবে প্রস্তাৱ গ্রহণ কৰে৷ কোনো কাৰণতেই পৰমানন্দক শিৱসাগৰৰ অধিৱেশনত অংশ গ্রহণ কৰিবলৈ দিয়া নহ’ব বুলি আদৰণী সমিতিৰ বিশাল সভাখনত উপস্হিত থকা সকলোৱে সহমত প্রকাশ কৰি হাত চাপৰিৰে সমর্থন আগবঢ়ায়৷ আদৰণী সমিতিৰ প্রধান সম্পাদক যোগ গগৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত শতবর্ষীয় অধিৱেশনৰ বিকল্প স্হান সম্পর্কত সংবাদ মাধ্যমত যি বাতৰি পৰিৱেশন কৰা হৈছে সেই সম্পর্কত শিৱসাগৰৰ সমাজ জীৱনৰ অন্যতম ব্যত্তিু, শিক্ষাবিদ খগেন্দ্র নাথ ভূঞা, অধ্যাপক সুৰেশ শইকীয়াৰ দৰে কেইবাগৰাকী বিশিষ্ট ব্যত্তিুয়ে একেমুখে ধিক্কাৰ দি কয়, শিৱসাগৰত অধিৱেশন হ’বই লাগিব৷ বিকল্প স্হানৰ কথা কোনো কাৰণতে গ্রহণযোগ্য নহয়৷ কিয়নো, অসম সাহিত্য সভাৰ সূচিকাগৃহ শিৱসাগৰতেই পলমকৈ হ’লেও শতবর্ষীয় অধিৱেশন হ’ব লাগিব৷ এই সকল ব্যত্তিুয়ে মতামত আগবঢ়োৱাৰ পাছত সভাগৃহত হর্ষধবনিৰে প্রতিগৰাকীয়েই সমর্থন আগবঢ়ায় বহু প্রত্যাশিত অধিৱেশন শিৱসাগৰতেই অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণত অটল থাকে৷ উল্লেখযোগ্য যে ২০১৫ চনত কলিয়াবৰৰ মৌচন্দা পথাৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত শিৱসাগৰ জিলা সাহিত্য সভা আৰু ৰংপুৰ সাহিত্য সভাই তামোল-পাণ, শৰাই দি শিৱসাগৰত শতবর্ষীয় অধিৱেশনক আমন্ত্রণ জনাইছিল৷ সেয়েহে, তামোল-পাণ দি সেৱা লৈ অধিৱেশনলৈ নিমন্ত্রণ জনোৱাৰ পাছত যিমানেই বিতর্ক নহওক কিয় শিৱসাগৰতেই অধিৱেশন হ’বই লাগিব বুলি আজিৰ সভাই মত পোষণ কৰে৷ পৰমাবাহিনীয়ে আন জিলালৈ স্হানান্তৰ কৰাৰ যি কৌশল অৱতাৰণা কৰিছে তাক কেতিয়াও সহ্য কৰা নহ’ব বুলি আজিৰ সভাত প্রতিজনে স্পষ্ট কৰি দিয়ে৷ আজিৰ আদৰণী সমিতিৰ বিশেষ সভাত সভাপতিত্ব কৰা সোণাৰাম বৰুৱাই কয় যে অসম সাহিত্য সভাই প্রাত্তুন সভাপতি আৰু সম্পাদকসকলৰ এখন বিশেষ অধিৱেশন শিৱসাগৰত পাতিবলৈ আদৰণী সমিতিক অনুৰোধ জনাইছিল৷ কিন্তু বিভিন্ন অসুবিধাৰ বাবে আদৰণী সমিতিয়ে এই দায়িত্ব গ্রহণ কৰিব নোৱাৰিলে৷ এই সম্পর্কত সভাৰ কেন্দ্রীয় সমিতিক ইতিমধ্যে অৱগত কৰা হৈছে বুলিও তেওঁ মন্তব্য কৰে৷ আদৰণী সমিতিৰ কার্যকৰী সভাপতি ড০ অনিল শইকীয়াই কয় যে অধিৱেশনৰ পূর্বেই অসম চৰকাৰে ঐতিহ্য ক্ষেত্রৰ বাবত ৫০ বিঘা মাটি আবণ্টন দিছে বুলি উল্লেখ কৰি কয়, শিৱসাগৰৰ শতবর্ষ অধিৱেশনৰ পৰৱর্তী দিন অসম সাহিত্য সভাৰ কার্যনির্হকৰ ্যসতে আলোচনা কৰি পুনৰ ঘোষণা কৰা হ’ব৷ আজিৰ সভাত পৰিৱেশ-পৰিস্হিতিৰ প্রতি লক্ষ্য ৰাখি অধিৱেশনৰ তাৰিখ দহ দিনৰ বাবে পিছুৱাবলৈ প্রস্তাৱ প্রেৰণৰ সিদ্ধান্ত গ্রহণ কৰে৷ লগতে শিৱসাগৰ অধিৱেশনলৈ পৰমানন্দ ৰাজবংশীক বর্জনৰ প্রস্তাৱো গ্রহণ কৰি কেন্দ্রীয় কার্যনির্হকলৈ প্রেৰণৰ সিদ্ধান্ত লয়৷ সভাত নীলমণি মহন্ত, ডাঃ পি পি চেতিয়া, কার্তিক দত্ত, স্বর্ণজ্যোতি বৰুৱা বৰবৰা, গহীন গগৈৰ দৰে বহু বিশিষ্ট ব্যত্তিু উপস্হিত আছিল৷ অহা ৮ জানুৱাৰীত কেন্দ্রীয় সমিতিৰ প্রতিনিধি সভাৰ পাছতেই শতবর্ষীয় অধিৱেশন অনুষ্ঠিত কৰাৰ নিশ্চয়তাৰ দিশটো উন্মোচিত হ’ব৷ |
যোৰহাটৰ কালানী ফুড এণ্ড ব্ৰেভাৰ্চ ইণ্ডাষ্টীজ নামৰ কোম্পানীটোৰ দ্ধাৰা পেকেজিং কৰা SPLASH নামৰ বেণ্ডটোৰ ২০ লিটাৰৰ পানী বটলত এই দৰে ওলাইছে জীৱিত আৰু মৃত ভেকুলী। |
সোনেশ্বৰ :- দেউতা ৰ’ব। |
“হেল্লো, কি কৰি আছা? |
লাজ নকৰিব নিজৰ বুলি৷ আজি অলপ নতুন কন্টিনেন্টেল ৰেচিপি বনালো৷ এইটো চিলি উইথ মাছৰুম চালাড, এইটো ঔক টচড্ এচপাৰাগাছ নডিউলচ, এয়া গাৰ্লিক টচড্ চপচুৱেই, আগতে চিকেন বোন চুপ টো খাই চাওক”- মৌয়ে এফালৰ পৰা উৎসাহেৰে কৈ গ’ল৷ মই বিজয়ৰ ফালে চালো৷ সি বেচেৰা অসহায় অথচ ভোকাতুৰ এক চাৱনিৰে মোৰ ফালে চাই আছিল৷ পৰিবেশটো সহজ কৰিবলৈ তাক ইষৎ হাঁহিৰে কলো “আৰম্ভ কৰা বিজয়! |
আজি দুয়োগৰাকী অভিযুক্তৰে ১০দিনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰিব । |
হে হৰি, মৰতী জনীয়ে চৰ্তকাট মাৰি ব্ৰজেনক ব্র’ কৰি থলে। |
ক’লে- সন্ত্ৰাসবাদী যুদ্ধৰত হাৰিলে বাবেই পুণৰ আক্ৰমণ কৰি আছে। |
অকালতে মৃত্যু হ’ল ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী ৩৫ বছৰীয়া ৰূপম কলিতাৰ। |
অৰ্থাৎ ৩৮১৮৫ টা ভোটৰ ব্যৱধানত জয়ী হয় নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়া। |
যথা সময়ত অভিনন্দনক পাকিস্তানে ওভোতাই দিলে৷ বা-বাতৰিবোৰ হূদয়ংগম কৰি গ’লোঁ৷ পুনঃ পুনঃবাৰ নতুন ধৰণে অনুভৱ কৰিলোঁ নিজৰ ভিতৰত গভীৰ দেশপ্রেম, নিজকে বীৰ-সাহসী যোদ্ধাৰ দেশৰ মানুহ বুলি গর্বিতও হ’লোঁ৷ |
আপুনি এবাৰো নাভাৱে আপোনাৰ সন্তানেও মানসিক যন্ত্ৰণা সহিব নোৱাৰি,আপোনজনক হেৰুওৱাৰ ত্ৰাসত আত্মহত্যাৰ দৰে কষ্টকো সহিব পাৰিব বুলি। |
» ১৯৫৯ চনৰ আজিৰ দিনটোত সাহিত্যিক ড° পৰমানন্দ ৰাজবংশীৰ জন্ম হয়। |
ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকজনে শ্বিলঙত দলৰ কাৰ্য্যলয়ৰ আধাৰশিলা স্থাপন কৰাৰ পিছত বুধবাৰে গাৰো পাহাৰ ভ্ৰমণ কৰিব। |
ঝিয়াংচুঃ হঠাৎ লাজত মূৰ তল কৰিলে পথচাৰীসকলে। |
প্ৰতিশ্ৰুতিৰ ফুলজাৰিৰে পুনৰ উপচাব। |
বিজনীৰ বৰপথাৰ মধ্য ইংৰাজী বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণত খেলিমেলিৰ অভিযোগ। |
