text
stringlengths
10
210k
জ্যেষ্ঠ বিজেপি নেতা ৰঞ্জিত কুমাৰ দাস দ্বিতীয়টো কার্যকালৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে নির্বাচিত হৈছে৷ আজি দাসক আনুষ্ঠানিকভাৱে পুনৰবাৰ তিনি বছৰৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব অর্পণ কৰা হয়৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্রীশ্রীমাধৱদেৱ আন্তঃৰাষ্ট্রীয় প্রেক্ষাগৃহত কেন্দ্রীয় মন্ত্রী ধর্মেন্দ্র প্রধান, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, অসম মন্ত্রীসভাৰ সদস্য, বিজেপি দলৰ সাংসদ, বিধায়ক, জিলা সভাপতিসকলৰ উপস্থিতিত সাংগঠনিক নির্বাচনৰ ফল ঘোষণা কৰি ক্রমাগতভাৱে দ্বিতীয়বাৰৰ বাবে ৰঞ্জিত দাসক ৰাজ্যিক বিজেপিৰ সভাপতিৰ আসনত স্থলাভিষিক্ত কৰা হয়৷ প্রণিধানযোগ্য যে বিগত তিনি মাহ ধৰি ৰাজ্যিক বিজেপিৰ যি সাংগঠনিক নির্বাচনী প্রক্রিয়া চলি আছিল, সেয়া আজি ৰাজ্যিক সভাপতি নির্বাচনৰ জৰিয়তে সামৰণি পৰে৷ লক্ষণীয় যে ৰাজ্যিক সভাপতিৰ নির্বাচনী প্রক্রিয়া যোৱা ১৫ ডিচেম্বৰৰ ভিতৰত সমাপ্ত হোৱাৰ কথা আছিল৷ কিন্তু ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইন-বিৰোধী প্রবল আন্দোলন চলি থকাৰ বাবে এই প্রক্রিয়া পিছুৱাই দিবলৈ বাধ্য হয় দলটো৷
Home > তেজপুৰৰ বেবেজিয়াত নগদ টকাসহ এজন আটক
সেউজীয়া কাৰ্বিপাহাৰ এতিয়া টকলা হোৱাৰ পথত ।
কামৰূপ জিলা পৰিবহন বিভাগ আৰু জিলা উপায়ুক্তই দিছে এই নিৰ্দেশ।
কাষতে বাহঁৰ ফালেৰে নিৰ্মিত বেঞ্চত লৰাহঁত বহে, আদ্দা মাৰে, চিগাৰেট হুঁপে, গুটখা খায় আৰু ছোৱালীও জোকায়।
নাজানো৷ কিন্তু এটা কথা হ’লে জানো- ৰাতি ৰাতি ইয়াত, মানে ঘৰটোত ভূত ওলায়৷ ঘৰটোৰ আগফালৰ বাৰাণ্ডাখনত কোনোবা ছোৱালীয়ে উচুপি উচুপি কান্দি থাকে৷ কেতিয়াবা আকৌ খিলখিলকৈ হাঁহি হাঁহি ৰাস্তাটো পাৰ হৈ যায়৷ ৰাস্তাৰে গৈ থাকিলে কোনোবাই পিছফালৰপৰা টান মাৰি ধৰে৷ ঘূৰি চালে কোনো নাই৷ আন্ধাৰ৷ এইবোৰ কাৰণতে মালিকে বহু চেষ্টা কৰিও ঘৰটো বিক্ৰী কৰিব পৰা নাই৷ ভূতৰ ভয়ত কোনেও কিনিবলৈ নাহে৷ এতিয়া কিজানি সেই আশা বাদে দিছে৷ সেইকাৰণে ঘৰটোও এনেকৈ পৰি আছে৷
সোমবাৰে পুৱা ৬ বজাৰ পৰা জিলা প্ৰেছ ক্লাৱৰ সদস্যৰ লগতে সংগঠন, স্বেচ্ছাসেৱী সদস্যসকলে হাতে হাতে ঝাড়ু, টুকুৰী, বেলচা আদি লৈ চহৰ খনৰ পদ পথৰ দুয়োকাষ পৰিস্কাৰ জাঁৱৰৰ দ'ম পৰিষ্কাৰ কৰি চহৰবাসীক সকাহ দিয়ে৷
তাৰ বিপৰীতে বিনিয়োজনৰ জৰিয়তে প্ৰায় ১ লাখ কোটি টকা চৰকাৰে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ বিক্ৰী কৰি সংগ্ৰহ কৰা হ’ব বুলি দেখুৱাইছে।