লল্লনে গাঁৱত চিঞৰি চিঞৰি কান্দি কৈ আছিল, |
বোকাখাত মহকুমা নিৰ্বাচনী বিষয়া নিশিতা বৰা , বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হেৰম্ব বাৰুকিয়ালেও একোটা কৈ গছপুলি ৰোপণ কৰে। |
তেওঁৰ মায়াময় এই শব্দৰ মূৰ্চনাই আকৰ্ষণ কৰে সকলোকে। |
এই তীব্ৰবেগী বতাহজাক আজি ২:৩০ বজাত কলকাতাৰ পৰা ১৮৫ কিলোমিটাৰ আছিল। |
ইতিমধ্যে কেইবাটাও ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় ৰেকৰ্ড আৰু সন্মাৰ গৰাকী হোৱা শিৰোমণি দলেয়ে জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তীত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই “মিছন শ্বহীদ কমলা মিৰি” নামৰে কমলা মিৰিৰ ৬ খন ছবি, মহাত্মা গান্ধীৰ ১ খন আৰু ভগৎ সিঙৰ এখনকৈ ছবি নাকেৰে অংকন কৰে ঢকুৱাখনাৰ পৰা জোনাইলৈ চলন্ত স্কুটিৰ ওপৰত। |
শাওণৰ কুৰিদিনত আগতে মানুহে খেতি সামৰে । |
গিৰিজনি ১৯৮৭ ৰমাকান্ত বৰবৰুৱা |
ঠিক তেনেদৰে কাশ্মীৰত মাত্ৰ ৭ শতাংশ মানুহেহে ভোটদান কৰিছিল। |
অৰ্ণৱৰ মূৰটো এনেই গৰম হৈ থাকে, তাতে এই ছাৰৰ নিমন্ত্ৰণ পালে উতলি উঠে৷ ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি৷ কণা বিধিৰো যদি হৃদয় বোলা অংশবিধ কেনেবাকৈ ক’ৰবাত আছে, এই ছাৰৰ নাই৷ |
ষ্টাফৰিপৰ্টাৰ, ৮ মাৰ্চ, মহানগৰীত ৰাজ্যিক অতিথিশালৰ আধাৰশিলা আজি স্থাপন কৰা হৈছে। |
আবণ্টিত হোৱাৰ লগতে ড’নাৰ মন্ত্র্যালয়ে আবণ্টিত ধনৰ ৮৩৪.১৮ কোটি টকা মোকলাই দিছে৷ মোকলাই দিয়া ধনৰ ভিতৰত গড়কাপ্টানী বিভাগে ৭১৪.৩৬ কোটি টকা ব্যয় কৰি ৯৮টা পথ নির্মাণৰ আঁচনি ৰূপায়িত কৰাৰ তথ্য দাখিল কৰিলেও ৰূপায়িত হোৱা আঁচনিসমূহৰ ভিতৰত বৃহৎসংখ্যক আঁচনি নির্মাণৰ এবছৰৰ ভিতৰতে জহি-খহি গৈছে৷ বিভাগটোৱে এতিয়াও অন্য ৭৬খন আঁচনি ৰূপায়ণ কৰিবলৈ বাকী আছে৷ |
এই ‘আশাৰ সেউজীয়া নিচান’ উৰুৱাই শুকুলা ঘোঁৰাত উঠি জিতেন ডেকা হঠাতে গুচি গ’ল দূৰ-দূৰৰ নেদেখা দেশলৈ৷ তেওঁ বহু আগতেই কৈ থৈছিল–‘মোৰ বাবে নেথাকিবা ভাবিûসমাধিত মোৰûনজ্বলাবা চাকি’ |
লংকাঃ ৰাজ্যৰ পৰিবৰ্তনকামী চৰকাৰখনে যিটো সময়ত ৰাজ্যৰ পঞ্চায়ত সমূহক দুৰ্নীতি মুক্ত কৰি তোলাৰ আশ্বাস দি আহিছে, সেই সময়ত হোজাই জিলাৰ উদালী উন্নয়ন খণ্ডৰ অন্তৰ্গত উদালী গাঁও পঞ্চায়তৰ একাংশ পঞ্চায়ত প্ৰতিনিধি আৰু চৰকাৰী বিষয়াৰ দুৰ্নীতিৰ তথ্য পোহৰলৈ অহাৰ লগে লগে এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। |
“এখন বিয়াত পৰিয়ালৰ সদস্যৰ মাজতো কিছু কথাত মত বিৰোধ থাকে। |
শীতৰ দিন তেতিয়া । |