২০০২ চনতেই কবিতাক লৈ এখন মুকলি চিঠি লিখিছিল নীলিম কুমাৰ আৰু ফণীন্দ্ৰ কুমাৰে।
আমেৰিকাৰ অনাথালয়ত অগ্নিকাণ্ড, ১৯ যুৱতীৰ মৃত্যু
লগে লগে বাহিনীৰ লোকসকল তাৎক্ষণিকভাৱে ঘটনাস্থলীলৈ বুলি ৰাওনা হয়।
ইফালে শিলচৰৰ মুকেশ দাস নামৰ এজন বেচৰকাৰী প্ৰতিষ্ঠানৰ ছুপাৰভাইজাৰ মুকেশ দাসে এক্সিছ বেংকৰ পৰা চাৰি লাখ টকা উলিয়াই আহি থকাৰ পথত শিলচৰৰ আর্বত ভৱনৰ সম্মুখৰ পৰা বাইকত অহা দুটা দুৰ্বৃত্তই থাপ মাৰি টকাখিনি লৈ যায় ।
ফিৰোজে এইবাৰ ভদ্ৰতাৰ খাতিৰত ক্লাউসক ক’লে,
ঘটনাৰ বিৱৰণ অনুসৰি, কাৰ্বি আংলং জিলাৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত পাৰখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কালি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ক্লাষ্টাৰ ভিত্তিত বিজ্ঞানৰ প্ৰদৰ্শনী আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল ।
বাপুকনৰ খং শাম কটা যোৱা দেখা নগ’ল৷ ভেকাহী মাৰি বীৰেণ বৰ্তাক ক’লে-
আটকাধীন দুই কেডাৰৰ নাম ক্ৰমে ফুনুখা নাৰ্জাৰী আৰু প্ৰসেন দৈমাৰী বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।
’- এই মন্তব্য মেঘালয়ৰ ৰাজ্যপালৰ তথাগত ৰয়ৰ।
দাদা মোতকৈ ওখ গতিকে সি আগতেই শিকিছিল ওপৰত মানে ছিটত বহি চলাবলৈ।
ডান্তেৱাড়াত কৰিলে আত্মসমপৰ্ণ।
অগপৰ বিধায়ক থকা সমষ্টিত উন্নয়ন মূলক কাম-কাজবোৰ হোৱা নাই, কিছু পৰিমাণে বাধাগ্ৰস্ত হৈছে।
এই ভাইৰাছ অন্য ১৮ খন দেশলৈও সংক্ৰমণ ঘটাত বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি হৈছে।
কি এক প্রাণস্পর্শী দৃশ্য আছিলহ্ল
বৰপেটা-কাছাৰত টকা দিলেই পোৱা যায় জন্ম-মৃত্যুৰ প্ৰমাণ পত্ৰ, অভিযোগ অসমীয়া যুৱ মঞ্চৰ [1]
ভোগেশ্বৰ বৰুৱাঃ হয়, ১৯৬৫চনত সেই অভিলেখৰ গৰাকী হৈছিলো মই।
তেওঁ পুনৰ কয় যে গেট মেনৰ দায়িত্ব কেৱল ৰে’ল গেটতহে।
মৰণ-চীৎকাৰ…সকলো একাকাৰ হব মোৰ
এই দেশ শংকৰ-আজান ফকিৰৰ দেশ।
তাৰ পিছতে অখিলে ভাৰতৰ চৰকাৰৰ টোলগে'ট বহুওৱা নীতি সন্দৰ্ভত নগাঁও জিলা প্ৰশাসনক পাঠ পঢ়ায়।
ঃ প্রতিমা বৰুৱাই আকাশবাণীত গান গাবলৈ অহাত তেওঁক গানৰ ভাষা অসমীয়া কৰি ল’বলৈ কোৱা হৈছিল৷ কিন্তু আজি সেই ভাষা গ্রহণ কৰি লৈছোঁ আমি সকলোৱে৷
কিন্তু এইবাৰ ৰাজনীতিক লৈ চৰ্চালৈ অহা নাই মুখ্যমন্ত্ৰীগৰাকী।
আনহাতে, কেইবাটাও বাসগৃহ লণ্ড-ভণ্ড কৰে বন্যহস্তীৰ জাকটোৱে ৷
চত সোমোৱাৰ লগে লগে গছৰ ডালত কপৌ পাঁহো ফুলিছে।
দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা এনআৰচি প্ৰক্রিয়াক ব্যাহত কৰিবলৈ এক অসম বিৰোধী শক্তিশালী চক্ৰই অহোপুৰুষাৰ্থ  চলাই আছে।
হাতীৰ কৰিড’ৰসমূহত গঢ়ি তোলা বিভিন্ন বাট-পথ, ৰেল পথ, পকী দেৱাল আদিয়েও হাতীৰ স্বাভাৱিক জীৱন প্ৰণালীত প্ৰভাৱ পেলাইছে।