অসমৰ মুঠ ৯খন জিলা তিনিচুকীয়া, কাৰ্বি আংলং, ডিব্ৰুগড়, যােৰহাট, কৰিমগঞ্জ, গােৱালপাৰাতাে তেওঁ এই পদ্ধতিৰ প্রশিক্ষণ দিছে। |
আমি ৮ জন ল’ৰা ৰাতিটো কটোৱাৰ বাবে তিনিচুকীয়া চহৰস্থিত ‘জগদম্বা হোটেল’ত চাৰিটা ৰুম ঠিক কৰি আমাৰ বাবে ৰৈ আছিল তিনিচুকীয়া চহৰৰ আমাৰ অচিনাকী সুহৃদ আস্তিক বৰঠাকুৰ দা। |
আমেৰিকাৰ পৰা প্ৰকাশিত জনপ্ৰিয় আৰু বিশ্ব সমাদৃত দা নিউয়ৰ্ক টাইমছ মেগাজিনত প্ৰকাশ পোৱা এটা অনুসন্ধানমূলক প্ৰতিবেদনত ৰামদেৱৰ পতঞ্জলিৰ অসমস্থিত মেনেজাৰে অসমৰ মানুহৰ বিষয়ে হীন মন্তব্য কৰাৰ বিষয়ে প্ৰকাশ হোৱাত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছে। |
অনুষ্ঠানত সংগীত নাটক অকাডেমী বঁটা প্ৰাপক মুখাশিল্পী হেমচন্দ্ৰ গোস্বামীকো সম্বৰ্দ্ধনা জনোৱা হয়। |
com | কোকৰাঝাৰঃ অসমৰ ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখীয়ে তিনিদিনীয়া ভ্ৰমণসূচীৰে বুধবাৰে কোকৰাঝাৰত উপস্থিত হয়। |
চি গ্ৰুপত ভাৰত, বাংলাদেশ, ম্যানমাৰৰ লগতে আৰু আছে চুবুৰীয়া নেপাল। |
Home > ডবকাত চৰকাৰী দৰৱৰ ৰমৰমীয়া ব্যৱসায় |
সভাত বাওঁপন্থী নেতা ৰবীন মিশ্ৰই ভাষণত প্ৰয়াত শিক্ষক কৃষ্ণকান্ত শৰ্মাক স্মৰণ কৰি তেওঁৰ সংঘাতময় বৰ্ণাঢ্য জীৱনটোৰ ওপৰত আলোকপাত কৰে। |
উল্লেখ্য যে কে চি গগৈ পথটো ন্যায়ধীশ ৰঞ্জন গগৈৰ স্বৰ্গীয় পিতৃ কেশব চন্দ্ৰ গগৈৰ নামেৰে নামাংকৃত কৰা হৈছে। |
গহপুৰৰ এছ ডি পি অ’ তিলক দাসৰ এই মহানুভৱতাক আটছা নেতা নিলোৎপল ৰবি দাস, ৰীতা গোৱালাৰ পৰিয়াল বৰ্গৰ লগতে শুভাকাংক্ষীসকলে শলাগ লৈছে |
আজি গোলাঘাট গড়কাপ্তানি বিভাগৰ অতিথিশালা সভাকক্ষত ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত বিজেপিৰ হৈ প্ৰচাৰ চলোৱা গোলাঘাটৰ ১৩ জন দলীয়কৰ্মীক আদৰণি জনাই বিজেপিৰ বিধায়ক মৃণাল শইকীয়াই দাবী কৰে যে ত্ৰিপুৰাৰ দৰে মিজোৰামতো বিজেপিয়ে চৰকাৰ গঠন কৰিব। |
♦ বেদব্ৰত বৰাৰ 'একমত’ত বহু কথা |
: ধনীয়া নিবলে কি আনিছ? |
আমাৰ প্রাপ্য কিজানি সিমানেই! |
সমগ্ৰ দেশৰ জনতাই ছাত্ৰ সমাজৰ ওপৰত চলা দুৰ্বৃত্তৰ আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলিছে। |
গতিকে আমি প্রযুক্তি ব্যৱহাৰ কৰা মানুহবিলাকে আধুনিক জীৱন তথা মনৰ লগত খাপ নোখোৱা এই কথাবোৰ আঁতৰাবৰ কাৰণে আমাক নিয়োজিত কৰিব লাগে৷ |
আয়োজকসকলে জনোৱা মতে প্ৰদৰ্শনীটোত উদীয়মান, প্ৰতিষ্ঠিত আৰু যশস্বী–এই তিনিধৰণৰ ডিজাইনাৰে অংশ গ্ৰহণ কৰিব। |
তেজপুৰৰ বিশেষ প্রতিনিধি: চি বি এছ ইৰ আজি ঘোষিত দশম শ্রেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলত তেজপুৰৰ গুৰুকুল বিদ্যালয়ে পূর্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি পুনৰ সুনাম কঢ়িয়াই আনিছে৷ বিদ্যালয়খনৰ পৰা অৱতীর্ণ হোৱা ১০৫গৰাকী পৰীক্ষার্থীৰ ভিতৰত ১০৩গৰাকীয়ে সুখ্যাতিৰে উত্তীর্ণ হোৱাৰ লগতে বিদ্যালয়খনৰ ১২গৰাকী ছাত্র-ছাত্রীয়ে ৯০ শতাংশতকৈও অধিক নম্বৰ লাভ কৰিছে৷ |
ইমান দুঃসাহস এই নাৰীৰ, খঙত অমৰিশ পুৰীৰ ভয়চত উত্তৰ দিলে- |
*নিজৰ সামর্থ অনুসৰি ব্যায়াম কৰিব লাগে। |
আজি আমাৰ কৰ্মই কাইলৈ আমাৰ উত্তৰ পুৰুষৰ পৰিবেশ সুন্দৰ কৰিব। |
আনহাতে, ৩১১০জন লোক আক্ৰান্ত হৈছে এই ৰোগত। |
এইবাৰৰ পৰীক্ষাৰ ফলাফল চলিত মাহতে ঘোষণা কৰা হ’ব বুলিও সংবাদমেলত সদৰী কৰে মন্ত্ৰীগৰাকীয়ে। |
গাহৰিয়ে জাপানীজ এনকেফেলাইটিছৰ ভাইৰাছ বহন কৰাৰ সম্ভাৱনা বেছি। |
একেবছৰতে জোনবেলি সলোৱাম |
এই গাওঁখনতে বিগত সপ্তাহত ভূমিস্খলনৰ ফলত প্ৰায় ১৫০ গৰাকী লোক তিনি দিনৰ আবদ্ধ হৈ ৰৈছিল৷ পৰৱৰ্তী সময়ত বায়ু সেনাৰ লোকে উদ্ধাৰ কৰিছিল লোকসকলক৷ |
আবকাৰী বিভাগৰ ব্যাপক কেলেংকাৰিৰ সৈতে জড়িত বিষয়া অমৰেন্দ্র নাথ চিকিৎসাধীন হৈ আছে চেন্নাইৰ এপল’ হস্পিটেলত৷ কঁকালৰ বিষত আক্রান্ত হৈ চিকিৎসাধীন হৈ থকাৰ কথা জানিব পৰা গৈছে৷ উল্লেখযোগ্য যে অমৰেন্দ্র নাথক দেখা মাত্রেই গ্রেপ্তাৰৰ নির্দেশ দিছিল চি আই ডিৰ অতিৰিক্ত সঞ্চালকে৷ বি জি বণ্ডেড ৱেৰ হাউছৰ ৪০ কোটিটকীয়া কৰ ফাকিৰ কেলেংকাৰিৰ সৈতে আবকাৰীৰ অধীক্ষক অমৰেন্দ্র নাথ প্রত্যক্ষভাৱে জড়িত থকাৰ কথা প্রমাণ হোৱাৰ পাছতো ৰহস্যজনকভাৱে বিষয়াজনক গ্রেপ্তাৰ কৰা হোৱা নাছিল৷ মাথোঁ বিচাৰি নোপোৱাৰ অজুহাত দেখুৱাই গ্রেপ্তাৰ কৰা হোৱা নাছিল৷ যাৰ পৰিপ্রেক্ষিতত অমৰেন্দ্র নাথক গ্রেপ্তাৰ কৰিবলৈ কঠোৰ নির্দেশ দিছিল মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ মুখ্যমন্ত্রী সোণোৱালৰ নির্দেশত অলপতে চি আই ডিৰ অতিৰিক্ত সঞ্চালকপ্রধানে অমৰেন্দ্র নাথক দেখা মাত্রেই গ্রেপ্তাৰ কৰাৰ বাবে সকলো আৰক্ষী অধীক্ষকলৈ নির্দেশনা জাৰি কৰে৷ মুখ্যমন্ত্রীৰ নির্দেশত চি আই ডিৰ অতিৰিক্ত সঞ্চালকপ্রধানে গ্রহণ কৰা এনে কঠোৰ স্থিতিত থৰ-কাছুটি হেৰুৱাইছে অমৰেন্দ্র নাথে৷ যাৰ পৰিপ্রেক্ষিতত চেন্নাইৰ এপল’ হস্পিটেলত চিকিৎসাধীন হৈ থকাৰ কথা জানিব পৰা গৈছে৷ চিকিৎসাধীন হৈয়ে জামিনৰ বাবে নাথে আপ্রাণ চেষ্টা অব্যাহত ৰাখিছে৷ এক সূত্রৰ পৰা জনা মতে অধিবক্তাৰ পৰামর্শ অনুসৰি বেমাৰৰ ভাও জুৰি এপল’ হস্পিটেলত ভর্তি হৈছে৷ যিহেতু চিকিৎসাধীন অৱস্থাত গ্রেপ্তাৰ কৰিলেও নাথক চিকিৎসালয়তে জামিন দিব লাগিব, সেয়ে নিশ্চিন্তমনে চিকিৎসালয়ৰ পৰা জামিনৰ কুচকাৱাজ বাহাল ৰাখিছে৷ কিন্তু প্রশ্ন হ’ল– অমৰেন্দ্র নাথ চিকিৎসাধীন হোৱাৰ পূর্বে তেওঁক কিয় গ্রেপ্তাৰ কৰা নহ’ল? |