ছবিখনৰ প্ৰথম আৰু দ্বিতীয় খণ্ড ২০১৩ আৰু ২০১৫ বৰ্ষত মুক্তি লাভ কৰিছিল | ছবিখনৰ দ্বিতীয় খণ্ড চুপাৰহিট হল | নাচৰ ওপৰত আধাৰিত ছবিখনক অনুগামী সকলে বহুত পচন্দ কৰিচিলে | অনুৰাগী সকল উৎসাহেৰে ছবিখনৰ তৃতীয় খণ্ডৰ বাবে অপেক্ষা কৰি আছে |
মোডী চৰকাৰৰ এক বিশেষ সিদ্ধান্তই সম্ভৱ কৰি তুলিব এয়া।
সেয়েহে কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত উক্ত আইন ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থৰ পৰিপন্থী।
চাওক তেওঁৰ ভাষণৰ কিছু অংশ-
ইয়াৰ পূর্বে মিত্রজোঁটৰ প্রার্থীগৰাকীয়ে আজি পুৱা ঐতিহ্যমণ্ডিত বৰপেটা সত্রত সেৱা জনাই আশিস গ্রহণ কৰে৷ পাছত বৰপেটা পৌৰ সভাৰ খেলপথাৰৰ পৰা কেইবা সহস্র বিজেপি, অগপ, বি পি এফৰ নেতা-কর্মী তথা সমর্থকসকলে শোভাযাত্রা কৰি প্রার্থীগৰাকীক উপায়ুক্তৰ কার্যালয়লৈ লৈ আহে৷ মিত্রজোঁটৰ প্রার্থীগৰাকীয়ে মনোনয়ন-পত্র দাখিল কৰাৰ সময়ত তেওঁক সংগ দিয়ে অগপৰ সভাপতি অতুল বৰা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, পৰিবহণ আৰু উদ্যোগ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, বি পি এফৰ সাংসদ বিশ্বজিৎ দৈমাৰী, বৰপেটাৰ বিধায়ক গুণীন্দ্র নাথ দাস, পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবিন্দ্র কুমাৰ ডেকা, প্রাক্তন বিধায়ক ভূপেন ৰায়, বৰপেটা জিলা বিজেপিৰ সভাপতি-সম্পাদক ক্রমে শংকৰ চন্দ্র দাস আৰু নৱ কুমাৰ দাস, বজালী জিলা বিজেপিৰ সভাপতি ফণী পাঠক আদিয়ে৷
আজি কিছুদিনৰপৰা লক্ষ্য কৰিছে গোঁহাইয়নীৰ ঘৰত আন কোনোবা মহিলাৰ চিঞৰ বাখৰ৷ শইকীয়াই মানুহজনীৰপৰা গম পালে গোহাঁইয়নীৰ শাহুৱেক আহিছে৷
ডিজিটেল ডেস্কঃ সৌভাগ্যৰ বাবে মুদ্ৰা ওপৰলৈ দলিওৱাটো চীনত প্ৰচলিত এক পৰম্পৰা।
কেইমাহমানৰ আগতেই কম্পিউটাৰ অপাৰেটৰ গৰাকীক ইয়াৰ পৰা অন্য ঠাইলৈ বদলিৰ নিৰ্দেশ দিয়ে।
দেওবাৰে সন্ধ্যা ৫.৩০ বজাত হিমাই দৌৰিব সোণৰ পদকৰ বাবে।
তেওঁ আৰু কৈছে এ বিদ্যুৎ পৰিবাহী বেৰ দিয়াটো সমীচীন নহয় কাৰণ ইয়ে হাতীৰ স্বাভাৱিক পথত বাধা প্ৰদান কৰিব আৰু ইয়ে পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্যতা নষ্ট কৰিব।
উল্লেখ্য যে মহানগৰৰ যান বাহন আৰক্ষীয়ে যদিও কোনো কোনো ঠাইত এই অভিযান চলাইছে কিন্তু সকলো ঠাইতে কঠোৰ দৃষ্টি ৰাখিবলৈ সক্ষম নোহোৱাত চানমাৰি, উজানবজাৰ, কমাৰ্চ পইন্ট, বামুণীমৈদামকে ধৰি কেইবা ঠাইতো ফাকুৱাৰ নামত যুৱ উশৃংখলতা সৃষ্টি হোৱা দেখা যায়।
উচ্চ ৰক্তচাপজনিত কাৰণত লোকজনৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে, যদিও মৰণোত্তৰ পৰীক্ষাৰ পাচতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব৷