অহা ৫ মাহৰ ভিতৰত এইসমূহ গৃহত বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰা হ’ব। |
এনেকুৱা ধোংগী বাবা বহুত দেখিলো জীৱনত। |
সাংসদ কৃপানাথ মাল্লই কয়, সংখ্যালঘুসকলৰ ২৫ৰ পৰা ৩০ শতাংশ আৰু বাগানৰ ১০০ ভাগৰ ১০০ শতাংশ ভোটেই বিজেপি দলে লাভ কৰি বিজয় মালাকাৰে পঞ্চাশ হেজাৰৰো অধিক ভোটত জয়ী হ’ব। |
সুচল বাট-পথ নিৰ্মাণ নকৰাৰ বাবে এই সিদ্ধান্ত গাঁওবাসীৰ। |
অন্যথা কঠিন আন্দোলন গঢ়ি তুলা হব বুলিও হুমকি দিয়ে। |
তথাপিতো প্ৰভুলৈ সেৱা এটা জনাই ভয়ে ভয়ে সুধিলোঁ, |
কিন্তু হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখনে এটা ডিভাইডাৰত খুন্দা মাৰে ৷ ভয়ংকৰ দুৰ্ঘটনাটোত গাড়ীখন ভাগি চূৰ্ণ-বিচূৰ্ণ হোৱাৰ লগতে হৰিকৃষ্ণ মৃত্যু মুখত পৰে ৷ অন্ধ্ৰৰ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, ঘণ্টাত ১৬০ কি. মি. বেগত গাড়ী চলাইছিল হৰিকৃষ্ণই ৷ |
মিষ্টাৰ ৰাজকুমাৰ! |
চানা খোৱাই নহয়, সেই দোকানৰ সন্মুখত ৰৈ আড্ডা দিয়াতো বহুতৰ বাবে নিচা। |
তুষাৰ মেহতাই কয় যে চিদাম্বৰমে কোনো নথি-পত্ৰ প্ৰদান কৰা নাই। |
উঠি গৈ খিৰিকীখন বন্ধ কৰি দিলোঁ৷ দিনকাল বেয়া চলি আছে৷ কিছুদিন ধৰি ক’লা মেকুৰী এটাই ঘৰৰ বাহিৰে ভিতৰে ঘূৰাঘূৰি কৰি আছে৷ আজি আকৌ ওলাল এইখন! |
আত্মসমৰ্পণকাৰী সদস্য গৰাকী ইন্দ্ৰজিৎ গগৈ ওৰফে তেজ অসম। |
বিতর্কৰ আৱর্তত সোমাই পৰিছে ভাৰতীয় ক্রিকেট দলটোৰ অধিনায়ক বিৰাট কোহলী৷ ২০১৩ চনত উত্তৰাখণ্ডত হোৱা প্রলয়ংকৰী বানৰ বাবে কেন্দ্রীয় চৰকাৰে দিয়া পুঁজিৰ পৰা পর্যটন বিভাগৰ এক বিজ্ঞাপনত অংশগ্রহণ কৰাৰ বাবে ৰাজ্যিক চৰকাৰে উক্ত পুঁজিৰ পৰাই কোহলীক ৪৭.১৯ লাখ টকা মুকলি কৰি দিয়াৰ অভিযোগ উঠিছে৷ উক্ত ধনৰাশি গায়ক কৈলাস খেৰৰ প্রডাক্সন কৈলাছা এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ জৰিয়তে ২০১৫ চনতে কোহলীক প্রদান কৰা বুলি আৰ টি আইৰ জৰিয়তে জানিব পৰা গৈছে৷ উল্লেখযোগ্য যে কোহলীক উক্ত ভিডিঅ’ত উত্তৰাখণ্ডৰ ব্রেণ্ড এম্বেছেডৰ হিচাপে দেখুওৱা হৈছিল৷ আৰ টি আইৰ কর্মী তথা বিজেপি-নেতা এজেন্দ্রা অজয়ে ইয়াক হৰিশ ৰাৱট চৰকাৰৰ পুঁজিৰ অপব্যৱহাৰ বুলি অভিযোগ তুলিছে৷ |
-গুৱাহাটীৰ কত |
অনুষ্ঠানটোত বিশিষ্ট বুদ্ধিজীৱি তথা সাংবাদিক অদীপ ফুকনে অংশ গ্ৰহণ কৰি ৰাজ্য কঁপোৱা চুলাই কাণ্ডৰ এক উচ্চ পৰ্যায়ৰ তদন্ত বিচৰাৰ লগতে প্ৰজন্মৰ পিছত প্ৰজন্মৰ ধ্বংসকাৰী এই সুৰাৰ ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে। |
আৰম্ভণিৰ দিনা সমাৰোহখন উদ্বোধন কৰিব জনপ্ৰিয় অভিনেত্ৰী উৰ্মিলা মহন্তই। |
Home > নলবাৰী চক বজাৰ কমাৰ্চ কলেজ সংযোগী পথৰ কদৰ্যময় ৰূপঃ পথত সৃষ্টি পুখুৰী সদৃশ প্ৰকাণ্ড গাঁত |
কাশ্মীৰত বিজেপিৰ অভিযানৰ মূল মানুহ হৈছে দলৰ সম্পাদক মাৰ মাধৱ৷ ‘হিন্দুস্তান টাইমছ’ৰ শেহতীয়া এটা সাক্ষাৎকাৰত ৰাম মাধৱে কৈছিল কাশ্মীৰৰ অশান্তি বৃদ্ধিয়ে চৰকাৰ ‘আচৰিত কৰি তুলিছে’়, এই কথাত আচৰিত হৈছোঁ়, ৰাম মাধৱে কিমানজন কাশ্মীৰীৰ সৈতে কথা পাতিছ়ে, কাৰণ আনকি যেতিয়া পৰিস্থিতি বাহিৰৰ পৰা শান্ত যেন দেখি তেতিয়াও বিগত বছৰবোৰত তেওঁলোকৰ থূপ খোৱা ওজৰ-আপত্তিৰ বাবে জন্মা ক্ষোভৰ জুই তলে তলে উমি উমি জ্বলি থাকে৷ ৰাম মাধৱে কৈছিল যিহেতু ‘বাট-পথত তেনে উদগীৰণৰ কোনো পূর্বাভাস নাছিল, সেয়ে পৰিস্থিতি কিদৰে চম্ভালা হ’ব সেই বিষয়ে এক ধৰণৰ দোধোৰ-মোধোৰ অৱস্থা আছিল৷’ |
আঁতৰৰ পৰা দেখিলে পূৰ্বে বিভিন্ন ধৰণৰ নিৰ্মাণমূলক কামৰ সৈতে জড়িত উদ্যোগ যেন নালাগে এইটো। |
তাৰ পিছত আহি পৰে দৰা-কইনাক বিদায় দিয়াৰ সময়৷ কলপটুৱাৰ বেইত তুলি সকলো ৰাইজ বিবাহযাত্রী হৈ এখন সুখৰ সংসাৰৰ কামনাৰে আৰু এজাক বৰষুণৰ আশাত দৰা-কইনাক বুঢ়ীদিহিঙৰ বুকুত উটুৱাই দিয়ে৷ উভতি অহাৰ সময়ত সকলো শোকত ম্রিয়মাণ হৈ যায়৷ ঘৰৰ পৰা আপোন জীয়ৰীক উলিয়াই দিয়াৰ দৰে বেদনা৷ খুড়ী-পেহীহঁতে চিঞৰি চিঞৰি কান্দে৷ (অৱশ্যে সেই কান্দোন সঁচা আছিল নে মিছা আজিলৈকে নাজানিলোঁ৷ কিন্তু দুখ যে লাগিছিল সেইটো কথা মোৰ সেই সৰু বয়সতো অনুভৱ কৰিব পাৰিছিলোঁ৷) সেই সময়ত প্রযুক্তিবিদ্যাই গাঁৱত প্রৱেশ কৰা নাছিল, ম’বাইল ফ’ন নাছিল, টেলিভিছনো আঙুলিৰ মূৰত লেখিব পৰা আছিল৷ কিন্তু মানুহৰ মনবোৰ ডাঙৰ আছিল৷ সকলোৱে সকলোৰে সুখ-দুখৰ খবৰ ৰাখিবলৈ অফুৰন্ত সময় আছিল৷ সকলোৱে আনৰ সুখত হঁাহিছিল, দুখত কান্দিছিল৷ |
গীতত কণ্ঠ নিগৰাইছে জুবিন গাৰ্গে। |
বৃহস্পতিবাৰে প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য বৃদ্ধি হৈ ৭৭.৪২ টকা হয়৷ আনহাতে, প্ৰতি লিটাৰ ডিজেলৰ দাম ৬৯.৭০ টকালৈ বৃদ্ধি পায়৷ এই বৃদ্ধি বিগত চাৰি দিনত চতুৰ্থবাৰৰ বাবে হয়৷ ইয়াৰ পূৰ্বে বুধবাৰে প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য ৭৭.১৯ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ৬৯.৪৭ টকালৈ বৃদ্ধি হৈছিল৷ |