এতিয়া মজুৰি উপদেষ্টা ব’ৰ্ডৰ নামত চৰকাৰে ভেঁকোভাওনাৰ আশ্ৰয় লৈছে বুলি উল্লেখ কৰি দাসে কয়- চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি ৩৫০ টকাৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহ’ব।
উৰাজাহাজ এৰিবৰ সময় ওচৰ চাপিছে।
ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ লেহেমীয়া ভূমিকাত অসন্তুষ্টি প্ৰকাশ কৰিছে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই।
ফটাঢোল, আগষ্ট সংখ্যা, ২০১৭
২২ বছৰ বয়সীয়া প্ৰতিপক্ষৰ খেলুৱৈগৰাকীয়ে তিনিওটা ৰাউণ্ডতে মেৰীকমৰ অভিজ্ঞতাৰ আগত প্ৰত্যাক্ৰমণৰ কৌশল প্ৰয়োগত ব্যৰ্থ হৈ পৰে।
১৮. পাটনা বিধানসভাৰ সমীপত শ শ শিক্ষকৰ প্ৰতিবাদ।
“আপোনালোকে ভুলকৈ ভাবিছে৷ সি বিদেশ ফুৰিবলৈহে গৈছিল৷ আমাৰ আগত সি তাকেই কৈ আছিল৷” – নৰেনৰ মাতত আটাইকেইজনে বাস্তৱলৈ ঘূৰি আহিল৷
গুৱাহাটী ১২ অক্টোবৰ
কিন্তু শেহতীয়াকৈ নিৰ্দেশ দিয়া হৈছে কোনো আৰক্ষীৰ লোকে যদি কৰ্তব্যৰত সময়ত সংশোধিত যান-বাহন আইনৰ নিয়ম উলংঘন কৰে তেন্তে তেওলোকে সাধাৰণ জনতাতকৈ দুগুণ জৰিমনা ভৰিব লাগিব।
‘ইয়াত ‘ৰ’টো নাই৷ সিহঁতৰ আকৌ ‘ৰ’টো হেনো বেলেগ৷ তাই ভাবিলে চাগে ময়ো বঙালী৷’
এনে প্ৰদৰ্শনী আৰু সজাগতাই সমাজৰ সকলোকে উপকৃত কৰিব বুলি মতপোষণ কৰে।
আপদীয়া পদ্য – ধৰ্মজ্যোতি ভট্টাচাৰ্য্য
(খ) নির্বাচনত প্রতিদ্বন্দ্বিতা কৰি নির্বাচিত হোৱা কোনো প্রার্থীৰ বিৰুদ্ধে বিচাৰ চলি থাকিলে তেনে ব্যক্তিক মন্ত্রিত্বত স্থান নাইবা কোনো গুৰুত্বপূর্ণ পদবীত নিযুক্তি দিয়াৰ পৰা বিৰত ৰাখিব লাগে৷
৩. দিল্লীৰ মোতী নগৰত নৃশংস হত্যাকাণ্ড।
ৱেষ্ট ইণ্ডিজ ভ্ৰমণ সামৰাৰ পিছতেই হাতত হেণ্ডকাফ্ !
তাৰে ভিতৰত মূল নৃত্যসমূহ হ’ল— হামজাৰ, ছাথাৰ, ফাৰকান্তি, হাছং, খোকচি, ছিবোদাৰমাং, বায়খো, পাংবা, না-বোকায়, বহুৰঙী আদি।
আনহে নালাগে ৰাম মাধৱে তেজপুৰত টিকট দিম বুলি কৈও ঠগিলে।
ফাট বিহুৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা মঞ্চ বিহু, টকা বিহু, চেমনীয়া বিহু হুঁচৰি প্ৰতিযোগিতা উদ্বোধন কৰে ক্ৰমে ঢকুৱাখানা মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ড০ গিৰীণ গগৈ, নীলাক্ষি দিহিংগীয়া দাস আৰু মাজুলীৰ কোষাগাৰৰ ভাৰপ্ৰাপ্ত গাণনিক পৱিত্ৰ মেধিয়ে।
নদী হৈছে সংস্কৃতিৰ বোৱঁতী সুঁতি।
কোচ-ৰাজবংশী লোকসকল অসমৰ এক অবিচ্ছেদ্য অংশ বুলি উল্লেখ কৰি এই জনগোষ্ঠীটো অৱিহনে কেতিয়াও এনআৰচি সম্পূৰ্ণ হব নোৱাৰে বুলি উপদেষ্টা গৰাকীয়ে দাবী কৰে।
চকুকেইটা মেলি কিনো বুজালে জানো!
উক্ত অনুষ্ঠানটিত উপস্থিত থাকি মানস দেৱানৰ সহধৰ্মিনী ডঃ অনুৰাধা ভোচলে দেৱানে ভ্ৰমণৰ সময়ছোৱাৰ বিভিন্ন অভিজ্ঞতসমূহৰ বৰ্ণনা কৰে।
কি ক’ব বাৰু।
ডাম্পাৰৰ খুণ্ডাত নিহত শিলচৰৰ সাংবাদিক মলিন শৰ্মাৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰিব চৰকাৰে…
জীৱনৰ পৰিমাপ নাই।
উল্লেখ্য যে, বিগত কিছুদিনৰ পৰা  হোজাই পৌৰসভাত বিজেপি দুটা গোটৰ মাজত বিভক্ত হৈছে৷ বিজেপিৰ ৰাজ্যিক নেতৃত্বই এই কথা গম পাই কালি বিজেপিৰ ৰাজ্যিক সম্পাদক বিনোদ গুপ্তাক দুয়ো পক্ষৰ মাজত আলোচনা কৰিবলৈ হোজাইলৈ পঠিয়ায়।
ইফালে দূৰ্ঘটনা সংঘটিত কৰি ব’লেৰু খন ঘটনাস্থলিৰ পৰা তীব্ৰ বেগত পলাই যাবলৈ সক্ষ্যম হয় ।
মাতৃভাষাক প্ৰথম ভাষা হিচাপে লৈ দ্বিতীয় বা তৃতীয় স্থানতহে আমি হিন্দী, ইংৰাজী ভাষাক গুৰুত্ব দিম।
ফটাঢোল – সদৌ শেষত, ‘ফটাঢোল’ৰ বাবে, আমাৰ এই গ্রুপটোৱে যি কৰি আছে তাৰ বিষয়ে কি ক’ব?
নিলম্বনৰ সময় ছোৱাত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বুদ্ধধৰ দাসে মূল বেতনৰ পঞ্চাশ শতাংশ লাভ কৰি থাকিব।
দেউতাই আগফালে ঘাঁহখিনি কাটিবলৈ বুলি সা-সৰঞ্জাম উলিয়াই দি তেওঁক ভালকৈ বুজাই থৈ ভিতৰ পাইছিলহিহে, মানুহজনে চিঞৰিবলৈ লাগিল বোলে “কাঁচি-কটাৰীত ধাৰেই নাই।
লগত তেওঁৰ স্বামী আৰু বোৱাৰীয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।
দলটোৰ একাংশ জ্যেষ্ঠ নেতাৰ উপস্থিত বিজেপিত যোগদান।
অৱশ্যে এই সন্দৰ্ভত বৰ্তমানলৈকে কোনো মন্তব্য সদৰি কৰা নাই আৰক্ষীৰ যুটীয়া আয়ুক্তই।
ছোৱালীৰ উচ্চ শিক্ষাত গুৰুত্ব প্ৰদান কৰি আজমল ফাউণ্ডেচনে হোজাইত আৰম্ভ কৰিছে মৰিয়ম আজমল মহিলা বিজ্ঞান আৰু কাৰিকৰী মহাবিদ্যালয়৷ ছয় মহলাযুক্ত অত্যাধুনিক পৰিৱেশেৰে স্থাপন কৰা মৰিয়ম আজমল মহিলা মহাবিদ্যালয়খনে অসমৰ ছোৱালীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনলৈ যথেষ্ট অৰিহণা আগবঢ়াব বুলি ধাৰণা কৰিব পৰা যায়৷ ইতিমধ্যে তিনি বছৰীয়া আৰু পাঁচ বছৰীয়া আইন শিক্ষাৰ মহাবিদ্যালয় মুকলি কৰাৰ বাবে সংশ্লিষ্টসকলৰ পৰা অনুমতি লাভ কৰিছে আজমল ফাউণ্ডেচনে৷
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী।
সেয়েহে স্থানীয় ৰাইজে উক্ত CSC প্ৰতিষ্ঠান টোৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা ল’বলৈ মাৰ্ঘেৰিটা প্ৰশাসনক দাবী জনাইছে।
কল্পই জানিব খুজিলে নামটো তেখেতক সুধিও ল’ব পাৰিলেহেঁতেন।