’ আনকি নগেন শইকীয়াই তেওঁৰ এটা প্ৰবন্ধত লিখিছিল- ‘পূব বংগৰ কঠিত ভাষা এটা অসমীয়া মিশ্ৰিত ৰূপ ব্যৱহাৰ কৰি থাকিলেও সকলো সামাজিক ব্যৱহাৰিক জীৱনত অসমীয়া ভাষা নিজৰ কৰি ল’লে আৰু এনেকৈ বৃহত্তৰ অসমীয়া সমাজৰ এটা অংগত পৰিণত হ’ল। |
ইয়াৰ জৰিয়তে গ্ৰাহক সকলে কমপক্ষেও ৩০% ডাটা বচাব পাৰিছে বুলি খবৰ পোৱা গৈছে৷ শীঘ্ৰে বিশ্বৰ সকলো প্ৰান্ততে উপলব্ধ হব এই এপ৷ |
চৈয়দ চাদুল্লা |
মাদকদ্রব্য , ড্রাগছ ইত্যাদিৰ প্রলোভন দি যুৱক সকলক সৰবৰাহ কৰা হৈ থাকে । |
ভুল নুবুজিব আৰু আপোনাৰ ভাগিনীকো ক’ব কথাটো ভুল বুজি নাথাকে যেন! |
বুকুৰ অস্বাভাৱিক বিষৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা বুলি জানিব পৰা গৈছে। |
উল্লেখযোগ্য যে ৰাজ্যখনত কংগ্ৰেছৰ বিধায়কসকলৰ মাজত যথেষ্ট অসন্তুষ্টিয়ে দেখা দিছে আৰু তাৰ ফলত কেইবাজনো বিধায়কে ইতিপূৰ্বে এন পি পি দলত যোগদান নিশ্চিত কৰিছে। |
• মহাদেৱ অত্যন্ত শক্তিশালা আৰু পেশীবহুল শৰীৰৰ অধিকাৰী। |
কিন্তু প্ৰধানমন্ত্ৰীৰ এগৰাকী অনুৰাগীয়ে মোডীৰ জন্মদিনটো পালন কৰিলে ব্যতিক্ৰমভাৱে। |
অভিযানৰ সময়ত যদি কোনো লোকে য’তে-ত’তে ধঁপাত সেৱন, পিক পেলোৱা, শিক্ষানুষ্ঠানৰ ১০০ গজৰ ভিতৰত ধঁপাত জাতীয় সামগ্রী বিক্রী কৰা ধৰা পৰিলে তেনে ব্যক্তিৰ বিৰুদ্ধে চিগাৰেট আৰু অন্যান্য ধঁপাত জাতীয় আইন ২০০৩ৰ অধীনত ব্যৱস্থা গ্রহণ কৰা হ’ব৷ ড০ সিঙে সভাত সকলো কার্যালয়, শিক্ষানুষ্ঠানক সম্পূর্ণৰূপে ধঁপাতমুক্ত অঞ্চল হিচাপে ফলক লগোৱাৰ ব্যৱস্থা কৰিবলৈ সংশ্লিষ্ট বিভাগক নির্দেশ দিয়ে৷ লগতে সভাত ‘ইয়েল্লো লাইন কেম্পেইন’ৰ বিষয়ে আলোচনা কৰা হয়৷ আনহাতে প্রতিখন বিদ্যালয়তে ধঁপাতমুক্ত বিদ্যালয় কমিটী গঠনৰ লগতে ব্যাপক সজাগতা অভিযান চলোৱাৰ ব্যৱস্থা গ্রহণ কৰিবলৈ জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদর্শকক অনুৰোধ জনোৱা হয়৷ |
আৰু অকলে থকাৰ সুযোগ গ্ৰহণ কৰি ছাদ উদ্দিনে যুৱতীৰ হাতত ধৰি এটি কোঠালৈ লৈ গৈ বলপূর্বকভাবে ধর্ষণ কৰে আৰু পাছত কাঠৰ লাঠীৰে যুৱতীগৰাকীৰ মূৰত আঘাত কৰি প্রাণে মৰাৰ চেষ্টা কৰে। |
মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত নিউ কলনীস্থিত আহমেদ খান নামৰ সুদখোৰ জনৰ বাতৰি প্ৰকাশ পোৱাৰ পিছত বিগত ১২ দিনে আত্মগোপন কৰি থকাৰ কথা জানিব পৰা গৈছে । |
. . ডেৰ বছৰৰ পাছত পুনৰ ওকালতিলৈ উভতি যাব ‘খিলঞ্জীয়া নেতা’ উপমন্যু হাজৰিকা |
এই মন্তব্য দিল্লী মহিলা আয়োগৰ। |
মূখ্য প্ৰশাসক বিজয় মহন্তই – যি যিমান ধন সংগ্ৰহ কৰিব তাৰ ২০% নিজে ৰাখি থব পাৰিব বুলি জাননী দি দিলে। |