লোকজনে কিছুদিন কামৰূপ মেট্ৰ’ত কৰ্মৰত হৈ আছিল আৰু সেই সময়তে তেওঁৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণত তৰা হৈছিল এই গোচৰ।
অসম কৃষি বিশ্ব বিদ্যালয়ৰ উদ্যোগত লখিমপুৰৰ লালুকত কৃষি তথ্য কেন্দ্ৰ মুকলি
সভাই বিশেষকৈ কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণৰ ক্ষেত্ৰত ৰাজ্যত ১৫ বছৰ ধৰি শাসন কৰা কংগ্ৰেছ দলৰ ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰত মনমোহন সিঙৰ ১০ বছৰীয়া শাসন কালত প্ৰতাৰণা কৰাৰ পিচত ২০১৪ চনৰ লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোডীয়ে চৰকাৰ গঠন কৰিলে ছয় মাহৰ ভিতৰত কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পিচত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনেও ৫ বছৰ ধৰি চৰম প্ৰতাৰণা কৰিলে বুলি কয় ৷
ধৃত যুৱকজনৰ বিৰুদ্ধে আৰক্ষীয়ে এতিয়া কি ব্যবস্থা ল’ব সেয়া লক্ষণীয় হ’ব ।
ৰাজ্যসভাত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে সমৰ্থন গোতোৱাৰ বাবে ৰাষ্ট্ৰীয় দলৰ সৈতে মিলিত হ’ব ধাৰাবাহিক বৈঠকত
Home > যুৱতীৰ ৰুদ্ৰমূৰ্তি, অপহৃতক এৰি পলাল অপহৰণকাৰী
দুৰ্বাদল কাজিয়াৰ পিছত পত্নীয়ে পতিক বিষ খুৱাই হত্যা কৰি নিজেও আত্মহত্যা কৰিলে।
এনেকৈ মোৰ দিনকদিনে অনুপমক ভাল লাগিবলৈ ধৰিলে।
সত্ৰীয়া নৃত্য আৰু খোলবাদনৰ এই কৰ্মশালাখনিত মাজুলীৰ মুহিধৰ বৰা মুখ্য প্ৰশিক্ষকৰূপে উপস্থিত থকাৰ বিপৰীতে বিশ্বজিৎ মজুমদাৰ, গৌতম বৰা, পল্লৱী খাটনিয়াৰ ভৰালী, কুকি খাটনিয়াৰ আদিকে ধৰি কেইবাগৰাকীও অভিজ্ঞ প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰিছিল ।
ভাষা সাহিত্যৰ উন্নতি আৰু প্ৰসাৰত আলোচনীসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
কংগ্ৰেছ সাংসদগৰকীয়ে আৰু কয়, এই চৰকাৰৰ দুটা ৰূপ আছে।
নাহৰফুটুকীটোৱে ছাগলী ধৰাৰ দৃশ্য বন্দী হৈছিল কেমেৰাত।
১৯৯৪চনত উত্তৰ-গুৱাহাটীত স্থাপন কৰা হৈছিল আই আই টি গুৱাহাটী।
দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে সেই সময়ত উপ-পৰিদৰ্শক ৰাজা চৰকাৰৰ নেতৃত্বত কনিষ্টবল অৱদিশ কুমাৰ ৰায় দুৰ্ঘটনাস্থলীত উপস্থিত হৈ মটৰ চাইকেল আৰোহীগৰাকীক উদ্ধাৰ কৰে।
সভাত নিদিষ্ট বক্তা হিচাবে অংশগ্ৰহণ কৰি আপকুৰ উপদেষ্টা জ্যেষ্ঠ সাংবাদিক ভৱেশ শইকীয়াই কলাগুৰু ৰ জীৱনৰ ওপৰত আলোকপাত কৰি আলোচনা আগবঢ়ায় ৷ সভাৰ মাজতে বিভিন্নজনে বিষ্ণুৰাভাৰ কবিতা আবৃত্তি আৰু ৰাভা সংগীতো পৰিবেশন কৰে ৷
হত্যাকাৰী তাজউদ্দিনক শিলচৰলৈ আনি আদালতত হাজিৰ কৰা হব ।